ব্যৱসায়

নেচলে ইণ্ডিয়াৰ বায়’ডাইজেষ্টাৰ প্ৰকল্পৰ জৰিয়তে দুগ্ধ পালকৰ বহনক্ষমতাৰ লক্ষ্যক সমৰ্থন

নেচলে ইণ্ডিয়াৰ বায়’ডাইজেষ্টাৰ প্ৰকল্পৰ জৰিয়তে দুগ্ধ পালকৰ বহনক্ষমতাৰ লক্ষ্যক সমৰ্থন

নেচলে ইণ্ডিয়াই দায়িত্বশীল আৰু বিশ্বাসযোগ্য উৎসৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰি গৰুৰ গোবৰক নিষ্কাষণ কৰি জৈৱ গেছলৈ ৰূপান্তৰিত কৰি দুগ্ধ পামৰ পৰা নিৰ্গমন হ্ৰাস কৰাৰ বাবে ‘বায়’ডাইজেষ্টাৰ প্ৰকল্প’ৰ ৰূপায়ণ কৰিছে। গেছলৈ ৰূপান্তৰৰ পিছত বাকী থকা গোবৰখিনি প্ৰাকৃতিক সাৰ হিচাপে ব্যৱহাৰ কৰা হয়, যিয়ে কৃষিভূমিত পুনৰুত্পাদনশীল কৃষি পদ্ধতিত অৰিহণা যোগায়।  এই পদক্ষেপৰ অংশ হিচাপে নেচলে ইণ্ডিয়াই সমগ্ৰ পঞ্জাৱ আৰু হাৰিয়ানাৰ ২৪খন জিলাত প্ৰায় ৭০টা বৃহৎ বায়’ডাইজেষ্টাৰ আৰু ৩,০০০ৰো অধিক ক্ষুদ্ৰ বায়’ডাইজেষ্টাৰ প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াইছে। ভাৰতৰ ক্ষুদ্ৰ দুগ্ধ পামবোৰে জৈৱ ডাইজেষ্টাৰ ব্যৱহাৰ কৰি এক নৱীকৰণযোগ্য শক্তিৰ উৎস হিচাপে জৈৱ গেছক গুৰুত্ব প্ৰদানেৰে জিএইচজি নিৰ্গমন হ্ৰাস কৰিছে। গোবৰৰ এই জৈৱসাৰ ব্যৱহাৰৰ ফলত মাইক্ৰ'বিয়েল…
Read More
ছিজনটোৰ বাবে প্ৰয়োজনীয় সকলো ডেনিম ফিট সামগ্ৰী পাব লিভাইছ®ত

ছিজনটোৰ বাবে প্ৰয়োজনীয় সকলো ডেনিম ফিট সামগ্ৰী পাব লিভাইছ®ত

গ্ৰীষ্মকাল পালেহিয়েই, গৰমৰ দিনকেইটাৰ বাবে মুকলি কৰা লিভাইছ® ৰ নতুন ফিট পোছাকবোৰ দেখিলে আপুনি প্ৰেমত পৰিব। সকলোৱে বাছনি কৰিব পৰাকৈ ১৫ ফিট পোছাক সাজু য'ত আছে ৰেট্ৰ'-ইনস্পায়াৰড ফ্লেয়াৰ, লেইড-বেক লুজ আৰু টাইমলেছ ক্লাছিক ষ্ট্ৰেইট - প্ৰতিটো মেজাজ, ষ্টাইল আৰু অনুষ্ঠানতে খাপ খোৱাকৈ সকলোৰে বাবে কিবা নহয় কিবা এবিধ সামগ্ৰী সাজু কৰি তোলা হৈছে। ব্ৰেণ্ডটোৰ শেহতীয়া কেম্পেইন “নিউ ফিটছ, ইনফিনিট পচিবিলিটিজ”ৰ বাবে শেহতীয়াকৈ ব্ৰেণ্ড এম্বেছাদৰ তথা ফেশ্বন আইকন দীপিকা পাডুকনক ফিটত অন্তৰ্ভুক্ত কৰা হৈছে। গৰম অহাৰ লগে লগে তাপমাত্ৰা বৃদ্ধিৰ সৈতে খাপ খোৱাকৈ ঢিলা ৰূপ দি সহজ কৰি ৰাখিব পৰাকৈ লুজ ফিট ডিজাইন কৰা হৈছে যাতে ৯০ দশকৰ অনুপ্ৰাণিত ষ্টাইল প্ৰদানৰ…
Read More
নিছান মটৰ ইণ্ডিয়াই নতুন দিল্লীত সম্প্ৰসাৰণ কৰিলে সেৱাকেন্দ্ৰৰ সংখ্যা, ২৭০সংখ্যক টাচ্চপইণ্ট ঘোষণা

নিছান মটৰ ইণ্ডিয়াই নতুন দিল্লীত সম্প্ৰসাৰণ কৰিলে সেৱাকেন্দ্ৰৰ সংখ্যা, ২৭০সংখ্যক টাচ্চপইণ্ট ঘোষণা

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে (এনএমআইপিএল) ভাৰতত নিজৰ নেটৱৰ্ক ২৭০ টাচ্চপইণ্টলৈ সম্প্ৰসাৰণ আৰু নতুন দিল্লীত একেলগে ৪টা নতুন গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে, য’ত আছে এটা নতুন শ্ব’ৰুম, দুটা ডিছপ্লে চেণ্টাৰ আৰু এটা বডী শ্বপৰ সৈতে এটা চাৰ্ভিছ চেণ্টাৰ। নতুন দিল্লীৰ মতি নগৰত অৱস্থিত জুবিলেণ্ট নিছান শ্ব’ৰুমৰ মুঠ মাটিকালি হৈছে প্ৰায় ৫৫০০ বৰ্গফুট। আনহাতে প্ৰশান্ত বিহাৰ আৰু দ্বাৰকাৰ ডিছপ্লে চেণ্টাৰ দুটাৰ আকাৰ হৈছে ক্ৰমে ২৮০০ বৰ্গফুট আৰু ২০০০ বৰ্গফুটতকৈ অধিক এলেকাত বিস্তৃত। ৰামা ৰোডস্থিত চাৰ্ভিছ চেণ্টাৰ আৰু বডী শ্বপটো ইটোৱে সিটোৰ প্ৰায় সমীপতে অৱস্থিত আৰু দুয়োটাৰে আকাৰ ক্ৰমে প্ৰায় ৭২৫০ বৰ্গফুট আৰু ৭৯৫০ বৰ্গফুট।নিছান ইণ্ডিয়া অপাৰেচনৰ অধ্যক্ষ…
Read More
এনএছইয়ে বিনিয়োগৰ দিগন্ত সম্প্ৰসাৰণ কৰি নিফটিএনএক্সটি৫০ লেনদেন মুকলি কৰিছে

এনএছইয়ে বিনিয়োগৰ দিগন্ত সম্প্ৰসাৰণ কৰি নিফটিএনএক্সটি৫০ লেনদেন মুকলি কৰিছে

বিশ্বৰ আগশাৰীৰ ডেৰাইভেটিভ এক্সচেঞ্জ(বিত্তীয় লেনদেনকাৰী) নেচনেল ষ্টক এক্সচেঞ্জ অৱ ইণ্ডিয়া(এনএছই)ই  ২০২৪ৰ ২৪ এপ্ৰিলৰ পৰা নিফটি নেক্সট ৫০ সূচক(নিফটিএনএক্সটি৫০)ত ডেৰিভেটিভ প্ৰৱৰ্তন কৰিবলৈ প্ৰস্তুতি চলাইছে। ইণ্ডিয়ান চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ড(ছেবি)ৰ অনুমোদনৰ পিছত এনএছইৰ ডেৰিভেটিভ অফাৰবোৰত গুৰুত্বপূৰ্ণ সম্প্ৰসাৰণৰ পদক্ষেপ হাতত লৈছে।নিফটিএনএক্সটি৫০ৰ ডেৰাইভেটিভসমূহত ৩টা ধাৰাবাহিক মাহিলী সূচকাংক ভৱিষ্যতৰ বাবে আৰু সূচকাংক বিকল্প চুক্তি চক্ৰত অন্তৰ্ভুক্ত কৰা হ’ব, এই সকলোবোৰ নগদ ধনেৰে নিষ্পত্তি কৰা হ’ব, যাৰ ম্যাদ উকলি যোৱা মাহটোৰ শেষ শুকুৰবাৰে হ’ব। নিফটি ৫০ৰ সমগ্ৰ প্ৰতিষ্ঠানক বাদ দি নিফটি নেক্সট ৫০ সূচকাংকই নিফটি ১০০ৰ পৰা ৫০টা প্ৰতিষ্ঠানক প্ৰতিনিধিত্ব কৰে। ২০২৪ চনৰ মাৰ্চ মাহলৈকে এই সূচকাংকই বিত্তীয় সেৱা, মূলধনী সামগ্ৰী আৰু গ্ৰাহক সেৱাৰ পৰা উল্লেখযোগ্য…
Read More
ঘৰুৱা মনোৰঞ্জনত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ চেমচাঙে ভাৰতত মুকলি কৰিলে এআই-চালিত টিভি

ঘৰুৱা মনোৰঞ্জনত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ চেমচাঙে ভাৰতত মুকলি কৰিলে এআই-চালিত টিভি

ভাৰতৰ সৰ্ববৃহৎ গ্ৰাহক ইলেক্ট্ৰনিকছ প্ৰতিষ্ঠান চেমচাঙে বেংগালুৰুৰ চেমচাং অপেৰা হাউছত আয়োজিত ‘আনবক্স এণ্ড ডিস্কভাৰ’ অনুষ্ঠানত নিজৰ আল্ট্ৰা প্ৰিমিয়াম নিঅ’ কিউএলইডি ৮কে, নিঅ’ কিউএলইডি ৪কে আৰু অ’এলইডি টিভি মুকলি কৰি এআই টিভি মুকলি কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। ২০২৪ত মুকলি কৰা শেহতীয়া নিঅ' কিউএলইডি ৮কে, নিঅ’ কিউএলইডি ৪কে আৰু অ’এলইডি টিভিসমূহে শক্তিশালী, এআই-চালিত সমাধানৰ সৈতে আপোনাৰ ঘৰুৱা মনোৰঞ্জনৰ অভিজ্ঞতাক উন্নীত কৰিব। ছেমছাঙৰ নিঅ' কিউএলইডি ৮কেত এনকিউ৮ এআই জেন৩ প্ৰচেছৰ আছে, যাক এআই টিভি প্ৰযুক্তিৰ যুগান্তকাৰী ঢাপ ৰূপে গণ্য কৰা হয়। এই প্ৰচেছৰে পূৰ্বৰ প্ৰচেছৰৰ দুগুণ গতি আৰু স্নায়ু নেটৱৰ্কত ৬৪ৰ পৰা ৫১২লৈ আঠগুণ শক্তি প্ৰদান কৰে, যিয়ে ইনপুট উৎস নিৰ্বিশেষে ক্ৰিস্প…
Read More
ৰাইডিঙৰ বিপ্লৱ : স্মাৰ্ট কী প্ৰযুক্তিৰ ব্যৱহাৰেৰে প্ৰথমবাৰলৈ মুকলি হ’ল য়ামাহাৰ এৰক্স ১৫৫ ভাৰ্ছন এছ 

ৰাইডিঙৰ বিপ্লৱ : স্মাৰ্ট কী প্ৰযুক্তিৰ ব্যৱহাৰেৰে প্ৰথমবাৰলৈ মুকলি হ’ল য়ামাহাৰ এৰক্স ১৫৫ ভাৰ্ছন এছ 

ইণ্ডিয়া য়ামাহা মটৰ (আইৱাইএম) প্ৰাইভেট লিমিটেডে 'দ্য কল অৱ দ্য ব্লু' ব্ৰেণ্ড অভিযানৰ সৈতে সংগতি ৰাখি আজি এৰক্স ১৫৫ সংস্কৰণ মুকলি কৰিছে, যিখন বাহনে প্ৰদৰ্শন, ষ্টাইল আৰু উদ্ভাৱনৰ মনোভাৱ কঢ়িয়াই আনিছে। মেক্সি-স্পৰ্টছ স্কুটাৰৰ শেহতীয়া ভাৰ্ছনে উন্নত স্মাৰ্ট কী প্ৰযুক্তিৰ সৈতে উপলব্ধ, যাৰ উদ্দেশ্য হৈছে নগৰীয় ছেটিংছ বা সুবিধাৰ জৰিয়তে চালকসকলৰ সুবিধা আৰু সুৰক্ষা বৃদ্ধি কৰা। এৰক্স ১৫৫ সংস্কৰণ এছ স্কুটাৰত এটা স্মাৰ্ট কী আছে যিয়ে ভিৰ থকা অঞ্চল সহজে চিনাক্ত কৰি নগৰীয়া গতিশীলতা বৃদ্ধি কৰে। এৰক্স ১৫৫ সংস্কৰণ এছ স্কুটাৰৰ এনছাৰ-বেক সামৰ্থ্যই সহজ চিনাক্তকৰণৰ বাবে ফ্লেছিং ব্লিংকাৰ আৰু বাজাৰ শব্দ সক্ৰিয় কৰি ৰাখে। চাবিবিহীন ইগনিশ্বনে ষ্টাৰ্টআপ প্ৰক্ৰিয়াটো সহজ কৰি মেনুৱেল…
Read More
অসমৰ ১৫গৰাকী মহিলা নেত্ৰীক অপ্ৰাভ এনাৰ্জী আৰু চিআইআই ফাউণ্ডেচনৰ সম্বৰ্ধনা

অসমৰ ১৫গৰাকী মহিলা নেত্ৰীক অপ্ৰাভ এনাৰ্জী আৰু চিআইআই ফাউণ্ডেচনৰ সম্বৰ্ধনা

অপ্ৰাভ এনাৰ্জীয়ে ভাৰতৰ এক আগশাৰীৰ অ-লাভজনক সংস্থা চিআইআই ফাউণ্ডেচনৰ সৈতে সহযোগিতা কৰি অসমৰ সমাজ পৰিৱৰ্তনৰ নেতৃত্ব প্ৰদান কৰা ১৫গৰাকী মহিলাক সন্মানিত কৰে। আপ্ৰাভ এনাৰ্জীৰ সহায়ক সংস্থা আপ্ৰাভ স্মাৰ্ট মিটাৰ প্ৰাইভেট লিমিটেডৰ 'এম্পাৱাৰিং চেম্পিয়ন অৱ চেঞ্জ' পদক্ষেপৰ অধীনত অসমৰ পিছপৰা সম্প্ৰদায়ৰ ১০০০ৰো অধিক মহিলাক আগুৱাই যোৱাৰ সুবিধা প্ৰদান কৰা হৈছে। এপিডিচিএলৰ বঙাইগাঁও জ'ন(কোকৰাঝাৰ ইচি, বৰপেটা ইচি আৰু বঙাইগাঁও ইচি)ৰ জেনেৰেল মেনেজাৰ বিজয়া বড়ো, কোকৰাঝাৰ ইচিৰ মুখ্য কাৰ্যবাহী বিষয়া ৰুবুল নাথ আৰু আপ্ৰাভ এনাৰ্জীৰ প্ৰতিনিধিসকলৰ সৈতে মহিলা নেত্ৰীসকলক এই সন্মান প্ৰদান কৰে। বিজয়া বড়োৱে অনুষ্ঠানটোত সন্মানিত কৰা ১৫ গৰাকী মহিলা চেম্পিয়নক অভিনন্দন জনাই কয় যে, "সমাজৰ বাবে পৰিৱৰ্তনৰ অনুঘটক হৈ বহুজনক অনুপ্ৰেৰণা…
Read More
টিকেএমে মুকলি কৰিলে নিউ টয়োটা হাইক্ৰছ পেট্ৰ’ল জিএক্স (অ’) গ্ৰেড 

টিকেএমে মুকলি কৰিলে নিউ টয়োটা হাইক্ৰছ পেট্ৰ’ল জিএক্স (অ’) গ্ৰেড 

টয়োটা কিৰ্লস্কাৰ মটৰে (টিকেএম) ইনোভা হাইক্ৰছ দ্য জিএক্স (অ’) বাহনৰ পেট্ৰ’ল ভেৰিয়েণ্টত নতুন গ্ৰেড প্ৰৱৰ্তন কৰিছে, যিয়ে গ্ৰাহক-প্ৰথম সংস্কৃতিৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে আৰু নিজৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিছে। ইনোভা হাইক্ৰছ বাহনসূচীৰ শেহতীয়া সংযোজনে ১০তকৈও অধিক উন্নত আৰাম আৰু প্ৰযুক্তিৰ বৈশিষ্ট্য প্ৰদান কৰিছে যাৰ ফলত অধিক সুবিধা বিচৰা গ্ৰাহকসকলৰ বাবে মূল্য প্ৰস্তাৱৰ মাত্ৰাক ন ৰূপ দিয়া হৈছে। ইতিমধ্যে ইনোভা হাইক্ৰছ দ্য জিএক্স (অ’) গ্ৰেডৰ বুকিং মুকলি কৰা হৈছে আৰু ২০২৪ৰ ১৫ এপ্ৰিলৰ পৰা ডেলিভাৰী আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ইনোভা হাইক্ৰছ পেট্ৰ'ল জিএক্স (অ') পেট্ৰ'ল ভেৰিয়েণ্টে এলইডি ফগ লেম্প, পাৰ্কিং চেন্সৰ আৰু পিছফালৰ ডিফগৰৰ সৈতে এক উদ্যমী বাহ্যিক, চেষ্টনাট-থিমযুক্ত ইণ্টেৰিঅৰ, ছফট…
Read More
গুৱাহাটীত মুকলিৰ বাবে সাজু ফ্লিপকাৰ্টৰ ভিআইপি প্ৰগ্ৰাম, অনলাইন বজাৰ কৰা লোকৰ বাবে একচেটিয়া সঞ্চয়ৰ সুযোগ

গুৱাহাটীত মুকলিৰ বাবে সাজু ফ্লিপকাৰ্টৰ ভিআইপি প্ৰগ্ৰাম, অনলাইন বজাৰ কৰা লোকৰ বাবে একচেটিয়া সঞ্চয়ৰ সুযোগ

ফ্লিপকাৰ্টে গুৱাহাটীত নিজৰ বহু প্ৰত্যাশিত ভিআইপি চাবস্ক্ৰিপচন প্ৰগ্ৰেম আৰম্ভ কৰিছে, যাৰ জৰিয়তে বুদ্ধিদীপ্ত অনলাইন ক্ৰেতাসকলৰ বাবে বিশেষভাৱে সাজু কৰা একচেটিয়া সুবিধা আগবঢ়াইছে। বেংগালুৰু, দিল্লী-এনচিআৰ, কলকাতা আৰু মুম্বাইৰ দৰে মহানগৰসমূহত লাভ কৰা বিশেষ সফলতাৰ পিছত ফ্লিপকাৰ্ট ভিআইপিয়ে এতিয়া গুৱাহাটীত নিজৰ প্ৰিমিয়াম পাৰ্ক সম্প্ৰসাৰণ কৰিছে, যিয়ে দেশজোৰা সম্প্ৰসাৰণ কৌশলত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। ৪৯৯ টকাৰ বাৰ্ষিক মেম্বাৰশ্বিপ মাচুলৰ বিনিময়ত ফ্লিপকাৰ্ট ভিআইপি গ্ৰাহকসকলে দ্ৰুত ডেলিভাৰী, ছুপাৰকইন ব্যৱহাৰ কৰি ৫% অতিৰিক্ত সঞ্চয় আৰু সমৰ্পিত গ্ৰাহক সমৰ্থনকে ধৰি একাধিক বিশেষাধিকাৰৰ সুযোগ লাভ কৰিব। উল্লেখযোগ্য যে, নতুন ভিআইপি গ্ৰাহকে সীমিত সময়ৰ অফাৰৰ মূলধন হিচাপে লৈ নিজৰ গেলামাল(গ্ৰচাৰী)ৰ অৰ্ডাৰত সৰ্বাধিক সঞ্চয় কৰিব পাৰে, যাৰ…
Read More
জাপানত নিছানে মুকলি কৰিলে সম্পূৰ্ণ ছলিড অৱস্থাৰ বেটাৰী পাইলট লাইন

জাপানত নিছানে মুকলি কৰিলে সম্পূৰ্ণ ছলিড অৱস্থাৰ বেটাৰী পাইলট লাইন

নিছানে জাপানৰ কানাগাৱা প্ৰিফেকচাৰৰ য়োকোহামা প্লাণ্টত নিৰ্মাণৰত থকা  সম্পূৰ্ণ ছলিড অৱস্থাৰ বেটাৰীৰ শেহতীয়া সূচী সংবাদ মাধ্যমৰ জৰিয়তে আনুষ্ঠানিকভাৱে প্ৰদৰ্শন কৰিলে। বেটাৰীৰ শেহতীয়া প্ৰযুক্তিৰ অগ্ৰগতি আৰু উদ্ভাৱনীমূলক উৎপাদন প্ৰযুক্তিৰ প্ৰসাৰ কৰাই হৈছে এই পাইলট লাইনৰ লক্ষ্য। নিছানে মলিকিউলাৰ লেভেল(আণৱিক স্তৰ)ৰ বেটাৰী সামগ্ৰী, বৈদ্যুতিক বাহনৰ বিকাশ, ইভি বাহনক ষ্ট’ৰেজ বেটাৰী হিচাপে ব্যৱহাৰ কৰি চহৰৰ উন্নয়নকে ধৰি বিভিন্ন ক্ষেত্ৰত গৱেষণা আৰু উন্নয়ন আগবঢ়াই নতুন ৰূপ দিয়াৰ প্ৰয়াস কৰিছে। এই অভিজ্ঞতা ব্যৱহাৰ কৰি নিছানে ব্যৱহাৰিক ৰূপায়ণৰ লক্ষ্যৰে নিজৰ অগ্ৰগতিও অব্যাহত ৰাখিছে। সম্পূৰ্ণ কঠিন অৱস্থাৰ বেটাৰী হৈছে বৰ্তমানৰ প্ৰচলিত লিথিয়াম-আয়ন বেটাৰীৰ দুগুণ শক্তি ঘনত্ব প্ৰদানৰ লগতে অধিক চাৰ্জ আৰু ডিচাৰ্জ কাৰ্য্যক্ষমতাৰ বাবে চাৰ্জিং সময় যথেষ্ট…
Read More