ব্যৱসায়

সংকল্প কাৰ্যসূচীৰ অধীনত ১১গৰাকী যুৱক-যুৱতীক সম্বৰ্ধনা ৰাজীৱ চন্দ্ৰশেখৰৰ

সংকল্প কাৰ্যসূচীৰ অধীনত ১১গৰাকী যুৱক-যুৱতীক সম্বৰ্ধনা ৰাজীৱ চন্দ্ৰশেখৰৰ

কেন্দ্ৰীয় জল শক্তি, ইলেক্ট্ৰনিক্স, তথ্য প্ৰযুক্তি, দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে ভাৰতৰ যুৱক-যুৱতীসকলক সবলীকৰণৰ দিশত এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰিছে। আজি অনুষ্ঠিত বিশেষ সংকল্প কাৰ্যসূচীৰ অধীনত এটা অগ্ৰণী প্ৰকল্পৰ উদ্বোধনী দলৰ ১১ গৰাকী যুৱক-যুৱতীক সম্বৰ্ধনা জনোৱা হয়। লজিষ্টিক ছেক্টৰ স্কিল কাউঞ্চিল(এলএছচি)ৰ নেতৃত্বত পশ্চিম বংগৰ পশ্চিম মেদিনীপুৰ জিলাত ৰূপায়ণ কৰা এই পদক্ষেপৰ লক্ষ্য হৈছে লজিষ্টিক খণ্ডক দক্ষ-প্ৰতিভাৱান জনশক্তিৰে সুদৃঢ় কৰা। এই প্ৰকল্পটোৱে এবছৰৰ ভিতৰত ৯৬০জন প্ৰাৰ্থীক প্ৰশিক্ষণ দিয়াৰ এক অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে, ইয়াৰ অধীনত ৱেৰহাউছ মেনেজাৰ, ৱেৰহাউছ ছুপাৰভাইজাৰ আৰু ৱেৰহাউছ এছ’চিয়েটৰ দৰে ভূমিকাত প্ৰয়োজনীয় দক্ষতাৰে সজ্জিত কৰি তোলা হৈছে। এই প্ৰমাণ-পত্ৰসমূহে অঞ্চলটোৰ ভিতৰত এইসকল লোকৰ…
Read More
য়ামাহাই মুকলি কৰিছে ক্ৰ’মত এফজেড-এক্স, একচেটিয়া অফাৰেৰে যুৱ বজাৰ দখলৰ লক্ষ্য

য়ামাহাই মুকলি কৰিছে ক্ৰ’মত এফজেড-এক্স, একচেটিয়া অফাৰেৰে যুৱ বজাৰ দখলৰ লক্ষ্য

ইণ্ডিয়া য়ামাহা মটৰ (আইৱাইএম) প্ৰাইভেট লিমিটেডে নিজৰ লাইনআপত শেহতীয়া সংযোজন এক মন্ত্ৰমুগ্ধকৰ ক্ৰ’ম ৰঙৰ স্কিমত এফজেড-এক্স মুকলিৰ কথা ঘোষণা কৰিছে। এই ভেৰিয়েণ্ট শুভাৰম্ভ কৰাৰ লগে লগে গতিশীল ছন্দত বিশ্বাসী কম বয়সীয়া আৰু যুৱ প্ৰজন্মৰ গ্ৰাহকৰ বৰ্ধিত ৰুচিৰ সৈতে সংগতি ৰাখি নিজৰ প্ৰডাক্ট ৰেঞ্জ প্ৰাণৱন্ত কৰাৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত হৈছে। ক্ৰ'ম কালাৰে কালজয়ী আড়ম্বৰৰ এক আভা প্ৰদৰ্শন কৰে, যাৰ ফলত ৰাজপথত এফজেড-এক্সৰ জোৰদাৰ উপস্থিতি বৃদ্ধি হৈ পৰে। ১,৩৯,৭০০ টকা (এক্স-শ্ব’ৰুম, দিল্লী)মূল্যৰ এই মডেলে ষ্টাইল আৰু পৰিৱেশনৰ এক সুসংগত সংমিশ্ৰণৰ প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ লগতে য়ামাহাই ক্ৰ’মত এফজেড-এক্সৰ প্ৰথমে অনলাইন বুকিং কৰা ১০০গৰাকী গ্ৰাহকক কেচিঅ’ জি-শ্বক ঘড়ী প্ৰদান কৰি মধুময় ক্ষণৰ সৃষ্টি কৰিব।য়ামাহাই মুকলি…
Read More
ম্যানমাৰৰ ৰাখাইন প্ৰদেশলৈ যাত্ৰা কৰা বা তাত থকা ভাৰতীয় নাগৰিকসকলৰ বাবে এমইএৰ সতৰ্কবাণী

ম্যানমাৰৰ ৰাখাইন প্ৰদেশলৈ যাত্ৰা কৰা বা তাত থকা ভাৰতীয় নাগৰিকসকলৰ বাবে এমইএৰ সতৰ্কবাণী

ম্যানমাৰত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েএক বিবৃতি জাৰি কৰি ভাৰতীয় নাগৰিকসকলক ৰাখাইন প্ৰদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ সতৰ্কবাণী জাৰি কৰিছে। এমইএয়ে এই সতৰ্কবাণীৰ কাৰণ হিচাপে অৱনতি ঘটা নিৰাপত্তা পৰিস্থিতি, দূৰসংযোগ ব্যাহত হোৱা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিৰ কথা উল্লেখ কৰিছে। বৰ্তমান ৰাখাইন প্ৰদেশত বাস কৰা বা বাহৰ পাতি থকা ভাৰতীয় লোকসকলক তৎক্ষণাৎ খালী কৰিবলৈ পৰামৰ্শ দিছে। ম্যানমাৰৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাক লৈ ভাৰতে উদ্বেগ প্ৰকাশ কৰি শীঘ্ৰে এই সংঘাতৰ ক্ষিপ্ৰ সমাধানৰ আহ্বান জনাইছে। এমইএৰ সাপ্তাহিক প্ৰেছ ব্রিফিঙত হিংসাৰ অন্ত পেলোৱাৰ প্ৰয়োজনীয়তা আৰু ম্যানমাৰৰ “সামগ্ৰিক ফেডাৰেল গণতন্ত্ৰ” প্ৰতিষ্ঠাৰ দিশত অগ্ৰগতিৰ ওপৰত আলোকপাত কৰা হয়। ম্যানমাৰত যোৱা কেইবা মাহ…
Read More
এক্সিছ মিউচুৱেল ফাণ্ডে আগবঢ়াইছে ‘এক্সিছ এছএণ্ডপি বিএছই চেনছেক্স ইণ্ডেক্স ফাণ্ড’ 

এক্সিছ মিউচুৱেল ফাণ্ডে আগবঢ়াইছে ‘এক্সিছ এছএণ্ডপি বিএছই চেনছেক্স ইণ্ডেক্স ফাণ্ড’ 

ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা ফাণ্ড হাউছৰ অন্যতম এক্সিছ মিউচুৱেল ফাণ্ডে নিউ ফাণ্ড অফাৰ - এক্সিছ এছএণ্ডপি বিএছই চেনছেক্স ইনডেক্স ফাণ্ড (এছএণ্ডপি বিএছই চেনছেক্স ট্ৰাইক অনুসৰণ কৰা এক অপেন-এণ্ডেড ইণ্ডেক্স ফাণ্ড) মুকলি কৰাৰ কথা ঘোষণা কৰি আনন্দিত হৈছে। কাৰ্তিক কুমাৰ (ফাণ্ড মেনেজাৰ) আৰু আশিস নাইকে (ফাণ্ড মেনেজাৰ) এই ফাণ্ডৰ পৰিচালনা কৰিব। নতুন পুঁজিয়ে এছ এণ্ড পি বিএছই চেনছেক্স ট্ৰাইৰ বেঞ্চমাৰ্ক অনুসৰণ কৰিব। নূন্যতম বিনিয়োগৰ পৰিমাণ হৈছে ৫০০ টকা আৰু তাৰ পিছত ১/- টকাৰ বহুগুণত।এছএণ্ডপি বিএছই চেনছেক্স ইণ্ডেক্স হৈছে এক বিনামূলীয়া ফ্ল’ট মাৰ্কেট-ৱেইটেড ষ্টক মাৰ্কেট সূচকাংক, যিয়ে বম্বে ষ্টক এক্সচেঞ্জত তালিকাভুক্ত ৩০টা আৰ্থিকভাৱে শক্তিশালী ভাৰতীয় লাৰ্জ কেপ কোম্পানীক প্ৰতিনিধিত্ব কৰে। ই বিনিয়োগকাৰীসকলক…
Read More
চেমচাঙে মুকলি কৰিলে নিজৰ প্ৰথম এণ্টাৰপ্ৰাইজ-এক্সক্লুছিভ স্মাৰ্টফোন গেলেক্সি এক্সকভাৰ৭

চেমচাঙে মুকলি কৰিলে নিজৰ প্ৰথম এণ্টাৰপ্ৰাইজ-এক্সক্লুছিভ স্মাৰ্টফোন গেলেক্সি এক্সকভাৰ৭

ভাৰতৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড চেমচাঙে নিজৰ প্ৰথমটো এণ্টাৰপ্ৰাইজ কেন্দ্ৰীভূত স্মাৰ্টফোন - গেলেক্সি এক্সকভাৰ৭ মুকলি কৰিলে। এই স্মাৰ্টফোনটো হৈছে এক শক্তিশালী ডিভাইচ, যি যিকোনো পৰিস্থিতিত আৰু ব্যতিক্ৰমী ব্যৱহাৰৰ বাবে সুবিধা প্ৰদান কৰে। চৰম পৰিস্থিতিতো কুশলে থাকিবলৈ প্ৰস্তুত কৰা গেলেক্সি এক্সকভাৰ৭ৰ লক্ষ্য হৈছে পেছাদাৰী লোকসকলৰ জীৱন সহজ কৰা, দ্ৰুত সংযোগ প্ৰদান কৰা, নিৰৱচ্ছিন্ন ধাৰাবাহিকতা প্ৰদানেৰে বাহ্যিক কাৰকৰ ফলত হোৱা বাধাৰ বিপদাশংকা হ্ৰাস কৰা, যাতে ফোনটোৱে সকলো সময়তে দ্ৰুত আৰু স্মাৰ্ট কাম অব্যাহত ৰাখিব পাৰে। গেলেক্সি এক্সকভাৰ৭ ফোনটোৱে ৫জি সংযোগ, উন্নত প্ৰচেছৰ পৰিৱেশন আৰু উন্নত গতিশীলতাৰ বাবে বৰ্ধিত মেম'ৰী প্ৰদান কৰে। ইয়াত বাৰকোড/কিউআৰ কোড স্কেনিঙৰ বাবে এক শক্তিশালী পিছফালৰ কেমেৰা আৰু এক…
Read More
ৱাও অফাৰৰ জৰিয়তে ১০০ বছৰ উদযাপন এম জি মটৰ ইণ্ডিয়াৰ

ৱাও অফাৰৰ জৰিয়তে ১০০ বছৰ উদযাপন এম জি মটৰ ইণ্ডিয়াৰ

এম জি মটৰ ইণ্ডিয়াই বাহন কৰিবলৈ অহা ক্ৰেতাসকলক আনন্দিত কৰাত মনোনিৱেশ কৰি ২০২৪ চনৰ মডেলৰ ৰেঞ্জসমূহত ৱাও মূল্য প্ৰদান কৰি নিজৰ শতবাৰ্ষিকী উদযাপন কৰিছে। কোম্পানীটোৱে এমজি জেডএছ ইভিৰ নতুন ট্ৰিমৰ লগতে এমজি কমেট ইভি, এমজি হেক্টৰ আৰু এম জি গ্লষ্টাৰত ৱাও মূল্য প্ৰদান কৰিছে গ্ৰাহকক। এমজি জেডএছ ইভি 'এক্সিকিউটিভ' হৈছে এক বিলাসী, আৰামদায়ক আৰু সুবিধাজনক বৈদ্যুতিক বাহন, যিয়ে সন্মুখ আৰু পিছৰ আসনৰ যাত্ৰীসকলৰ বাবে এক বিলাসী ইন-কেবিন সুবিধা প্ৰদান কৰে। এই বাহনখন ১৮.৯৮ লাখ টকাৰ ৱাও মূল্যত উপলব্ধ আৰু ইয়াত ৭৫ৰো অধিক সংযোজিত সুবিধা আছে। ভাৰতৰ প্ৰথমখন ইণ্টাৰনেট এছইউভি এমজি হেক্টৰে পেনোৰামিক চানৰুফ, দেশৰ সৰ্ববৃহৎ এইচডি পট্ৰেইট ইনফোটেইনমেণ্ট চিষ্টেম, ডিজিটেল…
Read More
গুৱাহাটীত নতুন হলিডে ইনৰ জৰিয়তে উত্তৰ-পূবত নিজৰ উপস্থিতি বৃদ্ধি কৰিছে আইএইচজি হোটেল এণ্ড ৰিজৰ্টছে

গুৱাহাটীত নতুন হলিডে ইনৰ জৰিয়তে উত্তৰ-পূবত নিজৰ উপস্থিতি বৃদ্ধি কৰিছে আইএইচজি হোটেল এণ্ড ৰিজৰ্টছে

আইএইচজি হোটেল এণ্ড ৰিজৰ্টে উত্তৰ-পূবৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীত নতুন হলিডে ইন নিৰ্মাণৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে। ২০২৮ৰ জানুৱাৰী মাহত গ্ৰাহকৰ বাবে দ্বাৰ মুকলি হ’ব ১৫০টা কোঠাযুক্ত এই হোটেলখন। প্ৰতিযোগিতামূলক বজাৰত মানসম্পন্ন ব্ৰেণ্ডেড বাসস্থানৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ আইএইচজিৰ সম্প্ৰসাৰণ ষ্ট্ৰেটেজীত এক কৌশলগত পদক্ষেপ গ্ৰহণ কৰিছে। সদাব্যস্ত আজাৰা ৰোডৰ কাষত অৱস্থিত হলিডে ইন গুৱাহাটী হোটেলখনে গুৱাহাটী বিমানবন্দৰ আৰু চহৰখনৰ মাজমজিয়াৰ পৰা সহজে যাব পৰা এক উত্তম স্থানত প্ৰতিষ্ঠা কৰা হৈছে। যুৱান ডেভেলপাৰ্ছ প্ৰাইভেট লিমিটেডৰ সৈতে পৰিচালনা চুক্তিৰ জৰিয়তে নিৰ্মাণ কৰা এই হোটেলখনৰ লক্ষ্য হৈছে ব্যস্ত চহৰখন ভ্ৰমণ কৰা কৰ্পৰেট আৰু অবসৰৰ ভ্ৰমণকাৰী-পৰ্যটক উভয়কে সুবিধা-সেৱা প্ৰদান কৰা। হোটেলখনত কেৱল থকাৰ ব্যৱস্থাই নহয়, লগতে…
Read More
ভিআই বিজনেছে আৰম্ভ কৰিছে আইঅ’টি স্মাৰ্ট চেণ্ট্ৰেল 

ভিআই বিজনেছে আৰম্ভ কৰিছে আইঅ’টি স্মাৰ্ট চেণ্ট্ৰেল 

ভাৰতৰ আগশাৰীৰ টেলিকম আৰু আইঅ'টি প্ৰতিষ্ঠান ভিআই বিজনেছে মুকলি কৰিছে ভিআই বিজনেছ আইঅটি স্মাৰ্ট চেণ্ট্ৰেল, যি হৈছে এক সম্পূৰ্ণ সংহত, স্ব-যত্নৰ আইঅ'টি সংযোগ আৰু ডিভাইচ ব্যৱস্থাপনা প্লেটফৰ্ম। নতুনকৈ মুকলি কৰা এই ভিআই বিজনেছ আইঅ'টি স্মাৰ্ট চেণ্ট্ৰেল প্লেটফৰ্মে উদ্যোগসমূহক বাস্তৱ-সময়ৰ আধাৰত দূৰৱৰ্তীভাৱে আইঅ'টি সম্পদ নিয়ন্ত্ৰণ, নিৰীক্ষণ আৰু পৰিচালনা কৰাৰ ক্ষমতা প্ৰদান কৰে। ভিআই বিজনেছ আইঅ'টি স্মাৰ্ট চেণ্ট্ৰেলে আইঅ'টি সম্পদৰ এক বিস্তৃত দৃষ্টিভংগী আগবঢ়ায়, যাৰ দ্বাৰা উদ্যোগসমূহক অটোম'বাইল, বেংক আৰু ইউটিলিটিৰ দৰে বিভিন্ন উদ্যোগত চিম জীৱনচক্ৰ(লাইফচাইকেল)সমূহ দূৰৈৰ পৰা পৰিচালনাৰ অনুমতি দিয়ে আৰু নিয়ন্ত্ৰণ কৰিব পাৰে। মিছন-ক্ৰিটিকেল ইছ্যু(জটিল সমস্যা)সমূহৰ উপেক্ষা বা ত্ৰুটি প্ৰতিহত কৰিবলৈ সক্ৰিয় সতৰ্কবাণীৰ সৈতেৰ জৰিয়তে ভিআই বিজনেছ আইঅ'টি বিজনেছ আইঅ'টি…
Read More
টাটা মটৰ্ছৰ নতুন চিএইচআৰঅ’ সীতাৰাম কান্দি 

টাটা মটৰ্ছৰ নতুন চিএইচআৰঅ’ সীতাৰাম কান্দি 

টাটা মটৰ্ছে সীতাৰাম কান্দিক মুখ্য মানৱ সম্পদ বিষয়া (চিএইচআৰঅ’) হিচাপে নিযুক্তি দিছে, ২০২৪ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব এই দায়িত্বভাৰ। কান্দিয়ে ৰবীন্দ্ৰ কুমাৰ জি.পিৰ স্থানত দায়িত্ব গ্ৰহণ কৰিব, যিজনে ২০১৮ চনৰ পৰা চিএইচআৰঅ’ৰ দায়িত্বত আছে আৰু টাটা গ্ৰুপৰ ভিতৰত এক নতুন ভূমিকাত অৱতীৰ্ণ হ'ব। এজন এইচআৰ প্ৰফছনেল হিচাপে ৩০ বছৰৰ অভিজ্ঞতাসম্পন্ন চিম্বায়চিছ ইনষ্টিটিউট অৱ মেনেজমেণ্ট ষ্টাডিজৰ প্ৰাক্তন ছাত্ৰ কান্দিয়ে বস্ক, মনচেণ্টো আৰু জেনেৰেল ইলেক্ট্ৰিকৰ দৰে গ্লবেল কোম্পানীৰ সৈতেও কাম কৰিছে। সীতাৰাম কান্দিয়ে টাটা মটৰ্ছৰ কাৰ্যনিৰ্বাহক সমিতিত নিজৰ নতুন দায়িত্ব পালন কৰি প্ৰতিষ্ঠানটোক আগুৱাই নিব। বৰ্তমানৰ নতুন ভূমিকাত কান্দিয়ে টাটা মটৰ্ছৰ যাত্ৰীবাহী বাহন আৰু বৈদ্যুতিক বাহন ব্যৱসায়ৰ বাবে মানৱ সম্পদৰ…
Read More
টাটাৰ ২৪ বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকৰ ফলাফল ঘোষণা

টাটাৰ ২৪ বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকৰ ফলাফল ঘোষণা

টাটা মটৰ্ছে (টিএমএল) ২৪ বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকত শক্তিশালী প্ৰদৰ্শনৰ তথ্য প্ৰকাশ কৰিছে, এই সময়ছোৱাত ৰাজহ ₹১১০.৬ হাজাৰ কোটি (২৫.০%), ইবিআইটিডিএ ১৫.৮ হাজাৰ কোটি (৬০.৬%) আৰু ৯.২ হাজাৰ কোটি (+৫.৩ হাজাৰ কোটি)ৰ ইবিআইটি। সকলো অটোমোটিভ খণ্ডৰ ব্যৱসায়ে নিজৰ লাভজনক বৃদ্ধিৰ অগ্ৰগতি অব্যাহত ৰাখিছিল। পিবিটি (বেই) ৪.৪ হাজাৰ কোটি অধিক হৈ ৭.৬ হাজাৰ কোটি হৈছেগৈ আৰু মুঠ লাভ হৈছেগৈ ৭.১ হাজাৰ কোটি। ৱাইটিডি ২৪ বিত্তীয় বৰ্ষটোত ব্যৱসায় ১৯.০ হাজাৰ কোটিৰ শক্তিশালী পিবিটি (বেই) লাভ কৰিছে, যিয়ে পূৰ্বৰ বছৰৰ তুলনাত ২২.৬ হাজাৰ কোটি অধিক হৈছে। নেট অটোমোটিভৰ ঋণ  হ্ৰাস পাই ২৯.২ হাজাৰ কোটি হৈছেগৈ। জেএলআৰৰ ৰাজহ ২২% অধিক হৈ ৭.৪ বিলিয়ন পাউণ্ড…
Read More