13
Oct
১৩ অক্টোবৰৰ দিছপুৰত হ’বলগীয়া জংগী প্ৰতিবাদ স্থগিত ৰাখিলে ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৫৭ হাজাৰ পৰিয়ালৰ তালিকা ৰাজহুৱা কৰাৰ দাবী মানি লোৱা নাই মুখ্যমন্ত্ৰীয়ে, আলোচনা অচল, পুনৰ ৰাইজৰ দলে জংগী ৰূপ লোৱাৰ সম্ভাৱনা উজনি অসমৰ বানপীড়িত ৰাইজৰ ক্ষতিপূৰণৰ দাবীত যোৱা ২ অক্টোবৰৰ পৰা বিধানসভা চৌহদত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে অবিৰত সত্যাগ্ৰহ অব্যাহত ৰখাৰ মাজতে ৰাজ্য চৰকাৰে তেওঁৰ সৈতে আলোচনা আৰম্ভ কৰিছে। বানত সৰ্বস্বান্ত হোৱা পৰিয়ালসমূহক ১০ লাখ টকাৰ সাহায্য প্ৰদান, প্ৰতিটো বানপীড়িত পৰিয়ালক ১৫ হাজাৰ টকাৰ এককালীন সাহায্য আৰু অতিৰিক্তভাৱে শিৱসাগৰ আৰু চৰাইদেউৰ ক্ষতিগ্ৰস্তসকলৰ বাবে ১০ হাজাৰ টকাৰ সাহায্য প্ৰদান আৰু প্ৰলয়ৰ কাৰণ উদ্ঘাটনৰ…
