ব্যৱসায়

গেলেক্সি এছ২৪ ডেলিভাৰী কৰিবলৈ ব্লিংকিটৰ সৈতে সহযোগিতা চেমচাঙৰ

গেলেক্সি এছ২৪ ডেলিভাৰী কৰিবলৈ ব্লিংকিটৰ সৈতে সহযোগিতা চেমচাঙৰ

চেমচাঙে ব্লিংকিটৰ সৈতে অংশীদাৰিত্ব কৰি ভাৰতত গেলেক্সি এছ ২৪ ছিৰিজ মোবাইলৰ ডেলিভাৰী আৰম্ভ কৰিছে, যাৰ ফলত দিল্লী-এনচিআৰ, বেংগালুৰু আৰু মুম্বাইৰ গ্ৰাহকে ১০ মিনিটতকৈও কম সময়ত স্মাৰ্টফোন অৰ্ডাৰ কৰিব পাৰিব। ব্লিংকিটৰ গ্ৰাহকে এইচডিএফচি বেংকৰ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ক্ৰয় কৰিলে ৫,০০০ টকাৰ ইনষ্টেণ্ট কেছবেক লাভ কৰিব পাৰিব। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে গেলেক্সি এছ ২৪ ছিৰিজৰ প্ৰতি গ্ৰাহকৰ উচ্চ চাহিদা পূৰণ কৰা, যাৰ ১৮ জানুৱাৰীৰ পৰা বুকিং আৰম্ভ হোৱাৰ পিছতে মাত্ৰ ৩ দিনতে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।এই ‘মেড ইন ইণ্ডিয়া’ স্মাৰ্টফোনসমূহত লাইভ ট্ৰেন্সলেট(পোনপটীয়া অনুবাদ), ইণ্টাপ্ৰিটাৰ(দোভাষী), চেট এচিষ্ট(বাৰ্তা সমৰ্থন), নোট এচিষ্ট(টোকা সহায়) আৰু ট্ৰান্সক্ৰিপ্ট এচিষ্ট ইত্যাদি সুবিধা আছে। এআই প্ৰস্তুত চেমচাং কীবৰ্ডত হিন্দীকে…
Read More
২০২৫ৰ শেষৰ ফালে ১০০০ কোটি টকাৰ মূল্যায়ন লাভ কৰাৰ লক্ষ্য চিয়েট আইএছআৰএলৰ

২০২৫ৰ শেষৰ ফালে ১০০০ কোটি টকাৰ মূল্যায়ন লাভ কৰাৰ লক্ষ্য চিয়েট আইএছআৰএলৰ

ক্ৰিকেটৰ উৰ্ধ্বলৈ গৈ ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত সমাদৰ লাভ কৰা লীগ হিচাপে পৰিগণিত হ’বলৈ সাজু হোৱা বৈপ্লৱিক ফ্ৰেঞ্চাইজি ভিত্তিক মটৰস্প’ৰ্টছ চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ (আইএছআৰএল)। এই লীগে পুনেত আকৰ্ষণীয় শুভাৰম্ভণিৰ জৰিয়তে নিজৰ চমকপ্ৰদ যাত্ৰা প্ৰদৰ্শন কৰিছে, উদ্বোধনীৰ লগে লগে টিভি আৰু অ’টিটিত লাইভ সম্প্ৰচাৰৰ জৰিয়তে গ্ৰাউণ্ডত ৯,০০০ৰো অধিক অনুৰাগীক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হয়। শেহতীয়াকৈ কোম্পানীটোৱে প্ৰচাৰ আৰু অন-গ্ৰাউণ্ড এক্টিভেচনত মনোনিৱেশ কৰিবলৈ নিজৰ অংশীদাৰিত্ব ৩% হ্ৰাস কৰিছে, যাৰ প্ৰি-ছিজন মুকলিৰ মূল্য হৈছে ৩৫০ কোটি টকা। সৰ্বাধিক দৰ্শকৰ ওচৰলৈ লৈ যোৱাৰ লগতে খেলৰ মৰ্যাদা উন্নীত কৰাৰ উদ্দেশ্যেৰে প্ৰমটাৰসকলে প্ৰথম ৰেচৰ ঠিক পিছতে ৪৫০ কোটি টকাৰ আচৰিত মূল্যায়নৰ বাবে ২% অংশ হ্ৰাস কৰিবলৈ…
Read More
কিউএক্স লেব এআইয়ে মুকলি কৰিলে আস্ক কিউএক্স 

কিউএক্স লেব এআইয়ে মুকলি কৰিলে আস্ক কিউএক্স 

অগ্ৰণী কৃত্ৰিম সাধাৰণ বুদ্ধিমত্তা (এজিআই) প্ৰতিষ্ঠান কিউএক্স লেব এআইয়ে এআই প্লেটফৰ্মক ভাৰতীয় লোকসকলৰ বাবে অধিক সুলভ কৰি তুলিবলৈ বিশ্বৰ প্ৰথম হাইব্ৰিড জেনেৰেল ইণ্টেলিজেঞ্চ (এজিআই) আস্ক কিউএক্স মুকলি কৰিছে। ভাৰতৰ বাবে ভাৰতীয় মূলৰ প্ৰতিষ্ঠাপকে ডিজাইন কৰা আস্ক কিউএক্স ১০০+ ভাষাত উপলব্ধ, যাৰ ভিতৰত সন্নিৱিষ্ট হৈছে ১২টা ভাৰতীয় ভাষাও। ই হৈছে এক ৱান-ষ্টপ শ্বপ, যাৰ উদ্দেশ্য হৈছে সমগ্ৰ দেশ আৰু বিদেশৰ ভাৰতীয়সকলক শক্তিশালী কৰি প্ৰতিদিনে পছন্দৰ ভাষাত জেনএআইৰ সৈতে নিৰৱচ্ছিন্নভাৱে জড়িত কৰোৱা। আস্ক কিউএক্সৰ আৰম্ভণিয়ে ভাৰতত সৰ্বাংগীন আৰু সুলভ এআই উন্নতিৰ দিশত এক উল্লেখযোগ্য আন্দোলনৰ সূচনা কৰিছে। কিউএক্স আস্কত ১০০+ ভাষাত স্নায়বিকভাৱে প্ৰশিক্ষিত এলগৰিথম আছে আৰু ইয়াক এক হাইব্ৰিড মডেলৰ ওপৰত নিৰ্মাণ…
Read More
টিকেএমে প্ৰদৰ্শন কৰিছে অভিনৱ সেউজ প্ৰযুক্তিৰ প্ৰডাক্ট লাইন-আপ

টিকেএমে প্ৰদৰ্শন কৰিছে অভিনৱ সেউজ প্ৰযুক্তিৰ প্ৰডাক্ট লাইন-আপ

টয়টা কিৰ্লোস্কাৰ মটৰে ভাৰত মবিলিটী গ্ল’বেল এক্সপ’ ২০২৪ত উন্নত সেউজ প্ৰযুক্তিৰ প্ৰডাক্টৰ বিবিধ আকৰ্ষণীয় পৰিসৰ আৰু স্থানীয়কৰণৰ পদক্ষেপসমূহ প্ৰদৰ্শন কৰিছে। 'ভাৰতৰ সমৃদ্ধি - ভাৰতৰ সৈতে সমৃদ্ধি' বিষয়বস্তুক পেভিলিয়নত উপস্থাপন কৰা হৈছে, লগতে উজ্জ্বল আৰু বহনক্ষম ভৱিষ্যতৰ বাবে প্ৰয়োজনীয় 'মাল্টিপল পথ পদ্ধতি'ৰ জৰিয়তে 'আত্মনিৰ্ভৰ ভাৰত', 'শক্তি সুৰক্ষা' আৰু 'কাৰ্বন নিৰপেক্ষতা'ৰ প্ৰধান ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ প্ৰতি প্ৰতিষ্ঠানটোৰ দায়বদ্ধতাক আলোকপাত কৰিছে। প্ৰতিষ্ঠানটোৱে এই প্ৰদৰ্শনীত ইনোভা হাইক্ৰছ, মিৰাই, হাইক্ৰছ ইলেক্ট্ৰিফাইড ফ্লেক্স ফুৱেল ভেহিকেল, হাইৰাইডাৰ চিএনজি, হাইলাক্স ইমাৰ্জেন্সি ৰেচপন্স ভেহিকেলছ, টিএনজিএ ইঞ্জিন আৰু ই-ড্ৰাইভ ইত্যাদিৰে নিজৰ উৎপাদন ক্ষমতা প্ৰদৰ্শন কৰে। এই বিষয়ে টয়টা কিৰ্লোস্কাৰ মটৰ এণ্ড লেক্সাছৰ বিক্ৰী-সেৱা-ব্যৱহৃত গাড়ী খণ্ডৰ ডেপুটী মেনেজিং ডাইৰেক্টৰ তাদাছি আছাজুমাই কয়…
Read More
ৰেটিনা চেণ্টাৰ, য’ত উপলব্ধ সুলভ মূল্যত প্ৰথম শ্ৰেণীৰ চকুৰ যত্ন আৰু চিকিৎসা 

ৰেটিনা চেণ্টাৰ, য’ত উপলব্ধ সুলভ মূল্যত প্ৰথম শ্ৰেণীৰ চকুৰ যত্ন আৰু চিকিৎসা 

দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰোগীৰ চিকিৎসা কেন্দ্ৰ হিচাপে গুৱাহাটীয়ে দ্ৰুতগতিত প্ৰাধান্য লাভ কৰিছে। গুৱাহাটীৰ ৰুক্মিনিগাঁৱত দ্য ৰেটিনা চেণ্টাৰে আপোনাৰ চকুৰ সৈতে জড়িত সকলো সমস্যাৰ সমিধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে, বৰ্তমানে থকা গুৱাহাটীৰ বিভিন্ন হাস্পতাল আৰু চিকিৎসা কেন্দ্ৰৰ মাজত ব্যতিক্ৰমী ধৰণে আৰম্ভ কৰিছে সেৱা। চকুৰ যত্ন-চিকিত্সাৰ জটিল জগতখনত অভিজ্ঞ ডাঃ এছ ইউ আহমেদে প্ৰতিষ্ঠা কৰা এই কেন্দ্ৰটো চকুৰ ৰোগ চিনাক্তকৰণ, চিকিৎসা সেৱা আৰু চকুৰ যত্নৰ ক্ষেত্ৰত প্ৰয়োজনীয় গুৰুত্বৰ সৈতে মোকাবিলা কৰি দৃষ্টিশক্তিৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰ আৰু আৰোগ্যৰ বাবে সম্পূৰ্ণৰূপে উৎসৰ্গিত। জৈৱ অভিযান্ত্ৰিকীকৰণ(বায়লজিকেল ইঞ্জনিয়াৰিং)ৰ প্ৰভাৱ আৰু ব্যস্ত জীৱনত বিভিন্ন কাৰকৰ বাবে চকুৰ স্বাভাৱিক কাৰ্য-কলাপত ব্যাঘাত জন্মাব পৰা একাধিক ৰোগৰ সন্মুখীন হ’বলগীয়া হয়। মায়’পিয়াৰ দৰে…
Read More
ভাৰত মবিলিটীৰ উদ্বোধনী সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ সাজু য়ামাহা

ভাৰত মবিলিটীৰ উদ্বোধনী সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ সাজু য়ামাহা

ইণ্ডিয়া য়ামাহা মটৰ(আইৱাইএম) প্ৰাইভেট লিমিটেডে ভাৰতত প্ৰথমবাৰলৈ আয়োজিত ভাৰত মবিলিটী(যি হৈছে এক গ্লবেল মবলিটী শ্ব')ত অংশগ্ৰহণ কৰিব, যাৰ ফলত সমগ্ৰ গতিশীলতা মূল্য শৃংখলাটো একক স্থানত একত্ৰিত হ'ব। এই অনুষ্ঠান কেৱল প্ৰদৰ্শনীয়েই নহয়, ই গতিশীলতাৰ ভৱিষ্যতৰ পূৰ্বদৰ্শন হিচাপে কাম কৰে। ৪০০ বৰ্গমিটাৰ স্থান সামৰি উপস্থাপন কৰা য়ামাহা পেভিলিয়নে এক যুগান্তকাৰী অনুষ্ঠানত নিজৰ মটৰ চাইকেল আৰু স্কুটাৰৰ বিবিধ ৰেঞ্জ, আনুষংগিক সামগ্ৰী আৰু উদ্ভাৱনী প্ৰযুক্তিসমূহ প্ৰদৰ্শন কৰিব। উদ্ভাৱনৰ প্ৰতি য়ামাহাৰ দায়বদ্ধতা আৰু দুচকীয়া বাহনৰ স্বতন্ত্ৰতাৰ প্ৰতি আকৰ্ষণ প্ৰদৰ্শন কৰা, উন্নত প্ৰযুক্তিৰ সৈতে আধুনিক মটৰ চাইকেল চালনাত এক বৈপ্লৱিক পৰিৱৰ্তন অনাই হৈছে এই পদক্ষেপৰ লক্ষ্য।  ভাৰতীয় যুৱ গ্ৰাহকৰ আকাংক্ষা পূৰণৰ বাবে ভাৰত মবিলিটী শ্ব'ত…
Read More
২০২৪ৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত নিজৰ অভিমত প্ৰকাশ এনএছইৰ এমডি এণ্ড চিইঅ’ আশিস কুমাৰ চৌহানৰ

২০২৪ৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত নিজৰ অভিমত প্ৰকাশ এনএছইৰ এমডি এণ্ড চিইঅ’ আশিস কুমাৰ চৌহানৰ

ভাৰতীয় ব্যৱসায়িক কাৰ্যবাহী আৰু প্ৰশাসক আশিস কুমাৰ চৌহান ভাৰতীয় নেচনেল ষ্টেক এক্সচেঞ্জ(এনএছই)ৰ পৰিচালনা সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া।  এনএছই হৈছে ভাৰতৰ আগশাৰীৰ ষ্টক এক্সচেঞ্জ আৰু বিশ্বৰ সৰ্ববৃহৎ ডেৰিভেটিভ এক্সচেঞ্জ। এনএছইৰ এমডি তথা মুখ্য কাৰ্যবাহী বিষয়া আশিস কুমাৰ চৌহানে অন্তৱৰ্তীকালীন বাজেট ২০২৪ক ১০/১০ ৰেটিং প্ৰদান কৰিছে। বাজেটত বিকাশ, জনকল্যাণ আৰু বিত্তীয় সংযমৰ বা ব্যয় হ্ৰাসৰ ওপৰত গুৰুত্ব দিয়া হৈছে, আনহাতে একে সময়তে চৰকাৰী নীতি আৰু কৰসমূহৰ ধাৰাবাহিকতা নিশ্চিত কৰা হৈছে। ই আন্তঃগাঁথনি আৰু নিয়োগ সৃষ্টিৰ ওপৰত সৰ্বাধিক খৰচ কৰি ক্ষমতা নিৰ্মাণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। বাজেটত দৰিদ্ৰ, কৃষক, মহিলা আৰু যুৱক-যুৱতীসকলৰ বাবে পৰ্যাপ্ত পৰিমাণে গুৰুত্ব প্ৰদান কৰা হৈছে, যি সামগ্ৰিক অৰ্থনৈতিক…
Read More
পোলৰ পৰা পোডিয়ামলৈ: নিছান ফৰ্মুলা ই দলৰ দিৰিয়াহ ই-প্ৰিক্সত আধিপত্য 

পোলৰ পৰা পোডিয়ামলৈ: নিছান ফৰ্মুলা ই দলৰ দিৰিয়াহ ই-প্ৰিক্সত আধিপত্য 

নিছান ফৰ্মুলা ই টীমে এবিবিএফআইএ ফৰ্মুলা ইৱৰ্ল্ড চেম্পিয়নশ্বিপৰ দশম ছিজনত আত্মপ্ৰকাশেৰে দিৰিয়াহত অনুষ্ঠিত হোৱা ৰাউণ্ড ৩ত ২৬ পইণ্ট লাভ কৰিবলৈ সক্ষম হয়। শুকুৰবাৰে হতাশাজনক প্ৰদৰ্শনেৰে তীব্ৰ যুঁজ দিব লগীয়া হৈছিল, অলিভাৰ ৰ’লেণ্ডে ১৩ নং স্থান দখল কৰিছিল আৰু ছাচা ফেনেষ্ট্ৰাজে দুৰ্বল প্ৰদৰ্শনেৰে বিদায় লৈছিল, দ্বিতীয় ডাবল হেডাৰ ইভেণ্টত নিজৰ ষ্টাইল প্ৰদৰ্শনেৰে চমক সৃষ্টি কৰিছিল। ফ্ৰেংকো-আৰ্জেণ্টিনাৰ ফেনেষ্ট্ৰাজে কোৱালিফায়িং পৰ্যায়ত গ্ৰুপ এত শীৰ্ষস্থান দখল কৰিছে, আনহাতে, গ্ৰুপ বিত দ্ৰুততম সময়েৰে ৰ’লেণ্ডে আগস্থানত থাকি ডুৱেলত স্থান দখল কৰে।   ব্ৰিটিছ ৰেচাৰ ৰ’লেণ্ডে তিনিওটা ডুৱেলত জয়লাভ কৰি প্ৰতিটো পৰ্যায়তে আটাইতকৈ দ্ৰুত সময়েৰে চমক সৃষ্টি কৰাৰ লগতে কোৱাৰ্টাৰ ফাইনেলত ফেনেষ্ট্ৰাজৰ এলিমিনেট স্বত্বেও জুলিয়াছ বেয়াৰ পোলে…
Read More
ডিএছপি মিউচুৱেল ফাণ্ডে ২০২৪ চনত প্ৰকাশ কৰিছে এক চিন্তাশীল পৰ্টফলিঅ’ পদ্ধতি

ডিএছপি মিউচুৱেল ফাণ্ডে ২০২৪ চনত প্ৰকাশ কৰিছে এক চিন্তাশীল পৰ্টফলিঅ’ পদ্ধতি

ডিএছপি মিউচুৱেল ফাণ্ডে ২০২৪ত এক চিন্তাশীল পৰ্টফলিঅ’ পদ্ধতিৰ বাবে নিজৰ অন্তৰ্দৃষ্টি প্ৰকাশ কৰিছে। ডিএছপিয়ে বিভিন্ন বজাৰৰ পৰিস্থিতিৰ সময়ত ভাৰসাম্য বজাই ৰাখিবলৈ বজাৰ কেপ ছেগমেণ্টসমূহৰ মাজেৰে সদায়ে আপোনাৰ পৰ্টফলিঅ’ বৈচিত্ৰ্যময় কৰাৰ পোষকতা কৰি আহিছে। ২০২৩ চনত বিশ্ব অৰ্থনীতিয়ে স্থিতিস্থাপকতা দেখুৱালেও মুদ্ৰাস্ফীতি আশা কৰাতকৈ দ্ৰুতগতিত হ্ৰাস হৈছিল আৰু কোম্পানীসমূহে কেঁচামালৰ মূল্য কম হোৱাৰ বাবে অধিকাংশ সুযোগ আদায় কৰিছিল, যাৰ ফলত পাৰ্থক্য যথেষ্ট বৃদ্ধি হৈছিল। ভাৰতৰ ইতিবাচক গৃশ্যপট অব্যাহত থকাৰ ফলত আপেক্ষিকভাৱে সমৃদ্ধি বহুগুণ বৃদ্ধি পালে। ডিএছপিৰ  অগ্ৰাধিকাৰ মানসম্পন্ন মিডকেপ কোম্পানীবোৰৰ প্ৰতি সদায়ে থাকে, কিয়নো তেওঁলোকে সম্পদ সৃষ্টিৰ বাবে অধিক কাৰ্যকৰী দৃষ্টিভংগী প্ৰদান কৰে আৰু অস্থিৰতা হ্ৰাস কৰি কম ড্ৰডাউন কৰে। ইয়াৰ ফলত…
Read More
স্পেল বিৰ উঃ-পূব আঞ্চলিক ফিনালেত জয়লাভ কৰে ৰোহন দাসে

স্পেল বিৰ উঃ-পূব আঞ্চলিক ফিনালেত জয়লাভ কৰে ৰোহন দাসে

ভাৰতৰ এক বিশ্বস্ত ব্যক্তিগত জীৱন বীমাকৰ্তা প্ৰতিষ্ঠান এছবিআই লাইফ ইঞ্চুৰেন্সে গুৱাহাটীত স্পেল বি'ৰ ১৩সংখ্যক সংস্কৰণৰ আঞ্চলিক ফিনালেৰ সফলতাৰে সমাপ্তি ঘটিছে। এই প্ৰতিযোগিতাত গুৱাহাটীৰ নাৰেংগীৰ আৰ্মি পাব্লিক স্কুলৰ ১৪ বছৰীয়া নৱম শ্ৰেণীৰ ছাত্ৰ ৰোহন দাসে ২০২৩ সংস্কৰণৰ নৰ্থ-ইষ্ট ৰিজি'নেল ফাইনেলত জয়লাভ কৰে। ৰোহন দাসে ২০২৪ৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব লগা গ্ৰেণ্ড ফিনালেত প্ৰতিদ্বন্দিতা কৰিব, চূড়ান্ত প্ৰতিযোগিতাত আগশাৰীৰ চহৰসমূহৰ তালিকাভুক্ত অংশগ্ৰহণকাৰীসকলৰ সৈতে শ্ৰেষ্ঠত্বৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। শিক্ষাৰ্থীৰ বানান দক্ষতা বৃদ্ধি আৰু পঞ্চমৰ পৰা নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে জীৱনৰ দক্ষতা বিকাশ আৰু নিজৰ সপোন অনুসৰণ কৰিবলৈ উৎসাহিত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। গুৱাহাটীত অনুষ্ঠিত আঞ্চলিক পৰ্যায়ৰ চূড়ান্ত প্ৰতিযোগিতাৰ বিজয়ীক সম্বৰ্ধনা জ্ঞাপন…
Read More