Dipshikha

3128 Posts
বাংলাদেশত হিন্দুৰ বিৰুদ্ধে হিংসা অব্যাহত আছে

বাংলাদেশত হিন্দুৰ বিৰুদ্ধে হিংসা অব্যাহত আছে

ইউনুছ চৰকাৰৰ অধীনত শ্বেখ হাছিনাৰ চৰকাৰ পতনৰ পিছৰে পৰা বাংলাদেশত হিন্দুৰ বিৰুদ্ধে হিংসা অব্যাহত আছে। বাংলাদেশত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সময়তো লক্ষ্য কৰি লোৱা হৈছিল ভাৰতীয় দূতাবাস। বাংলাদেশত এতিয়া ১২ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। বাংলাদেশত বসবাস কৰা ভাৰতীয়সকলক নিৰ্বাচনৰ পূৰ্বে আক্ৰমণৰ বলি হোৱাৰ আশংকা। এই সম্ভাৱ্য আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে।বাংলাদেশৰ ভাৰতীয় স্থানসমূহৰ ওপৰত হিংসাৰ ভাবুকিৰ মাজতে ভাৰত চৰকাৰে দেশৰ ভাৰতীয় কূটনীতিবিদ আৰু বিষয়াসকলৰ পৰিয়ালক ভাৰতলৈ উভতি যাবলৈ পৰামৰ্শ দিছে। ভাৰতে নিজৰ কূটনীতিবিদসকলৰ বাবে বাংলাদেশক নন-ফেমিলি পোষ্টিং হিচাপে লোৱাৰ সিদ্ধান্ত লৈছে।ভাৰতে নিজৰ কূটনৈতিক পদসমূহক “নন-ফেমিলি ” হিচাপে শ্ৰেণীভুক্ত কৰিছে, যিটো আটাইতকৈ কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ ভিতৰত অন্যতম। পাকিস্তানৰ…
Read More
বাবৰি শাকৰ উপকাৰী গুণৰ বিষয়ে জানেনে

বাবৰি শাকৰ উপকাৰী গুণৰ বিষয়ে জানেনে

বাবৰি শাক (Crown Daisy) ভিটামিন, খনিজ পদাৰ্থ (বিশেষকৈ পটাছিয়াম) আৰু ক্যৰোটিন সমৃদ্ধ, যি কলেষ্টৰল কমোৱাত, কৃমি নিৰাময়ত আৰু চিফিলিচ/গনোৰিয়াৰ দৰে ৰোগৰ চিকিৎসাত সহায় কৰে; ইয়াৰ উপৰিদামে, ইয়াক আলু, মাছ বা কণীৰ সৈতে ভাজি বা চুপ হিচাপে খালে স্বাস্থ্য উপকাৰিতা লাভ কৰা যায়, যি পুষ্টিৰ এক উত্তম উৎস। বাবৰি শাকৰ উপকাৰিতাসমূহ এনেধৰণৰ --- পুষ্টিৰ উৎস: এই শাকে যথেষ্ট পৰিমাণে খনিজ পদাৰ্থ, ভিটামিন (বিশেষকৈ পটাছিয়াম) আৰু ক্যৰোটিন যোগান ধৰে.হৃদৰোগত সহায়: তেজৰ কলেষ্টৰলৰ মাত্ৰা কমাবলৈ সহায় কৰে.কৃমি নাশক: কৃমিৰ সমস্যাত উপকাৰী.ৰোগ নিৰাময়: চিফিলিচ আৰু গনোৰিয়াৰ দৰে ৰোগৰ বাবেও ই উপকাৰী বুলি বিবেচিত হয়.পুষ্টিকৰ খাদ্য: ইয়াক আলু, মাছ বা কণীৰ সৈতে ভাজি বা চুপ…
Read More
বিপদত শিখা শৰ্মা

বিপদত শিখা শৰ্মা

শিখা শৰ্মাৰ বিৰুদ্ধে অভিযোগ দাখিল জুবিন গাৰ্গৰ পৰিয়ালৰ। দিছপুৰ থানাত এজাহাৰ দাখিল জুবিন গাৰ্গৰ ভগ্নী ড০ পামী বৰঠাকুৰৰ। অভিযোগ দাখিল কৰে জুবিন ফেন ক্লাবে। জুবিন গাৰ্গৰ সম্পৰ্কত অৰুচিকৰ মন্তব্য কৰিছিল শিখা শৰ্মাই। তাৰ পিছতে আজি ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰিছে গৰিমা শইকীয়া গাৰ্গে।সংবাদ মাধ্যমৰ আগত গৰিমাই কয়, 'শিখা শৰ্মাৰ মানসিকতাই তেনেকুৱা। ইমান দিনে শিখা শৰ্মাক মানসিক ৰোগী বুলি আওকান কৰি আছিলোঁ। অৱশেষত আমাৰ ধৈৰ্যৰ সীমা চেৰাই গ'ল। জুবিনৰ সত্বাটো কি সেইয়া সকলোৱে জানে। সেইজন মানুহক অসভ্য,অশালীন,কটু মন্তব্য আমি কেতিয়াও ভাবিবই নোৱাৰোঁ।'মৃত্যুৰ পিছত জুবিন গাৰ্গৰ চৰিত্ৰ সন্দৰ্ভত বিতৰ্কিত ফেচবুকত পোষ্ট লিখিছিল শিখা শৰ্মাই। জুবিন গাৰ্গৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত এনে অপমানজনক মন্তব্য…
Read More
জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়ানক সংঘৰ্ষ

জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়ানক সংঘৰ্ষ

জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হৈছে এক ভয়ানক সংঘৰ্ষ। এই সংঘৰ্ষত ভাৰতীয় সেনাৰ ৮ জন জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে। কিষ্টৱাৰৰ সোণাৰৰ ঘন অৰণ্য অঞ্চলত এই সংঘৰ্ষ সংঘটিত হয়। ইয়াৰ পিছতে সমগ্ৰ অঞ্চলটোত সেনাই তীব্ৰ অভিযান আৰম্ভ কৰে। সম্প্ৰতি অঞ্চলটোত সেনাই এক বিশাল অভিযান অব্যাহত ৰাখিছে। এই সংঘৰ্ষত আঘাতপ্ৰাপ্ত জোৱানসকলৰ ভিতৰত তিনিজনৰ অৱস্থা কিছু গুৰুতৰ বুলি সেনাৰ সূত্ৰই প্ৰকাশ কৰিছে।সেনাৰ সূত্ৰ মতে, অভিযানৰ সময়ত জোৱানসকলে সন্ত্ৰাসবাদীৰ এটা দলক ঘেৰি ধৰিছিল। কিন্তু সেই সময়তে সন্ত্ৰাসবাদীয়ে অতৰ্কিতে সেনালৈ লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ কৰে, ইয়াৰ ফলত ৮ জন জোৱান আঘাতপ্ৰাপ্ত হয়। ইয়াৰে ৩ জন জোৱানৰ অৱস্থা গুৰুতৰ হোৱাৰ…
Read More
ভয়ংকৰ ৰে’ল দু*ৰ্ঘটনা

ভয়ংকৰ ৰে’ল দু*ৰ্ঘটনা

দক্ষিণ স্পেইনত শোকাৱহ ৰে'ল দুৰ্ঘটনা । লাইনচ্যুত হৈ এখন দ্ৰুতবেগী ৰে'লে খুন্দা মাৰে বিপৰীত দিশৰ পৰা আহি থকা ৰে'লত । ফলত প্ৰায় ৩৯ গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে বহু যাত্ৰী আহত হয় । দেশখনৰ পৰিবহণ মন্ত্ৰীয়ে এই কথা অৱগত কৰিছে । তেওঁ জনোৱা মতে দেওবাৰে দক্ষিণ স্পেইনৰ মালাগা আৰু মাদ্ৰিদৰ মাজত সংঘটিত হৈছে এই দুৰ্ঘটনা । প্ৰায় ৩০০ যাত্ৰীৰ সৈতে থকা দ্ৰুতবেগী ৰে'লখন কৰ্ডোবাৰ ওচৰত সন্ধিয়া প্ৰায় ৭:৪৫ বজাত দুৰ্ঘটনাত পতিত হয় ।
Read More
পনীৰে দাঁতৰ স্বাস্থ্য বজাই ৰাখিবলৈ সহায় কৰে

পনীৰে দাঁতৰ স্বাস্থ্য বজাই ৰাখিবলৈ সহায় কৰে

প্ৰায় সকলোৱে কম বেছি পৰিমাণে পনীৰ খায়। নিৰামিষভোজীসকলৰ বাবে ই এক অন্যতম বিকল্প। পনিৰৰ বহু উপকাৰী গুণ আছে। গতিকে পনিৰ খালে কিয় ভাল আৰু কি কি উপকাৰ হয় ইয়াৰ বিষয়ে জনা দৰকাৰ। পনীৰৰ উপকাৰিতা:পেশী আৰু হাড়ৰ স্বাস্থ্য: প্ৰচুৰ প্ৰ'টিন আৰু কেলচিয়াম থকাৰ বাবে পেশী গঢ়ি তোলা আৰু হাড় মজবুত কৰাত সহায় কৰে।ওজন নিয়ন্ত্ৰণ: কম কেলৰি আৰু বেছি প্ৰ'টিন থকা বাবে ওজন কমোৱা বা ডায়েট কৰা লোকৰ বাবে ই আদর্শ।গৰ্ভৱতী মহিলাৰ বাবে উপকাৰী: কেলচিয়াম, আইৰণ আৰু প্ৰ'টিনৰ বাবে গৰ্ভৱতী মহিলাসকলৰ বাবে ই অতি গুৰুত্বপূৰ্ণ।দাঁতৰ স্বাস্থ্য: পনীৰে দাঁতৰ স্বাস্থ্য বজাই ৰাখিবলৈ সহায় কৰে।পুষ্টিৰ ভঁৰাল: ইয়াত প্ৰ'টিন, ফছফৰাছ, পটাশিয়াম, ভিটামিন বি১২, ফোলেট, ভিটামিন,…
Read More
দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসমত প্ৰধানমন্ত্ৰীৰ আজি দ্বিতীয়টো দিন। শনিবাৰে সৰুসজাই ষ্টেডিয়ামত ১০ হাজাৰৰো অধিক শিল্পীৰ বাগুৰুম্বা প্ৰদৰ্শন কৰাৰ পিছত আজি কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে। এইবাৰ বহুকোটি টকাৰ উপহাৰ দিবলৈ সাজু হৈছে অসমবাসীক।ৰাজহুৱা সভাত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে সুঁৱৰে কাজিৰঙাত পূৰ্বে অহা অভিজ্ঞতাৰ কথা। তেওঁ কয়, "দুবছৰৰ পূৰ্বে কাজিৰঙাত অতিবাহিত কৰা মোৰ সেই সময় জীৱনৰ বহুত বিশেষ অনুভৱৰ সৈতে যোগ হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নৈশ যাপন কৰাৰ সুবিধা পাইছিলো আৰু পিছদিনা পুৱা হাতী ছাফাৰীৰৰ সহায়ত সেই ক্ষেত্ৰৰ সুন্দৰতাক অনুভৱ কৰিছোঁ। মোৰ সদায় অসমলৈ আহি বেলেগ আনন্দ লাগে। এই ভূমি বীৰৰ ভূমি!"৬,৯৫৭কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ…
Read More
৩০ জানুৱাৰীত ডিব্ৰুগড় ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

৩০ জানুৱাৰীত ডিব্ৰুগড় ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

অহা ৩০ জানুৱাৰীত ডিব্ৰুগড় ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই ভ্ৰমণকালত অসমৰ দ্বিতীয় বিধানসভা ভৱনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে খনিকৰ ষ্টেডিয়াম পুনৰ উন্নয়নৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ ঘোষণা কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। শুকুৰবাৰে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।চলিত মাহৰ শেষৰ ফালে পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। প্ৰায় এমাহৰ ব্যৱধানত এয়া দ্বিতীয়টো অসম ভ্ৰমণ হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ। ডিব্ৰুগড়ত উপস্থিত হৈ অসমৰ দ্বিতীয় বিধানসভা ভৱনৰ আধাৰশিলা স্থাপন কৰিব অমিত শ্বাহে।
Read More
জে’লত ভৰোৱা হ’ব আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰক !

জে’লত ভৰোৱা হ’ব আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰক !

"জেহাদৰ কথা বেছিকৈ কৈ থাকিলে জে'লত ভৰোৱা হ'ব আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰক ।" ৰেজাউল কৰিম সৰকাৰক এই কঠোৰ সকীয়নি মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । শনিবাৰে গুৱাহাটীত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে ৰেজাউল কৰিম সৰকাৰৰ প্ৰসংগত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।মুখ্যমন্ত্রীয়ে কয়, "শিক্ষাৰ বিকাশ বুলি ক'লে আমাৰ আপত্তি নাই । জেহাদ মানেই গণ্ডগোলীয়া শব্দ । মানে প্ৰশ্নকাকত, উত্তৰবহী ফাদিল কৰিব । বিভিন্ন ধৰণৰ জেহাদ কৰিব । লেণ্ড জেহাদত মাটিতো দখল কৰে । লাভ জেহাদত ছোৱালীক ফুচুলাই লৈ যায় । তেওঁলোকে ফাৰ্টিলাইজাৰ জেহাদ কৰে । গতিকে জেহাদ শব্দটোৱে দুই নম্বৰী বুজায় ।"
Read More
ভতুৱা শাক সিজোৱা পানীৰে মূৰ ধুলে ওকণি আঁতৰ হয়

ভতুৱা শাক সিজোৱা পানীৰে মূৰ ধুলে ওকণি আঁতৰ হয়

শাকৰ বিভিন্ন উপকাৰী গুণ আছে। তাৰ ভিতৰত এবিধ শাক হ'ল জিলমিল বা ভতুৱা শাক। এই শাক খালে শৰীৰে বহু উপকাৰ লাভ কৰে। ছাল, চুলিৰ পৰা ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰালৈ ই বিভিন্ন দিশৰ বাবে ভাল। ভতুৱা শাক (Bhatua Saag) ভিটামিন, খনিজ আৰু আঁহেৰে পৰিপূৰ্ণ, যি হজম শক্তি বঢ়ায়, কোষ্ঠকাঠিন্য দূৰ কৰে, তেজ পৰিষ্কাৰ কৰে, ছাল আৰু চুলিৰ স্বাস্থ্য উন্নত কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে, আৰু তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে, যাৰ ফলত বিভিন্ন স্বাস্থ্য সমস্যা যেনে বাত বিষ, গেছ, আৰু যকৃতৰ সমস্যাতো উপকাৰী। ভতুৱা শাকৰ উপকাৰিতা: হজমৰ বাবে উপকাৰী: ইয়াৰ উচ্চ আঁহ আৰু পানীৰ পৰিমাণে হজম সহায় কৰে আৰু…
Read More