27
Mar
জনপ্ৰিয় ব্ৰেণ্ড কোকা-কোলাৰ নতুন পানীয় ব্ৰেণ্ড থামছ আপে মুকলি কৰিছে নতুন অভিযান। এই "মাইণ্ড চাৰ্জড, বডী চাৰ্জড" কেম্পেইনত অভিনয় কৰিছে জনপ্ৰিয় তাৰকা আমিৰ খান আৰু দৰ্শীল চাফাৰীয়ে। এই কেম্পেইনত থামছ আপে সীমাবদ্ধতাক নেওচি প্ৰতিবন্ধকতা নোহোৱা কৰি আকৰ্ষণীয় অফাৰ আগবঢ়াই গ্ৰাহকৰ বিকশিত পছন্দৰ সৈতে অনুৰণন কৰাটো নিশ্চিত কৰিছে। টিভি, ডিজিটেল আৰু ছ’চিয়েল মিডিয়াত এই অভিযান আৰম্ভ কৰা হ’ব। চাৰ্জড বাই থামছ আপৰ সৈতে অংশীদাৰিত্ব কৰি যুৱ সমাজৰ মনোভাৱক প্ৰভাৱিত কৰিবৰ বাবে ১৭ বছৰৰ পাছত কোকাকোলা পৰিয়ালৰ সৈতে পুনৰ সহযোগিতা কৰিছে আমিৰ খানে। এই অভিযানৰ সৈতে নিজৰ সম্পৰ্কৰ বিষয়ে অভিমত প্ৰকাশ কৰি আমিৰ খানে কয় যে, ‘এয়া সঁচাকৈয়ে এটা আমোদজনক চিত্ৰনাট্য আছিল।…
