23
Jan
ভাৰতৰ অন্যতম আগশাৰীৰ স্বাস্থ্য বীমা কোম্পানী কেয়াৰ হেল্থ ইঞ্চুৰেন্সে স্বাস্থ্য কভাৰেজত নতুন মাপকাঠি নিৰ্ধাৰণৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা যুগান্তকাৰী স্বাস্থ্য বীমা আল্টিমেট কেয়াৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। আল্টিমেট কেয়াৰে অভাৱনীয় বা প্ৰয়োজনীয় চিকিৎসা জৰুৰীকালীন অৱস্থাৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুত বিস্তৃত সুবিধাসমূহৰ সংমিশ্ৰণ ঘটায় আৰু সুস্থ হৈ থকাৰ বাবে পুৰস্কৃত বা সুযোগ প্ৰদান কৰে। আল্টিমেট কেয়াৰে মানিবেক বিকল্পকে ধৰি বিস্তৃত স্বাস্থ্য কভাৰেজ প্ৰদান কৰে, য’ত পলিচিধাৰকসকলে সুস্থ হৈ থকাৰ বাবে উচিত মূল্য লাভ কৰিব। প্ৰতি ৫ বছৰৰ পিছত প্ৰতিষ্ঠানটোৱে প্ৰথম বছৰৰ বেচ প্ৰিমিয়াম ঘূৰাই দিব। ইয়াৰ লগতে এই প্লেনে ৱেলনেছ ডিছকাউণ্ট প্ৰদান কৰে, যিয়ে পলিচিধাৰকসকলক সুস্থ দিনৰ পদক্ষেপৰ সৈতে নবীকৰণ…
