ব্যৱসায়

স্কোডা অটো ইণ্ডিয়াই চেডানৰ অগ্ৰগতি সূচনা কৰিবলৈ নতুন শ্লাভিয়া, অক্টাভিয়া আৰএছ আৰু চুপাৰ্ব টিডিআইৰ ওপৰত গুৰুত্ব আৰোপ

স্কোডা অটো ইণ্ডিয়াই চেডানৰ অগ্ৰগতি সূচনা কৰিবলৈ নতুন শ্লাভিয়া, অক্টাভিয়া আৰএছ আৰু চুপাৰ্ব টিডিআইৰ ওপৰত গুৰুত্ব আৰোপ

স্কোডা অটো ইণ্ডিয়াই মুকলি কৰিলে নতুন শ্লাভিয়া বাহন, এই বাহন মুকলিৰ লগে লগে অনন্য শৈলী, নতুন প্ৰযুক্তি, বৰ্ধিত আৰাম আৰু অতিৰিক্ত সুৰক্ষা বৈশিষ্ট্যৰে চেডান পৰ্টফলিঅ’ অধিক শক্তিশালী হৈ পৰিছে। কোম্পানীটোৱে ভাৰতীয় বজাৰত অক্টাভিয়া আৰএছ আৰু একেবাৰে নতুন চুপাৰ্ব টিডিআইৰ প্ৰত্যাৱৰ্তনৰ কথাও ঘোষণা কৰিছে। নতুন শ্লাভিয়াত চিকুৱেন্সিয়েল টাৰ্ন ইণ্ডিকেটৰৰ সৈতে সম্পূৰ্ণ নতুন এলইডি হেডলেম্প আৰু টেইললেম্প, সংশোধিত সন্মুখ আৰু পিছফালৰ শৈলী আৰু নতুন এলয় হুইলৰ ডিজাইন প্ৰদান কৰা হৈছে। এই শ্ৰেণীত প্ৰথমবাৰৰ বাবে, চেডানখনে পিছৰ ছীটত আৰামদায়ক সুবিধা আৰু ১.০ টিএছআই ইঞ্জিনৰ সৈতে এটা এইট-স্পীড টৰ্ক কনভাৰ্টাৰ অটোমেটিক ট্ৰেন্সমিচন আগবঢ়াব। লগতে চিক্স-স্পীড মেনুৱেল আৰু ১.৫ টিএছআইৰ সৈতে চেভেন-স্পীড ডিএছজি বিকল্পসমূহো অব্যাহত…
Read More
বাজাজ ফিনচাৰ্ভ ফ্লেক্সি কেপ ফাণ্ডৰ তিনি বছৰত ১৮.২১% চিএজিআৰ অৰ্জন

বাজাজ ফিনচাৰ্ভ ফ্লেক্সি কেপ ফাণ্ডৰ তিনি বছৰত ১৮.২১% চিএজিআৰ অৰ্জন

বাজাজ ফিনচাৰ্ভ মিউচুৱেল ফাণ্ডৰ ধ্বজাবাহী প্লেন বাজাজ ফিনচাৰ্ভ ফ্লেক্সি কেপ ফাণ্ডে সফলতাৰে ৩ বছৰ সম্পূৰ্ণ কৰিছে। ২০২৩ চনৰ ১৪ আগষ্টত মুকলি হোৱা এই ফাণ্ডৰ ডাইৰেক্ট প্লেন-গ্ৰওথ বিকল্পই ২০২৬ চনৰ ১৩ আগষ্ট পৰ্যন্ত ১৮.২১% চিএজিআৰ ৰিটাৰ্ন দিবলৈ সক্ষম হৈছে। ইয়াৰ বিপৰীতে, একে সময়ছোৱাত বেঞ্চমাৰ্ক বিএছই ৫০০ টিআৰআই-এ ১২.৭৪% ৰিটাৰ্ন দিছে। আনহাতে, ফাণ্ডৰ ৰেগুলাৰ প্লেন-গ্ৰওথ বিকল্পই একে সময়ছোৱাতে ১৬.৫৯% চিএজিআৰ লাভ প্ৰদান কৰিছে। সমগ্ৰ বজাৰ চক্ৰটোৰ কথা ক’বলৈ গ’লে, ডাইৰেক্ট প্লেনে ৬৫.২% এবচল্যুট ৰিটাৰ্ন লাভ কৰিছে, যি বেঞ্চমাৰ্কৰ ৪৩.৩%তকৈ বহু বেছি। একে সময়তে ৰেগুলাৰ প্লেনে ৫৮.৫% ৰিটাৰ্ন দিবলৈ সক্ষম হৈছে। এই প্লেন আৰম্ভ হোৱাৰ সময়ত ডাইৰেক্ট প্লেনত কৰা ১০,০০০ টকাৰ বিনিয়োগ বৰ্তমান…
Read More
প্ৰিমিয়াম আৰু বীমা বৃদ্ধিয়ে সূচাইছে সুৰক্ষিত ভৱিষ্যতৰ দিশ

প্ৰিমিয়াম আৰু বীমা বৃদ্ধিয়ে সূচাইছে সুৰক্ষিত ভৱিষ্যতৰ দিশ

বৰ্তমান সময়ত জীৱনৰ দায়িত্বসমূহ সলনিৰ লগে লগে ভাৰতীয় গ্ৰাহকসকলে অধিক সুৰক্ষা আৱৰণযুক্ত জীৱন বীমা পলিচী বাছনি কৰিবলৈ আৰম্ভ কৰিছে। ইঞ্চুৰেন্স ইনফৰ্মেচন ব্যুৰ' অৱ ইণ্ডিয়া(আইআইবি)ই সংকলন কৰা ২০২১ বিত্তীয় বৰ্ষৰ পৰা ২০২৫ বিত্তীয় বৰ্ষৰ ব্যৱসায়িক তথ্যৰ এক বিশ্লেষণত এই কথা প্ৰকাশ পাইছে। এই ৫ বছৰীয়া সময়ছোৱাৰ বিশ্লেষণে দেখুৱাইছে যে গ্ৰাহকসকলে কম মূল্যৰ পলিচীৰ পৰিৱৰ্তে ডাঙৰ মূল্য বা অংকৰ জীৱন বীমাৰ ফালে ঢাপলি মেলিছে। তথ্য অনুসৰি, ২ লাখৰ পৰা ৫ লাখ টকাৰ ভিতৰত বীমাকৃত পলিচীৰ অংশ ৫.৬ শতাংশ বৃদ্ধি পাইছে। একেদৰে, ১০ লাখৰ পৰা ২৫ লাখ টকাৰ শ্ৰেণীটোৰ পলিচী ২ শতাংশ বৃদ্ধি পাইছে। আটাইতকৈ লক্ষণীয়ভাৱে, ৫০ লাখ টকাতকৈ অধিক বীমাকৃত পলিচীৰ সংখ্যা…
Read More
ট্ৰাক অপাৰেটৰসকলৰ অধিক লাভজনক ব্লেজো আই-টিআৰকে মুকলি কৰিলে মহিন্দ্ৰাই

ট্ৰাক অপাৰেটৰসকলৰ অধিক লাভজনক ব্লেজো আই-টিআৰকে মুকলি কৰিলে মহিন্দ্ৰাই

মহিন্দ্ৰা গ্ৰুপৰ অন্তৰ্ভুক্ত মহিন্দ্ৰা ট্ৰাক এণ্ড বাছে ব্লেজো আই-টিআৰকে নামৰ এক নতুন প্ৰজন্মৰ গধুৰ বাণিজ্যিক বাহন মুকলি কৰিছে। পৰিবহণকাৰী আৰু বাহন মালিকসকলৰ বাবে ইয়াক 'প্ৰফিট কা ৰকেট' হিচাপে উপস্থাপন কৰা হৈছে। কোম্পানীটোৱে জনোৱা অনুসৰি গ্ৰাহকক অধিক উপাৰ্জন কৰা, অধিক চলোৱা আৰু অধিক নিয়ন্ত্ৰণ কৰাত সহায় কৰিবলৈ এই ট্ৰাকখনত ইন্ধনৰ নাটনি কম কৰা প্ৰযুক্তি, উন্নত প্ৰদৰ্শন, সংযোজিত প্ৰযুক্তি আৰু সেৱাৰ নিশ্চয়তাৰ এক অপূৰ্ব সংমিশ্ৰণ ঘটোৱা হৈছে। মহিন্দ্ৰাৰ মতে ব্লেজো আই-টিআৰকেই ১০% পৰ্যন্ত উন্নত ইন্ধন দক্ষতা প্ৰদান কৰে আৰু পাঁচ বছৰত প্ৰতিখন ট্ৰাকত ১৫ লাখ টকা পৰ্যন্ত অতিৰিক্ত লাভ জেনৰেট কৰাৰ সম্ভাৱনা আছে। ইয়াত টৰ্বোমেক্স, অপ্টিফুৱেল আৰু এআই-চালিত আইফুৱেলস্মাৰ্ট স্বয়ংক্ৰিয় ড্ৰাইভ ম’ডৰ…
Read More
নতুন টাৰ্ম ইঞ্চুৰেন্স প্লেনেৰে মহিলাৰ বিত্তীয় সুৰক্ষাক লক্ষ্য কৰি লৈছে আইচিআইচিআই প্ৰুডেন্সিয়েলে

নতুন টাৰ্ম ইঞ্চুৰেন্স প্লেনেৰে মহিলাৰ বিত্তীয় সুৰক্ষাক লক্ষ্য কৰি লৈছে আইচিআইচিআই প্ৰুডেন্সিয়েলে

আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সে আইচিআইচিআই প্ৰু আইপ্ৰটেক্ট স্মাৰ্ট হাৰ মুকলি কৰিছে, যি বিশেষভাৱে মহিলাৰ বাবে প্ৰস্তুত কৰা এক সৰ্বাংগীন টাৰ্ম ইঞ্চুৰেন্স প্লেন। ইয়াত জীৱনৰ সুৰক্ষাৰ সৈতে স্বাস্থ্য, সুস্থতা আৰু বিত্তীয় নমনীয়তাক একত্ৰিত কৰা হৈছে। এই বিকল্পই মহিলাসকলক আজীৱন প্ৰিমিয়ামত ১৫% ৰেহাই আৰু গৰ্ভাৱস্থাৰ সময়ত প্ৰিমিয়ামৰ দায়বদ্ধতা পৰিচালনা কৰাত সহায়ক হোৱাকৈ গৰ্ভাৱস্থাৰ বিৰতিৰ সুবিধা প্ৰদান কৰে। ই লগতে ২৫,০০০ টকা পৰ্যন্ত মূল্যৰ মহিলা-নিৰ্দিষ্ট স্বাস্থ্য পৰিচালনা আৰু সুস্থতা সেৱা আগবঢ়ায়। এই সেৱাসমূহৰ ভিতৰত আছে একাধিক বিশেষজ্ঞৰ সৈতে টেলি-কনচাল্টেচন, বাৰ্ষিক স্বাস্থ্য পৰীক্ষা, স্বাস্থ্যৰ বিপদাশংকা মূল্যায়ন, সুস্থতা সম্পৰ্কীয় সমল আৰু ফাৰ্মাচী তথা ডায়েগনষ্টিকছত ৰেহাই। কোম্পানীটোৱে জানিবলৈ দিয়া মতে, এই ব্যৱস্থাৰ অধীনত থকা সামগ্ৰিক সুবিধাসমূহৰ…
Read More
প্ৰতিৰক্ষা কৰ্মীসকলৰ বাবে প্ৰ’শ্বিল্ড আৰু ভিপে ২.০ৰ জৰিয়তে মটৰ পৰ্টফলিঅ’ৰ সম্প্ৰসাৰণ বাজাজ জেনেৰেল ইঞ্চুৰেন্সৰ

প্ৰতিৰক্ষা কৰ্মীসকলৰ বাবে প্ৰ’শ্বিল্ড আৰু ভিপে ২.০ৰ জৰিয়তে মটৰ পৰ্টফলিঅ’ৰ সম্প্ৰসাৰণ বাজাজ জেনেৰেল ইঞ্চুৰেন্সৰ

পূৰ্বৰ বাজাজ এলিয়ান্স জেনেৰেল ইঞ্চুৰেন্স কোম্পানী লিমিটেড, বৰ্তমানৰ বাজাজ জেনেৰেল ইঞ্চুৰেন্স লিমিটেডে প্ৰতিৰক্ষা কৰ্মীসকলৰ বাবে এটা পেকেজযুক্ত মটৰ বীমা সেৱা প্ৰ’শ্বিল্ড মুকলি কৰিছে। ইয়াৰ লগতে কোম্পানীটোৱে সংযোজিত বাহন আৰু ক্ৰমবৰ্ধমান গতিশীলতাৰ বিপদাশংকাসমূহক লক্ষ্য কৰি পৰৱৰ্তী প্ৰজন্মৰ মটৰ বীমা উপহাৰ ভিপে ২.০ মুকলি কৰিছে। প্ৰ’শ্বিল্ড-এ সামৰিক জীৱনৰ স্বকীয় প্ৰয়োজনীয়তাসমূহ পূৰণ কৰে, যাৰ ভিতৰত সঘনাই হোৱা বদলি আৰু পোষ্টিঙৰ সময়ত বাহনৰ স্থানান্তৰকৰণ অন্যতম। এই সেৱাই বাহন স্থানান্তৰকৰণ সুৰক্ষা প্ৰদান কৰে, য’ত অনুজ্ঞাপত্ৰপ্ৰাপ্ত কেৰিয়াৰৰ জৰিয়তে পৰিবহন কৰা বাহনৰ বাবে পলিচী সম্প্ৰসাৰণ, যোগ্য ন' ক্লেইম বোনাছ সুৰক্ষা, বাহন দুৰ্ঘটনাৰ পিছত বিলম্ব হোৱা বিমান আৰু হোটেলৰ খৰচৰ বাবে ভ্ৰমণ জৰুৰীকালীন সুবিধা আৰু বীমাকাৰী তথা পত্নী/গিৰীয়েকৰ…
Read More
এই সাহায্য ৰাজ্যখনৰ বান সাহায্য আৰু পুনৰ্সংস্থাপন প্ৰচেষ্টাৰ বাবে আগবঢ়োৱা হৈছে

এই সাহায্য ৰাজ্যখনৰ বান সাহায্য আৰু পুনৰ্সংস্থাপন প্ৰচেষ্টাৰ বাবে আগবঢ়োৱা হৈছে

ইণ্ডিয়ান অভাৰচিজ বেংকে (IOB) ইয়াৰ কৰ্পোৰেট সামাজিক দায়বদ্ধতা (CSR) পদক্ষেপৰ অধীনত অসমৰ বানপীড়িত ৰাইজক সহায় কৰিবলৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫০ লাখ টকাৰ বৰঙণি আগবঢ়াইছে। আইঅ'বি (IOB) ৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ এটা প্ৰতিনিধি দলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এই বৰঙণিৰ ধন হস্তান্তৰ কৰে। এই প্ৰতিনিধি দলটোত মুখ্য আঞ্চলিক প্ৰবন্ধক শ্ৰী ৰাজীৱ কুমাৰ, সহকাৰী মহাপ্ৰবন্ধক শ্ৰী অনুৰাগ সিং ক্ষত্ৰিয় আৰু মুখ্য প্ৰবন্ধক শ্ৰী পুষ্কৰ সিং আছিল। সাহায্য প্ৰচেষ্টাত বেংকৰ সহযোগিতা সম্পৰ্কে ইণ্ডিয়ান অভাৰচিজ বেংকৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া (CEO) শ্ৰী অজয় কুমাৰ শ্ৰীবাস্তৱে কয়, "এই সংকটৰ সময়ত বেংকে অসমৰ ৰাইজৰ সৈতে একাত্মতা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ…
Read More
পুনৰুদ্ধাৰ কাৰ্যসূচী অব্যাহত থকাৰ মাজতে বন্যাৰ্তক সহায়ৰ বাবে ১ কোটি টকাৰ বৰঙণি ইউনাইটেড ব্ৰুৱাৰিজৰ

পুনৰুদ্ধাৰ কাৰ্যসূচী অব্যাহত থকাৰ মাজতে বন্যাৰ্তক সহায়ৰ বাবে ১ কোটি টকাৰ বৰঙণি ইউনাইটেড ব্ৰুৱাৰিজৰ

হাইনেকেন কোম্পানীৰ অধীনস্থ ইউনাইটেড ব্ৰুৱাৰিজ লিমিটেড(ইউবিএল)-এ অসমৰ বান সাহায্য আৰু পুনৰুদ্ধাৰ ক্ষিপ্ৰ কৰি তুলিবলৈ ১ কোটি টকাৰ বৰঙণি আগবঢ়াইছে। চলিত বৰ্ষৰ বলিয়া বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ সাহায্য আৰু পুনৰ্সংস্থাপনৰ বাবে চলাই থকা প্ৰচেষ্টাৰ অংশ হিচাপে কোম্পানীটোৱে এই অনুদান আগবঢ়ায়। মঙলবাৰে গুৱাহাটীত ইউনাইটেড ব্ৰুৱাৰিজ লিমিটেড(ইউবিএল)ৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বিবেক গুপ্তাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত এই ১ কোটি টকাৰ অনুদানৰ চেকখন অৰ্পণ কৰে। এই ধনেৰে ভয়াৱহ বানত ঘৰ-দুৱাৰ, কৃষিভূমি আৰু আন্তঃগাঁথনি নষ্ট-ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে ৰাজ্য চৰকাৰে চলাই থকা সাহায্য আৰু পুনৰ্সংস্থাপন কাৰ্যসূচীত বিশেষ সহায়ক হ’ব। বিবেক গুপ্তাই কয় যে, অসম সদায় ইউনাইটেড ব্ৰুৱাৰিজ(ইউবিএল)ৰ যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ অংশ…
Read More
ভাৰতীয় বজাৰত এতিয়া উপলব্ধ এইচপি অম্নিপেড ১২, মূল্য ৪৮,৯৯৯ টকা; শিক্ষাৰ্থী আৰু এমএছএমইৰ বাবে হ’ব বিশেষ সুবিধা

ভাৰতীয় বজাৰত এতিয়া উপলব্ধ এইচপি অম্নিপেড ১২, মূল্য ৪৮,৯৯৯ টকা; শিক্ষাৰ্থী আৰু এমএছএমইৰ বাবে হ’ব বিশেষ সুবিধা

এইচপি ইণ্ডিয়াই ভাৰতত প্ৰথমবাৰৰ বাবে মুকলি কৰিছে এইচপি অম্নিপেড ১২—যি এক ২-ইন-১ ডিভাইচ। এই ডিভাইচটো বিশেষকৈ ছাত্ৰ-ছাত্ৰী, প্ৰথমবাৰ ব্যৱহাৰকাৰী, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু যুৱ কৰ্মজীৱীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে, যিসকলে লেপটপৰ দৰে কাম কৰাৰ সুবিধা আৰু টেবলেটৰ দৰে কঢ়িয়াই লৈ ফুৰাৰ সহজ উপায় বিচাৰে। ইয়াত এটা ডিটাচেবল (খুলিব পৰা) কি’বৰ্ড আছে, যাৰ সহায়ত ব্যৱহাৰকাৰীয়ে প্ৰয়োজন অনুসৰি ইয়াক টাচ-ভিত্তিক টেবলেট বা লেপটপ ষ্টাইলতো ব্যৱহাৰ কৰিব পাৰে। এই ডিভাইচটো কোৱালকম স্নেপড্ৰেগন প্ৰচেছৰ আৰু এণ্ড্ৰইড ১৬ অপাৰেটিং চিষ্টেমৰ দ্বাৰা পৰিচালিত। এইচপি অম্নিপেড ১২ত আছে ১২ ইঞ্চিৰ ২কে মাল্টি-টাচ্চ ডিচপ্লে, যাৰ এছপেক্ট ৰেছিঅ’ ১৬:১০, ব্ৰাইটনেছ ৪০০ নিটছ পৰ্যন্ত আৰু ৰিফ্ৰেছ ৰেট ৯০হাৰ্টজ পৰ্যন্ত।…
Read More
প্ৰযুক্তিত বিনিয়োগে আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফক সঞ্চয় ব্যয়ৰ অনুপাত হ্ৰাস কৰাত কৰিছে সহায়

প্ৰযুক্তিত বিনিয়োগে আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফক সঞ্চয় ব্যয়ৰ অনুপাত হ্ৰাস কৰাত কৰিছে সহায়

আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সে ২০২৭ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত নিজৰ সঞ্চয় ব্যয় আৰু প্ৰিমিয়ামৰ অনুপাত ১৩.৬ শতাংশলৈ হ্ৰাস কৰিছে, যি পূৰ্বৱৰ্তী বৰ্ষৰ তুলনাত ৫০ বেচিচ পইণ্ট কম। প্ৰযুক্তি, স্বয়ংক্ৰিয়কৰণ আৰু ব্যয় অনুকূলীকৰণৰ পদক্ষেপসমূহত ধাৰাবাহিক বিনিয়োগৰ ফলত এই সফলতা লাভ কৰা হৈছে, যাৰ ফলত ব্যৱসায়িক বৃদ্ধিৰ সমান্তৰালভাৱে কাৰ্যক্ষমতাও উন্নত হৈছে। বীমা প্ৰতিষ্ঠানটোৱে জানিবলৈ দিয়ে যে ডিজিটেল ৰূপান্তৰে গ্ৰাহক আহৰণ, পলিচী সেৱা, আণ্ডাৰৰাইটিং আৰু দাবী ব্যৱস্থাপনা আদিৰ দৰে গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়াসমূহক সুশৃংখলিত কৰি তুলিছে। ২০২৭ বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ ভিতৰত প্ৰায় ৫৮ শতাংশ পলিচী ডিজিটেল কেৱাইচি প্ৰক্ৰিয়া ব্যৱহাৰ কৰি জাৰি কৰিছিল, আনহাতে প্ৰায় ৫৪ শতাংশ সঞ্চয় পলিচী একে দিনাই জাৰি হৈছিল, যিয়ে প্ৰযুক্তি-সক্ষম কাৰ্যপ্ৰণালীৰ…
Read More