উত্তৰ-পূৱ

চিৰালৰ উপকাৰিতা

চিৰালৰ উপকাৰিতা

চিৰালৰ উপকাৰিতা: স্বাস্থ্যৰ বাবে এক প্ৰাকৃতিক সম্পদডিজিটেল ডেস্ক: অসমৰ গ্ৰামাঞ্চলত বহুদিন ধৰি ব্যৱহৃত হৈ অহা চিৰালক প্ৰাকৃতিক ঔষধি গুণসম্পন্ন উদ্ভিদ হিচাপে গণ্য কৰা হয়। পৰম্পৰাগতভাৱে বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ উপশমৰ বাবে ইয়াৰ ব্যৱহাৰ চলি আহিছে। বিশেষজ্ঞসকলৰ মতে, চিৰালত থকা বিভিন্ন পুষ্টিকৰ উপাদানে শৰীৰৰ সামগ্ৰিক সুস্থতা বজাই ৰখাত সহায় কৰিব পাৰে। ই হজম শক্তি উন্নত কৰাত সহায় কৰাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো ভূমিকা ল'ব পাৰে। চিৰালৰ আন কিছুমান সম্ভাৱ্য উপকাৰিতা হ'ল— হজম শক্তি উন্নত কৰা। শৰীৰৰ বিষাক্ত পদাৰ্থ নিৰ্গমন প্ৰক্ৰিয়াত সহায় কৰা। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰা। কিছুমান সাধাৰণ সংক্রমণৰ বিপৰীতে সহায়ক ভূমিকা পালন কৰা। শৰীৰক সতেজ আৰু সজীৱ কৰি…
Read More
আজিৰে পৰা ২২ জুন পৰ্যন্ত দেশত নিষিদ্ধ টেলিগ্ৰাম এপ

আজিৰে পৰা ২২ জুন পৰ্যন্ত দেশত নিষিদ্ধ টেলিগ্ৰাম এপ

ভাৰত চৰকাৰে ২২ জুন পৰ্যন্ত দেশজুৰি সাময়িকভাৱে জনপ্ৰিয় মেছেজিং এপ Telegram-ৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে। এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে NEET-UG ২০২৬ পুনঃপৰীক্ষা সুকলমে আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয় আৰু National Testing Agency (NTA)-ৰ পৰামৰ্শৰ ভিত্তিত তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে (MeitY) এই নিৰ্দেশনা জাৰি কৰে। অভিযোগ অনুসৰি, পূৰ্বে Telegram-ৰ বিভিন্ন চেনেল আৰু গ্ৰুপৰ জৰিয়তে প্ৰশ্নকাকত ফাদিল, ভুৱা প্ৰশ্নপত্ৰ বিক্ৰী আৰু পৰীক্ষাৰ সৈতে জড়িত প্ৰতাৰণামূলক কাৰ্যকলাপ চলোৱা হৈছিল। চৰকাৰে জনোৱা মতে, ২১ জুনত অনুষ্ঠিত হ'বলগীয়া NEET পুনঃপৰীক্ষাৰ পূৰ্বে যিকোনো ধৰণৰ অসাধু চক্ৰক সক্ৰিয় হোৱাৰ পৰা ৰোধ কৰিবলৈ এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। Telegram-ৰ কিছুমান বিশেষ সুবিধা,…
Read More
ৰাজপথত ষ্টান্ট কৰি গড়চুক আৰক্ষীৰ জালত অট’চালক

ৰাজপথত ষ্টান্ট কৰি গড়চুক আৰক্ষীৰ জালত অট’চালক

ৰাজপথত ষ্টান্ট কৰি গড়চুক আৰক্ষীৰ জালত অট'চালক।অট'ৰিক্সাৰে বিপদজ্জনক স্টান্ট আৰু তীব্র গতিত গাড়ী চলোৱা দৃশ্য ভাইৰেল হৈছিল ।সামাজিক মাধ্যমত পাঞ্জাবাৰীৰ বিকি চৌধুৰী আৰু তেওঁৰ সহযোগী মৃত্যুঞ্জয় ৰায় সিংহক আটক।
Read More
নলবাৰীত এটি শিশুক অপহৰণৰ চেষ্টা ২ দুৰ্বৃত্তৰ

নলবাৰীত এটি শিশুক অপহৰণৰ চেষ্টা ২ দুৰ্বৃত্তৰ

নলবাৰীত এটি শিশুক অপহৰণৰ চেষ্টা ২ দুৰ্বৃত্তৰ।লাওদল চ’কত সংঘটিত হৈছে এই ঘটনা।বিদ্যালয়লৈ যোৱাৰ পথতে শিশুটিক অপহৰণৰ চেষ্টা।অভিভাৱকৰ সজাগতাৰ বাবে ৰক্ষা পৰে শিশুটি।আৰক্ষী উপস্থিত হৈ আটক কৰে ২ দুৰ্বৃত্তক।
Read More
সাৱধান জনতা

সাৱধান জনতা

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ বিশেষ নিৰ্দেশনা।এতিয়াৰে পৰা চিকিৎসকৰ প্ৰেছক্ৰিপশ্যন অবিহনে ক্ৰয় কৰিব নোৱাৰিব কফ ছিৰাপ।অন্যান্য ছিৰাপো ক্ৰয় কৰাৰ ক্ষেত্ৰত জাৰি অনুৰূপ নিৰ্দেশনা।কফ ছিৰাপৰ পৰা দেশৰ বহু ঠাইত শিশুৰ মৃত্যুৰ পাছতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দিলে জৰুৰী নিৰ্দেশনা।
Read More
২২ জুনৰ পৰা কামাখ্যা ধামত অম্বুবাচী মেলা

২২ জুনৰ পৰা কামাখ্যা ধামত অম্বুবাচী মেলা

২২ জুনৰ পৰা কামাখ্যা ধামত অম্বুবাচী মেলা।২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত প্ৰবৃত্তি।প্ৰবৃত্তিৰ লগে লগে তিনিদিন ধৰি বন্ধ হৈ পৰিব কামাখ্যাৰ দুৱাৰ।২৬ জুনৰ পুৱা নিত্য পূজাৰ পাছতে খোল খাব শক্তিপীঠৰ দুৱাৰ।ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু কামাখ্যা ধাম কৰ্তৃপক্ষ।
Read More
গুৱাহাটী মহানগৰীৰ বৰবাৰীত ভয়ংকৰ ঘটনা

গুৱাহাটী মহানগৰীৰ বৰবাৰীত ভয়ংকৰ ঘটনা

গুৱাহাটী মহানগৰীৰ বৰবাৰীত ভয়ংকৰ ঘটনা।নৱম শ্ৰেণীৰ ছাত্ৰক পিষ্টল দেখুৱাই ডকাইতিৰ চেষ্টা দুর্বৃত্তৰ।ঘটনাৰ সময়ত ঘৰত নাছিল কিশোৰজনৰ পিতৃ-মাতৃ ।বৰবাৰীৰ দূৰদৰ্শন কলনীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।
Read More
মুছলমান মহিলাৰ বাবে ডাঙৰ খবৰ

মুছলমান মহিলাৰ বাবে ডাঙৰ খবৰ

তিনি তালাক আৰু এচিড আক্ৰমণৰ বলি হোৱা মহিলাসকলৰ বাবে যোগী চৰকাৰৰ ডাঙৰ পদক্ষেপ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে মহিলা সবলীকৰণৰ ক্ষেত্ৰত আন এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। গম্ভীৰ সামাজিক ব্যাধিৰ বলি হোৱা মহিলাসকলক সুৰক্ষা আৰু আশ্ৰয় প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে বিশেষ আঁচনি ৰূপায়ণৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্ত অনুসৰি, তিনি তালাক, এচিড আক্ৰমণ আদি ঘটনাৰ বলি হোৱা মহিলাসকলে চৰকাৰী সহায় লাভ কৰিব। গৃহ নিৰ্মাণৰ বাবে উপযুক্ত হিতাধিকাৰীয়ে ১ লাখ ৩০ হাজাৰ টকাৰ আৰ্থিক সহায় লাভ কৰিব। লগতে এই মহিলাসকলক পকী ঘৰ প্ৰদানৰ ব্যৱস্থাও কৰা হ’ব। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই সন্দৰ্ভত সংশ্লিষ্ট বিষয়াসকলক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। চৰকাৰৰ মতে, সমাজৰ এনে সংবেদনশীল শ্ৰেণীৰ…
Read More
সুৰাৰ মূল্য বৃদ্ধি

সুৰাৰ মূল্য বৃদ্ধি

সুৰাৰ মূল্য বৃদ্ধি, বিভিন্ন ব্ৰেণ্ডত নতুন দাম কাৰ্যকৰী সুৰাৰ মূল্য পুনৰ বৃদ্ধি পোৱাৰ ফলত গ্ৰাহকসকলৰ ওপৰত পৰিছে অতিৰিক্ত আৰ্থিক বোজা। নতুন মূল্য অনুসৰি বিভিন্ন শ্ৰেণীৰ ৱাইন, ৰাম, হুইস্কি, ব্ৰেণ্ডি, জিন আৰু বীয়েৰৰ দাম উল্লেখযোগ্যভাৱে বৃদ্ধি কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, ৱাইনৰ বটলত ৩৫ টকা পৰ্যন্ত মূল্য বৃদ্ধি হৈছে। ৭৫০ মিলিলিটাৰ ৰামৰ ক্ষেত্ৰত দাম ১৪২ টকালৈ বৃদ্ধি কৰা হৈছে। আনহাতে, প্ৰিমিয়াম ব্ৰেণ্ডৰ ব্ৰেণ্ডি, হুইস্কি আৰু জিনৰ নতুন মূল্য ৫৩০ টকালৈ নিৰ্ধাৰণ কৰা হৈছে। সাধাৰণ শ্ৰেণীৰ হুইস্কি, ব্ৰেণ্ডি আৰু জিনৰ দাম ৪২০ টকালৈ বৃদ্ধি কৰা হৈছে। বীয়েৰৰ ক্ষেত্ৰতো প্ৰতিটো বটলত ২৪ টকাৰ পৰা ৩৮ টকালৈ মূল্য বৃদ্ধি কৰা হৈছে। ইফালে, বাৰত বহি…
Read More
বিশ্বকাপ ফুটবলত অঘটন

বিশ্বকাপ ফুটবলত অঘটন

বিশ্বকাপ ফুটবলত অঘটন।আমেৰিকাৰ হাতত বিধ্বস্ত পাৰাগুৱে।৪-১ গ’লৰ ব্যৱধানত পাৰাগুৱেক পৰাস্ত আমেৰিকাৰ।আমেৰিকাৰ আক্ৰমণত তচনচ পাৰাগুৱেৰ ৰক্ষণ বিভাগ।বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰ ৪ টা গ'ল প্ৰদান আমেৰিকাৰ।
Read More