ব্যৱসায়

টাটা মটৰ্ছৰ ২৪ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত বৃদ্ধি বাহনৰ বিক্ৰী, ত্বৰান্বিত হৈছে বাহন বিক্ৰীৰ গতিবেগ

টাটা মটৰ্ছৰ ২৪ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত বৃদ্ধি বাহনৰ বিক্ৰী, ত্বৰান্বিত হৈছে বাহন বিক্ৰীৰ গতিবেগ

টাটা মটৰ্ছ লিমিটেডে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকৰ বিক্ৰীৰ পৰিসংখ্যা প্ৰকাশ কৰিছে, য'ত যাত্ৰী আৰু বাণিজ্যিক বাহন দুয়োটা শাখাতে এক প্ৰশংসনীয় প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। ২৪ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত টাটা মটৰ্ছে মুঠ বিক্ৰীৰ পৰিমাণ ২,৬৫,০৯০খনলৈ বৃদ্ধি কৰিছে, যি পূৰ্বৰ বিত্তীয় বৰ্ষৰ এই সময়ছোৱাত ২,৫১,৮২২ ইউনিটৰ তুলনাত উল্লেখযোগ্য বৃদ্ধি দেখা গৈছে। কোম্পানীটোৰ যাত্ৰীবাহী বাহন (পিভি) খণ্ডত যথেষ্ট উত্থান ঘটিছে আৰু মুঠ বিক্ৰী ১,৫৫,৬৫১ ইউনিটত উপনীত হৈছে, এই প্ৰদৰ্শন বছৰৰ পিছত বছৰ ধৰি ১৫% শক্তিশালী বৃদ্ধিৰ প্ৰতিফলন দেখা গৈছে। আনহাতে, বাণিজ্যিক বাহন (চিভি) খণ্ডত একে সময়ছোৱাত ১,০৯,৪৩৯ ইউনিট বিক্ৰী হৈছে, যিয়ে ২৪ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকৰ তুলনাত ৬% সামান্য হ্ৰাস দেখা…
Read More
বাজাজ এলিয়াঞ্জ লাইফে আগবঢ়াইছে তাৎক্ষণিক পলিচী লোন

বাজাজ এলিয়াঞ্জ লাইফে আগবঢ়াইছে তাৎক্ষণিক পলিচী লোন

ব্যক্তিগত জীৱনবীমা আগবঢ়োৱা প্ৰতিষ্ঠানবোৰৰ অন্যতম বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সে নিজৰ প্লেনসমূহৰ বাবে পূৰ্ব-অনুমোদিত ঋণ আগবঢ়োৱাৰ প্ৰক্ৰিয়াক ডিজিটাইজ কৰিছে। ঋণ প্ৰক্ৰিয়া সহজ-সৰল কৰি সম্পূৰ্ণ-ডিজিটেল আৰু কাগজবিহীন সুবিধাৰ জৰিয়তে ক্ৰেডিট স্কোৰ পৰীক্ষণ নোহোৱা কৰিছে, যাৰ ফলত নামমাত্ৰ ক্লিকৰ জৰিয়তে ঋণৰ দ্ৰুত, কাগজবিহীন প্ৰৱেশ বা সুবিধা আদায় কৰাটো সক্ষম হৈ পৰিছে। বাজাজৰ গ্ৰাহককেন্দ্ৰিক পদ্ধতিয়ে ক্ৰেডিট স্ক’ৰ পৰীক্ষণ নোহোৱাকৈও গ্ৰাহক পৰ্টেলৰ জৰিয়তে দ্ৰুত প্ৰক্ৰিয়াৰে অনুমোদিতকৰণ কৰি গ্ৰাহকক সহায় আগবঢ়ায়, যাৰ ফলত গ্ৰাহকৰ নিৰৱচ্ছিন্ন অভিজ্ঞতা নিশ্চিত হয় আৰু মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰত ঋণ প্ৰদান সম্ভৱ হৈ পৰে। বাজাজ এলিয়াঞ্জ লাইফে জীৱন বীমা পলিচিৰ বিপৰীতে প্ৰতিযোগিতামূলক সুতৰ হাৰত ঋণ আগবঢ়ায় যাৰ ফলত মূল্যৱান গ্ৰাহকৰ বাবে ব্যয়সাধ্যতা…
Read More
ফ্লেগশ্বিপ ডিভাইচত গেলেক্সি এআই সেৱা মুকলিৰ কথা ঘোষণা চেমচাঙৰ

ফ্লেগশ্বিপ ডিভাইচত গেলেক্সি এআই সেৱা মুকলিৰ কথা ঘোষণা চেমচাঙৰ

দেশৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড চেমচাঙে মোবাইল এআইৰ সাৰ্বজনীনকৰণ বা বহুল ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰা গেলেক্সি এআই সুবিধাসমূহ অধিক আৰু বিস্তৃত গেলেক্সি ফ্লেগশ্বিপ ডিভাইচত আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। আজিৰে পৰা আৰম্ভ হৈছে এই সেৱাসমূহ আৰু এতিয়াৰে পৰা গেলেক্সি এছ২৩ শৃংখলা, এছ২৩ এফই, জেড ফ'ল্ড৫, জেড ফ্লিপ৫ আৰু টেব এছ৯ ছিৰিজত উপলব্ধ হ'ব। শেহতীয়াকৈ মুকলি কৰা গেলেক্সি এছ২৪ ছিৰিজৰ সৈতে সমসাময়িকভাৱে উন্নীত ব্যৱস্থাই ব্যৱহাৰকাৰীৰ মোবাইল এআই অভিজ্ঞতাৰ মানদণ্ড উন্নত কৰিব। গেলেক্সি এছ ২৩ ছিৰিজ, এছ২৩ এফই, জেড ফল্ড৫, জেড ফ্লিপ৫ আৰু টেব এছ ৯ ছিৰিজকে ধৰি বিভিন্ন গেলেক্সি মডেল ব্যৱহাৰকাৰীসকলৰ বাবে এতিয়া গেলাক্সি এআইৰ সুবিধাসমূহ উপলব্ধ। এই বৈশিষ্ট্যসমূহৰ ভিতৰত আছে…
Read More
এনএছডিচি ইণ্টাৰনেচনেলে ছাছাছনেটৰ সৈতে স্বাক্ষৰ কৰিছে বুজাবুজিৰ চুক্তি

এনএছডিচি ইণ্টাৰনেচনেলে ছাছাছনেটৰ সৈতে স্বাক্ষৰ কৰিছে বুজাবুজিৰ চুক্তি

নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্প’ৰেচন(এনএছডিচি)ৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান এনএছডিচি ইণ্টাৰনেচনেলে সমগ্ৰ চাহাৰা আফ্ৰিকা উপমহাদেশীয় দেশসমূহত দক্ষতা পৰিৱেশ তন্ত্ৰৰ বিকাশ-সম্প্ৰসাৰণৰ বাবে ছাব-চাহাৰান আফ্ৰিকান স্কিলছ এণ্ড এপ্ৰেণ্টিছশ্বিপ ষ্টেকহোল্ডাৰ্ছ নেটৱৰ্ক(ছাছাছনেট)ৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। দক্ষতাৰ ব্যৱধান দূৰ কৰা, কৰ্মশক্তিৰ গতিশীলতা বৃদ্ধি কৰা আৰু ছেক্টৰ স্কিল কাউঞ্চিল(মাণ্ডলিক দক্ষতা পৰিষদ) স্থাপন কৰি দক্ষতা বিকাশ কৌশল সন্দৰ্ভত এনএছডিচি ইণ্টাৰনেচনেলৰ সৰ্বোত্তম পদ্ধতিসমূহ ভাগ-বতৰা কৰি আঞ্চলিক অৰ্থনৈতিক বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰাই হৈছে এই অংশীদাৰিত্বৰ লক্ষ্য। ইয়াৰ লগতে প্ৰযুক্তিৰ উন্নীতকৰণৰ জৰিয়তে যুৱক-যুৱতীসকলক নিয়োগৰ বাবে প্ৰস্তুতি আৰু নিয়োগযোগ্যতা দক্ষতা বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে এনএছডিচিৰ চিইঅ’ আৰু এনএছডিচি ইণ্টাৰনেচনেলৰ এমডি বেদমণি তিৱাৰী আৰু ছাছাছনেটৰৰ…
Read More
প্ৰতিযোগিতামূলক সামৰ্থ্য আৰু লাভ বৃদ্ধিৰ বাবে নিছানে আগবঢ়াইছে দ্য আৰ্ক ব্যৱসায়িক পৰিকল্পনা

প্ৰতিযোগিতামূলক সামৰ্থ্য আৰু লাভ বৃদ্ধিৰ বাবে নিছানে আগবঢ়াইছে দ্য আৰ্ক ব্যৱসায়িক পৰিকল্পনা

নিছান মটৰ কোম্পানী লিমিটেডে প্ৰতিযোগিতামূলক বজাৰত নিজৰ গুৰুত্ব বৃদ্ধি আৰু সেৱা উন্নীত কৰাৰ লক্ষ্যৰে নতুন ব্যৱসায়িক পৰিকল্পনা আৰ্ক মুকলি কৰিছে। এই পদক্ষেপৰ অধীনত এক বিস্তাৰিত সামগ্ৰীৰ সুবিধা, বৰ্ধিত বৈদ্যুতিকৰণ সুযোগ, অভিযান্ত্ৰিক আৰু উৎপাদনৰ বাবে নতুন পদ্ধতি, শেহতীয়া প্ৰযুক্তি আৰু বিশ্বজুৰি বাহন বিক্ৰী বৃদ্ধি আৰু অধিক লাভ অৰ্জন কৰাৰ বাবে কৌশলগত অংশীদাৰিত্ব আৰু ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ২০২৬ৰ ভিতৰত নিছানে ১ মিলিয়ন ইউনিট বাহন বিক্ৰী আৰু ৬% অপাৰেটিং লাভ অৰ্জন কৰাৰ লক্ষ্য ৰাখিছে, এই সময়ছোৱাত গ্ৰাহকৰ বাবে ১৬টা ইলেক্ট্ৰিফাইড মডেলকে ধৰি ৩০টা নতুন মডেল মুকলি কৰা হ’ব। ২০২৬ৰ ভিতৰত আইচিইৰ ৬০% যাত্ৰী-বাহনৰ মডেল নতুন ৰূপত মুকলি কৰা হ'ব। আনহাতে…
Read More
ইভি চাৰ্জিং আন্তঃগাঁথনি উন্নীত কৰাৰ বাবে সহযোগিতা টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটী আৰু এইচপিচিএলৰ

ইভি চাৰ্জিং আন্তঃগাঁথনি উন্নীত কৰাৰ বাবে সহযোগিতা টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটী আৰু এইচপিচিএলৰ

ভাৰতৰ বৈদ্যুতিক বাহন বিপ্লৱৰ বাবে পৰিচিত প্ৰতিষ্ঠান টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটী লিমিটেডে (টিপিইএম) হিন্দুস্তান পেট্ৰ'লিয়াম কৰ্প'ৰেচন লিমিটেড(এইচপিচিএল)ৰ সৈতে সমগ্ৰ দেশজুৰি ৰাজহুৱা চাৰ্জিং ষ্টেচন স্থাপনত সহযোগিতা কৰিবলৈ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই সহযোগিতাই এইচপিচিএলৰ বিস্তৃত ইন্ধন কেন্দ্ৰৰ নেটৱৰ্ক আৰু ভাৰতীয় ৰাজপথত ১.২ লাখতকৈও অধিক টাটা ইভিৰ জৰিয়তে টিপিইএমৰ অন্তৰ্দৃষ্টি লাভ কৰিব আৰু টাটা ইভি বাহনৰ গৰাকীসকলে সঘনাই ভ্ৰমণ কৰা স্থানসমূহত চাৰ্জাৰ স্থাপন কৰিব। ইয়াৰ লগতে আহি থকা দিনবোৰত গ্ৰাহকৰ অভিজ্ঞতা উন্নীত কৰাৰ বাবে এইচপিচিএলে চাৰ্জাৰৰ ব্যৱহাৰৰ বিষয়ে অন্তৰ্দৃষ্টি সংগ্ৰহ কৰিব। এই সহযোগিতাৰ জৰিয়তে বৈদ্যুতিক বাহনৰ প্ৰচাৰ-প্ৰসাৰ আৰু সহযোগী প্ৰতিষ্ঠান-ব্ৰেণ্ড আৰ এফ আই ডি কাৰ্ড ব্যৱহাৰ কৰি সুবিধাজনক পেমেণ্ট ব্যৱস্থা প্ৰৱৰ্তন কৰাই…
Read More
ভিত্তিহীন অভিযোগৰ বাবে যথেষ্ট ক্ষতি হ’ব পাৰে তৈলপাম উদ্যোগৰ ব্ৰেণ্ডৰ

ভিত্তিহীন অভিযোগৰ বাবে যথেষ্ট ক্ষতি হ’ব পাৰে তৈলপাম উদ্যোগৰ ব্ৰেণ্ডৰ

আজিৰ ডিজিটেল যুগত ভুৱা তথ্য বা উৰাবাতৰিয়ে সাধাৰণ লোক, একো একোটা প্ৰতিষ্ঠান আৰু ব্ৰেণ্ড তথা উদ্যোগলৈ প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে। ভুৱা খবৰে ছ’চিয়েল মিডিয়া, মচলাধৰ্মী শিৰোনাম আৰু ভাইৰেল কণ্টেণ্টে যথেষ্ট ক্ষতিসাধন কৰে, কিয়নো এনে ভুল বাতৰিৰ বাবে এটা প্ৰতিষ্ঠিত ব্ৰেণ্ডৰ সুনাম নষ্ট হয় আৰু গ্ৰাহকৰ আস্থা নোহোৱা হৈ পৰে। বিভিন্ন ব্ৰেণ্ড আৰু তৈলপাম উদ্যোগৰ বাবে বনাঞ্চল ধ্বংস আৰু শ্ৰমিকক শোষণ-নিৰ্যাতনৰ ভুৱা অভিযোগে গ্ৰাহক হেৰুওৱাৰ লগতে আৰ্থিকভাৱেও লোকচানৰ সন্মুখীন কৰিব পাৰে। বহনক্ষম তৈলপাম হৈছে পৰিৱেশ অনুকূল আৰু অৰ্থনৈতিকভাৱে লাভজনক। তৈলপামৰ বাবে অন্যান্য তৈলউৎসতকৈ কম ভূমি আৰু সম্পদৰ প্ৰয়োজন। ই বিভিন্ন উদ্যোগত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, কিয়নো তৈলপামে উদ্ভাৱন-সম্ভাৱনা কঢ়িয়াই আনি…
Read More
ফেডাৰেল বেংকে ৫টা নতুন শাখা মুকলিৰে উত্তৰ-পূবৰ বেংকিং খণ্ডলৈ আনিছে বৈপ্লৱিক পৰিৱৰ্তন, ডিজিটেল সম্প্ৰসাৰণক আদৰি লৈছে গ্ৰহকে

ফেডাৰেল বেংকে ৫টা নতুন শাখা মুকলিৰে উত্তৰ-পূবৰ বেংকিং খণ্ডলৈ আনিছে বৈপ্লৱিক পৰিৱৰ্তন, ডিজিটেল সম্প্ৰসাৰণক আদৰি লৈছে গ্ৰহকে

দেশৰ আগশাৰীৰ বেংকিং প্ৰতিষ্ঠান ফেডাৰেল বেংকে আজি উত্তৰ-পূবত ৫টা নতুন শাখা মুকলি কৰি গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে। কৌশলগত স্থানত অৱস্থিত বিজয়নগৰ (অসম), ধৰ্মনগৰ (ত্ৰিপুৰা), কৰিমগঞ্জ (অসম), কোলাচিব (মিজোৰাম) আৰু নাহৰলগুন (অৰুণাচল প্ৰদেশ)ত মুকলি কৰিছে নতুন শাখা। এই নতুন শাখাকেইটা মুকলিৰে সম্ভাৱনাপূৰ্ণ আৰু প্ৰয়োজনীয় বজাৰত নিজৰ পদচিহ্ন সম্প্ৰসাৰিত কৰাৰ বাবে বেংকৰ প্ৰতিশ্ৰুতি আকৌ এবাৰ প্ৰমাণ কৰিলে। ফেডাৰেল বেংকৰ এমডি আৰু চিইঅ' শ্যাম শ্ৰীনিবাসনৰ নেতৃত্বত ডিজিটেল উদ্বোধনে ফেডাৰেল বেংকৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত বেংকৰ অভিনৱ দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰে। ২০২৪ বিত্তীয় বৰ্ষৰ শেষলৈ দেশজুৰি ১,৫০০ বেংক আউটলেটত উপনীত হোৱাৰ লক্ষ্যৰে ফেডাৰেল বেংকে উত্তৰ-পূৰ্বাঞ্চলৰ বেংক লেণ্ডস্কেপত এক গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে নিজৰ স্থিতি দৃঢ় কৰাৰ লক্ষ্য…
Read More
শ্বপচিৰ গ্ৰেণ্ড মেলাৰ উত্থান, নতুন গ্ৰাহক দুগুণ বৃদ্ধি আৰু বিক্ৰেতাৰ অংশগ্ৰহণে ভংগ কৰিলে সকলো অভিলেখ

শ্বপচিৰ গ্ৰেণ্ড মেলাৰ উত্থান, নতুন গ্ৰাহক দুগুণ বৃদ্ধি আৰু বিক্ৰেতাৰ অংশগ্ৰহণে ভংগ কৰিলে সকলো অভিলেখ

ভাৰতৰ দ্ৰুতগতিত সম্প্ৰসাৰিত হাইপাৰভেল্যু ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্টৰ শ্বপচিয়ে ১২ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ আয়োজন কৰা  শ্বপচি মেলাৰ চতুৰ্থ সংস্কৰণৰ সামৰণি পৰিছে, এই সময়ছোৱাত গ্ৰাহকৰ বাবে সুলভ মূল্যত আগবঢ়োৱা হয় বিভিন্ন প্ৰয়োজনীয় আৰু আকৰ্ষণীয় সামগ্ৰী। ইয়াৰ প্ৰমাণ হিচাপে এই সময়ছোৱাত শ্বপচিয়ে ১৬ কোটি+তকৈ অধিক সামগ্ৰীৰ বিনামূলীয়া ডেলিভাৰী আৰু বৃহৎ মূল্যৰ সৈতে আগবঢ়াইছিল।এই সময়ছোৱাত পুৰুষসকলে টি-চাৰ্ট আৰু জোতাৰ সৰ্বাধিক বজাৰ কৰিছিল। আনহাতে, মহিলাসকলে কুৰ্টী, শাৰী আৰু কাণফুলিৰ বজাৰ বেছিকৈ কৰিছিল। দেশৰ সবাতোকৈ দূৰৱৰ্তী অঞ্চলসমূহত সামগ্ৰী যোগান ধৰি শ্বপচিয়ে টায়াৰ ২ আৰু টায়াৰ ৩ চহৰ যেনে গুৱাহাটী, কটক, গোৰখপুৰ আৰু মহীশূৰত গ্ৰাহকৰ চাহিদা বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল, যিবোৰ চহৰত যথেষ্ট পৰিমাণে বিক্ৰী বাঢ়িছিল।…
Read More
আপোনাৰ মনোৰঞ্জন উন্নীত কৰক: ভিআইয়ে আগবঢ়াইছে নতুন ৰূপত ভিআই মুভিজ আৰু টিভি এপ

আপোনাৰ মনোৰঞ্জন উন্নীত কৰক: ভিআইয়ে আগবঢ়াইছে নতুন ৰূপত ভিআই মুভিজ আৰু টিভি এপ

দেশৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভিআইয়ে প্ৰৱৰ্তন কৰে আল্টিমেট মনোৰঞ্জন এপ, ভিআই মুভিজ এণ্ড টিভি, যি হৈছে ভিআইৰ সকলো গ্ৰাহকৰ বাবে ৱান ষ্টপ মনোৰঞ্জনৰ গন্তব্যস্থান। ভিআই মুভিজ এণ্ড টিভিৰ সম্পূৰ্ণ নতুন অৱতাৰে নিজৰ গ্ৰাহকসকলক এক অতুলনীয় মনোৰঞ্জন অভিজ্ঞতা প্ৰদান করয়েছে, ১৩+ অ'টিটি এপ, ৪০০+ লাইভ টিভি চেনেল, আৰু কেইবাটাও কন্তেণ্ট লাইব্ৰেৰীত বিনামূলীয়া ব্যৱহাৰৰ সুযোগ – এই সকলোবোৰ সুবিধা এখন চালিৰ তলত লাভ কৰিব। ভিআই মুভিজ এণ্ড টিভিয়ে একাধিক প্লেটফৰ্মৰ বাবে ছিংগল চাবস্ক্ৰিপচন ২০২ টকাত প্ৰিপেইডৰ বাবে আৰু পোষ্টপেইডৰ বাবে ১৯৯ টকাত আগবঢ়াইছে। গ্ৰাহকক দৰ্শনৰ অভিজ্ঞতা সৰল কৰা আৰু ধনৰ সৰ্বোত্তম মূল্য প্ৰদান কৰাৰ লক্ষ্যৰে এই সুবিধা আগবঢ়োৱা হৈছে। ভিআই মুভিজ এণ্ড…
Read More