ষ্টাফৰিপোৰ্টাৰ, ৮ এপ্ৰিল :: গুৱাহাটীৰ বহু ঠাই ফুৰি গৈছে ত্ৰিপুৰাৰ প্ৰথমগৰাকী কৰ’না ভাইৰাছ পজিটিভ গীতাৰাণী কৰ্মকাৰে। কামাখ্যা মন্দিৰৰ পিছত নাম ওলাইছে এখন হোটেলৰ। পল্টন বজাৰ থানাৰ সুখমণি হোটেলৰ সকলো কৰ্মচাৰী এতিয়া আতংকিত।