ব্যৱসায়

এনএছডিচিআই আৰু নিপ্পন ট্ৰেভেল এজেঞ্চীৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

এনএছডিচিআই আৰু নিপ্পন ট্ৰেভেল এজেঞ্চীৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ভাৰত-জাপানৰ সহযোগিতা শক্তিশালী কৰাৰ বাবে এনএছডিচি ইণ্টাৰনেচনেল আৰু নিপ্পন ট্ৰেভেল এজেঞ্চীয়ে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই অংশীদাৰিত্বৰ উদ্দেশ্য হৈছে জাপানত বিভিন্ন খণ্ডৰ দক্ষ পেছাদাৰী লোকসকলক নিয়োগৰ বিষয়ে জাপানত সজাগতা সৃষ্টি কৰা, জাপানত বিবিধ প্ৰতিভাৰ বৰ্ধিত চাহিদা পূৰণ কৰা। এনএছডিচিআইৰ সঞ্চালক আৰু মুখ্য সঞ্চালন বিষয়া অজয় কুমাৰ ৰাইনা আৰু নিপ্পন ট্ৰেভেল এজেঞ্চীৰ কাৰ্যবাহী বিষয়া কেইগো য়োশিদাৰ মাজত এই চুক্তিখন স্বাক্ষৰিত হয়। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে প্ৰতিভাৰ ব্যৱধান দূৰ কৰা আৰু কৰ্মশক্তিৰ গতিশীলতা বৃদ্ধি কৰা।  এনএছডিচিআই আৰু নিপ্পন ট্ৰেভেলে ভাৰত আৰু জাপান দুয়োখন দেশতে যৌথ আলোচনা চক্ৰ আৰু কৰ্মশালাৰ আয়োজন কৰিব, য’ত দক্ষতা বিকাশ, কৰ্মশক্তিৰ গতিশীলতা আৰু অন্যান্য প্ৰাসংগিক ক্ষেত্ৰসমূহৰ ওপৰত…
Read More
কোটাকে আৰম্ভ কৰিছে ছিমলেছ জিএছটি পেমেণ্ট

কোটাকে আৰম্ভ কৰিছে ছিমলেছ জিএছটি পেমেণ্ট

কোটক মহিন্দ্ৰা বেংক লিমিটেডে(কেএমবিএল) আৰম্ভ কৰিছে এক ছিমলেছ জিএছটি পেমেণ্ট ব্যৱস্থা, যাৰ ফলত গ্ৰাহকসকলে বৰ্তমানৰ নেট বেংকিং বিকল্পৰ উপৰিও ইউপিআই, ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ডকে ধৰি একাধিক পেমেণ্ট বিকল্পৰ জৰিয়তে জিএছটিৰ দায়বদ্ধতা বা প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পাৰিব। ই কেন্দ্ৰৰ জিএছটি পৰ্টেলৰ সৈতে কোটাকৰ প্ৰথম একত্ৰিকৰণক চিহ্নিত কৰিছে, যিয়ে নেট বেংক সেৱাৰ জৰিয়তে কৰ পূৰণৰ বাবে ব্যৱহাৰকাৰী-অনুকূল প্লেটফৰ্ম প্ৰদান কৰিছে। ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিক সহায় কৰাৰ বাবে প্ৰতিনিয়ত দায়বদ্ধ হৈ থকা বেংকটোৱে বিভিন্ন পদক্ষেপৰ জৰিয়তে ডিজিটেল বজাৰৰ প্ৰচাৰ-প্ৰসাৰত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে।কোটাকৰ ৰাজহুৱা পৰিক্ৰমা আৰু চৰকাৰী ব্যৱসায় খণ্ডৰ অধ্যক্ষ ৰাঘৱেন্দ্ৰ সিঙে ডিজিটেল পেমেণ্টৰ ভৱিষ্যতৰ পথ প্ৰশস্ত কৰাত বেংকৰ ভূমিকাক প্ৰশংসা কৰিছে।…
Read More
চেমচাং ইলেক্ট্ৰনিক্স আৰু গুগল ক্লাউডে বহু বছৰীয়া অংশীদাৰিত্ব গঠন কৰি প্ৰদান কৰিছে জেনেৰেটিভ এআই প্ৰযুক্তি

চেমচাং ইলেক্ট্ৰনিক্স আৰু গুগল ক্লাউডে বহু বছৰীয়া অংশীদাৰিত্ব গঠন কৰি প্ৰদান কৰিছে জেনেৰেটিভ এআই প্ৰযুক্তি

চেমচাং ইলেক্ট্ৰনিকছ কোম্পানী লিমিটেড আৰু গুগল ক্লাউডে গুগল ক্লাউডৰ জেনেৰেটিভ আৰ্টিফিচিয়েল ইনটেলিজেন্স (এআই) প্ৰযুক্তি বিশ্বজুৰি চেমচাং স্মাৰ্টফোন ব্যৱহাৰকাৰীসকলক প্ৰদান কৰাৰ বাবে এক নতুন বহু-বছৰীয়া অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। কেলিফৰ্ণিয়াৰ চান জোছৰ গেলেক্সি আনপেকডত ঘোষণা কৰা চেমচাং গেলেক্সি এছ ২৪ ছিৰিজৰ পৰা আৰম্ভ কৰি চেমচাঙে ক্লাউডৰ জৰিয়তে নিজৰ স্মাৰ্টফোন ডিভাইচত ভাৰ্টেক্স এআইত জেমিনি প্ৰ’ আৰু ইমেজেন ২ স্থাপন কৰা প্ৰথমটো গুগল ক্লাউড অংশীদাৰ হ’ব। চেমচাঙে বিভিন্ন ধৰণৰ তথ্যসমূহ বুজি পোৱাৰ লগতে একত্ৰিত আৰু অনুঢাৱন কৰিব পৰা মাল্টিমডেল এআই ভাৰ্টেক্স এআইত জেমিনি প্ৰ’ সন্নিবিষ্ট কৰা প্ৰথমটো গুগল ক্লাউড অংশীদাৰ হৈ পৰিছে। এই সুবিধাই নোটছ, ভইচ ৰেকৰ্ডাৰ আৰু কিবৰ্ডত উপলব্ধ আৰু চেমচাঙক জটিল…
Read More
চেমচাং ইলেক্ট্ৰনিক্সে কৰ্ণিঙৰ সৈতে সহযোগিতাৰে গেলেক্সি এছ২৪ আল্ট্ৰা ডিভাইচৰ বাবে মুকলি কৰিলে নতুন কৰ্নিং® গৰিলা® আৰ্মৰ কভাৰ মেটেৰিয়েল

চেমচাং ইলেক্ট্ৰনিক্সে কৰ্ণিঙৰ সৈতে সহযোগিতাৰে গেলেক্সি এছ২৪ আল্ট্ৰা ডিভাইচৰ বাবে মুকলি কৰিলে নতুন কৰ্নিং® গৰিলা® আৰ্মৰ কভাৰ মেটেৰিয়েল

চেমচাং ইলেক্ট্ৰনিক্স আৰু কৰ্নিঙে গেলেক্সি এছ ২৪ আল্ট্ৰা ডিভাইচৰ বাবে কৰ্নিঙৰ কৰ্নিং® গৰিলা® আৰ্মৰ কভাৰ মেটেৰিয়েল প্ৰদান কৰিবলৈ অংশীদাৰিত্ব কৰিছে, যিয়ে বহনক্ষমতাৰ লগতে দৃশ্যগত স্পষ্টতাৰ সংমিশ্ৰণ প্ৰদান কৰে, লগতে ডিছপ্লেৰ মানদণ্ড আৰু সদায়ে পৰিধান কৰিবলৈ সুবিধা হোৱাকৈ সুৰক্ষা প্ৰদান কৰিব। কৰ্ণিং® গৰিলা® আৰ্মৰ হৈছে এক পৃথক ধৰণৰ স্মাৰ্টফোনৰ কভাৰ সামগ্ৰী। এক সাধাৰণ গ্লাছ পৃষ্ঠৰ তুলনাত, কৰ্ণিং গৰিলা আৰ্মাৰে প্ৰতিফলন ৭৫% পৰ্যন্ত হ্ৰাস কৰে, যিয়ে প্ৰদৰ্শনৰ পঠনযোগ্যতা বৃদ্ধি কৰে আৰু প্ৰায় যিকোনো পৰিৱেশত স্ক্ৰীণৰ প্ৰতিফলন হ্ৰাস কৰে। এই বিষয়ে কৰ্ণিং® গৰিলা® গ্লাছৰ উপাধ্য়ক্ষ আৰু জেনেৰেল মেনেজাৰ ডেভিদ ভেলাস্কুৱেজে কয় যে, "শেহতীয়া এই উদ্ভাৱনে একেসময়তে বহনক্ষমতাৰ প্ৰয়োজনীয়তা আৰু উন্নত অপটিক্সৰ আমাৰ ক্ৰমবৰ্ধিত…
Read More
চেমচাং গেলেক্সি এআইয়ে গেলেক্সি এছ ২৪ আল্ট্ৰা, গেলেক্সি এছ ২৪+ আৰু গেলেক্সি এছ ২৪ৰ সৈতে আইকনিক এছ ছিৰিজত আনিছে বৈপ্লৱিক পৰিৱৰ্তন

চেমচাং গেলেক্সি এআইয়ে গেলেক্সি এছ ২৪ আল্ট্ৰা, গেলেক্সি এছ ২৪+ আৰু গেলেক্সি এছ ২৪ৰ সৈতে আইকনিক এছ ছিৰিজত আনিছে বৈপ্লৱিক পৰিৱৰ্তন

চেমচাং ইলেক্ট্ৰনিকছে মুকলি কৰিলে গেলেক্সি এছ২৪ আল্ট্ৰা, গেলেক্সি এছ২৪+ আৰু গেলেক্সি এছ২৪, এই শুভাৰম্ভণিৰ লগে লগে গ্ৰাহকসকলে গেলেক্সি এআইৰ সৈতে নতুন মোবাইলৰ অভিজ্ঞতা লাভ কৰিব। গেলেক্সি এছ ছিৰিজে এটা নতুন যুগলৈ আগবঢ়াই লৈ গৈছে, যিয়ে মোবাইল ডিভাইচবোৰে গ্ৰাহকক শক্তিশালী কৰি তাক চিৰদিনৰ বাবে সলনি কৰি তুলিব। এআইয়ে গেলেক্সি এছ২৪ শৃংখলাৰ প্ৰায় প্ৰতিটো অভিজ্ঞতাকে প্ৰসাৰিত কৰিছে, যিয়ে বুদ্ধিমান টেক্সট আৰু ফোনকল অনুবাদৰ সৈতে বাধা-মুক্ত যোগাযোগ সক্ষম কৰি তোলাৰ লগতে গেলেক্সিৰ প্ৰ'ভিজুৱেল ইঞ্জিনৰ সৈতে সৃষ্টিশীল স্বতন্ত্ৰতাক সৰ্বোচ্চ কৰি তুলিব। ইয়াৰ লগতে চাৰ্চ বা অনুসন্ধানৰ বাবে এক নতুন মানদণ্ড নিৰ্ধাৰণ কৰি গেলেক্সি ব্যৱহাৰকাৰীসকলক চাৰিওফালৰ পৃথিৱীখন অন্বেষণ কৰাৰ বাবে নতুন ৰূপত সজাই তুলিছে। কোম্পানীটোৰ…
Read More
নতুন চুপ্ৰো প্ৰফিট ট্ৰাক এক্সেল শৃংখলা মুকলি কৰাৰ কথা ঘোষণা মহিন্দ্ৰাৰ

নতুন চুপ্ৰো প্ৰফিট ট্ৰাক এক্সেল শৃংখলা মুকলি কৰাৰ কথা ঘোষণা মহিন্দ্ৰাৰ

ভাৰতৰ ক্ষুদ্ৰ বাণিজ্যিক বাহন(এছচিভি)ৰ বজাৰৰ আগশাৰীৰ প্ৰতিষ্ঠান মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডে(এমএণ্ডএম) সগৌৰৱে ডিজেল আৰু চিএনজি ডুঅ’ দুয়োটা ভেৰিয়েণ্টতে উপলব্ধ নতুন চুপ্ৰো প্ৰফিট ট্ৰাক এক্সেল ছিৰিজ মুকলিৰ কথা ঘোষণা কৰিছে। চুপ্ৰো প্লেটফৰ্মৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰফিট ট্ৰাক এক্সেল ছিৰিজক উৎকৃষ্ট শক্তি, ব্যতিক্ৰমী ষ্টাইল, অতুলনীয় সুৰক্ষা আৰু সৰ্বশ্ৰেষ্ঠ আৰাম প্ৰদান কৰি শেষ মাইলৰ সংযোগক পুনৰ সংজ্ঞায়িত কৰিবলৈ ডিজাইন কৰা হৈছে।২০১৫ চনত মুকলি কৰা চুপ্ৰো প্ৰফিট ট্ৰাক এক্সেল ছিৰিজে ডিজেল আৰু চিএনজি ডিইউঅ’ ভেৰিয়েণ্ট আকৰ্ষণীয় মূল্যত প্ৰদান কৰিছে, সেই অনুসৰি ডিজেল ভেৰিয়েণ্টৰ মূল্য ৬.৬১ লাখ টকা আৰু চিএনজি ডিইউঅ’ৰ মূল্য ৬.৯৩ লাখ টকা। চুপ্ৰো চিএনজিডুঅ’ৰ সফলতাৰ পিছত মহিন্দ্ৰাৰ চুপ্ৰ’ প্ৰফিট ট্ৰাক এক্সেলে…
Read More
অষ্ট্ৰেলিয়ান অ’পেনৰ ছেমি ফাইনেলত আলেকজেণ্ডাৰ জেভেৰেভ

অষ্ট্ৰেলিয়ান অ’পেনৰ ছেমি ফাইনেলত আলেকজেণ্ডাৰ জেভেৰেভ

ষষ্ঠ স্থানৰ আলেকজেণ্ডাৰ জেভেৰেভে বুধবাৰে নিশা দ্বিতীয় স্থানপ্ৰাপ্ত কাৰ্লোছ আলকাৰাজক পৰাস্ত কৰি অষ্ট্ৰেলিয়ান অ'পেন টেনিছ গ্ৰেণ্ড শ্লেমৰ ছেমি ফাইনেলত উপনীত হয়, য'ত তেওঁ দুবাৰৰ ফাইনেলিষ্ট দানিল মেদভেদেভৰ মুখামুখি হ'ব। অলিম্পিক চেম্পিয়ন জেভেৰেভ তৃতীয় ছেটত পিছ পৰে আৰু চাৰ্ভ আগবঢ়োৱাৰ সুযোগ হেৰুৱায়, কিন্তু তেওঁ চতুৰ্থ ছেটত সুযোগটো হেৰুৱাই ৬-১, ৬-৩, ৬-৭ (২), ৬-৪ ব্যৱধানত জয়লাভ কৰে। আলকাৰাজে যোৱা বছৰ উইম্বলডন জিকিছিল আৰু ২০২৩ চনত গ্ৰেণ্ড শ্লেম খেলত ১০ বাৰ অষ্ট্ৰেলিয়ান অ'পেন বিজয়ী ন'ভাক জক'ভিচক পৰাস্ত কৰা একমাত্ৰ খেলুৱৈ আছিল। গ্ৰেণ্ড শ্লেমত শীৰ্ষ-পাঁচ স্থানপ্ৰাপ্ত খেলুৱৈৰ বিৰুদ্ধে এয়া জেভেৰেভৰ প্ৰথম জয় আছিল আৰু তেওঁ সপ্তমবাৰৰ বাবে এটা ডাঙৰ প্ৰতিযোগিতাৰ ছেমিফাইনেলত উপনীত হৈছে। অষ্ট্ৰেলিয়াত…
Read More
গুৱাহাটীত পেডিয়াট্ৰিক কাৰ্ডিয়াক কেয়াৰ কেম্পৰ আয়োজন ৰেইনব’ চিলড্ৰেনছ হাৰ্ট ইনষ্টিটিউট আৰু আয়ুৰচন্দ্ৰা হাস্পতালৰ

গুৱাহাটীত পেডিয়াট্ৰিক কাৰ্ডিয়াক কেয়াৰ কেম্পৰ আয়োজন ৰেইনব’ চিলড্ৰেনছ হাৰ্ট ইনষ্টিটিউট আৰু আয়ুৰচন্দ্ৰা হাস্পতালৰ

অসম তথা উঃ-পূবৰ শিশুৰ হৃদৰোগ জটিল চিকিৎসাৰ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাসমূহ পূৰণৰ বাবে সহযোগিতামূলক প্ৰয়াস ৰূপে ৰেইনব' চিলড্ৰেনছ হাৰ্ট ইনষ্টিটিউট আৰু আয়ুৰচন্দ্ৰা হাস্পতালে গুৱাহাটীৰ শিশুসকলৰ কল্যাণৰ বাবে এক বিশেষ চিকিৎসা শিবিৰৰ আয়োজন কৰিবলৈ সাজু হৈছে। ৰেইনব' চিলড্ৰেনছ হাৰ্ট ইনষ্টিটিউটৰ মুখ্য হৃদৰোগ বিশেষজ্ঞ সন্মানীয় ডাঃ কনেটি নাগেশ্বৰ ৰাওৰ নেতৃত্বত আয়োজিত হ'ব লগা এই শিবিৰৰ লক্ষ্য হৈছে জন্মগতভাৱে হৃদৰোগত আক্ৰান্ত কণ কণ ৰোগীসকলক শিশুৰ হৃদৰোগৰে জড়িত সকলো ধৰণৰ যত্ন বা চিকিত্সাৰ সমাধান প্ৰদান কৰা।৩০ বছৰৰো অধিক অভিজ্ঞতাসম্পন্ন শিশু কাৰ্ডিঅ’লজীৰ বিশেষজ্ঞ ডাঃ ৰাওৰ এই ক্ষেত্ৰখনলৈ যুগান্তকাৰী অৱদান-কোনাৰ-এমএফ মাল্টিফাংচনেল অক্লুডাৰৰ উদ্ভাৱনৰ বাবে প্ৰখ্যাত। এই অভিনৱ সঁজুলিৰ জৰিয়তে বিশ্বজুৰি কম বয়সীয়া ৰোগীৰ হৃদৰোগৰ সমস্যা সমাধানৰ ক্ষেত্ৰত এক…
Read More
মহম্মদ ছামী, ৰবিচন্দ্ৰন অশ্বিন, জছপ্ৰীত বুমৰাহ আৰু শুভমান গিলক শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ’ খিতাপ প্ৰদান বিচিচিআইৰ

মহম্মদ ছামী, ৰবিচন্দ্ৰন অশ্বিন, জছপ্ৰীত বুমৰাহ আৰু শুভমান গিলক শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ’ খিতাপ প্ৰদান বিচিচিআইৰ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) চাৰিজন পুৰুষ খেলুৱৈক 'শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ' খিতাপ প্ৰদান কৰে। বিচিচিআই বঁটা প্ৰদান অনুষ্ঠান চাৰি বছৰৰ পিছত অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে, বিচিচিআইয়ে ২০২৯ চনত বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰিছিল। এইবাৰ বঁটা প্ৰদান অনুষ্ঠান হায়দৰাবাদত অনুষ্ঠিত হয়। ২০১৯-২০ বৰ্ষৰ পৰা ২০২২-২৩ বৰ্ষলৈ মুঠ চাৰিজন খেলুৱৈক এই খিতাপ প্ৰদান কৰা হয়। চাৰিজন খেলুৱৈৰ ভিতৰত আছিল মহম্মদ ছামী, ৰবিচন্দ্ৰন অশ্বিন, জছপ্ৰীত বুমৰাহ আৰু শুভমান গিল।চাৰিওজন খেলুৱৈক 'পলী উমৰিগৰ বঁটা'ৰ অধীনত 'শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ' খিতাপ প্ৰদান কৰা হৈছিল। পেচাৰ মহম্মদ ছামীয়ে ২০১৯-২০ বৰ্ষৰ 'পলী উমৰিগৰ বঁটা'ৰ অধীনত 'শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ' খিতাপ লাভ কৰে। ইয়াৰ উপৰিও, স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনক ২০২০-২১ বৰ্ষৰ…
Read More
কিং খানে বৰ্ধিত ষ্টেইন মেগনেটৰ সৈতে মুকলি কৰিলে নতুন আৰু উন্নীত টাইড

কিং খানে বৰ্ধিত ষ্টেইন মেগনেটৰ সৈতে মুকলি কৰিলে নতুন আৰু উন্নীত টাইড

বিশ্বৰ আগশাৰীৰ ডিটাৰজেণ্ট ব্ৰেণ্ড টাইডে® টাইড পডছৰ সৈতে অংশীদাৰিত্ব কৰি উন্নতমানৰ লণ্ড্ৰী চল্যুচন(কাপোৰ ধোৱা সমিধান) আগবঢ়াইছে। এই অংশীদাৰিত্বই বিগত দশকত টাইডৰ উদ্ভাৱনৰ ওপৰত আধাৰিত কৰি বিশেষভাৱে প্ৰস্তুত কৰা হৈছে, য’ত নতুন ৱাছ কেয়াৰ প্ৰডাক্ট মুকলি কৰা হৈছে। টাইড উন্নীতকৃত লণ্ড্ৰী চল্যুচন আগবঢ়াই গ্ৰাহকক আনন্দিত কৰাৰ বাবে উৎসৰ্গিত। ইয়াত পৰিৱৰ্তনশীল গ্ৰাহকৰ অভ্যাসবোৰক বিশেষভাৱে ধ্যান দিয়া হৈছে, যাৰ ভিতৰত আছে ৱাৰ্ডৰব সলনি, খাদ্য গ্ৰহণ, কাপোৰত দাগ লগা আৰু মানুহৰ লাইফষ্টাইল ইত্যাদি। বুষ্টেড মেগনেট(বৰ্ধিত চুম্বক)ৰ সৈতে সজ্জিত নতুন আৰু উন্নত টাইডে চাহ, কফি, তেল আৰু গ্ৰেভি(জোল)ৰ দৰে গভীৰভাৱে লাগি ধৰা দাগসমূহ সহজে ফলপ্ৰসূভাৱে নোহোৱা কৰিব পাৰে, যাৰ ফলত অসাধাৰণ পৰিষ্কাৰ আৰু দীৰ্ঘস্থায়ী সতেজতা…
Read More