10
May
দেশৰ পৰৱৰ্তী প্ৰজন্মৰ খেলুৱৈসকলক অনুপ্ৰাণিত কৰাৰ বাবে বিশ্বব্যাপী ক্ৰীড়াক্ষেত্ৰত ব্যৱহৃত চশমাৰ অগ্ৰণী প্ৰতিষ্ঠান অ'কলেই ক্ৰিকেট তাৰকা ৰোহিত শৰ্মাৰ সৈতে নিজৰ শক্তিশালী অভিযানৰ শেহতীয়া সংস্কৰণ 'বি হু ইউ আৰ' আৰম্ভ কৰিছে। ৰোহিত শৰ্মাই চতুৰ্থ বিশ্বকাপ খিতাপ অৰ্জনৰ বাবে ভাৰতক নেতৃত্ব দিবলৈ সাজু হোৱাৰ ক্ষণত এই সহযোগিতাই অ'কলেৰ সৈতে একেৰাহে পঞ্চম বৰ্ষলৈ সহযোগিতা অব্যাহত ৰাখিছে, যি খেলৰ প্ৰতি প্ৰকৃতাৰ্থত আস্থা ৰখা আৰু নিজক আগুৱাই নিয়া আৰু বিশ্বাসযোগ্য ব্ৰেণ্ড ৰূপে সংজ্ঞায়িত কৰাৰ প্ৰতিশ্ৰুতি আকৌ এবাৰ দৃঢ় কৰিছে। ৰোহিত শৰ্মাক কেন্দ্ৰবিন্দু হিচাপে লৈ চিত্ৰায়িত কৰা এই নতুন বিজ্ঞাপনত এজন খেলুৱৈৰ যাত্ৰাক সংজ্ঞায়িত কৰা বিশ্বাসযোগ্যতা, আবেগ আৰু আত্মবিশ্বাসক উদযাপন কৰা হৈছে। ধাৰাবাহিকভাৱে মন চুই যোৱা…
