ব্যৱসায়

ভাৰত-বাংলাদেশ নদী বাণিজ্যৰ শুভাৰম্ভণি, মালবাহী জাহাজ চলাচলৰ বাবে উদ্যোগ উচ্চায়ুক্ত প্ৰণয় বাৰ্মাৰ

ভাৰত-বাংলাদেশ নদী বাণিজ্যৰ শুভাৰম্ভণি, মালবাহী জাহাজ চলাচলৰ বাবে উদ্যোগ উচ্চায়ুক্ত প্ৰণয় বাৰ্মাৰ

যুগান্তকাৰী ক্ষণৰ সূচনাৰে আজি ভাৰত আৰু বাংলাদেশৰ মাজত গংগা নদীৰ মাজেৰে পশ্চিম বংগৰ মাইয়া আৰু বাংলাদেশৰ চুলতানগঞ্জত নদী বন্দৰ উদ্বোধনৰ লগে লগে জলপথৰ জৰিয়তে বাণিজ্য আৰম্ভ হৈছে। বাংলাদেশস্থিত ভাৰতৰ উচ্চায়ুক্ত প্ৰণয় বাৰ্মাই বাংলাদেশৰ জাহাজ পৰিবহণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী খালিদ মাহমুদ চৌধুৰীৰ সৈতে চুলতানগঞ্জত গোদাগ্ৰি বন্দৰ মুকলি কৰে। এই শুভাৰম্ভণিৰ দিনা ভাৰতৰ নদী বন্দৰ মাইয়া অভিমুখে এখন মালবাহী জাহাজে যাত্ৰা আৰম্ভ কৰিছে। একেসময়তে ভাৰতৰ বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰে মাইয়া আভ্যন্তৰীণ শুল্ক বন্দৰৰ পৰা প্ৰথম কাৰ্গো যাত্ৰাৰ শুভাৰম্ভ কৰে। এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ প্ৰধান লক্ষ্য হৈছে পৰিবহণ ব্যয় হ্ৰাস কৰাৰ লগতে বাণিজ্যকভাৱে ভাৰত-বাংলাদেশক লাভান্বিত কৰা আৰু দুয়োখন দেশৰ…
Read More
ৰাষ্ট্ৰীয় দক্ষতা উন্নয়ন নিগমৰ সৈতে অংশীদাৰিত্ব ফ্লিপকাৰ্টৰ

ৰাষ্ট্ৰীয় দক্ষতা উন্নয়ন নিগমৰ সৈতে অংশীদাৰিত্ব ফ্লিপকাৰ্টৰ

ভাৰতৰ স্বদেশী ই-কমাৰ্চ বজাৰ ফ্লিপকাৰ্ট আৰু ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগমে (এনএছডিচি) ছাত্ৰ-ছাত্ৰী আৰু উচ্চাকাংক্ষী প্ৰাৰ্থীসকলক ই-কমাৰ্চ, ৰিটেইল আৰু ৱেৰহাউচ খণ্ডত কেৰিয়াৰ গঢ়িবলৈ মূল্যৱান দক্ষতা অৰ্জন কৰিবলৈ সক্ষম কৰি তোলাৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই বুজাবুজি চুক্তিৰ অধীনত ফ্লিপকাৰ্টে এই খণ্ডবোৰত ভূমিকা বা পদক্ষেপ ল'বলৈ বিভিন্নজনক প্ৰশিক্ষণ, দক্ষতা, উন্নীত কৌশল আৰু প্ৰমাণপত্ৰ প্ৰদান কৰিব। এই বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত ভাৰত চৰকাৰৰ শিক্ষা, দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, এমএছডিইৰ সচিব অতুল কুমাৰ তিৱাৰী আৰু এনএছডিচিৰ চিঅ'অ' বেদমণি তিৱাৰী উপস্থিত থাকে। দেশৰ ই-কমাৰ্চ খণ্ডৰ বাবে বিনামূল্যে অনলাইন পাঠ্যক্ৰম প্ৰদান কৰাৰ বাবে ফ্লিপকাৰ্ট আৰু এনএছডিচিয়ে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে।…
Read More
নতুন দিল্লীয়ে ‘বিবিধতা কা অমৃত মহোৎসৱ’ সমাপ্ত কৰিছে

নতুন দিল্লীয়ে ‘বিবিধতা কা অমৃত মহোৎসৱ’ সমাপ্ত কৰিছে

সাংস্কৃতিক সমৃদ্ধি আৰু ঐক্যৰ জীপাল প্ৰদৰ্শনৰ জৰিয়তে উত্তৰ-পূবৰ বাৰেৰহণীয়া সংস্কৃতিক তুলি ধৰাৰ প্ৰয়াসেৰে অনুষ্ঠিত দ্বিবাৰ্ষিক সমাৰোহ ''বিবিধতা কা অমৃত মহোৎসৱ’ৰ প্ৰথম সংস্কৰণৰ ৰাষ্ট্ৰপতি ভৱনত সফলতাপূৰ্বক সামৰণি পৰে। চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত এই মহোৎসৱখনিৰ উদ্বোধন কৰে দেশৰ সন্মানীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন, সংস্কৃতি আৰু উন্নয়ন মন্ত্ৰী জি কিষাণ ৰেড্ডী, কেন্দ্ৰীয় ভূ-বিজ্ঞান মন্ত্ৰী কিৰেন ৰিজিজুৰ দৰে বিশিষ্ট ব্যক্তিসকল। লগতে উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰতিনিধিত্ব কৰা সাংসদ, মাননীয় ৰাজ্যপাল, উত্তৰ-পূব ভাৰতৰ কেবিনেট মন্ত্ৰী তথা অসংখ্য বিষয়া, অতিথি আৰু দৰ্শকৰ সমাবেশে অনুষ্ঠানটো জীপাল কৰি তোলে। মহোৎসৱৰ উদ্বোধনী ভাষণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই উদ্যোগৰ প্ৰশংসা কৰি ৰাষ্ট্ৰপতি ভৱনৰ চৌহদৰ ভিতৰত…
Read More
স্কিল ইণ্ডিয়া ডিজিটেলে সমগ্ৰ বিশ্বতে আগ্ৰহৰ সৃষ্টি কৰিছে, ২০খন দেশৰ বাবে ভাৰত হ’ব দক্ষতাৰ অনুপ্ৰেৰণা

স্কিল ইণ্ডিয়া ডিজিটেলে সমগ্ৰ বিশ্বতে আগ্ৰহৰ সৃষ্টি কৰিছে, ২০খন দেশৰ বাবে ভাৰত হ’ব দক্ষতাৰ অনুপ্ৰেৰণা

নতুন দিল্লীত বিশ্ব বেংকৰ উদ্যোগত আয়োজিত গ্লবেল সহযোগিতা উদযাপনৰ এক উল্লেখযোগ্য অনুষ্ঠানত আজি ২০খন দেশে  "শিক্ষা জ্ঞান বিনিময় সম্পৰ্কীয় ভাৰত সন্মিলন"ৰ বাবে একত্ৰিত হৈছে। ভাৰতৰ যুগান্তকাৰী স্কিল ইণ্ডিয়া ডিজিটেল(এছআইডি)ৰ প্লেটফৰ্মত জিলিকি উঠিছিল ভাৰতৰ প্ৰজ্ঞা, এই পদক্ষেপৰ আৰম্ভণি, ৰূপায়ণ আৰু প্ৰভাৱশালী শিক্ষণৰ পৰা শিকিবলৈ আগ্ৰহী হৈ পৰিছিল প্ৰতিনিধিসকল। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই সমাৱেশত চৰকাৰী বিষয়া, অগ্ৰণী প্ৰতিষ্ঠান, নীতি নিৰ্ধাৰক, শিক্ষাখণ্ডৰ অভিজ্ঞ আৰু বিশেষজ্ঞকে ধৰি সমগ্ৰ এছিয়া আৰু আফ্ৰিকাৰ বিভিন্ন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল। এনএছডিচিৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু এনএছডিচি ইণ্টাৰনেচনেলৰ এমডি বেদমণি তিৱাৰীয়ে এছআইডিৰ মেজিক উন্মোচন কৰাৰ লগে লগে হাতচাপৰিৰে গুঞ্জৰিত হৈ পৰিছিল অনুষ্ঠানটো। তেওঁ ভাৰতৰ অৰ্থনৈতিক ইঞ্জিনক আগুৱাই নিয়াত বৰ্তমানৰ…
Read More
এনএমআইপিএলে মুকলি কৰিলে নিছানৰ ৱেব প্লেটফৰ্ম ‘নিছান ৱান’ 

এনএমআইপিএলে মুকলি কৰিলে নিছানৰ ৱেব প্লেটফৰ্ম ‘নিছান ৱান’ 

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে (এনএমআইপিএল) ২০২৪ৰ গ্ৰাহক-কেন্দ্ৰিক পদক্ষেপৰ অংশ হিচাপে ‘নিছান ৱান’ নামৰ নিছান ৱেব প্লেটফৰ্ম মুকলি কৰিছে, য’ত ১০০,০০০ মেগনাইট গ্ৰাহকক উদযাপন কৰা হৈছে। নিছান ৱান হৈছে এক উদ্ভাৱনীমূলক একক চাইন-অন ৱেব প্লেটফৰ্ম, য'ত গ্ৰাহকসকলক সমগ্ৰ গ্ৰাহকযাত্ৰাত বিভিন্ন ধৰণৰ সেৱাৰ অনুৰোধ বা প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ নিৰৱচ্ছিন্নভাৱে অনুমতি বা ব্যৱস্থা কৰি দিয়ে, য'ত অন্তৰ্ভুক্ত - প্ৰাৰম্ভিক অনুসন্ধান, টেষ্ট ড্ৰাইভ বুকিং, গাড়ীৰ নিৰ্বাচন আৰু বুকিঙৰ পৰা আৰম্ভ কৰি সেৱা আগবঢ়োৱা ইত্যাদি। নিছান ৱান হৈছে এক অনন্য প্লেটফৰ্ম, যিয়ে বিভিন্ন গ্ৰাহকৰ স্পৰ্শবিন্দুক একক, ব্যৱহাৰকাৰী-অনুকূল অভিজ্ঞতালৈ একত্ৰিত কৰিব। গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে এই প্লেটফৰ্মটো ডিজাইন কৰা হৈছে। নিছান ৱানে একাধিক ৱেবছাইট আৰু…
Read More
অসম চৰকাৰে ট্ৰাইকগ হেল্থৰ সৈতে অংশীদাৰিত্বৰে আৰম্ভ কৰিব উন্নত হৃদযন্ত্ৰ স্বাস্থ্য ব্যৱস্থাপনা কাৰ্যসূচী

অসম চৰকাৰে ট্ৰাইকগ হেল্থৰ সৈতে অংশীদাৰিত্বৰে আৰম্ভ কৰিব উন্নত হৃদযন্ত্ৰ স্বাস্থ্য ব্যৱস্থাপনা কাৰ্যসূচী

শেহতীয়া বৃদ্ধি পোৱা হৃদৰোগ(চিভিডি)ৰ প্ৰাদুৰ্ভাৱ বা ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে ট্ৰাইক’গ হেল্থৰ সৈতে সহযোগিতাৰে হাৰ্ট হেল্থ মেনেজমেণ্ট (ষ্টেমি) কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই শেহতীয়া পদক্ষেপৰ লক্ষ্য হৈছে সমগ্ৰ অসমতে প্ৰতিৰোধমূলক হৃদযন্ত্ৰৰ যত্নৰ ক্ষেত্ৰখনলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিব, যিয়ে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ বোজা হ্ৰাস কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ চিহ্নিত কৰিছে। এই হাৰ্ট হেল্থ মেনেজমেণ্ট কাৰ্যসূচীয়ে সমগ্ৰ অসমত হৃদযন্ত্ৰৰ বিভিন্ন গুৰুতৰ ৰোগৰ দ্ৰুত ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক গুৰুত্বপূৰ্ণ হাব আৰু স্প'ক মডেল প্ৰৱৰ্তন কৰিব। এই পদক্ষেপ উন্নত হৃদযন্ত্ৰৰ স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাৰ দ্বাৰা চালিত হ'ব, যিয়ে এই পদক্ষেপৰ আৰম্ভণিয়ে সক্ৰিয় স্বাস্থ্য ব্যৱস্থাপনাৰ প্ৰতি চৰকাৰৰ সমৰ্পণক সূচায়।…
Read More
চিয়েট আইএছআৰএলৰ আহমেদাবাদ লেগত সুন্দৰ প্ৰদৰ্শনেৰে জয়লাভ বিগৰক মটৰস্পৰ্টছৰ

চিয়েট আইএছআৰএলৰ আহমেদাবাদ লেগত সুন্দৰ প্ৰদৰ্শনেৰে জয়লাভ বিগৰক মটৰস্পৰ্টছৰ

গুজৰাটৰ অৰ্থনৈতিক হাব ৰূপে পৰিচিত আহমেদাবাদত সফলতাৰে অনুষ্ঠিত হয় চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগৰ দ্বিতীয়খন ৰেচ। বহুকেইজন বিশিষ্ট অতিথি, ৰাজনৈতিক নেতা আৰু ব্যৱসায়িক প্ৰতিনিধিৰ লগতে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেলে অংশগ্ৰহণ কৰি ৰোমাঞ্চকৰ ৰেচৰ শুভাৰম্ভণি কৰে। বিগৰক মটৰস্প’ৰ্টছ দলে ট্ৰেকত আধিপত্য বিস্তাৰ কৰি নিজৰ ব্যতিক্ৰমী দক্ষতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছিল। বিগৰক মটৰস্প’ৰ্টছৰ প্ৰতিভাৱান খেলুৱৈ মেট মছে ৪৫০ চিচি আন্তঃৰাষ্ট্ৰীয় ৰেচত প্ৰথম স্থান দখল কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি আহমেদাবাদৰ হাজাৰ হাজাৰ দৰ্শকক মুগ্ধ কৰে। আনহাতে, ২৫০ চিচিৰ ইণ্টাৰনেচনেল ৰেচ বিগৰক মটৰস্প’ৰ্টৰ ৰিড টেইলৰে জয়লাভ কৰাৰ বিপৰীতে মোহিতেৰ ৰেচিঙৰ বেন প্ৰছিত হলগ্ৰেনে ২৫০ চিচি ইণ্ডিয়া এছিয়া মিক্স কেটেগৰীত অসাধাৰণ প্ৰদৰ্শন প্ৰদৰ্শন কৰি…
Read More
টাটা এআইএইৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া আৰু সঞ্চালক ভেংকটাচালম এইচ

টাটা এআইএইৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া আৰু সঞ্চালক ভেংকটাচালম এইচ

ভাৰতৰ দ্ৰুততম বিকাশশীল জীৱন বীমা প্ৰতিষ্ঠান টাটা এআইএ লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেডে আইআৰডিএআইৰ পৰা নিয়ামক অনুমোদন(ৰেগুলেটৰী এপ্ৰভ) লাভ কৰাৰ পিছতে ভেংকটাচলম এইচক নতুন মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালনা সঞ্চালক হিচাপে নিযুক্তি দিছে। ভেংকটাচালম এইচে বৰ্তমানৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালনা সঞ্চালক নবীন তাহিলিয়ানীৰ পৰা দায়িত্ব গ্ৰহণ কৰিব। নবীন তাহিলিয়ানীক টাটা গ্ৰুপৰ আন এক ভূমিকাত দেখা যাব, টাটা এআইএ লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেডৰ অ-কাৰ্যবাহী সঞ্চালক(নন-এক্সিকিউটিভ ডাইৰেক্টৰ) পদলৈ পদোন্নতি কৰা হৈছে। লাইফ ইঞ্চুৰেন্স, সম্পদ ব্যৱস্থাপনা আৰু কাষ্টডিয়েল চাৰ্ভিছৰ ক্ষেত্ৰখনত ২৭ বছৰতকৈ অধিক অভিজ্ঞতা থকা ভেংকটাচালাম এইচৰ বিক্ৰী আৰু বিতৰণ(ছেলচ এণ্ড ডিষ্ট্ৰিবিউচন), কৌশল(ষ্ট্ৰেটেজী), ব্যৱসায় আৰু প্ৰক্ৰিয়া বিকাশ(বিজনেছ এণ্ড প্ৰচেছ) আৰু মূল একাউণ্ট ব্যৱস্থাপনাৰ…
Read More
টাটা মটৰ্ছে টিয়াগো আৰু টিগ’ৰ আইচিএনজি এএমটি মুকলিৰ লগে লগে ভাৰতীয় বজাৰত সূচনা হ’ল বৈপ্লৱিক পৰিৱৰ্তনৰ

টাটা মটৰ্ছে টিয়াগো আৰু টিগ’ৰ আইচিএনজি এএমটি মুকলিৰ লগে লগে ভাৰতীয় বজাৰত সূচনা হ’ল বৈপ্লৱিক পৰিৱৰ্তনৰ

টাটা মটৰ্ছে টিয়াগো আৰু টিগ’ৰ আইচিএনজি এএমটি মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যাৰ ফলত কম্প্ৰেছড নেচাৰেল গেছ (চিএনজি) বাহনৰ সৈতে অটোমেটিক মেনুৱেল ট্ৰেন্সমিছন (এএমটি) প্ৰযুক্তি দেশত প্ৰথমবাৰলৈ ব্যৱহাৰৰ লগে লগে নতুন যুগৰ সূচনা হ'ল।  আজি মুম্বাইত ঘোষণা কৰা এই শুভাৰম্ভণিয়ে অটোমোটিভ খণ্ডত উদ্ভাৱন আৰু বহনক্ষমতাৰ প্ৰতি টাটা মটৰ্ছৰ দায়বদ্ধতাক দৃঢ় কৰি তুলিছে। টিয়াগো আৰু টিগ’ৰ আইচিএনজি মডেল বাহনে ২৮.০৬ কেএম/কেজিৰ এক আকৰ্ষণীয় মাইলেজ প্ৰদান কৰে, যিয়ে এই ছেগমেণ্টত ইন্ধন কাৰ্যক্ষমতাৰ ক্ষেত্ৰত এক নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছে।টিয়াগো আইচিএনজিৰ বাবে ৭.৮৯ লাখ আৰু টিগ’ৰ আইচিএনজি (এক্স-শ্ব’ৰুম, দিল্লী)ৰ বাবে ৮.৮৪ লাখ টকাৰ আকৰ্ষণীয় প্ৰাৰম্ভিক মূল্যত উপলব্ধ এই বাহনসমূহে ব্যয়সাধ্যতা আৰু পৰিৱেশ-অনুকূলতাৰ এক আকৰ্ষণীয়…