ব্যৱসায়

শিমলীতোলাত বন বিভাগৰ অভিযানত জব্দ শাল গছৰ কুণ্ডাসহ এখন বাহন

শিমলীতোলাত বন বিভাগৰ অভিযানত জব্দ শাল গছৰ কুণ্ডাসহ এখন বাহন

গোৱালপাৰা জিলাৰ ৰংজুলি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ বিভিন্ন এলেকাত চোৰাং কাঠৰ বেহা অব্যাহত থকা সময়তে যোৱা নিশা শিমলীতোলাত বন বিভাগে এক অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং শাল গছৰ কুণ্ডাসহ এখন বাহন জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে শিমলীতোলা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ বন বিষয়া কনক চন্দ্ৰ ডেকাৰ নেতৃত্বত যোৱা এটা বনকৰ্মীৰ দলে নিশাৰ ভাগত চলোৱা এক অভিযানত শিমলীতোলা-সিধাবাৰী সংযোগী পথৰ পোকালাগীৰ পৰা শাল কাঠৰ কুণ্ডা ভৰ্তি এ এছ-১৮ চি-৫৬৮০ নম্বৰৰ বলেৰো বাহন এখন জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা চোৰাং কাঠৰ বজাৰ মূল্য আনুমানিক প্ৰায় ৬০ হাজাৰ টকা হব বুলি জানিব দিয়ে বনকৰ্মীয়ে৷ ইতিমধ্যে জব্দকৃত চোৰাং কাঠসহ বাহন খন…
Read More
ৰয়েলক ফাৰ্নিচাৰে তেজপুৰত মুকলি কৰিলে নতুন বিপণী, অসমত বৃদ্ধি কৰিছে নিজৰ উপস্থিতি

ৰয়েলক ফাৰ্নিচাৰে তেজপুৰত মুকলি কৰিলে নতুন বিপণী, অসমত বৃদ্ধি কৰিছে নিজৰ উপস্থিতি

দেশৰ প্ৰখ্যাত ফাৰ্নিচাৰ ব্ৰেণ্ড ৰয়েলক ফাৰ্নিচাৰে তেজপুৰত নতুন ষ্ট’ৰ মুকলি কৰিলে, যাৰ লগে লগে অসমত বৃদ্ধি পালে প্ৰতিষ্ঠানটোৰ উপস্থিতি আৰু ব্যৱসায়। দেশৰ ভিন্ন স্থানত বিপণী থকা ৰয়লকে ১৬৮ সংখ্যক ষ্ট’ৰ মুকলি কৰিলে। এই নতুন বিপণীখনৰ উদ্বোধনী অনুষ্ঠানত তেজপুৰৰ বিষয়ক পৃথ্বীৰাজ ৰাভাৰ লগতে ৰয়েলক ইনকৰ্পৰেচন প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ বিজয় সুব্ৰমণিয়াম, ৰয়েলক ইনকৰ্পৰেচন প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক মথান সুব্ৰমণিয়ামে উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে। এই সম্প্ৰসাৰণে উঃ-পূবৰ জনসাধাৰণক গুণগত মানসম্পন্ন আচবাবৰ সমাধান প্ৰদানৰ প্ৰতি ৰয়েল’কৰ দায়বদ্ধতা-সমৰ্পণক জোৰ দিছে। তেজপুৰৰ চহৰৰ মাজমজিয়াত ১৫,০০০ বৰ্গফুট এলেকা সামৰি আকৰ্ষণীয় ৰূপত ঘৰৰ প্ৰতিটো অংশৰ বাবে প্ৰয়োজনীয় আচবাবৰ বিস্তৃত শৃংখল আগবঢ়োৱা হৈছে, য'ত আছে ড্ৰয়িং ৰূম, বেডৰুম,…
Read More
এমেজৰ ক্ৰিকেট তাৰকা বিৰাট কোহলীক লৈ নতুন ব্ৰেণ্ড অভিযান হমেশা #ৰেডীটুপাৰফৰ্ম মুকলি 

এমেজৰ ক্ৰিকেট তাৰকা বিৰাট কোহলীক লৈ নতুন ব্ৰেণ্ড অভিযান হমেশা #ৰেডীটুপাৰফৰ্ম মুকলি 

দেশৰ দ্ৰুতগতিত বৃদ্ধি পোৱা শক্তি সমাধানকাৰী ব্ৰেণ্ড এমেজে নিজৰ নতুন ব্ৰেণ্ড অভিযান হমেশা #ৰেডীটুপাৰফৰ্ম আৰম্ভ কৰিছে আৰু লক্ষ্ণৌত এমেজৰ বহল পৰিসৰৰ ইনভাৰ্টাৰ, বেটাৰী আৰু সৌৰ সামগ্ৰীসমূহ প্ৰদৰ্শন কৰিছে। এই নতুন ব্ৰেণ্ড অভিযানৰ শুভাৰম্ভণিয়ে গ্ৰাহকসকলক নিজৰ স্বপ্ন পূৰণ কৰিবলৈ সদায় সাজু হ’বলৈ অনুপ্ৰাণিত কৰাৰ লগতে উন্নত মানৰ শক্তি সমাধান প্ৰদানৰ প্ৰতি এমেজৰ দায়বদ্ধতাক সূচায়। এমেজে দীঘলীয়া আৰু সঘনাই বিদ্যুৎ কৰ্তন, প্ৰতিকূল বতৰতো সেৱা আৰু দ্ৰুত চাৰ্জিং সুবিধাৰ সৈতে একচেটিয়াভাৱে ডিজাইন কৰা এক বিস্তৃত প্ৰডাক্ট লাইন প্ৰদান কৰিছে। এমেজে নিজৰ হমেশা #ৰেডীটুপাৰফৰ্ম অভিযানৰ অংশ হিচাপে নিজৰ প্ৰথম ব্ৰেণ্ড বিষয়ভিত্তিক আৰু সামগ্ৰীৰ বিষয়বস্তুৰে নতুন চলচ্চিত্ৰ মুকলি কৰিছে, এই প্ৰয়াসৰ জৰিয়তে গ্ৰাহকসকলক প্ৰতিবন্ধকতা নেওচি…
Read More
“ছুইগিৰ ‘ছি দ্য চেঞ্জ’ পদক্ষেপে মহিলা উদ্যোগীসকলক কৰি তুলিছে সবল-শক্তিশালী: কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে স্বীকৃতি প্ৰদান কৰিলে অসমৰ তানিশ্ৰী দত্তক

“ছুইগিৰ ‘ছি দ্য চেঞ্জ’ পদক্ষেপে মহিলা উদ্যোগীসকলক কৰি তুলিছে সবল-শক্তিশালী: কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে স্বীকৃতি প্ৰদান কৰিলে অসমৰ তানিশ্ৰী দত্তক

ছুইগীৰ যুগান্তকাৰী পদক্ষেপ "ছি দ্য চেঞ্জ" পদক্ষেপৰ শুভাৰম্ভণি অনুষ্ঠানত ডিব্ৰুগড়ৰ মহিলা তানিশ্রী দত্তই কেন্দ্রীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা বিভাগৰ মন্ত্রী নির্মলা সীতাৰমণৰ জৰিয়তে আনুষ্ঠানিকভাবে স্বীকৃতি লাভ কৰিছে। ভাৰতৰ খাদ্য আৰু পানীয় উদ্যোগত মহিলা উদ্যোগীসকলক উদযাপনৰ বাবে সমর্পিত এই প্রয়াসৰ উদ্দেশ্য হৈছে তানিশ্রী দত্তৰ দৰে মহিলা উদ্যোগীসকলৰ উল্লেখযোগ্য অৱদানক আলোকপাত কৰি মহিলাৰ জয়যাত্রাক উদযাপন কৰা। এটেলিয়াৰ পেটিছেৰীক সগৌৰৱে নেতৃত্ব প্রদান কৰা দত্তই ভাৰতত মহিলাৰ উদ্যোগক্ষেত্রত সফলতা আৰু সম্ভাৱনাৰ প্ৰমাণ হিচাপে সকলোৰে সমুখত জীৱন্ত দলিল ৰেখা প্রতিষ্ঠিত হৈছে। দুইগীৰ এই পদক্ষেপে মহিলা নেতৃত্বাধীন ব্যৱসায়ক অগ্রাধিকাৰ প্ৰদানৰ দিশত গুৰুত্ব আৰোপ কৰিছে, ইতিমধ্যে এই প্লেটফৰ্মৰ জৰিয়তে ৫০,০০০ৰো অধিক ব্যক্তি-প্রতিষ্ঠান লাভবান হৈছে। এই উদ্যোগসমূহে কেৱল…
Read More
চেমচাঙে মুকলি কৰিছে এআই আৰু কানেক্টিভিটিসহিতে নেক্সট-জেন বেচপক এপ্লায়েন্স

চেমচাঙে মুকলি কৰিছে এআই আৰু কানেক্টিভিটিসহিতে নেক্সট-জেন বেচপক এপ্লায়েন্স

দেশৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড চেমচাঙে এআইৰ দ্বাৰা চালিত বেচপক এপ্লায়েন্স মুকলি কৰিছে, যি সঁজুলিয়ে সংযোজিত আৰু বহনক্ষম ঘৰৰ ভৱিষ্যদৰ্শী দিশ আৰু সুবিধাসমূহ প্ৰদৰ্শন কৰিছে। এআইৰ দ্বাৰা চালিত ঘৰুৱা সঁজুলিৰ সৈতে চেমচাঙে দ্ৰুত গতিত বৰ্ধিত প্ৰিমিয়াম সঁজুলিৰ বজাৰত গ্ৰাহকৰ প্ৰত্যাশা অতিক্ৰম কৰাৰ লক্ষ্য ৰাখিছে। চেমচাঙৰ বেচপক এআই চিপৰ বৈশিষ্ট্যযুক্ত শেহতীয়া সঁজুলিসমূহে স্মাৰ্ট থিংছ এপ্লিকেচনৰ জৰিয়তে প্ৰৱেশযোগ্য বাধাহীন গতিৰে নিৰৱচ্ছিন্ন ঘৰুৱা ব্যৱস্থাপনাৰ বাবে ৱাই-ফাই, ইণ্টাৰনেল কেমেৰা আৰু এআই চিপসমূহ একত্ৰিত কৰিছে। এআইয়ে স্মাৰ্টথিংছ এপৰ জৰিয়তে ব্যৱহাৰকাৰীসকলক পানীৰ ফিল্টাৰ সলনি কৰা বা এয়াৰ কণ্ডিচনাৰ ফিল্টাৰ সলনি কৰাৰ বিষয়ে অৱগত কৰি সঁজুলিবিধাৰ দীৰ্ঘায়ু বা সময়সীমা আৰু বহনক্ষমতা বৃদ্ধি কৰে। এআই প্ৰয়োগৰ লগে লগে…
Read More
টিকেএমৰ আৰ্বান ক্ৰুজাৰ টেইজৰ বাহনেৰে সাজু কৰক আপোনাৰ যাত্ৰাৰ পথ

টিকেএমৰ আৰ্বান ক্ৰুজাৰ টেইজৰ বাহনেৰে সাজু কৰক আপোনাৰ যাত্ৰাৰ পথ

টয়টা কিৰ্লস্কাৰ মটৰে (টিকেএম) ভাৰতত বহুমুখী এছইউভি বাহনসূচীৰ শক্তিশালী আৰু সম্পূৰ্ণ ৰেঞ্জৰ গতিশীল সংযোজন হিচাপে সম্পূৰ্ণ নতুন টয়টা আৰ্বান ক্ৰুজাৰ টেইজৰ মুকলি কৰিছে। টয়টা কিৰ্লস্কাৰ মটৰৰ এছইউভি ছেগমেণ্টত নতুন দিগন্তৰ সূচনা কৰি সম্পূৰ্ণ নতুন টয়টা আৰ্বান ক্ৰুজাৰ টেইজৰে আধুনিক ষ্টাইল, অত্যাধুনিক সুবিধা আৰু উন্নত প্ৰযুক্তিৰ জৰিয়তে আহৰণ কৰা আভিজাত্যৰ অনুভূতি প্ৰদান কৰিবলৈ সাজু হৈছে, যিয়ে ভাৰতীয় গ্ৰাহকসকলক এই বাহনখন এক নিখুঁত পছন্দ কৰি তুলিছে। অল-নিউ আৰ্বান ক্ৰুজাৰ টেইজৰ হৈছে এখন ষ্টাইলিছ এছইউভি বাহন, যিয়ে উন্নত বৈশিষ্ট্যসমূহ প্ৰদান কৰি শক্তিশালী প্ৰদৰ্শনৰ সংমিশ্ৰণ ঘটাইছে। ইয়াত টয়টাৰ এছইউভি ঐতিহ্যৰে অনুপ্ৰাণিত এক অনন্য ফ্ৰণ্ট ডিজাইনৰ বৈশিষ্ট্য প্ৰদান কৰি নতুন ৰূপ দিয়া হৈছে, যিয়ে আভিজাত্যৰ…
Read More
বহুমূলীয়া প্লেটিনাম গহণাৰে উপভোগ কৰক এইবাৰৰ পইলা বৈশাখ

বহুমূলীয়া প্লেটিনাম গহণাৰে উপভোগ কৰক এইবাৰৰ পইলা বৈশাখ

পইলা বৈশাখ মানেই হৈছে বংগৰ সাংস্কৃতিক ঐতিহ্যৰ জীৱন্ত উদযাপন, পইলা বৈশাখ মানেই হৈছে পৰম্পৰাগত সংগীত, নৃত্য পৰিবেশন আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান তথা দেশৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ প্ৰদৰ্শন। পইলা বৈশাখৰ উদযাপনৰ এই ক্ষণত প্লেটিনাম হৈ পৰিছে সকলোৰে মাজত চেনেহ আৰু চিৰসেউজ সৌন্দৰ্যক মূৰ্ত কৰি অঞ্চলটোৰ সৈতে জড়িত সাংস্কৃতিক প্ৰাণোচ্ছলতা আৰু পৰিশোধিত ৰুচিৰ এক নিখুঁত পৰিপূৰক। প্লেটিনামৰ আকৰ্ষণৰ মূলতে হৈছে প্লেটিনামৰ ব্যতিক্ৰমী বিশুদ্ধতা, যিয়ে আকৰ্ষণীয় ৯৫% বিশুদ্ধতা প্ৰদান কৰে গ্ৰাহকসকলক। এই আকৰ্ষণীয় বৈশিষ্ট্যই প্লেটিনামৰ নান্দনিক আকৰ্ষণক উন্নীত কৰাই নহয় লগতে স্থায়ী প্ৰেম আৰু দায়বদ্ধতা-স্বাচ্ছন্দ্যৰ প্ৰতীক হিচাপেও মৰ্যাদাসহকাৰে প্ৰতিফলিত কৰে। নান্দনিক ৰূপত জটিলভাৱে ডিজাইন কৰা লকেটৰ আকাৰত হওক অথবা আঙঠি বা ব্ৰেচলেটৰ ৰূপতে…
Read More
হেইয়াৰে মুকলি কৰিলে হেক্সা ইনভাৰ্টাৰ প্ৰযুক্তিসম্পন্ন ছুপাৰ হেভি-ডিউটী ৰেঞ্জৰ এয়াৰ কণ্ডিচনাৰ

হেইয়াৰে মুকলি কৰিলে হেক্সা ইনভাৰ্টাৰ প্ৰযুক্তিসম্পন্ন ছুপাৰ হেভি-ডিউটী ৰেঞ্জৰ এয়াৰ কণ্ডিচনাৰ

একেৰাহে ১৫ বছৰ ধৰি শীৰ্ষস্থান দখল কৰি থকা আগশাৰীৰ গ্লোবেল এপ্লায়েন্স ব্ৰেণ্ড হেইয়াৰ এপ্লায়েন্স ইণ্ডিয়াই নিজৰ শেহতীয়া ৰেঞ্জৰ ছুপাৰ হেভি-ডিউটী এয়াৰ কণ্ডিচনাৰ গ্ৰাহকৰ বাবে মুকলি কৰিছে। হেক্সা ইনভাৰ্টাৰ আৰু ছুপাৰছনিক কুলিং প্ৰযুক্তিৰ বৈশিষ্ট্যযুক্ত নতুন ৰেঞ্জে ২০গুণ দ্ৰুতগতিত আৰু বৰ্ধিত শীতল অভিজ্ঞতা প্ৰদান কৰিবলৈ সজ্জিত কৰি তোলা হৈছে আৰু ৬৫% শক্তি সঞ্চয় কৰিবলৈ সক্ষম। হেইয়াৰ ইণ্ডিয়াই গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণৰ লক্ষ্যৰে হেক্সা ইনভাৰ্টাৰ প্ৰযুক্তিৰ জৰিয়তে মাত্ৰ ১০ ছেকেণ্ডত ছুপাৰছনিক কুলিং, ফ্ৰষ্ট চেল্ফ-ক্লিন টেকন’লজি আৰু ইণ্টেলি কনভাৰ্টিবল ৭-ইন-১ ইত্যাদি উন্নত বৈশিষ্ট্যৰ সৈতে নতুন ৰূপত গ্ৰাহকসকলৰ বাবে মুকলি কৰা হৈছে। গ্ৰীষ্মকালত দ্ৰুত শীতলতা বা ঠাণ্ডা কৰাৰ চাহিদা পূৰণ কৰিবলৈ গ্ৰাহকসকলক সৰ্বাধিক আৰাম প্ৰদান কৰি…
Read More
স্কোডা অটো ইণ্ডিয়াই গতিশীল ভাৰতীয় বজাৰত বিকাশৰ বাবে নতুন ৰূপ দিছে ডিজিটেল ৰণনীতিক

স্কোডা অটো ইণ্ডিয়াই গতিশীল ভাৰতীয় বজাৰত বিকাশৰ বাবে নতুন ৰূপ দিছে ডিজিটেল ৰণনীতিক

অট'ম'টিভ উদ্যোগত নতুন যুগৰ আৰম্ভণি ঘটাই স্কোডা অটো ইণ্ডিয়াই মুকলি কৰিছে নতুন কমপেক্ট এছ ইউ ভি বাহন । স্কোডা অটো ইণ্ডিয়াই ৩৬০ ডিগ্ৰী ডিজিটেল কাৰ্য-কলাপ শৃংখলাৰ জৰিয়তে ব্যৱহাৰকাৰীৰ সংযোগ বৃদ্ধিৰে গ্ৰাহকক পোনপটীয়াকৈ জড়িত কৰি ডিজিটেলাইজেশ্যনক নতুন মাত্ৰা প্ৰদান কৰি সফলতাৰে নেভিগেট কৰি তুলিছে, যাৰ ফলত উল্লেখযোগ্য বিক্ৰী আৰু গ্ৰাহক আৰু অনুৰাগীৰ সংযোগ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। স্কোডা অটো ইণ্ডিয়াৰ অভিযান, "নেম য়ৰ স্কোডা"ই ২০২৫ত মুকলি হ'বলগীয়া সংপৃক্ত এছইউভিখন বাছনি কৰিবলৈ ব্যৱহাৰকাৰী, গ্ৰাহক আৰু অনুৰাগীসকলক জড়িত কৰিছিল। এই অভিযানৰ অধীনত ১,৫০,০০০ৰো অধিক নাম জমা দিয়া হৈছে, য'ত ২১,০০০ৰো অধিক অনন্য আছে। এই অভিযানে স্কোডাৰ পৰম্পৰাক অনুসৰণ কৰি সম্পূৰ্ণ আভ্যন্তৰীণ দহন এছইউভিৰ…
Read More
১৯ টা আৰবিআই কাৰ্যালয়ত সলনি কৰিব পাৰিব ২,০০০ টকীয়া নোট

১৯ টা আৰবিআই কাৰ্যালয়ত সলনি কৰিব পাৰিব ২,০০০ টকীয়া নোট

ভাৰতীয় ৰিজাৰ্ভ বেংকে সোমবাৰে কয় যে ২,০০০ টকাৰ নোটৰ ৯৭.৬৯ শতাংশ উভতাই লোৱা হৈছে। ২,০০০ টকাৰ কেৱল ৮,২০২ কোটি টকাৰ নোট এতিয়া দেশবাসীৰ হাতত আছে। আৰবিআইয়ে ১৯ মে', ২০২৩ তাৰিখে ২০০০ টকাৰ বেংক নোট প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল। কেন্দ্ৰীয় বেংকে এক বিবৃতিত কয় যে ১৯ মে'লৈকে প্ৰচলিত ২,০০০ টকাৰ নোটৰ মুঠ মূল্য আছিল ৩.৫৬ লাখ কোটি টকা। ২০২৪ চনৰ ২৯ মাৰ্চ তাৰিখলৈ ই এতিয়া ৮,২০২ কোটি টকালৈ হ্ৰাস পাইছে।সেয়েহে, ২০২৩ চনৰ ১৯ মে'ত প্ৰচলিত মুঠ ২,০০০ টকাৰ নোটৰ ৯৭.৬৯ শতাংশ উভতাই লোৱা হৈছে। আৰবিআইয়ে কয় যে ২,০০০ টকাৰ বেংক নোট আইনী নিবিদা হৈ আছে।দেশবাসীয়ে সমগ্ৰ দেশৰ ১৯ টা আৰবিআই…
Read More