29
Mar
নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীক গ্ৰেপ্তাৰ কৰাৰ পাছত দেশখনত একাংশই প্ৰতিবাদ সাব্যস্ত কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। এনে প্ৰতিবাদ আৰু প্ৰতিৰোধৰ মাজতো দেশখনৰ নতুন প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে ঘোষণা কৰিছে যে, দুৰ্নীতিৰ সৈতে জড়িত কোনো নেতা সাৰি যাব নোৱাৰে। যিমান প্ৰতিবাদ-প্ৰতিৰোধ হ'লেও দুৰ্নীতি নিৰ্মূলৰ বাবে আমি যিমান কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেয়া কৰিবলৈ সাজু।এই এজেণ্ডাৰ কথামতেই দেশখনত দুৰ্নীতিৰ সৈতে জড়িত গ্ৰেপ্তাৰ হোৱা প্ৰথম দুগৰাকী ব্যক্তি হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী।ইফালে চৰকাৰে স্পষ্টকৈ ইংগিত দিছে যে এই কাৰ্য কেৱল গ্ৰেপ্তাৰতে সীমাবদ্ধ নাথাকিব। এতিয়া দুৰ্নীতিৰ বিৰুদ্ধে এক বৃহৎ অভিযান আৰম্ভ হৈছে। এই পৰিকল্পনাৰ অধীনত প্ৰথম পৰ্যায়ত ২০০৬ চনৰ পৰা ২০২৬…
