নিৰ্মাণকাৰী প্ৰতিষ্ঠানে সম্পূৰ্ণ কৰিলে নিৰ্মাণ কাৰ্য

১৬ নৱেম্বৰত মুকলি হ’ব ৮৬৯ খন বিচনা যুক্ত  মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়।  নিৰ্মাণকাৰী প্ৰতিষ্ঠানে সম্পূৰ্ণ কৰিছে নিৰ্মাণ কাৰ্য। একেটা চৌহদতে থাকিব চিকিৎসকৰ বাবে আৱাস গৃহ । চিকিৎসালয়খনৰ  অগ্ৰগতিৰ  সোমবাৰে বুজ লয় মন্ত্ৰী অশোক সিংঘালে।
জিএম চি এইচ পুণৰ নিৰ্মাণৰ বাবে এম এম চি এইচ লৈ স্থানান্তৰ কৰা হ’ব কেইবাটাও বিভাগ।

By tarali

Leave a Reply

Your email address will not be published. Required fields are marked *