ব্যৱসায়

ড্ৰোন দিদি যোজনাৰ বাবে সহযোগিতা এমএছডিই আৰু মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ

ড্ৰোন দিদি যোজনাৰ বাবে সহযোগিতা এমএছডিই আৰু মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে(এমএছডিই) ভাৰতৰ আগশাৰীৰ ফাৰ্ম ইকুইপমেণ্ট কোম্পানী আৰু আয়তনৰ দিশেৰে বিশ্বৰ সৰ্ববৃহৎ ট্ৰেক্টৰ নিৰ্মাতা প্ৰতিষ্ঠান মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰি ড্ৰ’ন দিদি যোজনাৰ অধীনত দুটা অভিলাষী পাইলট প্ৰকল্প পৰিচালনা কৰিছে। চলিত বৰ্ষৰ আৰম্ভণিতে আৰম্ভ হোৱা এই আঁচনিখনৰ জৰিয়তে ১৫,০০০ মহিলাক কৃষিৰ গুৰুত্বপূৰ্ণ পৰ্যায় যেনে সাৰ-বীজ সিঁচা, শস্যৰ নিৰীক্ষণ আৰু বীজ সিঁচাৰ বাবে ড্ৰন অপাৰেট কৰিবলৈ প্ৰশিক্ষণ প্ৰদান কৰিছে, যাৰ ফলত নতুন প্ৰযুক্তিৰ ক্ষেত্ৰখনত দক্ষতা প্ৰদানৰ জৰিয়তে মহিলাসকলৰ বাবে নতুন জীৱিকাৰ সুযোগ সৃষ্টি কৰা হৈছে। এই অংশীদাৰিত্বৰ অধীনত এমএছডিই আৰু মহিন্দ্ৰাই হায়দৰাবাদ আৰু নয়দাৰ ৰাষ্ট্ৰীয় দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠান(এনএছটিআই)ত দুটা পাইলট পৰিচালনা কৰি নিৰ্বাচিত ২০গৰাকী…
Read More
নাৰ্ছ দিৱস বিশেষ : এনএছআইৰ পৰা নাৰ্ছসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এইচএমডিয়ে আগবঢ়াইছে ডিস্পোজেক্ট চিৰিঞ্জ

নাৰ্ছ দিৱস বিশেষ : এনএছআইৰ পৰা নাৰ্ছসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এইচএমডিয়ে আগবঢ়াইছে ডিস্পোজেক্ট চিৰিঞ্জ

বিশ্বমানৰ অত্যাধুনিক চিকিৎসা সঁজুলিৰ নিৰ্মাতা প্ৰতিষ্ঠান হিন্দুস্তান চিৰিঞ্জ এণ্ড মেডিকেল ডিভাইচে(এইচএমডি) ছেফটি নিডল(সুৰক্ষিত বেজী)ৰ সৈতে অত্যাধুনিক আৰু এই ধৰণৰ প্ৰথম এবাৰ ব্যৱহাৰযোগ্য ডিস্পোজেক্ট চিৰিঞ্জ মুকলি কৰিছে, যিয়ে নাৰ্ছসকলক বেজীৰ খোঁচৰ আঘাত বা সংক্ৰমণ(এনএছআই)ৰ পৰা সুৰক্ষা নিশ্চিত কৰে। এইচএমডিয়ে ডিস্পোজেক্ট চিৰিঞ্জৰ জৰিয়তে বিশ্ব নাৰ্ছ দিৱসত নাৰ্ছসকলৰ অধ্যৱসায় আৰু ধৈৰ্য-সহনশীলতাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে। প্ৰায় ২৭ মিলিয়ন পুৰুষ আৰু মহিলাই সমগ্ৰ বিশ্বৰ নাৰ্চিং আৰু ধাত্ৰীৰূপে সেৱা আগবঢ়াই আহিছে। এই পৰিমাণ সমগ্ৰ বিশ্বৰ স্বাস্থ্য কৰ্মশক্তি বা স্বাস্থ্যক্ষেত্ৰৰ প্ৰায় ৫০%। বিশ্ব স্বাস্থ্য সংস্থা(ডব্লিউএইছঅ')ই প্ৰকাশ কৰা তথ্য অনুসৰি পৰিৱৰ্তনকামী আৰু উন্নয়নশীল দেশসমূহত প্ৰতি বছৰে ১৬ বিলিয়নতকৈ অধিক বেজী প্ৰদান কৰা হয় বা ব্যৱহৃত হয়। আকস্মিক…
Read More
বাজাজ ফিনচাৰ্ভ এএমচিয়ে বাজাজ ফিনচাৰ্ভ মাল্টি এছেট এডভান্সমেণ্ট ফাণ্ড প্ৰৱৰ্তন কৰিছে

বাজাজ ফিনচাৰ্ভ এএমচিয়ে বাজাজ ফিনচাৰ্ভ মাল্টি এছেট এডভান্সমেণ্ট ফাণ্ড প্ৰৱৰ্তন কৰিছে

বাজাজ ফিনচাৰ্ভ এচেট মেনেজমেণ্ট লিমিটেডে(বাজাজ ফিনচাৰ্ভ এএমচি) বিনিয়োগকাৰীক বৈচিত্ৰ্যময় বিনিয়োগৰ পথ প্ৰদানৰ বাবে প্ৰস্তুত কৰা অপেন-এণ্ডেড(মুকলি) বাজাজ ফিনচাৰ্ভ মাল্টি এচেট এলকেচন ফাণ্ড আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই পুঁজিয়ে উচ্চ লভ্যাংশ উৎপাদন কৌশলৰ সৈতে ইকুইটি, গতিশীল সময় ব্যৱস্থাপনাৰ সৈতে ঋণ, পণ্য আৰু ৰিয়েল এষ্টেট ইনভেষ্টমেণ্ট ট্ৰাষ্ট (আৰইআইটি) বা আন্তঃগাঁথনি বিনিয়োগ ট্ৰাষ্ট(ইনভিআইটি)কে ধৰি বিভিন্ন সম্পদ শ্ৰেণীৰ সৈতে এক্সপ’জাৰ প্ৰদান কৰে। বাজাজ ফিনচাৰ্ভ মাল্টি এচেট এলকেচন ফাণ্ডে বিভিন্ন আবণ্টনৰ সৈতে বিভিন্ন শ্ৰেণীৰ সম্পদত বিনিয়োগ কৰে। ইয়াত ৩৫%ৰ পৰা ৮০%লৈকে ইকুইটি আবণ্টনৰ সৈতে এটা বৈচিত্ৰ্যপূৰ্ণ পৰ্টফলিঅ' বজাই ৰাখে, লগতে লভ্যাংশৰ উৎপাদন কৌশল, বিভিন্ন থিম আৰু বহু-খণ্ডীয় পদ্ধতি তথা বহু-কেপ অৰিয়েণ্টেচন ব্যৱহাৰ কৰি গ্ৰাহকলৈ…
Read More
এই মাতৃ দিৱসত জনছন’ছ বেবীয়ে মুকলি কৰিলে মুকলি কৰিলে ‘দ্য লং ৱেইট ফৰ ডে ৱান’ শীৰ্ষক এখন ডিজিটেল চলচ্চিত্ৰ

এই মাতৃ দিৱসত জনছন’ছ বেবীয়ে মুকলি কৰিলে মুকলি কৰিলে ‘দ্য লং ৱেইট ফৰ ডে ৱান’ শীৰ্ষক এখন ডিজিটেল চলচ্চিত্ৰ

শিশুৰ ছালৰ যত্নৰ ক্ষেত্ৰখনৰ অগ্ৰণী প্ৰতিষ্ঠান জনছন'ছ বেবীয়ে 'দ্য লং ৱেইট ফৰ ডে ৱান' শীৰ্ষক এখন ডিজিটেল চলচ্চিত্ৰ মুকলি কৰিছে, এই চলচ্চিত্ৰখন প্ৰতিগৰাকী মাতৃৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা আৰু মাতৃসকলৰৰ মাতৃত্ব/গৰ্ভধাৰণৰ যাত্ৰা। এই মাতৃ দিৱসত ডিডিবি মুদ্ৰাৰ ধাৰণাৰে প্ৰস্তুত কৰা জনছন'ছ বেবীৰ শেহতীয়া চলচ্চিত্ৰখনে মাতৃসকলৰ মাতৃত্বৰ যাত্ৰাৰ বিভিন্ন দিশসমূহ উদযাপন কৰে, যাৰ ভিতৰত আছে দত্তক গ্ৰহণ, ইন ভিট্ৰো ফাৰ্টিলাইজেচন (আইভিএফ) বা প্ৰিটাৰ্ম(আগতীয়াকৈ জন্ম হোৱা) আৰু সকলো ধৰণৰ মাতৃত্ব, এই সকলো মাতৃক সমৰ্থন জনাই জনছনে ব্ৰেণ্ডৰ প্ৰতিশ্ৰুতি অধিক শক্তিশালী কৰিছে। সন্তানৰ মাতৃৰূপে প্ৰথম দিনটোলৈ অনন্য যাত্ৰাক বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে এই কেম্পেইনে, য'ত প্ৰতিগৰাকী মাতৃয়ে নিজৰ নিজৰ কেঁচুৱাটোক সুৰক্ষা আৰু আৱেগৰ উমেৰে…
Read More
ভৱিষ্যতৰ বাবে সবল খোজ; ৰেচিং উত্তৰাধিকাৰী উদযাপনৰ বাবে আগবঢ়াইছে ‘১০০- বছৰৰ লিমিটেড এডিছন’ 

ভৱিষ্যতৰ বাবে সবল খোজ; ৰেচিং উত্তৰাধিকাৰী উদযাপনৰ বাবে আগবঢ়াইছে ‘১০০- বছৰৰ লিমিটেড এডিছন’ 

১০০ বছৰীয়া সমৃদ্ধ ইতিহাসেৰে ভৰপুৰ ব্ৰিটিছ অটোম’বাইল ব্ৰেণ্ড এম জি(মৰিছ গেৰেজ)য়ে আজি ১১০ বছৰতকৈও অধিক সময়ৰ ব্ৰিটিছ ৰেচিং ইতিহাসৰ সমাৰ্থক আইকনিক ‘এভাৰগ্ৰীন’ ৰঙৰ সৈতে ‘১০০-বছৰীয়া লিমিটেড এডিচন’ মুকলি কৰিছে। এই এডিছনৰ বাহ্যিক অংশত 'এভাৰগ্ৰীন' ৰং ৰখা হৈছে য'ত টেইলগেটত '১০০ বছৰৰ সংস্কৰণ' বেজৰ সৈতে এটা ষ্টাৰযুক্ত ব্লেক ফিনিছড ছাদ আৰু ডাৰ্ক ফিনিছৰ উপাদান থাকিব। ইয়াৰ লগতে ভিতৰভাগত '১০০ বছৰৰ সংস্কৰণ'ৰ সৈতে এটা সম্পূৰ্ণ ক'লা থীম ৰখা হৈছে, যিয়ে ফ্ৰণ্ট হেডৰেষ্টবোৰত এম্ব্ৰইডাৰী কৰা হয় যিয়ে ৰেচিঙৰ পৃথিৱীৰ ইতিহাসক সন্মান জনাই ক্ৰীড়াসুলভ সুবিধা প্ৰদান কৰে। এই সীমিত সংস্কৰণ অনুকূলিত উইজেট ৰঙত 'এভাৰগ্ৰীন' থিমযুক্ত হেড ইউনিটৰ সৈতে উপলব্ধ হ'ব আৰু এমজি হেক্টৰ, এমজি…
Read More
বাজাজ অটোৰ গ্ৰীন মেচিনেৰে গ্ৰাহকৰ বাবে বহনক্ষম ডেলিভাৰী প্ৰদান কৰিছে ফ্লিপকাৰ্টে

বাজাজ অটোৰ গ্ৰীন মেচিনেৰে গ্ৰাহকৰ বাবে বহনক্ষম ডেলিভাৰী প্ৰদান কৰিছে ফ্লিপকাৰ্টে

সমগ্ৰ দেশত ইলেক্ট্ৰিক বাহন (ইভি)ক আঁকোৱালি পৰিৱেশৰ প্ৰতি ইতিবাচক সঁহাৰি প্ৰদান কৰি বহনক্ষম সামগ্ৰী পৰিবহনৰ বাবে বাজাজ অটো লিমিটেড আৰু ফ্লিপকাৰ্টে কৌশলগত অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। এই সহযোগিতা ভাৰতীয় ই-কমাৰ্চৰ পৰিৱেশত এক সেউজ ভৱিষ্যতৰ দিশে উল্লেখযোগ্য পদক্ষেপ ৰূপে চিহ্নিত হৈছে। ২০২৪ৰ বৰ্ষৰ ১০ মে'ত এই সন্দৰ্ভত বাজাজ অটো আৰু ফ্লিপকাৰ্টৰ মাজত স্বাক্ষৰিত হয় বুজাবুজিৰ চুক্তি, এই সহযোগিতাই দুয়োটা প্ৰতিষ্ঠানৰ মাজত স্থাপন কৰিছে দীৰ্ঘম্যাদী ব্যৱসায়িক অংশীদাৰিত্ব। ফ্লিপকাৰ্টলৈ ন্যুনতম ১০০০খন অত্যাধুনিক বৈদ্যুতিক তিনিচকীয়া বাহন যোগান ধৰাৰ প্ৰাৰম্ভিক প্ৰতিশ্ৰুতিয়ে ভৱিষ্যতৰ সহযোগিতা আৰু সম্ভাৱ্য বাহন সম্প্ৰসাৰণৰ ভিত্তি গঢ়ি তুলিলে। এই বুজাবুজি চুক্তিয়ে দুয়োটা প্ৰতিষ্ঠানৰ মাজত সফল অংশীদাৰিত্বৰ ভেটি স্থাপন কৰিলে। এই সহযোগিতাৰ বিষয়ে বাজাজ…
Read More
মাতৃ দিৱসত কেয়াৰ হেল্থ ইঞ্চুৰেন্সে ভাৰতত আৰম্ভ কৰিছে বৰ্ধিত স্তন কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ

মাতৃ দিৱসত কেয়াৰ হেল্থ ইঞ্চুৰেন্সে ভাৰতত আৰম্ভ কৰিছে বৰ্ধিত স্তন কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ

এই মাতৃ দিৱসত কেয়াৰ হেল্থ ইঞ্চুৰেন্সে বিশ্বজুৰি মহিলাসকলৰ বাবে জৰুৰী স্বাস্থ্যজনিত বিষয় স্তন কেন্সাৰৰ বিষয়ে সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কেৱল দক্ষিণ-পূব এছিয়াতে ২০৪০ৰ ভিতৰত স্তন কেন্সাৰৰ ফলত হোৱা মৃত্যুৰ সংখ্যা ৬১.৭% লৈ বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে, যাৰ বাবে এই ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ সক্ৰিয় পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। কেয়াৰ হেল্থ ইঞ্চুৰেন্সে দেশৰ মহিলাসকলৰ, বিশেষকৈ ২৫-৫৯ বছৰ বয়সৰ মহিলাসকলৰ স্তন কেন্সাৰ আগতীয়াকৈ ধৰা পেলোৱাত গুৰুত্ব আৰোপ কৰিছে, যাতে মহিলাসকলৰ সুস্বা স্বাস্থ্য আৰু শীঘ্ৰে আৰোগ্য হোৱাটো নিশ্চিত হয়, কিয়নো আজিৰ তাৰিখত সমগ্ৰ দেশত স্তন কেন্সাৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু গুণগত স্বাস্থ্যসেৱাৰ সুলভতা নিশ্চিত কৰিছে।…
Read More
টাটা মটৰ্ছে আগবঢ়াইছে এচ ইভি ১০০০, বৃদ্ধি কৰিছে ই-কাৰ্গো গতিশীলতা সমাধান

টাটা মটৰ্ছে আগবঢ়াইছে এচ ইভি ১০০০, বৃদ্ধি কৰিছে ই-কাৰ্গো গতিশীলতা সমাধান

ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে সম্পূৰ্ণ নতুন এছ ইভি ১০০০ মুকলি কৰি নিজৰ ই-কাৰ্গো মবিলিটী সমাধান শক্তিশালী কৰি তুলিছে। অন্তিমটো প্ৰান্তলৈকে গতিশীলতাৰ ক্ষেত্ৰখনলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ বিকশিত কৰা এই শূন্য নিৰ্গমন মিনি-ট্ৰাকখনে ১ টনৰ উচ্চ ৰেটপ্ৰাপ্ত পেলোড আৰু এবাৰ চাৰ্জত ১৬১ কিলোমিটাৰপৰ্যন্ত ৰেঞ্জ প্ৰদান কৰে। ভিন্ন গ্ৰাহকৰ বিভিন্ন গুৰুত্বপূৰ্ণ ইনপুটৰ ওপৰত ভিত্তি কৰি এচ ইভি বিকশিত কৰা হৈছে আৰু নতুন ভেৰিয়েণ্টে এফএমচিজি, পানীয়, পেইণ্টছ আৰু লুব্ৰিকেণ্ট, এলপিজি আৰু দুগ্ধৰ দৰে বিভিন্ন খণ্ডৰ বিকশিত প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব। ১৫০টা ইলেক্ট্ৰিক বাহন সহায়ক কেন্দ্ৰৰ জৰিয়তে এচ ইভিত এটা উন্নত বেটাৰী ব্যৱস্থাপনা ব্যৱস্থা, ফ্লিট এজ টেলিমেটিক্স ব্যৱস্থা আৰু আপটাইমৰ বাবে শক্তিশালী…
Read More
ফ্লিপকাৰ্টে প্ৰৱৰ্তন কৰিছে নতুন প্ৰতিযোগিতামূলক আৰু সৰলীকৃত ৰেট কাৰ্ড

ফ্লিপকাৰ্টে প্ৰৱৰ্তন কৰিছে নতুন প্ৰতিযোগিতামূলক আৰু সৰলীকৃত ৰেট কাৰ্ড

দেশৰ ঘৰুৱা ই-কমাৰ্চ বজাৰ ফ্লিপকাৰ্টে নিজৰ প্লেটফৰ্মত বিক্ৰেতাৰ অভিজ্ঞতাৰ ক্ষেত্ৰখনত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ আৰু অধিক স্পষ্ট বা সহজভাৱে লেনদেন কৰিবলৈ সম্পূৰ্ণ নতুন সৰলীকৃত ৰেট কাৰ্ড পলিচী ঘোষণা কৰিছে। ১৮ মে’ৰ পৰা কাৰ্যকৰী হোৱা নতুন ৰেট কাৰ্ডৰ মূল উপাংশসমূহৰ ভিতৰত আছে সৰলীকৃত ৰেট কাৰ্ড গঠন, বৃহৎ পৰিসৰত কাৰ্যসমূহ সুশৃংখলিত কৰিবলৈ প্ৰতিযোগিতামূলক ক্ষেত্ৰ প্ৰদান কৰা অৰ্থনৈতিক এফবিএফ ৰেট আৰু এক উন্নীত শ্বিপিং পলিচী, যিয়ে বিক্ৰেতাসকলক বৰ্ধিত গ্ৰাহকৰ মূল্য প্ৰদান কৰিবলৈ সক্ষম কৰিব। সৰলীকৃত ৰেট কাৰ্ডৰ জৰিয়তে এই পৰিৱৰ্তনশীল পদ্ধতিয়ে ন্যায্য বৃদ্ধিৰ সুযোগক লাভান্বিত কৰিব, যিয়ে বিক্ৰেতাসকলক সবলীকৰণ-লাভ অৰ্জনৰ প্ৰতি ফ্লিপকাৰ্টৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিব। এই পদক্ষেপে ভৱিষ্যতৰ ভাৰতৰ ই-কমাৰ্চ ক্ষেত্ৰখনলৈ আনিব পৰা সম্ভাৱনাৰ…
Read More
বিডি ভাকুটেইনাৰ® আল্ট্ৰাটাচ্চ™ কৰা পূব ভাৰতৰ প্ৰথমটো পৰীক্ষাগাৰ হৈছে সুৰক্ষা ডায়গনষ্টিকছ

বিডি ভাকুটেইনাৰ® আল্ট্ৰাটাচ্চ™ কৰা পূব ভাৰতৰ প্ৰথমটো পৰীক্ষাগাৰ হৈছে সুৰক্ষা ডায়গনষ্টিকছ

দেশৰ ৰোগীসকলৰ বিষ-বেদনা আৰু অস্বস্তি কম কৰাৰ লগতে ৰক্ত সংগ্ৰহ প্ৰক্ৰিয়াৰ সময়ত ছিংগল প্ৰিক(এবাৰ খোঁচা)ৰ সফলতাক কাৰ্যকৰী কৰিবলৈ সুৰক্ষা ডায়গনষ্টিকছে পূব ভাৰতত অৱস্থিত সলো সংগ্ৰহ কেন্দ্ৰত উন্নত ৰক্ত সংগ্ৰহৰ সঁজুলি যোগান ধৰি আহিছে। বিডি ভাকুটেইনাৰ® আল্ট্ৰাটাচ্চ™ পুছ বাটন ব্লাড কালেকচন চেট নামৰ এই সঁজুলিবিধ বিডি (বেটকন, ডিকিনছন এণ্ড কোম্পানী)ৰ জৰিয়তে প্ৰদান কৰা হৈছে। যোৱা কেইবছৰমানত ৰোগীসকলে মেডিকেল লেবৰ পৰা ক্ৰমান্বয়ে ব্যতিক্ৰমী ৰোগীৰ অভিজ্ঞতা অন্বেষণ কৰি আছে, সঠিক পৰীক্ষাৰ ফলাফলৰ লগতে তেজ সংগ্ৰহৰ সময়ত ৰোগীৰ অৱস্থা আৰু যত্নও ধাৰাবাহিকভাৱে গুৰুত্বপূৰ্ণ পদক্ষেপ হৈ পৰিছে। পূব ভাৰতৰ সৰ্ববৃহৎ পৰীক্ষাগাৰ সুৰক্ষা ডায়গনষ্টিকছে এক মৃদু, সুৰক্ষিত আৰু দ্ৰুত ৰক্ত সংগ্ৰহ প্ৰক্ৰিয়া প্ৰদান কৰি ৰোগীৰ অভিজ্ঞতা…
Read More