Dipshikha

3128 Posts
ফাষ্টট্ৰেক আদালতত প্ৰাণৰশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তৃতীয়টো দিন

ফাষ্টট্ৰেক আদালতত প্ৰাণৰশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তৃতীয়টো দিন

ফাষ্টট্ৰেক আদালতত প্ৰাণৰশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তৃতীয়টো দিন।আদালতত উপস্থিত থাকে ৰাজ্যৰ মহাধিবক্তা দেৱজিৎ লন শ‌ইকিয়া ।‘কেচটোত যাতে কোনো বিসংগতি নাথাকে সেয়া আমি পৰ্যায়ক্ৰমে নিৰীক্ষণ কৰি আছো’।‘প্ৰয়োজনত আদালতত যুক্তি দৰ্শাবলৈ মই সাজু’'সমগ্ৰ গোচৰটো অতি গুৰুত্ব সহকাৰে লৈছে ৰাজ্য চৰকাৰে’ ।‘ছিংগাপুৰৰ আদালতৰ ৰায়দানে অসমৰ গোচৰত প্ৰভাৱ নেপেলায়’ ।‘ছিংগাপুৰ কৰ'নাৰ্ছত চলা গোচৰ আৰু অসমত চলা গোচৰ প্ৰক্ৰিয়া সম্পূৰ্ণ পৃথক’।
Read More
পুনৰ বাঢ়িল ছিলিণ্ডাৰৰ মূল্য

পুনৰ বাঢ়িল ছিলিণ্ডাৰৰ মূল্য

পশ্চিম এছিয়াত চলি থকা সংঘাতৰ ফলত বিশ্বজুৰি তেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাইছে । তেনে সময়তে বুধবাৰে বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১৯৫.৫০ টকাকৈ বৃদ্ধি পাইছে । অৱশ্যে পৰিয়ালসমূহক আংশিক সকাহ প্ৰদান কৰি ঘৰুৱা ৰন্ধন গেছৰ হাৰ অপৰিৱৰ্তিত ৰখা হৈছে ।চৰকাৰী তেল কোম্পানীসমূহৰ তথ্য অনুসৰি, ১৯ কেজি ওজনৰ এটা বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১৯৫.৫০ টকা বৃদ্ধি পোৱাৰ ফলত দিল্লীত নতুন খুচুৰা মূল্য ২০৭৮.৫০ টকালৈ বৃদ্ধি পাইছে । আনহাতে, কলকাতাত এই বৃদ্ধি আৰু অধিক, ২১৮ টকাকৈ বৃদ্ধি পাইছে ।
Read More
গজালি ওলোৱা মগুৰ উপকাৰিতা

গজালি ওলোৱা মগুৰ উপকাৰিতা

বহুতে মগু খায়। কিছুমানে পুৱা গজালি ওলোৱা মগু খায়। ইয়াত বিভিন্ন প্ৰকাৰৰ পুষ্টিকৰ উপাদান থাকে। পিছে প্ৰশ্ন হয়, প্ৰতিদিনে গজালি ওলোৱা মগু খোৱা ভাল নে বেয়া?গজালি ওলোৱা মগু শৰীৰৰ বাবে ভাল। কিন্তু যিসকলৰ ইউৰিক এচিডৰ সমস্যা আছে সেইসকলে বেছি প্ৰ’টিনযুক্ত খাদ্য খাব নালাগে। এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ। ইয়াৰোপৰি প্ৰ’টিনৰ বাবে পানীৰ, টোফু,কণী, মাংস, মাছ আদিও খাব পাৰে। গজালি ওলোৱা মগুৰ প্ৰধান উপকাৰিতাসমূহ:হজম শক্তি উন্নত কৰে: গজালি ওলোৱা মগুত থকা প্ৰটিন আৰু কাৰ্বহাইড্ৰেট সহজে হজম হয়, যি পেটৰ সমস্যা দূৰ কৰাত সহায় কৰে ।ওজন নিয়ন্ত্ৰণ: উচ্চ ফাইবাৰযুক্ত হোৱাৰ বাবে ই দীৰ্ঘসময় পেট ভৰ্তি ৰাখে, যাৰ ফলত ওজন কমোৱাত সহায়ক…
Read More
বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ তথা সংকল্প পত্র

বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ তথা সংকল্প পত্র

মঙলবাৰে বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ তথা সংকল্প পত্র । “ৰাইজৰ আকাংক্ষা, বিজেপিৰ প্রতিজ্ঞা” শীর্ষক সংকল্প পত্ৰখনৰ যোগেদি বিজেপিয়ে প্ৰকাশ কৰিছে নিৰ্বাচনী ইস্তাহাৰ ৷ গুৱাহাটীৰ বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে ইস্তাহাৰ তথা সংকল্প পত্রখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে ।
Read More
পুনৰ প্ৰাক নিৰ্বাচনী হিংসা

পুনৰ প্ৰাক নিৰ্বাচনী হিংসা

ন-দুৱাৰ বিধানসভা সমষ্টিত পুনৰ প্ৰাক নিৰ্বাচনী হিংসা ৷ সমষ্টিটোৰ অন্তৰ্গত ন-পামত কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুনীল চেত্ৰীৰ ওপৰত দুৰ্বৃত্তই আক্ৰমণ চলোৱা বুলি অভিযোগ কংগ্ৰেছৰ ৷ঘটনাৰ বিৱৰণি অনুসৰি, কংগ্ৰেছ প্ৰাৰ্থী সুনীল চেত্ৰীয়ে সমৰ্থকসকলক লগত লৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত ব্যস্ত আছিল । সেই সময়তে দুৰ্বৃত্তই চেত্ৰীক আক্ৰমণ কৰাৰ চেষ্টা কৰে বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ কৰ্মীয়ে ৷অভিযোগ অনুসৰি প্ৰক্তন বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীয়ে হাতত চোকা অস্ত্ৰ লৈ বিজেপিৰ এজন কাৰ্যকৰ্তাক আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল । উল্লেখ্য যে, প্ৰাক নিৰ্বাচনী হিংসা দিনক দিনে বৃদ্ধি পোৱা দেখা গৈছে ৷
Read More
পানীলাউৰ উপকাৰীতা

পানীলাউৰ উপকাৰীতা

পানীলাউ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী, য'ত প্ৰচুৰ পৰিমাণে পানী আৰু পুষ্টিকৰ উপাদান থাকে। ই উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে, লিভাৰ সুস্থ ৰাখে, আৰু শৰীৰৰ পৰা আৱৰ্জনা উলিয়াই দিয়াত সহায় কৰে। ইয়াৰ উপৰিও, ই ইউৰিক এচিড হ্ৰাস কৰাত, ডায়েবেটিচ নিয়ন্ত্ৰণত, আৰু চৰ্বি হ্ৰাস কৰি ওজন কমোৱাত সহায় কৰে।পানীলাউৰ প্ৰধান উপকাৰিতা:ওজন হ্ৰাস: পানীলাউত উচ্চ ফাইবাৰ আৰু কম কেলৰি থকাৰ বাবে ই ওজন দ্ৰুতভাৱে হ্ৰাস কৰাত সহায় কৰে।হৃদযন্ত্ৰৰ স্বাস্থ্য: ই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হৃদযন্ত্ৰ সুস্থ ৰাখে।লিভাৰ সুস্থতা: প্ৰতিদিনে পুৱা খালী পেটত এগিলাচ পানীলাউৰ ৰস খালে লিভাৰ সুস্থ থাকে আৰু শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰ কৰে।ডায়েবেটিচ নিয়ন্ত্ৰণ: পানীলাউৰ পাত ডায়েবেটিক-প্ৰতিৰোধী উপাদানেৰে সমৃদ্ধ, যি…
Read More
মধ্যপ্রাচ্যত বৃদ্ধি পাইছে যুদ্ধৰ আশংকা

মধ্যপ্রাচ্যত বৃদ্ধি পাইছে যুদ্ধৰ আশংকা

ইৰাণৰ আক্ৰমণৰ পাছতে মধ্যপ্রাচ্যত বৃদ্ধি পাইছে যুদ্ধৰ আশংকা। ড্রোন আক্ৰমণৰ ফলত ডুবাই বন্দৰৰ সমীপত তেল টেংকাৰত জুই। কৰ্তব্যৰত অৱস্থাত ৰাষ্ট্ৰসংঘৰ ৩ গৰাকী সৈন্য নিহত। আত্মঘাতী ড্রোনৰ লক্ষ্য হ'ল ডুবাইত লংগন কৰি থকা কুৱেইটৰ জাহাজ। ডুবাইৰ পৰা ৩১ নটিকেল মাইল নিলগত টেংকাৰৰ ষ্টাৰবোর্ডত ড্রোনৰ খুন্দা। কুৱেইটৰ সংবাদ সংস্থা- এই আক্রমণ আছিল প্রত্যক্ষ আৰু দুর্নীতিপৰায়ণ।
Read More
বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ

বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ

মঙলবাৰে বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ তথা সংকল্প পত্র । “ৰাইজৰ আকাংক্ষা, বিজেপিৰ প্রতিজ্ঞা” শীর্ষক সংকল্প পত্ৰখনৰ যোগেদি বিজেপিয়ে প্ৰকাশ কৰিছে নিৰ্বাচনী ইস্তাহাৰ ৷ গুৱাহাটীৰ বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে ইস্তাহাৰ তথা সংকল্প পত্রখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে ।
Read More
ৰাজ্যত হব ধাৰাসাৰ বৰষুণ

ৰাজ্যত হব ধাৰাসাৰ বৰষুণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা থকাৰ কথা ৰাজহুৱা কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। একেদৰে কেইবাঠাইত ৭০-৮০ কিলোমিটাৰ বেগত ধুমুহা অহাৰ কথাও জানিবলৈ দিয়ে। বতৰৰ এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। তাৰোপৰি বিভিন্ন এলেকাত অ’ৰেঞ্জ এলাৰ্ট, ইয়েল এলাৰ্ট জাৰি কৰিছে।ওদালগুৰি, বৰপেটা আৰু নলবাৰী জিলাত জাৰি কৰিছে অ’ৰেঞ্জ এলাৰ্ট। এইকেইখন জিলাত ধাৰাসাৰ বৰষুণৰ লগতে বিজুলী ঢেৰেকণি অহাৰ প্ৰবল সম্ভাৱনা আছে।
Read More
বিপদত ট্ৰাম্প

বিপদত ট্ৰাম্প

বিপদত ট্ৰাম্প! নিজ দেশতে প্ৰতিবাদৰ সন্মুখীন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। আমেৰিকাৰ ৫০খনকৈ চহৰত ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিবাদ। ৱাশ্বিংটনত ‘ন’ কিংছ’ ৰেলী উলিয়াই প্ৰতিবাদ জনতাৰ। লোকতান্ত্ৰিক নেতাৰ পৰিৱৰ্তে ৰজাৰ দৰে শাসন কৰাৰ অভিযোগ জনতাৰ। লোকতন্ত্ৰৰ বিৰুদ্ধে ট্ৰাম্প ক্ষতিকাৰক বুলি উল্লেখ প্ৰতিবাদকাৰীৰ।
Read More