ব্যৱসায়

অনিল কাপুৰ আৰু সোনম কাপুৰে ঘৰত অংশীদাৰিত্বৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে, এৰিয়েলে উত্থাপন কৰা প্ৰশ্নৰ অনুৰণন

অনিল কাপুৰ আৰু সোনম কাপুৰে ঘৰত অংশীদাৰিত্বৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে, এৰিয়েলে উত্থাপন কৰা প্ৰশ্নৰ অনুৰণন

প্ৰতিটো ভাৰতীয় পৰিয়ালৰ ভিতৰত ঘৰুৱা কাম-কাজৰ অ-সমান বিভাজনৰ সমাধানৰ বাবে সকলোৰে মাজত সমানে ভাগ-বতৰাক প্ৰচাৰৰ বাবে এৰিয়েল ইণ্ডিয়াই এক অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ লক্ষ্য হৈছে পুৰুষসকলক #শ্বেয়াৰদ্যলোড কৰিবলৈ আৰু হোমটীম হিচাপে টীম এট হোম হিচাপে কাম কৰিবলৈ উৎসাহিত কৰা হৈছে। ২০১৫ চনত ঘৰুৱা কাম-কাজ কেৱল মহিলাৰে দায়িত্ব বুলি বিশ্বাস কৰা পুৰুষৰ শতকৰা হাৰ ৭৯%ৰ পৰা আজিৰ তাৰিখত ২৫%লৈ হ্ৰাস পাইছে। এৰিয়েলে এই ইতিবাচক বাৰ্তাসমূহ আগুৱাই আনি পুৰুষক ঘৰৰ কামৰ ক্ষেত্ৰত শাৰীৰিক দিশটো গ্ৰহণ আৰু ঘৰখনত এটা দল বা একত্ৰিত ৰূপত কাম কৰি মানসিক বোজা ভাগ কৰিবলৈ উৎসাহিত কৰিছে। অনিল কাপুৰ, সোনম কাপুৰ, মুক্তা মহেশ্বৰী, ছচী প'লকে ধৰি বলীউডৰ জনপ্ৰিয়…
Read More
এম জি মটৰ ইণ্ডিয়াই উন্মোচন কৰিলে হেক্টৰ ব্লেকষ্টৰ্ম

এম জি মটৰ ইণ্ডিয়াই উন্মোচন কৰিলে হেক্টৰ ব্লেকষ্টৰ্ম

১০০ বছৰীয়া বৰ্ণিল ইতিহাসসমৃদ্ধ ব্ৰিটিছ অটোমোবাইল ব্ৰেণ্ড এমজি(মৰিছ গেৰেজেছ)য়ে ভাৰতত এমজি হেক্টৰৰ ব্লেকষ্টৰ্ম সংস্কৰণ মুকলি কৰিছে। এমজি হেক্টৰ ব্লেকষ্টৰ্মৰ ডিজাইন কৰা হৈছে ষ্টাৰী-ব্লেক ৰঙৰ বাহ্যিক অংশ আৰু ব্লেক থিম ইণ্টেৰিয়ৰৰ সৈতে গান মেটেলৰ শব্দসমৃদ্ধ বাহন, যিখন ভাৰতৰ প্ৰথমখন ইণ্টাৰনেট এছইউভিৰ শক্তিশালী সুবিধাসমূহ উপলব্ধ কৰি নতুন ৰূপত মুকলি কৰিছে। প্ৰযুক্তি আৰু একত্ৰিত সুবিধাৰে ভৰপূৰ এই ব্লেকষ্টৰ্মে স্বকীয় ৰূপেৰে হেক্টৰ ব্লেকষ্টৰ্মে এছইউভি ক্ৰেতাসকলৰ বাবে শক্তি আৰু আড়ম্বৰৰ এক ব্যতিক্ৰমী পেকেজ প্ৰদান কৰিছে। ৫, ৬, আৰু ৭ আসনৰ কনফিগাৰেচনত উপলব্ধ হেক্টৰ ব্লেকষ্টৰ্ম এডিছনত অনন্য ডিজাইন উপাদানসমূহ ৰখা হৈছে আৰু ইয়াৰ প্ৰাৰম্ভিক মূল্য হৈছে ২১.২৪ লাখ (এক্স-শ্ব’ৰুম)। এমজি হেক্টৰ ব্লেকষ্টৰ্মে গান মেটেল শব্দৰ সৈতে…
Read More
স্প্ৰাইটে পুনৰ আগবঢ়াইছে ‘জোক ইন এ বটল’

স্প্ৰাইটে পুনৰ আগবঢ়াইছে ‘জোক ইন এ বটল’

দেশৰ সবাতোকৌ প্ৰিয় নেমু আৰু চূণৰ সোৱাদযুক্ত পানীয় স্প্ৰাইটে উদ্বোধনী ছিজনৰ অভাৱনীয় সফলতাৰ পিছত দ্বিতীয়বাৰলৈ আগবঢ়াইছে ‘জোক ইন এ বটল’। এই ছিজন অধিক আকৰ্ষণীয় আৰু বিনোদনভৰা কৰি তুলিবলৈ স্প্ৰাইটে আৰম্ভ কৰিছে এক নতুন অভিযান, ‘স্কেন কৰো, কৌতুক সুনো, থণ্ড ৰাখো!’। এই অভিযানত ৯+ আঞ্চলিক ভাষাত বিভিন্ন কমেডী প্ৰদৰ্শন কৰা হ’ব, য’ত পৰীক্ষা, কলেজ, হৃদয়ৰ সম্পৰ্ক আৰু খাদ্য ইত্যাদি বিষয়সমূহ সামৰি লোৱা হ’ব। স্প্ৰাইট হৈছে আজিৰ দ্ৰুতগতিত আগবাঢ়ি যোৱা পৃথিৱীখনত ভালদৰে খাপ খাই পৰা এক শীতল ব্ৰেণ্ড, যিয়ে যুৱক-যুৱতীসকলৰ বাবে এক সতেজ ৰূপ-অনুভৱ প্ৰদানৰ ব্যৱস্থা কৰে। কমিউনৰ সৈতে অংশীদাৰিত্ব কৰি ‘জোক ইন এ বটল’ অভিযান আৰম্ভ কৰিছে স্প্ৰাইটে, য’ত ভাৰতৰ শীৰ্ষ…
Read More
দুটা মনষ্টাৰ ডিভাইচ মুকলিৰ কথা ঘোষণা চেমচাঙৰ, গেলেক্সি এম৫৫ ৫জি আৰু গেলেক্সি এম১৫ ৫জি

দুটা মনষ্টাৰ ডিভাইচ মুকলিৰ কথা ঘোষণা চেমচাঙৰ, গেলেক্সি এম৫৫ ৫জি আৰু গেলেক্সি এম১৫ ৫জি

দেশৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড চেমচাঙে কেইবাটাও ছেগমেণ্ট-লিডিং(খণ্ড-আগশাৰী) সুবিধাৰ সৈতে দুটা আকৰ্ষণীয় ডিভাইচ গেলেক্সি এম৫৫ ৫জি আৰু গেলেক্সি এম১৫ ৫জি মুকলি কৰাৰ কথা ঘোষণা কৰিছে। বহুল জনপ্ৰিয় গেলেক্সি এম শৃংখলাৰ শেহতীয়া সংযোজনে ব্যৱহাৰকাৰীসকলক চুপাৰ এম'ল প্লাছ ডিচপ্লে, মনষ্টাৰ বেটাৰী আৰু শক্তিশালী প্ৰচেছৰৰ সৈতে এক উৎকৃষ্ট স্মাৰ্টফোন অভিজ্ঞতা প্ৰদান কৰিছে। গেলেক্সি এম৫৫ ৫জি আৰু এম১৫ ৫জি দুয়োটা মোবাইল ফোনেই হৈছে চিকচিকিয়া আৰু পাতল ডিভাইচ, ইয়াত আইকনিক গেলাক্সি চিগনেচাৰ ডিজাইন আছে। এম৫৫ ৫জি লাইট গ্ৰীন আৰু ডেনিম ব্লেক ৰঙত উপলব্ধ হ'ব। ইয়াৰ বিপৰীতে এম১৫ ৫জি চেলেষ্টিয়েল ব্লু, ষ্টোন গ্ৰে আৰু ব্লু টপাজ ৰঙত উপলব্ধ। এম১৫ ৫জি ৪এনএমভিত্তিক কোৱালকম স্নেপড্ৰেগন ৭ জেন১ প্ৰচেছৰৰ…
Read More
জানুৱাৰী-মাৰ্চৰ ভিতৰত ভাৰতৰ পৰা কফি ৰপ্তানি ১৩.৩৫ শতাংশ বৃদ্ধি

জানুৱাৰী-মাৰ্চৰ ভিতৰত ভাৰতৰ পৰা কফি ৰপ্তানি ১৩.৩৫ শতাংশ বৃদ্ধি

ৰোবাষ্টা কফিৰ অধিক চাহিদাৰ বাবে চলিত বছৰৰ জানুৱাৰী-মাৰ্চ সময়ছোৱাত ভাৰতৰ পৰা কফি ৰপ্তানি ১৩.৩৫ শতাংশ বৃদ্ধি হৈ ১,২৫,৬৩১ টন হৈছে। চৰকাৰে এই তথ্য প্ৰদান কৰিছে। ২০২৩ চনৰ একে সময়তে, ভাৰতে ১,১০,৮৩০ টন কফি ৰপ্তানি কৰিছিল। এছিয়াৰ তৃতীয় সৰ্ববৃহৎ উৎপাদক আৰু ৰপ্তানিকৰ্তা ভাৰতে আৰবিকা আৰু ৰোবাষ্টা প্ৰকাৰৰ কফি খেতি কৰে। আৰবিকা কফি বীনত ৰোবাষ্টাতকৈ কম মাত্ৰাত কেফেইন থাকে। আৰবিকাৰ সোৱাদ মিঠা আৰু মসৃণ, আনহাতে ৰোবাষ্টা সাধাৰণতে সোৱাদত অধিক তিতা হয়।ভাৰতীয় কফি ব'ৰ্ডৰ শেহতীয়া তথ্য অনুসৰি, ২০২৪ চনৰ কেলেণ্ডাৰ বৰ্ষৰ প্ৰথম তিনিমাহত ৰোবাষ্টা কফি বীনৰ ৰপ্তানি ১৮ শতাংশ বৃদ্ধি হৈ ৬৯,৬৩৭ টন হৈছে, যি পূৰ্বৰ বছৰ একে সময়ছোৱাত ৫৯,০৫০ টন আছিল। অৱশ্যে,…
Read More
ভাৰতত এআই চালিত টিভিৰে চমক দিবলৈ সাজু হৈছে চেমচাং

ভাৰতত এআই চালিত টিভিৰে চমক দিবলৈ সাজু হৈছে চেমচাং

চেমচাঙে ২০২৪ৰ ১৭ এপ্ৰিলত কৃত্ৰিম বুদ্ধিমত্তা(এআই)চালিত নতুন পৰিসৰৰ টেলিভিছন মুকলি কৰিবলৈ সাজু হৈছে। এই বৰ্ষৰ আৰম্ভণিতে চেমচাঙৰ বৃহৎ এআই সম্পৰ্কীয় ঘোষণাৰ পিছতে এআই টেলিভিছনৰ আগন্তুক পৰিসৰ মুকলি কৰা হৈছে। চেমচাঙে জানুৱাৰী মাহত গেলেক্সি এছ২৪ শৃংখলাৰ সৈতে নিজৰ স্মাৰ্টফোনৰ বাবে গেলেক্সি এআই মুকলি কৰিছিল আৰু এই সপ্তাহৰ আৰম্ভণিতে নিজৰ ঘৰুৱা সঁজুলিৰ বাবে বেচপোক এআই মুকলি কৰিছিল। চেমচাঙৰ নিঅ' কিউএলইডি 8কে শৃংখলা, নিঅ' কিউএলইডি ৪কে ছিৰিজ আৰু অ'এলইডি ছিৰিজ এই বছৰ এআইৰ দ্বাৰা চালিত কৰাৰ বাবে সকলো পদক্ষেপ হাতত লোৱা হৈছে।চেমচাঙে ভাৰতত এআই টিভিৰ আগতীয়া অৰ্ডাৰ গ্ৰহণ আৰম্ভ কৰিছে আৰু গ্ৰাহকসকলে এতিয়া চেমচাং.কম আৰু চেমচাং শ্বপ এপত ৫০০০ টকাত প্ৰি-অৰ্ডাৰ কৰিব পাৰিব।…
Read More
ভাৰতত এনএছই, আইএফচি আৰু জলবায়ু বণ্ডৰ পদক্ষেপেৰে সেউজ বিত্তীয় ক্ষেত্ৰত বৃহৎ পদক্ষেপ

ভাৰতত এনএছই, আইএফচি আৰু জলবায়ু বণ্ডৰ পদক্ষেপেৰে সেউজ বিত্তীয় ক্ষেত্ৰত বৃহৎ পদক্ষেপ

নেচনেল ষ্টক একচেঞ্জ অৱ ইণ্ডিয়া(এনএছই)ই ভাৰতীয় উদ্যোগৰ বিভিন্ন খণ্ডত জ্ঞান বৃদ্ধিৰ লক্ষ্যৰে প্ৰথমবাৰলৈ ডিপ-ডাইভ কৰ্মশালা আয়োজন কৰি সফলতাৰে সমাপ্ত কৰিছে। ২০২৪ চনৰ ৩ এপ্ৰিলত মুম্বাইত আৰু ২০২৪ চনৰ ৫ এপ্ৰিলত নতুন দিল্লীত দুদিনীয়াকৈ আয়োজিত এই কৰ্মশালাত আন্তঃৰাষ্ট্ৰীয় বিত্ত নিগম(আইএফচি)ৰ সহযোগত ক্লাইমেট বণ্ড ইনিচিয়েটিভ (চিবিআই), এইচএছবিচি আৰু দ্য কিংডম অৱ নেদাৰলেণ্ডৰ পৃষ্ঠপোষকতাত ‘ডিপ ডাইভ ইন গ্ৰীণ, ছ’চিয়েল, এণ্ড ছাষ্টেনেবিলিটী (জিএছএছ) বণ্ড ইছ্যু প্ৰচেছ’ শীৰ্ষক কৰ্মশালাত বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰা হয়। কেৱল তথ্যমূলক আলোচনাতে সীমাবদ্ধ নাথাকি এই কৰ্মশালাত আগশাৰীৰ উদ্যোগী আৰু নীতি নিৰ্ধাৰকসকলৰ বাবে বজাৰ আৰু সমাজৰ বাবে বহনক্ষম ভৱিষ্যৎ গঢ় দিয়াত জিএছএছ বণ্ডৰ সম্ভাৱনাৰ বিষয়ে আলোচনা আৰু লাভ আদায় কৰিবলৈ…
Read More
মহিলা খেলুৱৈসকলক সবলীকৰণৰ বাবে অংশীদাৰিত্ব কোকা-কোলা ইণ্ডিয়া আৰু অঞ্জু ববি স্পৰ্টছ ফাউণ্ডেচনৰ

মহিলা খেলুৱৈসকলক সবলীকৰণৰ বাবে অংশীদাৰিত্ব কোকা-কোলা ইণ্ডিয়া আৰু অঞ্জু ববি স্পৰ্টছ ফাউণ্ডেচনৰ

দেশৰ ক্ৰীড়াক্ষেত্ৰৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি কোকা-কোলা ইণ্ডিয়াই নিজৰ ফাউণ্ডেচনৰ জৰিয়তে অঞ্জু ববি স্প’ৰ্টছ ফাউণ্ডেচনৰ সৈতে ৩ বছৰীয়া অংশীদাৰিত্ব গঢ়ি তুলি প্ৰতিভাৱান খেলুৱৈসকলক অত্যাৱশ্যকীয় সুবিধা আৰু প্ৰশিক্ষণ সঁজুলিৰে সহায় কৰি আহিছে। অলিম্পিয়ান অঞ্জু ববি জৰ্জৰ নেতৃত্বত গঠিত এই ফাউণ্ডেচনে কোকাকোলা ইণ্ডিয়াৰ #ছিদ্যডিফাৰেঞ্চ অভিযানৰ সৈতে সংগতি ৰাখি শৈলী সিঙকে ধৰি নতুন প্ৰজন্মৰ মহিলা খেলুৱৈক সহায়-সমৰ্থন জনাই আহিছে। প্ৰতিযোগিতামূলক ক্ৰীড়াক্ষেত্ৰত মহিলাসকলক উদযাপন, উত্থান আৰু সমৰ্থনৰ লগতে মহিলা খেলুৱৈসকলক ক্ৰীড়া আৰু লিংগ সমতাৰ ইতিবাচক পৰিৱৰ্তন আনিবলৈ সবলীকৰণ কৰি তোলাই হৈছে এই পদক্ষেপৰ লক্ষ্য। কোকা-কোলা ইণ্ডিয়াৰ ফাউণ্ডেচনে শ্বিপিং কণ্টেইনাৰক ফিজিঅ’থেৰাপি কক্ষ, ষ্ট’ৰেজ ফেচিলিটী, পেণ্ট্ৰি আৰু জিৰণি ৰুমসমূহ ৰূপান্তৰিত কৰি অলিম্পিকত ভাৰতীয় মহিলা…
Read More
ভিআইয়ে লৈ আহিছে ‘ক্লাউড প্লে’ মোবাইল ক্লাউড গেমিং

ভিআইয়ে লৈ আহিছে ‘ক্লাউড প্লে’ মোবাইল ক্লাউড গেমিং

মোবাইল-ফাৰ্ষ্ট ট্ৰেণ্ডৰ বাবে শেহতীয়াকৈ ভাৰতৰ গেমিং উদ্যোগ যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে। উদ্যোগটোৰে জড়িত বিভিন্নজনে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি গেমিং কোটি কোটি টকাৰ বজাৰ হ’ব পাৰে। ইয়াৰ মাজতে ভিআইৰ ক্লাউড গেমিঙে গ্ৰাহকক নতুন মাত্ৰা প্ৰদান কৰিবলৈ আত্মপ্ৰকাশ কৰিছে। গ্ৰাহকৰ নিৰন্তৰ বিকশিত প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আৰু মোবাইল ক্লাউড গেমিং সেৱা- ক্লাউড প্লে আৰম্ভ কৰিবলৈ আগশাৰীৰ টেলিকম অপাৰেটৰ ভিআইয়ে কেয়াৰগেমৰ সৈতে অংশীদাৰিত্ব কৰিছে, যাৰ মুখ্য কাৰ্যালয় আছে পেৰিছত। ক্লাউড প্লেই গ্ৰাহকসকলৰ বাবে বিভিন্ন ধৰণৰ প্ৰিমিয়াম এএএ গেমৰ বৈচিত্ৰ্যপূৰ্ণ পৰিসৰ প্ৰদান কৰিছে, য'ত একচন, দুঃসাহসিক, আৰ্কেড, ৰেচিং, স্পৰ্টছ আৰু ষ্ট্ৰেটেজীো অন্তৰ্ভুক্ত। আনহাতে, লঞ্চ কেটেলগত আছে এছফাল্ট ৯, মডাৰ্ন কম্বেট ৫, শ্বেড’ ফাইট, ষ্টৰ্ম ব্লেডছ,…
Read More
দ্ৰুততাৰে ইণ্ডিয়ান চুপাৰক্ৰছ ৰেচিং লীগৰ সম্প্ৰসাৰণৰ পৰিকল্পনা, চিজন ২ৰ বাবে ১৫খন ষ্টেডিয়ামৰ পুনৰীক্ষণ

দ্ৰুততাৰে ইণ্ডিয়ান চুপাৰক্ৰছ ৰেচিং লীগৰ সম্প্ৰসাৰণৰ পৰিকল্পনা, চিজন ২ৰ বাবে ১৫খন ষ্টেডিয়ামৰ পুনৰীক্ষণ

সমগ্ৰ দেশকে ৰেচিঙৰ জ্বৰত আক্ৰান্ত কৰাৰ লক্ষ্যৰে ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগে(আইএছআৰএল) বহু প্ৰত্যাশিত দ্বিতীয় ছিজনৰ বাবে ভাৰতৰ ১৫খন ষ্টেডিয়ামত সম্ভাৱ্য ৰেচৰ বাবে মূল্যায়ন কৰিছে। আইএছআৰএলৰ প্ৰথমটো ছিজনতে ৯০%তকৈ অধিক আসনত উপস্থিতিৰে দৰ্শকৰ সমাদৰ লাভ কৰিছিল আৰু সামগ্ৰিকভাৱে প্ৰায় ৩০,০০০ উৎসাহী অনুৰাগীক আকৰ্ষণ কৰি এক যুগান্তকাৰী সাফল্য অৰ্জন কৰিছে। ভাৰতীয় মটৰস্প’ৰ্টছৰ এক মাইলৰ খুঁটি ইভেণ্ট হিচাপে প্ৰশংসিত হোৱা এই উদ্বোধনী ছিজনটোৰ পিছতে আইএছআৰএলে ছিজন ২ৰ বাবে নতুন শিখৰ স্থাপন কৰিব খুজিছে, ইয়াৰ বাবে ৰেচত গতি আৰু দক্ষতাৰ আৰু অধিক আকৰ্ষণীয়-নান্দনিক দৃশ্যৰ প্ৰতিশ্ৰুতি দিছে। লীগৰ জনপ্ৰিয়তাৰ দ্ৰুত উত্থানে নতুন দিগন্তৰ সন্ধান কৰাৰ বাবে প্ৰেৰণা যোগাইছে। দেশৰ ১৫খন আগশাৰীৰ ষ্টেডিয়ামৰ মূল্যায়নে ছুপাৰক্ৰছ ৰেচিঙক…
Read More