ব্যৱসায়

নিৰৱচ্ছিন্ন প্ৰিমিয়াম পেমেণ্টৰ বাবে হোৱাটছএপৰ সৈতে অংশীদাৰিত্ব বাজাজ এলিয়াঞ্জ লাইফৰ

নিৰৱচ্ছিন্ন প্ৰিমিয়াম পেমেণ্টৰ বাবে হোৱাটছএপৰ সৈতে অংশীদাৰিত্ব বাজাজ এলিয়াঞ্জ লাইফৰ

দেশৰ আগশাৰীৰ ব্যক্তিগত জীৱন বীমা প্ৰতিষ্ঠান বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সে মেটাৰ সৈতে অংশীদাৰিত্বৰে লাখ লাখ ভাৰতীয় গ্ৰাহকৰ মাজত সহজ যোগাযোগ আৰু সেৱা এপ হোৱাটছএপৰ জৰিয়তে প্ৰিমিয়াম পেমেণ্ট বিকল্প আগবঢ়াইছে। বাজাজ এলিয়াঞ্জ লাইফে হোৱাটছএপৰ জৰিয়তে প্ৰিমিয়াম পেমেণ্ট সেৱা বৃদ্ধি কৰিছে, যাৰ ফলত গ্ৰাহকে নিজৰ পলিচী আৰু পেমেণ্ট একে ঠাইতে বাধাহীনভাৱে পৰিচালনা কৰিব পাৰিব। নেট বেংকিং, ক্ৰেডিট কাৰ্ড অথবা ইউপিআইৰ জৰিয়তে পোনপটীয়াকৈ হোৱাটছএপ ইণ্টাৰফেছৰ ভিতৰত প্ৰিমিয়াম দিব পাৰিব। বাজাজ এলিয়াঞ্জ লাইফে হোৱাটছএপ পে নামৰ এক নতুন পেমেণ্ট পদ্ধতি প্ৰৱৰ্তন কৰিছে, যাৰ উদ্দেশ্য হৈছে পেমেণ্ট প্ৰক্ৰিয়াটো সুশৃংখল কৰাৰ লগতে গ্ৰাহকৰ অভিজ্ঞতা উন্নত কৰা। এই নতুন সুবিধাই বিভিন্ন এপসমূগ সলনি কৰাৰ প্ৰয়োজনীয়তা নোহোৱা কৰি…
Read More
আশীৰ্বাদে অভিলেখ গঢ়িছিল ৰঙালী বিহুক ৰেকৰ্ড ভংগ কৰা বিহু নৃত্যৰ সৈতে উদযাপন কৰে

আশীৰ্বাদে অভিলেখ গঢ়িছিল ৰঙালী বিহুক ৰেকৰ্ড ভংগ কৰা বিহু নৃত্যৰ সৈতে উদযাপন কৰে

দেশৰ সৰ্বাধিক বিক্ৰী হোৱা পেকেটযুক্ত আটা ব্ৰেণ্ড আশীৰ্বাদ আটাই প্ৰতি বছৰে অসময়ীৰ প্ৰাণৰ উত্সৱ ৰঙালী বিহুৰ মাদকতা উপভোগ কৰাৰ লগতে উদযাপন কৰি আহিছে। এইবেলি ৪ দিনীয়াকৈ ৰঙালী বিহুৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল, য'ত ভাগ লৈছিল ৯,০০০ৰো অধিক বিহুবলীয়া ৰাইজে, অংশগ্ৰহণকাৰীৰ এই অভূতপূৰ্ব সঁহাৰিয়ে ৰচিলে নতুন অভিলেখ, এই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছে আটাইতকৈ দীঘলীয়া বিহুৰ স্বীকৃতি প্ৰদান কৰিলে। ঐতিহ্যমণ্ডিত লতাশিলৰ বাকৰিত আয়োজিত আশীৰ্বাদ শুদ্ধ চাক্কি আটা পেণ্ডেলত অসমৰ বৰ্ণিল সংস্কৃতি প্ৰদৰ্শন কৰা হৈছিল, য’ত জাপি, ঢোল আৰু গামোচাৰ দৰে চিনাকি প্ৰতীকসমূহ প্ৰদৰ্শন কৰা হৈছিল। আনহাতে প্ৰতি মুহূৰ্ততে গুঞ্জৰিত ঢোলৰ গুমগুমনিয়ে অংশগ্ৰহণকাৰী আৰু দৰ্শকক মোহিত কৰিলে। আশীৰ্বাদ ব্ৰেণ্ডে অংশগ্ৰহণকাৰীসকলক নিজৰ এআই-উৎপন্ন…
Read More
নিৰ্বাচনী উদ্ভাৱন : নিৰ্বাচন আয়োগৰ সহযোগত ৰেপিডোৱে ভোটাৰৰ বাবে আগবঢ়াইছে বিনামূলীয়া বাইক ৰাইডৰ ব্যৱস্থা

নিৰ্বাচনী উদ্ভাৱন : নিৰ্বাচন আয়োগৰ সহযোগত ৰেপিডোৱে ভোটাৰৰ বাবে আগবঢ়াইছে বিনামূলীয়া বাইক ৰাইডৰ ব্যৱস্থা

ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাক সুদৃঢ় কৰাৰ দৃঢ় প্ৰতিশ্ৰুতিৰে ভাৰতৰ আগশাৰীৰ যাতায়ত এপ ৰেপিডোৱে "দায়িত্বৰ যাত্ৰা" পদক্ষেপ আৰম্ভ কৰি ৰাষ্ট্ৰীয় কৰ্তব্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ সহযোগত ৰেপিডোৱে লোকসভা নিৰ্বাচনৰ সময়ত নাগৰিক সংযোগৰ চেম্পিয়ন হোৱাৰ দিশে আগবাঢ়িছে। এই ঐতিহাসিক প্ৰচেষ্টাৰ অংশ হিচাপে ৰেপিডোৱে যোৰহাট আৰু গুৱাহাটীৰ দৰে ডাঙৰ চহৰক সামৰি সমগ্ৰ অসমৰ ভোটাৰক বিনামূলীয়াকৈ বাইক টেক্সি যাত্ৰা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে। নিৰ্বাচনৰ দিনা ভোটাৰসকলে ‘ভোট নাও’ কোড ব্যৱহাৰ কৰি ৰেপিডো এপত বিনামূলীয়াকৈ ৰাইডৰ সুবিধা ল’ব পাৰিব আৰু নিজৰ গণতান্ত্ৰিক অধিকাৰ ব্যৱহাৰ কৰিব পাৰিব। এই পদক্ষেপৰ লক্ষ্য হৈছে সাধাৰণ ৰাইজৰ ভোটাধিকাৰ সহজ কৰি তোলা আৰু অধিক অন্তৰ্ভুক্ত নিৰ্বাচনী প্ৰক্ৰিয়া নিশ্চিত…
Read More
সীমা অতিক্ৰমি স্বাস্থ্যসেৱা সহযোগিতাৰ বাবে চিকিৎসা পৰ্যটন সন্মিলনৰ আয়োজন কৰিছে ব্যতিক্ৰমে

সীমা অতিক্ৰমি স্বাস্থ্যসেৱা সহযোগিতাৰ বাবে চিকিৎসা পৰ্যটন সন্মিলনৰ আয়োজন কৰিছে ব্যতিক্ৰমে

অসমৰ আগশাৰীৰ আৰ্থ-সাংস্কৃতিক সংস্থা ব্যতিক্ৰম মাছডোৱে বাংলাদেশৰ ঢাকাৰ প্ৰতিষ্ঠিত ঢাকা ক্লাবত অহা ২১ এপ্ৰিল দেওবাৰে প্ৰথমবাৰলৈ ‘মেডিকেল টুৰিজিম কনক্লেভ’ নামৰ এক যুগান্তকাৰী অনুষ্ঠানৰ আয়োজন কৰিছে। ২১ এপ্ৰিলৰ পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই সন্মিলনৰ লক্ষ্য হৈছে পূব ভাৰত আৰু বাংলাদেশৰ স্বাস্থ্যসেৱা প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতা বৃদ্ধি আৰু সহজ কৰি তোলা, যাৰ ফলত চিকিৎসাৰ দিগন্ত যাতে সুদূৰপ্ৰসাৰী হয় আৰু সমগ্ৰ অঞ্চলটোতে স্বাস্থ্যসেৱাৰ সমাধানৰ পোষকতা কৰিব পৰা যায়। ব্যতিক্ৰম মাছডোৰ অধ্যক্ষ ড০ সৌমেন ভাৰতীয়ই অনুষ্ঠানটোৰ সম্ভাৱ্য প্ৰভাৱৰ আৰু ইতিবাচক দিশৰ ওপৰত আলোকপাত কৰি অনুষ্ঠানটোক লৈ যথেষ্ট প্ৰত্যাশা ব্যক্ত কৰে। "এই সন্মিলনে পূব ভাৰত আৰু বাংলাদেশৰ স্বাস্থ্যসেৱা প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ লগতে চিকিৎসাৰ…
Read More
ভোডাফোন আইডিয়া লিমিটেডৰ ২০২৪ৰ ১৮ এপ্ৰিল বৃহস্পতিবাৰে ১৮ হাজাৰ কোটি টকা মূল্যৰ অধিক ৰাজহুৱা অফাৰ মুকলিৰ পৰিকল্পনা

ভোডাফোন আইডিয়া লিমিটেডৰ ২০২৪ৰ ১৮ এপ্ৰিল বৃহস্পতিবাৰে ১৮ হাজাৰ কোটি টকা মূল্যৰ অধিক ৰাজহুৱা অফাৰ মুকলিৰ পৰিকল্পনা

ভোডাফোন আইডিয়া লিমিটেডে ২০২৪ৰ ১৮ এপ্ৰিলত ইকুইটি শ্বেয়াৰৰ অধিক ৰাজহুৱা অফাৰ(এফপিঅ’)ৰ বাবে বিড/অফাৰ মুকলি কৰিবলৈ সাজু হৈছে। মুঠ অফাৰৰ আকাৰত ইকুইটি শ্বেয়াৰৰ শেহতীয়া ইকুইটিসমূহ মুকলি কৰিব, যাৰ মুঠ পৰিমাণ হৈছে ১,৮০,০০০ মিলিয়ন [ ১৮,০০০ কোটি] পৰ্যন্ত। (“শেহতীয়া সংখ্যা”) (“মুঠ সংখ্যাৰ পৰিমাণ”)। অফাৰৰ প্ৰাইচ বেণ্ড ১০ টকাৰ পৰা ১১ টকা প্ৰতি ইকুইটি শ্বেয়াৰত নিৰ্ধাৰণ কৰা হৈছে। এই শ্বেয়াৰৰ বাবে নূন্যতম ১,২৯৮টা ইকুইটি আৰু তাৰ পিছত ১,২৯৮টা ইকুইটি শ্বেয়াৰৰ বহুগুণত নিবিদা কৰিব পাৰিব। (“প্ৰাইচ বেণ্ড”)। বিড /অফাৰ ২০২৪ৰ ১৮ এপ্ৰিল, বৃহস্পতিবাৰে মুকলি হ’ব আৰু ২২ এপ্ৰিল, সোমবাৰে বন্ধ হ’ব। এংকৰ ইনভেষ্টৰ নিবিদাৰ দিন ধাৰ্য কৰা হৈছে মঙলবাৰ অৰ্থাৎ ১৬ এপ্ৰিল, ২০২৪লৈ(“বিড /…
Read More
ভাৰতত বৈদ্যুতিক বাহন চাৰ্জিং অভিজ্ঞতাক ন ৰূপত প্ৰদান কৰিবলৈ টাটা মটৰ্ছ আৰু শ্বেলৰ যৌথ প্ৰয়াস

ভাৰতত বৈদ্যুতিক বাহন চাৰ্জিং অভিজ্ঞতাক ন ৰূপত প্ৰদান কৰিবলৈ টাটা মটৰ্ছ আৰু শ্বেলৰ যৌথ প্ৰয়াস

টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটী লিমিটেড (টিপিইএম) আৰু শ্বেল ইণ্ডিয়া মাৰ্কেটছ প্ৰাইভেট লিমিটেডে (চিএমপিএল) ভাৰতৰ বৈদ্যুতিক বাহন (ইভি) চাৰ্জিং আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে কৌশলগত অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। এক নন বাইণ্ডিং(অ-বাধ্যতামূলক) বুজাবুজি চুক্তিৰ জৰিয়তে আনুষ্ঠানিক ৰূপ দিয়া এই সহযোগিতা বহনক্ষম গতিশীলতাৰ দিশত ভাৰতৰ শেহতীয়া দৃশ্যপটক আগুৱাই নিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। ভাৰতীয় ৰাজপথত ১.৪ লাখৰো অধিক টাটা ইভিত শ্বেলৰ বিস্তৃত ইন্ধন ষ্টেচনৰ নেটৱৰ্ক আৰু টিপিইএমৰ গভীৰ অন্তৰ্দৃষ্টিৰ সহায়ত এই অংশীদাৰিত্বৰ জৰিয়তে সমগ্ৰ ভাৰততে কৌশলগতভাৱে অৱস্থিত স্থানত ৰাজহুৱা চাৰ্জিং ষ্টেচনৰ নেটৱৰ্ক স্থাপন কৰাৰ লক্ষ্য ৰাখিছে। এই ষ্টেচনসমূহে টাটা ইভিৰ গৰাকীসকলৰ ক্ৰমবৰ্ধমান প্ৰয়োজনীয়তা পূৰণ কৰিব, যাৰ ফলত নিৰ্ভৰযোগ্য চাৰ্জিং…
Read More
জিই এৰোস্পেচৰ পৃথকীকৰণ: ভাৰ্নোভাৰ পৰা পৃথকীকৰণৰ পিছত স্বতন্ত্ৰ, বিনিয়োগ-গ্ৰেড প্ৰতিষ্ঠান হিচাপে উত্থান

জিই এৰোস্পেচৰ পৃথকীকৰণ: ভাৰ্নোভাৰ পৰা পৃথকীকৰণৰ পিছত স্বতন্ত্ৰ, বিনিয়োগ-গ্ৰেড প্ৰতিষ্ঠান হিচাপে উত্থান

জিই ভাৰ্নোভাৰ পৃথকীকৰণ সম্পূৰ্ণ হোৱাৰ পিছত জিই এৰ’স্পেছে বিমানৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰা এটা স্বতন্ত্ৰ ৰাজহুৱা প্ৰতিষ্ঠান হিচাপে আনুষ্ঠানিকভাৱে মুকলিৰ কথা ঘোষণা কৰিছে। জিই এৰ’স্পেছে নিউয়ৰ্ক ষ্টক এক্সচেঞ্জত “জিই” টিকাৰৰ অধীনত ব্যৱসায় আগবঢ়াই নিব। ২০২৪ৰ ২ এপ্ৰিলৰ পুৱা ৯.৩০ বজাত এনৱাইএছইত জিই এৰ’স্পেচ আৰু জিই ভাৰ্নোভাই একেলগে শুভাৰম্ভণিৰ ঘণ্টা বজাব। জিই এৰ’স্পেচৰ আৰম্ভণিৰ লগে লগে কোম্পানীটোৱে বহু বছৰীয়া বিত্তীয় আৰু কাৰ্যকৰী ৰূপান্তৰৰ সামৰণি মাৰিছে। জিইয়ে ইতিমধ্যে নিজৰ ব্যৱসায় যথেষ্ট শক্তিশালী কৰিছে, ২০১৮ৰ পৰা বৰ্তমানলৈ ১০০ বিলিয়ন ডলাৰৰ অধিক ঋণ হ্ৰাস কৰিবলৈ সক্ষম হৈছে, একে সময়তে লিন পদ্ধতি ৰূপায়ণ কৰি প্ৰতিনিয়ত গ্ৰাহক সেৱাৰ নিৰন্তৰ উন্নতি কৰিছে, যাৰ ফলত গভীৰ আৰু বহনক্ষম সংস্কৃতিৰ…
Read More
বিবিএফএছ ৰেচিডেন্সিয়েল একাডেমীয়ে গুৱাহাটীত আয়োজন কৰিছে ট্ৰায়েলৰ

বিবিএফএছ ৰেচিডেন্সিয়েল একাডেমীয়ে গুৱাহাটীত আয়োজন কৰিছে ট্ৰায়েলৰ

এঞ্জোগোৰ অধীনত পৰিচালিত ভাইচুং ভূটীয়া ফুটবল বিদ্যালয়(বিবিএফএছ)  অহা ২১ এপ্ৰিলত গুৱাহাটীৰ ইন্দিৰা গান্ধী এথেলটিক ষ্টেডিয়ামৰ অনুশীলন খেলপথাৰত আৱাসিক একাডেমী কাৰ্যসূচী(ৰেচিডেন্সিয়েল একাডেমী প্ৰগ্ৰাম)ৰ বাবে পৰীক্ষণ(ট্ৰায়েল) অনুষ্ঠিত কৰিব। ২০০৭ চনৰ ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰ ২০১৪ চনৰ ভিতৰত জন্ম গ্ৰহণ কৰা উদীয়মান খেলুৱৈসকল পৰীক্ষণত অংশগ্ৰহণ কৰিব পাৰিব। পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব এই পৰীক্ষণ কাৰ্যসূচী। ফুটবল খেলুৱৈসকলে নিজৰ খেলৰ কিট আৰু বৈধ পৰিচয় পত্ৰ লগত আনিব লাগিব। সকলো অংশগ্ৰহণকাৰীৰ বাবে পঞ্জীয়ন মাচুল ১০০/- টকা ধাৰ্য কৰা হৈছে। ভৱিষ্যতৰ চেম্পিয়ন বা তাৰকা গঢ়ি তোলাৰ লক্ষ্যৰে বিবিএফএছ ৰেচিডেন্সিয়েল একাডেমীৰ ট্ৰায়েল সমগ্ৰ দেশতে অনুষ্ঠিত হ’ব, য’ত নিৰ্বাচিত স্কাউটসকলে বিভিন্ন চহৰলৈ গৈ বিভিন্ন প্ৰতিভাধৰসকলক জড়িত…
Read More
এনএছইৰ এম ডি আৰু চিইঅ’ৰ ডিপফেক ভিডিঅ’ সম্প্ৰচাৰ

এনএছইৰ এম ডি আৰু চিইঅ’ৰ ডিপফেক ভিডিঅ’ সম্প্ৰচাৰ

অত্য়াধুনিক শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰি কেইবাটাও বিনিয়োগ আৰু পৰামৰ্শমূলক অডিঅ’ আৰু ভিডিঅ’ ক্লিপ আপত্তিজনকভাৱে ভিত্তিহীনভাৱে তৈয়াৰ কৰা হৈছে, য’ত এনএছইৰ এমডি এণ্ড চিইঅ’ আশিস কুমাৰ চৌহানৰ মুখ/কণ্ঠ ব্যৱহাৰ কৰা হৈছে। এই ভিডিঅ'সমূহ এনএছইৰ এমডি এণ্ড চিইঅ' আশিস কুমাৰ চৌহানৰ কণ্ঠ আৰু মুখৰ ভাব অনুকৰণ কৰি উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা যেন অনুমান হয়। বিনিয়োগকাৰীসকলক এনেধৰণৰ অডিঅ’ আৰু ভিডিঅ’ত বিশ্বাস নকৰিবলৈ আৰু এনে ভুৱা বা ভ্ৰান্ত ভিডিঅ’ বা অন্যান্য মাধ্যমত সম্প্ৰচাৰিত এনে কোনো বিনিয়োগ বা অন্যান্য পৰামৰ্শ অনুসৰণ নকৰিবলৈ সাৱধানবাণী দিয়া হৈছে। মন কৰিবলগীয়া যে, এনএছইৰ কৰ্মচাৰীসকলে সেই ষ্টকসমূহৰ কোনো ষ্টক বা চুক্তিৰ পৰামৰ্শ দিবলৈ অনুমোদিত নহয় বা কোনো কাৰণতে…
Read More
চেমচাঙে মুকলি কৰিলে ‘ছলভ ফৰ টুমৰু’ৰ ছিজন ৩

চেমচাঙে মুকলি কৰিলে ‘ছলভ ফৰ টুমৰু’ৰ ছিজন ৩

ভাৰতৰ সৰ্ববৃহৎ গ্ৰাহক ইলেক্ট্ৰনিকছ ব্ৰেণ্ড চেমচাঙে ফাউণ্ডেচন ফৰ ইন'ভেচন এণ্ড টেকন’লজী ট্ৰেন্সফাৰ (এফআইটিটি), আইআইটি দিল্লী, ৰাষ্ট্ৰসংঘ আৰু তথ্যপ্ৰযুক্তি আৰু ইলেক্ট্ৰনিকছ মন্ত্ৰালয়ৰ সৈতে কৌশলগত সহযোগিতাৰে নিজৰ ধ্বজাবাহী চিএছআৰ পদক্ষেপ - ‘ছলভ ফৰ টুমৰু’ৰ তৃতীয় সংস্কৰণৰ কথা ঘোষণা কৰিছে। ছলভ ফৰ টুম’ৰ’ৰ জৰিয়তে চেমচাঙে দেশৰ যুৱক-যুৱতীসকলৰ মাজত উদ্ভাৱনী চিন্তা আৰু সমস্যা সমাধানৰ সংস্কৃতিৰ সূচনা কৰাৰ লক্ষ্য বান্ধি লৈছে। ২০২৪ৰ ছলভ ফৰ টুমৰু পদক্ষেপৰ শুভাৰম্ভণি কৰে চেমচাঙৰ দক্ষিণ-পশ্চিম এছিয়াৰ অধ্য়ক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া জে বি পাৰ্কে, এই অনুষ্ঠানত উপস্থিত আছিল ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সঞ্চালক আৰু বিজ্ঞানী 'জি' ড০ সন্দীপ চেটাৰ্জী আৰু ৰাষ্ট্ৰসংঘৰ ভাৰতস্থিত আৱাসিক সমন্বয়ক ছম্বি চাৰ্পেকে ধৰি কেইবাজনো গণ্যমান্য…
Read More