09
Sep
আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সে নিজৰ উন্নীত আইচিআইচিআই লাইফ পাৰ্টনাৰ ষ্টেক ২.০ৰ জৰিয়তে পৰামৰ্শদাতা আৰু বিতৰণ অংশীদাৰসকলৰ বাবে ডিজিটেল সঁজুলিসমূহ সম্প্ৰসাৰণ কৰাৰ ফলত গ্ৰাহকসকলৰ বাবে জীৱন বীমা ক্ৰয় কৰাটো অধিক সৰল হৈ পৰিছে। এই প্লেটফৰ্মে এআই আধাৰিত পৰামৰ্শ, ডিজিটেল অনবৰ্ডিং, উদ্ধৃতি (ক'টেচন) আৰু গ্ৰাহক সেৱা একেলগে প্ৰদান কৰে। ইয়াৰ ই-ক'ট এপে গ্ৰাহকৰ শ্ৰেণী আৰু জীৱনৰ পৰ্যায়ৰ ওপৰত আধাৰিত কৰি উপযুক্ত সেৱাৰ পৰামৰ্শ দিবলৈ এআই ব্যৱহাৰ কৰে আৰু পৰামৰ্শদাতাসকলক ব্যক্তিগতকৃত উদ্ধৃতি প্ৰস্তুতৰ সুবিধা কৰি দিয়ে। লিভা নামৰ এটা এআই-সক্ষম চেটবটে পৰামৰ্শদাতাসকলক গ্ৰাহকৰ সৈতে কথা পাতি থকাৰ সময়তে সেৱাৰ বৈশিষ্ট্য আৰু লাভালাভসমূহ লাভ কৰাত সহায় কৰে। আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সৰ মুখ্য বিতৰণ বিষয়া…
