মালাৱিৰ উপ-ৰাষ্ট্ৰপতিৰ বিমান নিৰুদ্দেশ

33

মালাৱিৰ উপ-ৰাষ্ট্ৰপতিৰ বিমান নিৰুদ্দেশ৷

ৰাডাৰৰ সৈতে সম্পৰ্ক ছিন্ন আফ্ৰিকাৰ দেশ মালাৱিৰ উপ-ৰাষ্ট্ৰপতিৰ বিমানৰ৷

বিমানখনত আছিল উপ-ৰাষ্ট্ৰপতি ছাউলোছ চিলিমা৷

উপ-ৰাষ্ট্ৰপতিসহ আন ৯ জন লোক আছিল সামৰিক বিমানখনত৷

বিমানখনৰ সৈতে যোগাযোগ কৰিবলৈ অহৰহ চেষ্টা৷