Barnali Ghosh

1 Posts
অসমত জলফাই খেতিৰ পাইলট প্ৰকল্প আৰম্ভ, ৰাজস্থানৰ পৰা অনা হ’ল ১৬,০০০ পুলি

অসমত জলফাই খেতিৰ পাইলট প্ৰকল্প আৰম্ভ, ৰাজস্থানৰ পৰা অনা হ’ল ১৬,০০০ পুলি

পশ্চিম কাৰ্বি আংলং জিলাৰ অভিভাৱক মন্ত্ৰী তথা কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি জিলাখনত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীসমূহৰ জৰিয়তে জলসিঞ্চন ব্যৱস্থাৰ উন্নয়ন, কৃষিৰ বৈচিত্ৰ্যকৰণ, উন্নয়নমূলক কাম-কাজৰ ত্বৰান্বিতকৰণ আৰু জনসাধাৰণৰ বাবে আন্তঃগাঁথনিগত সা-সুবিধা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ভ্ৰমণৰ অংশ হিচাপে মন্ত্ৰীগৰাকীয়ে প্ৰথমে পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত ক'লংগা প্ৰবাহিত জলসিঞ্চন আঁচনি (Flow Irrigation Scheme) পৰিদৰ্শন কৰে। বৰ্তমান এই আঁচনিখনে প্ৰায় ১০০ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ সুবিধা প্ৰদান কৰি আহিছে। আঁচনিখনৰ জৰিয়তে প্ৰায় ১,৮০০ হেক্টৰ কৃষিভূমি সামৰি লোৱাৰ সম্ভাৱনা আছে। এই সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীগৰাকীয়ে অধিক কৃষকক জলসিঞ্চনৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে এখন বৃহত্তৰ…
Read More