31
Jan
ভাৰতৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স প্ৰতিষ্ঠান চেমচাঙে ভাৰতত প্ৰথমটো অনলাইন-টু-অফলাইন (অ'২অ') লাইফষ্টাইল ষ্ট’ৰ মুম্বাইৰ জিঅ' ৱৰ্ল্ড প্লাজা মলত মুকলি কৰিছে, যি হৈছে মুম্বাইত খুচুৰা, অৱসৰ আৰু ভোজন বা খাদ্যৰ বাবে শেহতীয়াকৈ মুকলি কৰা আল্ট্ৰা-বিলাসী পৰিসৰ, যিয়ে ভাৰতৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি শক্তিশালী কৰিছে। মুম্বাইৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্সত অৱস্থিত চেমচাং বি কে চিয়ে বিশেষভাৱে সজাই তোলা সামগ্ৰীৰ অভিজ্ঞতা আৰু বাস্তৱ জীৱনৰ পৰিস্থিতিৰ সৈতম সামঞ্জস্য থকা চেমচাঙৰ প্ৰিমিয়াম প্ৰডাক্টসমূহ প্ৰদৰ্শন কৰিব। ৮,০০০ বৰ্গফুটৰ এই ষ্ট’ৰটোত চেমচাঙৰ বিশাল পৰ্টফলিঅ’ প্ৰদৰ্শিত হ’ব, য’ত স্মাৰ্টফোন, টেলিভিছন, ফ্ৰীজ, ৱাশ্বিং মেচিন আদি অন্তৰ্ভুক্ত। এই ষ্ট’ৰটোৱে প্ৰিমিয়াম গ্ৰাহক আৰু প্ৰযুক্তি অনুৰাগীসকলক সামগ্ৰী যোগান ধৰিব, যিয়ে গ্ৰাহকক ইলেক্ট্ৰনিকছৰ বাবে ‘এআই ফৰ…
