ব্যৱসায়

কোটাক মহিন্দ্ৰা বেংকৰ স্বতন্ত্ৰ আৰু একত্ৰিত ফলাফলত অনুমোদন

কোটাক মহিন্দ্ৰা বেংকৰ স্বতন্ত্ৰ আৰু একত্ৰিত ফলাফলত অনুমোদন

আজি মুম্বাইত অনুষ্ঠিত ব’ৰ্ডৰ বৈঠকত কোটাক মহিন্দ্ৰা বেংক(“বেংক”)ৰ পৰিচালনা সমিতিয়ে ২০২৩ চনৰ ৩১ ডিচেম্বৰৰ পৰা ত্ৰৈমাসিক আৰু ৯ মাহৰ অডিটেড স্বতন্ত্ৰ আৰু একত্ৰিত ফলাফলত অনুমোদন জনাইছে। ৯এমএফৱাই২৪ৰ বাবে বেংকৰ সৰ্বমুঠ পিএটি ৯,৬৪৮ কোটি টকালৈ বৃদ্ধি পাইছে, যিটো ৯এমএফৱাই২৩ত ৭,৪৪৪ কোটি টকাতকৈ ৩০% বৃদ্ধি পাইছে।  কিউ৩এফৱাই২৪ৰ পিএটি আছিল ৩,০০৫ কোটি, যি কিউ3এফৱাই২৩ৰ ২,৭৯২ কোটিৰ পৰা ৮% ৱাইঅ'ৱাই বৃদ্ধি পাইছে। ৯এমএফৱাই২৪ৰ বাবে বেংকৰ একত্ৰিত পিএটি ১২,৮৭৬ কোটি টকালৈ বৃদ্ধি হৈছে, যি ৯এমএফৱাই২৩ত ১০,৩৫৯ কোটিৰ পৰা ২৪% ৱাইঅ'ৱাই বৃদ্ধি হৈছে আৰু কিউ৩এফৱাই২৪ৰ বাবে ৪,২৬৫ কোটি হৈছে, যি কিউ৩এফৱাই২৩ত ৩,৯৯৫ কোটিৰ পৰা ৭% ৱাইঅ'ৱাই বৃদ্ধি হৈছে। বেংকৰ কিউ৩এফৱাই২৪ ফলাফলত আৰবিআইৰ ২০২৩ৰ ১৯ ডিচেম্বৰৰ বিজ্ঞপ্তিৰ…
Read More
মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে শুভাৰম্ভ কৰিলে পিএমকেভিৱাই কাৰ্যসূচীৰ অধীনত ত্ৰিপুৰাত দক্ষতা বিকাশৰ প্ৰচেষ্টাৰ

মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে শুভাৰম্ভ কৰিলে পিএমকেভিৱাই কাৰ্যসূচীৰ অধীনত ত্ৰিপুৰাত দক্ষতা বিকাশৰ প্ৰচেষ্টাৰ

ত্ৰিপুৰাৰ যুৱক-যুৱতীসকলক বৰ্তমান সময়ৰ চাহিদাচালিত, ভৱিষ্যতৰ বাবে প্ৰস্তুত আৰু উদ্যোগৰ বাবে সাজু দক্ষতাৰে আগুৱাই নিয়াৰ মানসেৰে কেন্দ্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি, দক্ষতা বিকাশ আৰু উদ্যমিতা তথা জল শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে দক্ষতা বিকাশ পদক্ষেপৰ আৰম্ভ কৰিছে। ত্ৰিপুৰাৰ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়(এণএছডিই)ৰ ধ্বাজাবাহী আঁচনি ৰূপে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত এই পদক্ষেপ হাতত লোৱা হৈছে। পিএমকেভিৱাইৰ পদক্ষেপৰ লক্ষ্য হৈছে ত্ৰিপুৰাৰ ৪৮,০০০ৰো অধিক যুৱক-যুৱতীক থ্ৰীডি এডিটিভ মেনুফেকচাৰিং, ড্ৰ’ন প্ৰযুক্তি আৰু ডাটা ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰখনত ১০০ৰো অধিক ভৱিষ্যতৰ বাবে প্ৰস্তুত দক্ষতাৰে সজ্জিত কৰি তোলা, যাৰ প্ৰধান উদ্দেশ্য হৈছে নিয়োগ সৃষ্টিৰ বাবে প্ৰশিক্ষণ আৰু শক্তিশালী উদ্যোগ অংশীদাৰিত্বৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা,…
Read More
গ্ৰাহকক লোভনীয় অফাৰ আৰু আকৰ্ষণীয় কেছবেক প্ৰদান কৰিবলৈ চেমচাঙে ঘোষণা কৰিছে ‘দ্য ফিউচাৰ ফেষ্ট’

গ্ৰাহকক লোভনীয় অফাৰ আৰু আকৰ্ষণীয় কেছবেক প্ৰদান কৰিবলৈ চেমচাঙে ঘোষণা কৰিছে ‘দ্য ফিউচাৰ ফেষ্ট’

ভাৰতৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড চেমচাঙে গ্ৰাহকসকলক লোভনীয় অফাৰ আৰু আকৰ্ষণীয় কেছবেক প্ৰদান কৰাৰ বাবে মুকলি কৰিছে ‘দ্য ফিউচাৰ ফেষ্ট’। এই দ্য ফিউচাৰ ফেষ্টৰ অধীনত  প্ৰিমিয়াম নিঅ' কিউএলইডি, অ'এলইডি, কিউএলইডি আৰু ৪কে ইউএইচডি টিভি মডেলৰ লগতে গেলেক্সি এছ২৩ আল্ট্ৰা স্মাৰ্টফোন, চেৰিফ টিভি আৰু চাউণ্ডবাৰ আদিৰ দৰে সামগ্ৰীত একচেটিয়া উপহাৰ লাভ কৰিব। এই গণৰাজ্য দিৱসত ডলবি এটমছ, নিউৰেল এআই কোৱাণ্টাম প্ৰচেছৰ আৰু এআই আপস্কেলিঙৰ লগতে চিনেমেটিক দৃশ্য-শ্ৰাব্য অভিজ্ঞতাক ভৱিষ্যতৰ দিনলৈ উন্নীত কৰাৰ বাবে ফিউচাৰ ফেষ্ট’ হৈছে এক উৎকৃষ্ট সুযোগ। ২০২৪ৰ ৩১ জানুৱাৰীৰ পৰা গ্ৰাহকে ১,২৪,৯৯৯ টকাৰ গেলেক্সি এছ২৩ আল্ট্ৰা, ৬৯,৯৯০ টকাৰ ৫০ ইঞ্চিৰ কিউএলইডি ৪কে দ্য চেৰিফ টিভি আৰু ৱায়াৰলেছ চাউণ্ড…
Read More
টিপিইএমৰ প্ৰথমটো পিউৰ ইভি মুকলি

টিপিইএমৰ প্ৰথমটো পিউৰ ইভি মুকলি

টাটা মটৰ্ছৰ সহযোগী প্ৰতিষ্ঠান তথা ভাৰতৰ ইভি বিপ্লৱৰ পথ প্ৰদৰ্শক টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটী লিমিটেডে আজি প্ৰথমখন বিশুদ্ধ ইভি - পাঞ্চ.ইভি মুকলি কৰিছে। এই বাহনখন হৈছে উন্নত বিশুদ্ধ ইভি আৰ্কিটেকচাৰ ব্যৱহাৰ কৰা প্ৰথমখন প্ৰডাক্ট। এই স্মাৰ্ট, এডভেঞ্চাৰ আৰু এম্পাৱাৰ্ড ব্যক্তিত্বত উপলব্ধ বহুমুখী বৈদ্যুতিক বাহনখনৰ মূল্য হৈছে ১০.৯৯ লাখ টকা আৰু সমগ্ৰ ভাৰতৰ টাটা মটৰ্ছৰ শ্ব'ৰুম আৰু টাটা.ইভ ষ্ট'ৰত উপলব্ধ হ'ব। পৰিৱেশ সচেতন আৰু খৰচ-বহনক্ষম সুবিধা প্ৰদান কৰি বাহনখনক অসাধাৰণ কৰি তুলিছে।  টাটা.ইভিৰ পাঞ্চ.ইভি হৈছে টাটা ইভিৰ পৰ্টফলিঅ'ত এক যুগান্তকাৰী সংযোজন, যিয়ে শেহতীয়া বৈদ্যুতিক বাহন প্ৰযুক্তিৰ সৈতে পাঞ্চ ব্ৰেণ্ডৰ নিৰ্ভৰযোগ্যতাৰ সংমিশ্ৰণত শূন্য নিৰ্গমনসহিতে এক ব্যতিক্ৰমী ড্ৰাইভিং অভিজ্ঞতা প্ৰদান কৰে। পাঞ্চ.ইভি হৈছে…
Read More
জেএলআৰ ইণ্ডিয়াই ভাৰতত আগবঢ়াইছে নতুন আৰু বৰ্ধিত ডিস্কভাৰী স্প’ৰ্ট

জেএলআৰ ইণ্ডিয়াই ভাৰতত আগবঢ়াইছে নতুন আৰু বৰ্ধিত ডিস্কভাৰী স্প’ৰ্ট

জেএলআৰ ইণ্ডিয়াই ভাৰতত গ্ৰাহকৰ বাবে মুকলি কৰিলে নতুন আৰু বৰ্ধিত ডিস্কভাৰী স্প’ৰ্ট। এই ডিস্কভাৰী স্প’ৰ্ট গাড়ীখনত বহুমুখী ডিজাইন প্ৰদান কৰা হৈছে, য’ত আছে সাতখন আসনৰ লগতে আধুনিক বিলাসিতাৰ বাবে প্ৰস্তুত আকৰ্ষণীয় আৰু পৰিশোধিত নতুন ইণ্টেৰিয়ৰ। ডিস্কভাৰী স্প’ৰ্ট ডাইনেমিক এছইত আগবঢ়োৱা হৈছে দুটা পাৱাৰট্ৰেইন বিকল্প : ১৮৩ কিলোৱাট আৰু ৩৬৫ এনএম টৰ্কৰ সৈতে ২.০ লিটাৰ পেট্ৰ’ল ইঞ্জিন আৰু ১৫০ কিলোৱাট আৰু ৪৩০ এনএম টৰ্কৰ সৈতে ২.০ লিটাৰ ইঞ্জেনিয়াম ডিজেল ইঞ্জিন। ডিস্কভাৰী স্প’ৰ্টত এতিয়া ষ্টেণ্ডাৰ্ড হিচাপে আছে ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ আৰু ষ্টিয়েৰিং হুইলত মাউণ্ট কৰা গিয়েৰশ্বিফ্ট পেডেল। লগতে ২৮.৯৫ চে.মি. কাৰ্ভড গ্লাছ টাচস্ক্ৰীণৰ সৈতে নতুনকৈ ডিজাইন কৰা চেণ্টাৰ কনচৌল প্ৰদান কৰা হৈছে।…
Read More
চেমচাঙে গেলেক্সি এ০৫, এ৫৪ ৫জি আৰু এ৩৪ ৫জি স্মাৰ্টফোনত প্ৰদান কৰিছে লোভনীয় অফাৰ

চেমচাঙে গেলেক্সি এ০৫, এ৫৪ ৫জি আৰু এ৩৪ ৫জি স্মাৰ্টফোনত প্ৰদান কৰিছে লোভনীয় অফাৰ

ভাৰতৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড চেমচাঙে বহুজনপ্ৰিয় গেলেক্সি এ০৫, এ৫৪ ৫জি আৰু গেলেক্সি এ৩৪ ৫জি স্মাৰ্টফোনত আকৰ্ষণীয় অফাৰ প্ৰদান কৰিছে। গেলেক্সি এ০৫এছ এতিয়া ইনষ্টেণ্ট ২,০০০ টকা ৰেহাই মূল্যত উপলব্ধ, ফলত মোবাইল দুটাৰ দাম ১৩,৪৯৯ টকা আৰু ১৪,৯৯৯ টকালৈ হ্ৰাস পায়। কোৱালকম স্নেপড্ৰেগন ৬৮০ৰ দ্বাৰা চালিত এই মোবাইলত ৬.৭১" ফুল এইচডি+ ৯০হাৰ্জ ডিচপ্লে আছে, যি নিৰৱচ্ছিন্ন মাল্টিটাস্কিং আৰু ইমৰ্চিভ দৰ্শনৰ বাবে উপযুক্ত। গেলেক্সি এ০৫এছত ৫০ মেগাপিক্সেল মেইন শ্বুটাৰ, ২৫ ৱাট চুপাৰ-ফাষ্ট চাৰ্জিঙৰ লগতে ৪ বছৰৰ চিকিউৰিটী আপডেট আৰু ২ জেনেৰেচনৰ অ'এছ আপগ্ৰেড আৰু ৫০০০ এমএএইচ বেটাৰী প্ৰদান কৰা হৈছে, যাৰ ফলত এই মোবাইল হৈ পৰিছে ৰিটেইল ষ্ট'ৰ আৰু অনলাইনত উপলব্ধ এক…
Read More
চেমচাঙৰ গেলেক্সি এছ২৪ চিৰিজৰ ৩ দিনত ২,৫০,০০০ প্ৰি-বুকিং লাভ কৰি নতুন অভিলেখ

চেমচাঙৰ গেলেক্সি এছ২৪ চিৰিজৰ ৩ দিনত ২,৫০,০০০ প্ৰি-বুকিং লাভ কৰি নতুন অভিলেখ

ভাৰতৰ সৰ্ববৃহৎ ইলেক্ট্ৰনিক্স প্ৰতিষ্ঠান চেমচাঙে শেহতীয়াকৈ মুকলি কৰা ফ্লেগশ্বিপ গেলেক্সি এছ ২৪ ছিৰিজে অভিলেখ সংখ্যক প্ৰি-বুকিং লাভ কৰাৰ কথা সদৰি কৰিছে, যাৰ ফলত এইপৰ্যন্ত আটাইতকৈ সফল এছ ছিৰিজৰূপে পৰিগণিত হৈছে। তিনিদিন পূৰ্বে ১৮ জানুৱাৰীত দেশজুৰি প্ৰি-বুকিং মুকলি হোৱাৰ লগে লগে ভাৰতৰ ২,৫০,০০০ ৰো অধিক গ্ৰাহকে গেলেক্সি এছ ২৪ স্মাৰ্টফোনৰ অৰ্ডাৰ কৰিছে। তুলনামূলকভাৱে ভাৰতত ৩ সপ্তাহৰ ভিতৰত চেমচাঙে গেলেক্সি এছ ২৩ ছিৰিজৰ বাবে ২,৫০,০০০ প্ৰি-বুকিং লাভ কৰিছিল। ভাৰতৰ গেলেক্সি এছ ২৪ আল্ট্ৰা, এছ ২৪+ আৰু এছ ২৪ স্মাৰ্টফোনত লাইভ ট্ৰেন্সলেট, ইণ্টাৰপ্ৰেটাৰ, চেট এছিষ্ট, নোট এছিষ্ট আৰু ট্ৰেন্সক্ৰিপ্ট এছিষ্টৰ দৰে যোগাযোগ সুবিধাসমূহ প্ৰদান কৰা হৈছে। এআইৰ দ্বাৰা প্ৰস্তুত কৰা চেমচাং কীবৰ্ডে হিন্দীকে…
Read More
ফ্লিপষ্টাৰছ এৱাৰ্ডছ ২০২৩ অনুষ্ঠানত শীৰ্ষ বিক্ৰেতাক স্বীকৃতি প্ৰদান ফ্লিপকাৰ্টৰ

ফ্লিপষ্টাৰছ এৱাৰ্ডছ ২০২৩ অনুষ্ঠানত শীৰ্ষ বিক্ৰেতাক স্বীকৃতি প্ৰদান ফ্লিপকাৰ্টৰ

ভাৰতৰ স্বদেশী ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্টে নতুন দিল্লীৰ চিৰি ফ’ৰ্ট প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ফ্লিপষ্টাৰ্ছ ২০২৩ অনুষ্ঠানত বিক্ৰেতাসকলৰ সাফল্যক সন্মানিত কৰে। ভাৰত চৰকাৰৰ ক্ষুদ্ৰ, মধ্যম আৰু মজলীয়া উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভানু প্ৰতাপ সিং বাৰ্মা, ফ্লিপকাৰ্ট গ্ৰুপৰ মুখ্য কৰ্পৰেট পৰিক্ৰমা বিষয়া ৰাজনীশ কুমাৰ আৰু অপাৰশক্তি খুৰানা, লাৰা দত্ত, অমিত ত্ৰিবেদীৰ দৰে চেলিব্ৰিটি/শিল্পীয়ে উপস্থিত থাকে এই অনুষ্ঠানত। ‘ফ্লিপষ্টাৰ্ছ’ বঁটা হৈছে ফ্লিপকাৰ্টৰ সৈতে জড়িত বিক্ৰেতাসকলৰ কৃতিত্বক স্বীকৃতি প্ৰদান কৰা আৰু এইসকল বিক্ৰেতাৰ সফলতাক উদযাপন কৰা এক বাৰ্ষিক অনুষ্ঠান। এই বঁটাসমূহে বিক্ৰেতাসকলৰ গ্ৰাহকৰ চাহিদা পূৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাক স্বীকৃতি প্ৰদান কৰি ব্যৱসায়ত ইতিবাচক প্ৰভাৱ পেলোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা…
Read More
২০২৩ কেলেণ্ডাৰ বৰ্ষত বিশ্বৰ ইকুইটি ছেগমেণ্টত একেৰাহে পঞ্চম বছৰৰ বাবে তৃতীয় স্থান দখল এনএছইৰ

২০২৩ কেলেণ্ডাৰ বৰ্ষত বিশ্বৰ ইকুইটি ছেগমেণ্টত একেৰাহে পঞ্চম বছৰৰ বাবে তৃতীয় স্থান দখল এনএছইৰ

নেচনেল ষ্টক এক্সচেঞ্জ আৰু এনএছই ইণ্টাৰনেচনেল এক্সচেঞ্জক লৈ গঠিত এনএছই গ্ৰুপে ২০২৩ বৰ্ষত বিশ্বৰ সৰ্ববৃহৎ ডেৰাইভেটিভ এক্সচেঞ্জ গ্ৰুপ হিচাপে নিজৰ স্থান পুনৰ দখল কৰিছে, ফিউচাৰ্ছ ইণ্ডাষ্ট্ৰী এছ’চিয়েচনৰ পৰিসংখ্যাত প্ৰকাশ পাইছে এই তথ্য। ২০২৩ চনত একেৰাহে পঞ্চম বছৰৰ বাবে নেচনেল ষ্টক এক্সচেঞ্জ অৱ ইণ্ডিয়া (এনএছই) হৈছে বিশ্বৰ সৰ্ববৃহৎ ডেৰাইভেটিভ এক্সচেঞ্জ। ৱৰ্ল্ড ফেডাৰেচন অৱ এক্সচেঞ্জ (ডব্লিউ এফ ই)ৰ পৰিসংখ্যা অনুসৰি ২০২৩ চনত ট্ৰেড বা ব্যৱসায়ৰ সংখ্যা (ইলেক্ট্ৰনিক অৰ্ডাৰ বুক) অনুসৰি ইকুইটি ছেগমেণ্টত এনএছইয়ে বিশ্বৰ ভিতৰতে তৃতীয় স্থান লাভ কৰিছে। যোৱা বছৰটোত উল্লেখযোগ্য মাইলৰ খুঁটি দেখা গৈছে, যাৰ ভিতৰত তালিকাভুক্ত কোম্পানীসমূহৰ বজাৰ মূলধন ৪ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰিছে, লগতে এছএমই তালিকাভুক্ত কোম্পানীসমূহে…
Read More
আৰ্জেণ্টিনাৰে ভাৰতৰ যুগান্তকাৰী চুক্তি বিশ্বব্যাপী লিথিয়াম গতিশীলতাৰ ৰূপান্তৰৰ সংকেত

আৰ্জেণ্টিনাৰে ভাৰতৰ যুগান্তকাৰী চুক্তি বিশ্বব্যাপী লিথিয়াম গতিশীলতাৰ ৰূপান্তৰৰ সংকেত

ভাৰত চৰকাৰে আৰ্জেণ্টিনাৰ সৈতে এক ঐতিহাসিক চুক্তি স্বাক্ষৰ কৰিছে, এই চুক্তিৰ জৰিয়তে লিথিয়ামৰ অন্বেষণ আৰু খননৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে প্ৰৱেশ বা বিনিয়োগৰ প্ৰয়াস কৰিছে। এই চুক্তিৰ অধীনত ১৫,৭০৩ হেক্টৰ ভূমিত বিস্তৃত ৫টা লিথিয়াম ব্ৰাইন ব্লকৰ অন্বেষণক সামৰি লোৱা হৈছে, যি কাৰ্বন নিৰ্গমন হ্ৰাস আৰু লিথিয়াম আমদানিৰ বাবে চীনৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই কৌশলগত পদক্ষেপে ভাৰত-আৰ্জেণ্টিনাৰ দ্বিপাক্ষিক সম্পৰ্কক শক্তিশালী কৰাই নহয়, লগতে খনিখণ্ডৰ বহনক্ষম উন্নয়নতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কেন্দ্ৰীয় চৰকাৰে এক বিবৃতিযোগে এই ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি কয় যে, “এই পদক্ষেপে এক নমনীয় আৰু বৈচিত্ৰ্যপূৰ্ণ যোগান শৃংখল নিশ্চিত কৰিছে, যাৰ জৰিয়তে বিভিন্ন উদ্যোগৰ…
Read More