23
Mar
আইটিচি বিংগো! মুকলি কৰিলে বিংগো! ৩টা চিজলিং ফৰ্মেটত দুগুণ হট আৰু স্পাইচী কোৰিয়ান-ষ্টাইলৰ চিপছ: বিংগো! অৰিজিনেল ষ্টাইল, বিংগো! হেশ্বটেগ আৰু বিংগো! আলুৰ চিপচ! কোৰিয়ান সোৱাদযুক্ত স্নেকছ(জলপান) আগবঢ়োৱা প্ৰথমটো ভাৰতীয় ব্ৰেণ্ড বিংগো! ভাৰতীয় গ্ৰাহকৰ মাজত কোৰিয়ান সংস্কৃতিৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তা সকলোৱে আজিৰ তাৰিখত অনুভৱ কৰিছে। এই নতুন ভেৰিয়েণ্ট মুকলি আৰু ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কে-ৱেভত ধৰি ৰাখিবলৈ বিংগো! টনিক ৱৰ্ল্ডৱাইডে প্ৰস্তুত কৰা মিউজিক ভিডিঅ'টোৰ সৈতে দক্ষিণ কোৰিয়াৰ জনপ্ৰিয় গায়ক অওৰাৰ সহযোগত মুকলি কৰিছে নতুন গীত "মেউন মেউন", যাৰ অৰ্থ হৈছে কোৰিয়ান ভাষাত "স্পাইচি, স্পাইচি।" এই ব্ৰেণ্ডটোৰ বিনোদনধৰ্মী, আকৰ্ষণীয় গীতটোৱে ব্ৰেণ্ডটোৰ ভাইবৰ সৈতে সহযোগিতা কৰি কোৰিয়ান পপ সংস্কৃতিৰ জনপ্ৰিয়তাক ফলপ্ৰসূভাৱে লাভৱান্বিত কৰি বিংগো মুকলিৰ…
