ব্যৱসায়

চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগে আহমেদাবাদ ৰেচৰ স্থান ৰূপে নিৰ্বাচন একা এৰিনা ট্ৰেন্সষ্টাডিয়াক

চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগে আহমেদাবাদ ৰেচৰ স্থান ৰূপে নিৰ্বাচন একা এৰিনা ট্ৰেন্সষ্টাডিয়াক

চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগে(আইএছআৰএল) উদ্বোধনী ছিজনৰ আহমেদাবাদৰ ৰেচৰ প্ৰধান স্থান হিচাপে ইকেএ এৰেনা (পূৰ্বৰ দ্য এৰিনা/ট্ৰেন্সষ্টেডিয়া এৰেনা)ক নিৰ্বাচিত কৰাৰ কথা ঘোষণা কৰি আনন্দিত হৈছে । এই অত্যাধুনিক বহুমুখী ষ্টেডিয়ামত ছুপাৰক্ৰছ ৰেচিঙৰ স্পন্দনশীল অনুভূতি আৰু প্ৰতিভাধৰৰ অনবদ্য প্ৰদৰ্শনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।  আহমেদাবাদৰ ৰেচ ২০২৪ চনৰ ১১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব। ব্যৱসায়ী উদিত শ্বেথৰ নেতৃত্বত আৰু গুজৰাট চৰকাৰৰ সহযোগিতাত স্থাপিত এই ষ্টেডিয়ামখন ২০১৬ চনৰ ৭ অক্টোবৰত মুকলি কৰা হৈছিল, সফল ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ জীৱন্ত প্ৰমাণ এই এছই ট্ৰেন্সষ্টাডিয়া। মূল ফুটবল কনফিগাৰেচনত ১৫,০০০ লোকৰ আসনবিশিষ্ট ইকা এৰেনা বহুমুখিতাৰ বাবে পৰিচিত, বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰিবলৈ ইয়াক ইনড’ৰ এৰেনাত বিভক্ত কৰিব পৰাকৈ সক্ষম এই এৰেনা।…
Read More
ছেবি অধ্যক্ষই আৰম্ভ কৰিলে চিডিএছএলৰ বহুভাষিক পদক্ষেপৰ

ছেবি অধ্যক্ষই আৰম্ভ কৰিলে চিডিএছএলৰ বহুভাষিক পদক্ষেপৰ

এছিয়াৰ প্ৰথমটো তালিকাভুক্ত জমাকৰ্তা চেণ্ট্ৰেল ডিপ’জিটৰী চাৰ্ভিচেছ (ইণ্ডিয়া) লিমিটেডে (চিডিএছএল) ৰূপালী জয়ন্তী উদযাপনৰ লগতে মূলধনী বজাৰত সৰ্বাংগীনতা(ইনক্লুছিভিটী) আৰু অভিগম্যতা(এক্সেচিবিলিটী)ৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে দুটা বহুভাষিক পদক্ষেপ আৰম্ভ কৰিছে। ২০২৪ চনৰ ১৭ জানুৱাৰীত অনুষ্ঠিত ৰূপালী জয়ন্তী অনুষ্ঠানত ছেবিৰ অধ্যক্ষা মাধৱী পুৰী বুচে এই পদক্ষেপসমূহ শুভাৰম্ভ কৰে। ৰূপালী জয়ন্তী অনুষ্ঠানত ভাষণ প্ৰদান কৰি এমডি এণ্ড চিইঅ’ নেহাল ভোৰাই কয় যে, "আমি আমাৰ অবিশ্বাস্য যাত্ৰাৰ ২৫ বছৰ উদযাপন কৰাৰ সময়ত ছেবি অধ্যক্ষাৰ চিডিএছএলৰ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহ আৰম্ভ কৰাটো আমাৰ বাবে সুকীয়া সন্মান।'' চিডিএছএলে প্ৰৱৰ্তন কৰিছে বহুভাষিক চিএএছ, যাৰ জৰিয়তে বিনিয়োগকাৰীয়ে ২৩টা ভাৰতীয় ভাষাৰ ভিতৰত যিকোনো এটা পছন্দৰ ভাষাত নিজৰ ষ্টেটমেণ্ট লাভ কৰিব পাৰিব।…
Read More
অযোধ্যালৈ কেইবাখনো দেশৰ উপহাৰ প্ৰেৰণ কৰি সমগ্ৰ বিশ্বই জনাইছে ভগৱান ৰামক শ্ৰদ্ধা

অযোধ্যালৈ কেইবাখনো দেশৰ উপহাৰ প্ৰেৰণ কৰি সমগ্ৰ বিশ্বই জনাইছে ভগৱান ৰামক শ্ৰদ্ধা

২২ জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণপ্ৰতিষ্ঠাৰ বাবে সাজু হৈছে অযোধ্যা। কেৱল ভাৰতৰে নহয়, আন দেশসমূহেও হিন্দু নাগৰিক আৰু প্ৰবাসী ভাৰতীয়সকলক উদযাপন কৰিবলৈ সুযোগ দিয়াৰ বাবে ব্যৱস্থা ৰূপায়ণ কৰি আছে, এইদৰে ২২ জানুৱাৰীৰ অনুষ্ঠানটো বিশ্বব্যাপী উদযাপন হৈ পৰিছে। ভাৰতীয় চিন্তা আৰু সাংস্কৃতিক সমৃদ্ধি স্পষ্টভাৱে এটা বিষয়ভিত্তিক ক্ষেত্ৰ যিয়ে দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহক একত্ৰিত কৰে। এই কাৰণৰ বাবেই আমি নেপাল, শ্ৰীলংকা আৰু থাইলেণ্ডৰ দৰে দেশসমূহৰ পৰা অযোধ্যালৈ উল্লেখযোগ্য উপহাৰ প্ৰেৰণ কৰা দেখিবলৈ পাইছো, যি এই অঞ্চলৰ ভিতৰত এক ভাগ-বতৰা পৰিচয় প্ৰদৰ্শন কৰিছে।  চুবুৰীয়া নেপালৰ পৰা ভগৱান ৰামৰ বাবে ৰূপৰ জোতা, অলংকাৰ আৰু বস্ত্ৰকে ধৰি ৩,০০০ৰো অধিক উপহাৰ লাভ কৰিছে। নেপালৰ জনকপুৰস্থিত সীতাৰ…
Read More
ডিএছপি মিউচুৱেল ফাণ্ডে আগবঢ়াইছে ডিএছপি নিফটি হেল্থকেয়াৰ ইটিএফ

ডিএছপি মিউচুৱেল ফাণ্ডে আগবঢ়াইছে ডিএছপি নিফটি হেল্থকেয়াৰ ইটিএফ

ডিএছপি মিউচুৱেল ফাণ্ডে ডিএছপি নিফটি হেল্থকেয়াৰ ইটিএফ মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যি হৈছে নিফটি হেল্থকেয়াৰ সূচকাংকৰ প্ৰতিলিপি/ অনুসৰণ কৰা মুকলি আঁচনি, যিয়ে বিনিয়োগকাৰীসকলক ভাৰতৰ ক্ৰমবৰ্ধমান স্বাস্থ্যসেৱা খণ্ডত অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰিছে। নিফটি হেল্থকেয়াৰ সূচকাংকই ঔষধ, চিকিৎসালয়, পেথ’লজী, স্বাস্থ্যসেৱা গৱেষণা বিশ্লেষণ আৰু প্ৰযুক্তিৰ দৰে বৈচিত্ৰ্যপূৰ্ণ বিষয়বস্তুসমূহ সামৰি লয়। ই প্ৰতি ৬ মাহৰ মূৰে মূৰে নিফটি ৫০০ ইউনিভাৰ্ছৰ পৰা ফ্ৰী ফ্ল’ট মাৰ্কেট কেপৰ ভিত্তিত শীৰ্ষ ২০টা ষ্টক (স্বাস্থ্যসেৱা খণ্ডৰ কোম্পানী)ক প্ৰতিনিধিত্ব কৰিবলৈ সামঞ্জস্য বা পুনৰ সন্তুলিত কৰিছে। ভাৰতৰ স্বাস্থ্যসেৱাৰ বজাৰ মূল্য যোৱা ১০ বছৰত প্ৰায় ১০% মান্য হাৰত বৃদ্ধি পাইছে। ভাৰতৰ স্বাস্থ্যসেৱা খণ্ডই বৰ্তমান দেশৰ বজাৰ মূলধনৰ ৫.৮% অংশ অধিকাৰ কৰি…
Read More
কোকা-কোলা ইণ্ডিয়া আৰু ৰিলায়েন্স ৰিটেইলে মুকলি কৰিছে বহনক্ষমতাৰ পদক্ষেপ “ভুল না জানা, প্লাষ্টিক বটল লৌটানা”

কোকা-কোলা ইণ্ডিয়া আৰু ৰিলায়েন্স ৰিটেইলে মুকলি কৰিছে বহনক্ষমতাৰ পদক্ষেপ “ভুল না জানা, প্লাষ্টিক বটল লৌটানা”

কোকাকোলা ইণ্ডিয়া আৰু ৰিলায়েন্স ৰিটেইলে ৰিভাৰ্ছ ভেণ্ডিং মেচিন আৰু কালেকচন বিন ব্যৱহাৰ কৰি মুম্বাইৰ ষ্ট’ৰসমূহত উপভোক্তা-পৰৱৰ্তী পিইটি সংগ্ৰহৰ ওপৰত গুৰুত্ব আৰোপ কৰি “ভুল না জানা, প্লাষ্টিক বটল লৌটানা” নামৰ এক বহনক্ষম পদক্ষেপ আৰম্ভ কৰিছে। বৃত্তাকাৰ অৰ্থনীতিৰ দৃষ্টিভংগীৰে চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানৰ সৈতে সংগতি ৰাখি এই পাইলট প্ৰকল্পটো মুম্বাই আৰু দিল্লীৰ স্মাৰ্ট বজাৰ আৰু সহকাৰী ভাণ্ডাৰ ষ্ট’ৰকে ধৰি ৰিলায়েন্স ৰিটেইলৰ ৩৬টা ষ্ট’ৰত আৰম্ভ কৰিছে আৰু ২০২৫ চনৰ ভিতৰত পাইলট পৰ্যায়ত বাৰ্ষিক ৫,০০,০০০ পিইটি বটল সংগ্ৰহ কৰাৰ লক্ষ্যৰে সমগ্ৰ দেশত ২০০খন বিপণীলৈ সম্প্ৰসাৰিত হ'ব। ছাণ্টা ক্ৰুজৰ ৰিলায়েন্স ৰিটেইলৰ স্মাৰ্ট বজাৰ ষ্ট’ৰত বৃহন্মুম্বাই পৌৰ নিগম(বিএমচি)ৰ স্পেচিয়েল ডিউটী অফিচাৰ (অ'এছডি), কঠিন আৱৰ্জনা ব্যৱস্থাপনা কাজী…
Read More
সৌৰভ বৎসক সহকাৰী পৰিচালন সঞ্চালক হিচাপে নিযুক্তি নিছানৰ

সৌৰভ বৎসক সহকাৰী পৰিচালন সঞ্চালক হিচাপে নিযুক্তি নিছানৰ

নিছান মটৰ ইণ্ডিয়াই ১৫ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ আজি সহকাৰী-পৰিচালন সঞ্চালক হিচাপে নিযুক্তি দিছে সৌৰভ বৎসক। তেওঁ পৰিচালন সঞ্চালক ৰাকেশ শ্ৰীবাস্তৱৰ অধীনত প্ৰতিষ্ঠানটোক আগুৱাই নিব আৰু ভাৰতৰ বাবে কোম্পানীটোৰ ৰূপান্তৰ ৰডমেপ ৰূপায়ণত সহায় কৰিব। সৌৰভ বৎসই ষ্টেলাণ্টিছৰ পৰা পদত্যাগ কৰি নিছানত যোগদান কৰিছে , য’ত তেওঁ ষ্টেলাণ্টিছৰ লিডাৰশ্বিপ টীমৰ সদস্য আছিল আৰু ভাৰতত আৰম্ভণিৰে পৰাই চাইট্ৰন ব্ৰেণ্ডক নেতৃত্ব দিছিল। নিছান ইণ্ডিয়া অপাৰেচনৰ অধ্যক্ষ ফ্ৰেংক টৰেছে এই নিযুক্তিক লৈ নিজৰ উচাহ প্ৰকাশ কৰি এই মিত্ৰতাৰ অংশ হিচাপে ভাৰতত ৬০০ মিলিয়ন মাৰ্কিন ডলাৰ (৫৩০০ কোটি টকা) বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতিক সমৰ্থন জনাইছে। এই নতুন ভূমিকাত সৌৰভে নিছানৰ ৰূপান্তৰ পৰিকল্পনাৰ বাবে প্ৰতিষ্ঠানটোৰ নেতৃত্ববাহীসকলক সহায়-সমৰ্থন…
Read More
চিয়েট ইণ্ডিয়ান চুপাৰক্ৰছ ৰেচিং লীগৰ চিজন ৱানত পুনেত ৰেচৰ স্থান হিচাপে শ্ৰী শিৱ ছত্ৰপতি স্পৰ্টছ কমপ্লেক্সৰ নাম ঘোষণা

চিয়েট ইণ্ডিয়ান চুপাৰক্ৰছ ৰেচিং লীগৰ চিজন ৱানত পুনেত ৰেচৰ স্থান হিচাপে শ্ৰী শিৱ ছত্ৰপতি স্পৰ্টছ কমপ্লেক্সৰ নাম ঘোষণা

চিয়েট ইণ্ডিয়ান চুপাৰক্ৰছ ৰেচিং লীগে (আইএছআৰএল) উদ্বোধনী বৰ্ষ অৰ্থাৎ চিজন ৱানত ৰেচৰ স্থান হিচাপে পুনেৰ ঐতিহ্যমণ্ডিত শ্ৰী শিৱ ছত্ৰপতি স্পৰ্টছ কমপ্লেক্স, মহালুং বালেৱাড়ীৰ নাম নিৰ্বাচিত কৰি আনন্দিত হৈছে। বিভিন্ন ইতিহাস সৃষ্টিকাৰী আৰু অনন্য ক্ৰীড়া প্ৰতিযোগিতা আয়োজনৰ লিগেচীৰে ভৰপুৰ এই ষ্টেডিয়ামখনত ২০২৪ চনৰ ২৮ জানুৱাৰীত চুপাৰক্ৰছ ৰেছিঙৰ স্পন্দনশালী ক্ৰীড়া প্ৰতিভাৰ চমক দেখা যাব। ১৯৯৪ চনত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে স্থাপিত হোৱা শ্ৰী শিৱ ছত্ৰপতি স্পৰ্টছ কমপ্লেক্সত ২০০৮ চনৰ কমনৱেলথ য়ুথ গেমছকে ধৰি বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়ানুষ্ঠান-প্ৰতিযোগিতা সফলভাৱে আয়োজনৰ এক দীঘলীয়া ইতিহাস আছে, যিয়ে ক্ৰীড়া উৎকৰ্ষতাৰ প্ৰতি চহৰখনৰ দায়বদ্ধতা বা সমৰ্পণ প্ৰদৰ্শন কৰিছে। বিগত বছৰবোৰত এই কমপ্লেক্সতে টেবুল টেনিছ চেম্পিয়নশ্বিপৰ পৰা আৰম্ভ…
Read More
টাটা মটৰ্ছে আৰম্ভ কৰিছে ‘গ্ৰাহক যত্ন মহোৎসৱ’ কাৰ্যসূচী

টাটা মটৰ্ছে আৰম্ভ কৰিছে ‘গ্ৰাহক যত্ন মহোৎসৱ’ কাৰ্যসূচী

ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে ২০২৪ চনৰ ১৪ জানুৱাৰীৰ পৰা ৩০ মাৰ্চলৈকে সকলো অনুমোদিত সেৱা কেন্দ্ৰ(অথৰাইজড চাৰ্ভিছ আউটলেট)ত অনুষ্ঠিত হ’বলগীয়া ‘কাষ্টমাৰ কেয়াৰ মহোৎসৱ’ নামৰ এক বিস্তৃত গ্ৰাহক সংযোগ কাৰ্যসূচী আৰম্ভ কৰিছে। কাষ্টমাৰ কেয়াৰ মহোৎসৱে গাড়ীৰ গৰাকী আৰু ট্ৰাক চালকসকলক তেওঁলোকৰ প্ৰয়োজনীয়তাসমূহ বুজিবলৈ আৰু নিজকে জড়িত কৰিবলৈ এখন মঞ্চ প্ৰদান কৰিব। ইয়াত প্ৰশিক্ষিত টেকনিচিয়ানৰ দ্বাৰা বাহন পৰীক্ষাৰ লগতে টাটা জেনুইন পাৰ্টছত ৰেহাই আৰু বাৰ্ষিক মেইনটেনেঞ্চৰ সুবিধা, ফ্লীট মেনেজমেণ্ট সমাধান আৰু ফ্লীট এজৰ দৰে মূল্য-সংযোজিত সেৱাৰ দৰে লাভালাভসমূহ প্ৰদান কৰে। চালকসকলে সম্পূৰ্ণসেৱা ২.০ পদক্ষেপৰ জৰিয়তে সুৰক্ষিত ড্ৰাইভিং পদ্ধতি, স্বাস্থ্য পৰীক্ষা, স্বচ্ছতা সঁজুলি(হাইজিট কিট) আৰু মূল্য প্ৰস্তাৱৰ ওপৰত ব্যাপক প্ৰশিক্ষণ…
Read More
সানন্দত থকা কাৰখানাৰ পৰা বাহন উৎপাদন আৰম্ভ কৰিছে টাটাই

সানন্দত থকা কাৰখানাৰ পৰা বাহন উৎপাদন আৰম্ভ কৰিছে টাটাই

টাটা মটৰ্ছৰ সহযোগী প্ৰতিষ্ঠান টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটী লিমিটেডে গুজৰাটৰ সানন্দস্থিত নতুন কাৰখানাত যাত্ৰীবাহী বাহনৰ উৎপাদন আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। ২০২৩ চনৰ ১০ জানুৱাৰীত ফৰ্ড ইণ্ডিয়াৰ পৰা অধিগ্ৰহণ কৰা এই কেন্দ্ৰটো জিআইডিচি চানন্দৰ উদ্যোগিক কেন্দ্ৰত অৱস্থিত আৰু গুজৰাটত টাটা মটৰ্ছৰ আইচিই আৰু ইভি মডেল নিৰ্মাণৰ দ্বিতীয়টো প্লাণ্ট হ’ব। টাটা মটৰ্ছৰ পৰিচালন সঞ্চালক শৈলেশ চন্দ্ৰই গুজৰাট চৰকাৰ আৰু কৰ্মচাৰীসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি সানন্দৰ নতুন টিপিইএম কেন্দ্ৰত প্ৰথমখন গাড়ীৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে উদযাপন কৰিছে। এই প্ৰকল্পটোত ৪খন প্ৰধান বিপণী আছে: ষ্টেম্পিং, বডী নিৰ্মাণ, পেইণ্ট আৰু ফাইনেল এচেম্বলী শ্বপ, উচ্চ স্তৰৰ স্বয়ংক্ৰিয়কৰণ(অটোমেচন) আৰু শেহতীয়া প্ৰযুক্তিৰে সজ্জিত। এই সুবিধাই কেইবাটাও…
Read More
জেএলআৰ ইণ্ডিয়াৰ বৃদ্ধি পাইছে বিক্ৰীৰ পৰিমাণ

জেএলআৰ ইণ্ডিয়াৰ বৃদ্ধি পাইছে বিক্ৰীৰ পৰিমাণ

জেএলআৰ ইণ্ডিয়াই একেৰাহে তিনি চতুৰ্থাংশ ৰেকৰ্ড বিক্ৰীৰে অভিলেখ সৃষ্টি কৰিছে, ২০২৩ চনৰ ৩১ ডিচেম্বৰত সমাপ্ত হোৱা ৯ মাহত কোম্পানীটোৱে ৩,৫৮২ ইউনিট বিক্ৰী কৰিছে আৰু প্ৰতি বছৰ বৃদ্ধিৰে ৯৩% অগ্ৰগতি কৰিবলৈ সক্ষম হৈছে। কোম্পানীটোৰ ডিফেণ্ডাৰৰ বিক্ৰী বছৰেকত ১৫০% বৃদ্ধি পাইছে। আনহাতে ৰেঞ্জ ৰভাৰে বছৰৰ পিছত বছৰ ২৫০% বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। যোৱা বছৰৰ তুলনাত মুঠ অৰ্ডাৰ বুক ৯২% বৃদ্ধি পাইছে। ২০২৪ বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকত জেএলআৰ ইণ্ডিয়াই বছৰ বছৰ ধৰি ৭৪% বৃদ্ধিৰে আকৰ্ষণীয় ১,২২৬ ইউনিটৰ খুচুৰা বিক্ৰী(ৰিটেইল চেল) কৰিবলৈ সক্ষম হৈছে। নতুনকৈ মুকলি কৰা ২৪এমৱাই ৰেঞ্জ ৰভাৰ ভেলাৰেও ১৮৩% ৱাইঅ'ৱাই বৃদ্ধি প্ৰত্যক্ষ কৰিছে, যাৰ পৰিণামস্বৰূপে বিক্ৰী যথেষ্ট বৃদ্ধি পাইছে।জেএলআৰ ইণ্ডিয়াৰ পৰিচালন…
Read More