ব্যৱসায়

ফ’ৰ স্কুল অৱ মেনেজমেণ্টত নামভৰ্তি আৰম্ভ

ফ’ৰ স্কুল অৱ মেনেজমেণ্টত নামভৰ্তি আৰম্ভ

দিল্লী-এনচিআৰৰ এক শীৰ্ষ ব্যৱস্থাপনা প্ৰতিষ্ঠান ফ'ৰ স্কুল অৱ মেনেজমেণ্টে ২০২৪-২৬ বৰ্ষৰ বাবে পূৰ্ণকালীন ফেল’ প্ৰগ্ৰেম ইন মেনেজমেণ্ট (এফপিএম) আৰু এক্সিকিউটিভ ফেল’ প্ৰগ্ৰেম ইন মেনেজমেণ্টৰ বাবে নামভৰ্তিৰ আবেদন মুকলি কৰিছে। এই পাঠ্যক্ৰমৰ বাবে আবেদনৰ অন্তিম দিন হৈছে ৪ মাৰ্চ, ২০২৪। এই শিক্ষানুষ্ঠানখনে আইআইএম, গে'ট, জিআৰই, জিএমএটি, ইউজিচি-নেট, জেআৰএফ/চিএছআইআৰ, বা ফ'ৰ প্ৰৱেশ পৰীক্ষা(এফইটি)ৰ দ্বাৰা পৰিচালিত কমন এডমিচন টেষ্ট(চিএটি) আৰু যোৱা দুবছৰৰ নম্বৰ বৈধ বুলি গণ্য কৰা হ’ব। ২০২৪ চনৰ ৭ মাৰ্চত ফ'ৰ স্কুল অৱ মেনেজমেণ্টে দুয়োটা পাঠ্যক্ৰমৰ বাবে এফইটি অনুষ্ঠিত কৰিব। ফ'ৰ স্কুল অৱ মেনেজমেণ্ট এছএকিউএছ (ছাউথ এছিয়া কোৱালিটী চিষ্টেম)ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত, ইয়েই সূচায় যে, ই দক্ষিণ এছিয়াৰ কেইবাখনো ব্যৱসায়িক শিক্ষানুষ্ঠানৰ ভিতৰত…
Read More
এমাজনৰ প্ৰেপল ষ্টাৰ্টআপ এক্সেলেৰেটৰ চিজন ৩ৰ বিজয়ীয়ে লাভ কৰিব ১ লাখ ডলাৰৰ পুৰস্কাৰ

এমাজনৰ প্ৰেপল ষ্টাৰ্টআপ এক্সেলেৰেটৰ চিজন ৩ৰ বিজয়ীয়ে লাভ কৰিব ১ লাখ ডলাৰৰ পুৰস্কাৰ

আমাজন ইণ্ডিয়াই সগৌৰৱে অৱশেষত ঘোষণা কৰিলে  গ্ল’বেল চেলিং প্ৰপেল ষ্টাৰ্টআপ এক্সেলেটৰ (প্ৰপেল এক্সেলেটৰ) ছিজন ৩ৰ বিজয়ীৰ নাম, বিভিন্ন প্ৰতিষ্ঠানৰ মাজৰ পৰা মিৰানা টয়ছ, অভিমি হাৰ্বেল আৰু পাৰফৰাই বিজয়ীৰ খিতাপ জিনিবলৈ সক্ষম হৈছে। বিজয়ীসকলে এমাজনৰ তৰফৰ পৰা ১ লাখ ডলাৰৰ পুৰস্কাৰ লাভ কৰিব।মিৰানা টয়ছে এপ-নিয়ন্ত্ৰিত অগমেণ্টেড ৰিয়েলিটি গেমৰ জৰিয়তে ডিজিটেল আৰু শাৰীৰিক ক্ৰীড়াৰ সংমিশ্ৰণ ঘটায় আৰু উদ্ভাৱনীমূলক স্মাৰ্ট টয়ৰ এক পৰিসৰ আগবঢ়ায়। ৮৫ বছৰীয়া ৰাধা কৃষ্ণ চৌধুৰী ওৰফে নানাজীয়ে প্ৰতিষ্ঠা কৰা অভিমি হাৰ্বেল আয়ুৰ্বেদে চুলিৰ বিবিধ যত্নৰ সমাধান আগবঢ়ায়, এই ব্ৰেণ্ডে দৈনন্দিন চুলিৰ চিন্তা বা সমস্যাৰ সমাধানৰ বাবে ফলপ্ৰসূ উপায়, শতিকা পুৰণি প্ৰতিকাৰ আগবঢ়ায়। পাৰফৰাই পৰিষ্কাৰ উপাদান আৰু উন্নত ডিজাইনৰ সৈতে…
Read More
বেংগালুৰুত অনুষ্ঠিত হ’ব চিয়েট ইণ্ডিয়ান চুপাৰক্ৰছ ৰেচিং লীগ চিজন ৱানৰ ফাইনেল 

বেংগালুৰুত অনুষ্ঠিত হ’ব চিয়েট ইণ্ডিয়ান চুপাৰক্ৰছ ৰেচিং লীগ চিজন ৱানৰ ফাইনেল 

চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগৰ ছিজন ৱানৰ ফাইনেল ৰেচৰ বাবে বেংগালুৰু চহৰৰ নাম চূড়ান্ত কৰা হৈছে। দিল্লীৰ পৰা শুভাৰম্ভ হোৱা প্ৰতিযোগিতাখনে ইতিমধ্যে বহুজনৰ হৃদয় জিনিবলৈ সক্ষম হৈছে, লগতে প্ৰথমবাৰলৈ বহুজনে উপভোগ কৰিছে আকৰ্ষণীয় আৰু অভিলেখ সৃষ্টিকাৰী ৰেচ। অহা ২৫ ফেব্ৰুৱাৰীত বেংগালুৰু চহৰৰ মাজমজিয়াত অনুষ্ঠিত হ’ব চূড়ান্ত খেল, যিয়ে অনুৰাগীসকলক এক চমত্কাৰ খেলৰ প্ৰতিশ্ৰুতি দিছে। পৰিৱৰ্তিত পৰিস্থিতিলৈ দৃষ্টি ৰাখি ৰেচৰ স্থান অপ্ৰত্যাশিতভাৱে সলনি কৰিব লগা হৈছিল, এই নতুন সিদ্ধান্তৰ ফলশ্ৰুতিত আয়োজক সমিতিয়ে নতুন স্থানত সকলোৰে বাবে এক নিৰৱচ্ছিন্ন আৰু সুৰক্ষিত অভিজ্ঞতা নিশ্চিত কৰিবলৈ ব্যৱস্থা হাতত লৈছে। চুপাৰক্ৰছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সঞ্চালক আৰু সহ-প্ৰতিষ্ঠাপক বীৰ পেটেলে এই নতুন সিদ্ধান্তৰ ফলত হোৱা যিকোনো…
Read More
লুমিনাছ পাৱাৰ টেকন’লজিছে প্ৰৌজ্বল কৰিছে উঃ-পূববাসীৰ জীৱন, প্ৰশস্ত কৰিছে এক বহনক্ষম ভৱিষ্যতৰ

লুমিনাছ পাৱাৰ টেকন’লজিছে প্ৰৌজ্বল কৰিছে উঃ-পূববাসীৰ জীৱন, প্ৰশস্ত কৰিছে এক বহনক্ষম ভৱিষ্যতৰ

দেশৰ উত্তৰ-পূৰ্বাঞ্চলত সেউজ শক্তি বিপ্লৱৰ সূচনা কৰিছে লুমিনাছ পাৱাৰ টেকন’লজিছে। শেহতীয়াকৈ ৰাজ্যখনৰ শিলচৰত এটা বিস্তৃত গুদাম(ৱেৰহাউচ) উদ্বোধন কৰাৰ লগতে গুৱাহাটীত এখন সফল ডিলাৰ মিটৰ আয়োজন কৰি অঞ্চলটোৰ শক্তিৰ পৰিৱেশ গঢ় দিয়াৰ ক্ষেত্ৰত কোম্পানীটোৰ দায়বদ্ধতা প্ৰদৰ্শন কৰিছিল। গুৱাহাটীত অনুষ্ঠিত ডিলাৰ মিটত ডিলাৰৰ লগতে বিতৰক, এই উদ্যোগৰে জড়িত বিশেষজ্ঞকে ধৰি প্ৰধান অংশীদাৰসকলে সৌৰ সমাধান গ্ৰহণৰ ওপৰত বিতংভাৱে বাৰ্তালাপ কৰিবলৈ আহ্বান জনায়। এনাৰ্জি চল্যুচনৰ জ্যেষ্ঠ উপাধ্যক্ষ আৰু ব্যৱসায়িক মুৰব্বী অমিত শুক্লাই উদ্ভাৱন আৰু বহনক্ষমতাৰ প্ৰতি লুমিনাছৰ সমৰ্পণৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। আৰম্ভণিৰে পৰা কোম্পানীটোৱে আৱাসিক, বাণিজ্যিক আৰু উদ্যোগিক খণ্ডৰ বাবে বিস্তৃত সৌৰ সমাধান(চলাৰ চল্যুচন) প্ৰদান কৰাৰ লক্ষ্য ৰাখিছে, ইয়াক বিতৰক আৰু ডিলাৰৰ…
Read More
২০২৩ চনৰ চতুৰ্থ ত্ৰৈমাসিকত কোকাকোলাৰ মুঠ ৰাজহৰ পৰিমাণ শক্তিশালী ৭ শতাংশ বৃদ্ধিৰে তথ্য প্ৰকাশ

২০২৩ চনৰ চতুৰ্থ ত্ৰৈমাসিকত কোকাকোলাৰ মুঠ ৰাজহৰ পৰিমাণ শক্তিশালী ৭ শতাংশ বৃদ্ধিৰে তথ্য প্ৰকাশ

কোকা-কোলাই ২০২৩ চনৰ চতুৰ্থ ত্ৰৈমাসিক আৰু সম্পূৰ্ণ বছৰটোৰ ফলাফল ঘোষণা কৰিছে। প্ৰতিযোগিতামূলক বজাৰৰ তীব্ৰ প্ৰত্যাহ্বানৰ মাজতো বিভিন্ন খণ্ডত শক্তিশালী বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। কোম্পানীটোৱে ত্ৰৈমাসিক আৰু সম্পূৰ্ণ বৰ্ষ দুয়োটা ক্ষেত্ৰতে গ্লোবেল ইউনিট কেছৰ পৰিমাণ ২% বৃদ্ধিৰ কথা প্ৰকাশ কৰিছে, যিয়ে কোকা-কোলাৰ সামগ্ৰীৰ গ্ৰাহকৰ অবিৰত চাহিদাকে প্ৰতিফলিত কৰিছে। চতুৰ্থ ত্ৰৈমাসিকত মুঠ ৰাজহ ৭% বৃদ্ধি পাইছে, আনহাতে অৰ্গেনিক ৰাজহ আকৰ্ষণীয়ভাৱে (নন-জিএএপি) ১২% বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। এই ফলাফলসমূহে নিত্য পৰিৱৰ্তিত বজাৰৰ দৃশ্যপটত নেভিগেট কৰাৰ ক্ষেত্ৰত কোম্পানীটোৰ স্থিতিস্থাপকতাকে সূচায়।কোকা-কোলাৰ সমৃদ্ধিত ভাৰতো এক গুৰুত্বপূৰ্ণ অৱদানকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে। বিশ্বৰ উন্নয়নশীল আৰু বৰ্ধিত বজাৰ ছেগমেণ্টত সমগ্ৰ বছৰটোতে ইউনিট কেছৰ পৰিমাণ ২% বৃদ্ধি হৈছে। যোৱা তিনিমাহত…
Read More
হিৰো মট’কৰ্পে আগবঢ়াইছে মেভ্ৰিক ৪৪০, প্ৰিমিয়াম মটৰ চাইকেলৰ বজাৰলৈ আনিছে বৈপ্লৱিক পৰিৱৰ্তন

হিৰো মট’কৰ্পে আগবঢ়াইছে মেভ্ৰিক ৪৪০, প্ৰিমিয়াম মটৰ চাইকেলৰ বজাৰলৈ আনিছে বৈপ্লৱিক পৰিৱৰ্তন

হিৰো মট’কৰ্পে নিজৰ ধ্বজাবাহী বাইক মেভ্ৰিক ৪৪০ৰ বহু প্ৰত্যাশিত মূল্য আৰু বুকিং আৰম্ভ হোৱা কথা ঘোষণা কৰিছে। এই শুভাৰম্ভণিয়ে আপাৰ প্ৰিমিয়াম ছেগমেণ্টত এক নতুন যুগৰ আৰম্ভণি চিহ্নিত কৰিছে, কিয়নো হিৰো মট’কৰ্পে ১৪ ফেব্ৰুৱাৰীৰ পৰা দেশজুৰি গ্ৰাহকৰ বাবে বুকিং মুকলি কৰিছে। তিনিটা ভিন্নতা-বেছ, মিড, আৰু টপত উপলব্ধ মেভ্ৰিক ৪৪০ বাইকখনে ষ্টাইল, প্ৰদৰ্শন আৰু অত্যাধুনিক প্ৰযুক্তিৰ মিশ্ৰণেৰে মটৰ চাইকেল অনুৰাগীসকলক আকৰ্ষণ কৰিবলৈ প্ৰয়াস কৰিছে। বেচ ভেৰিয়েণ্টৰ মূল্য আকৰ্ষণীয়ভাৱে ১,৯৯,০০০ টকা, আনহাতে মিড আৰু টপ ভেৰিয়েণ্টৰ মূল্য ক্ৰমে ২,১৪,০০০ আৰু ২,২৪,০০০ টকা (সমগ্ৰ ভাৰতৰ এক্স-শ্ব’ৰুমত)। গ্ৰাহকসকলে এই মটৰচাইকেল নিৰ্দিষ্ট হিৰো মট’কৰ্প গ্ৰাহক বিপণী কেন্দ্ৰ বা অফিচিয়েল ৱেবছাইট www.heromotocorp.com ৰ জৰিয়তে ডিজিটেলভাৱে বুক কৰিব…
Read More
চেমচাঙে গেলেক্সি বাডছত আগবঢ়াইছে গেলেক্সি এআই বৈশিষ্ট্য, যাক সম্পূৰ্ণ নতুন গেলেক্সি এছ২৪ ছিৰিজৰ সৈতে নিৰৱচ্ছিন্নভাৱে কৰা হৈছে সংযুক্ত

চেমচাঙে গেলেক্সি বাডছত আগবঢ়াইছে গেলেক্সি এআই বৈশিষ্ট্য, যাক সম্পূৰ্ণ নতুন গেলেক্সি এছ২৪ ছিৰিজৰ সৈতে নিৰৱচ্ছিন্নভাৱে কৰা হৈছে সংযুক্ত

চেমচাঙে গেলেক্সি বাডছ লাইনআপৰ বাবে যুগান্তকাৰী পদক্ষেপৰ কথা ঘোষণা কৰিছে, য’ত আগবঢ়োৱা হৈছে গেলেক্সি এআইৰ সুবিধাসমূহ। অভাৰ-দ্য-এয়াৰ (অ'টিএ) ব্যৱস্থাই লৈ আহিছে গেলেক্সি বাডছ২ প্ৰ', গেলেক্সি বাডছ২ আৰু গেলেক্সি বাডছ এফইৰ উন্নীত সামৰ্থ্য, যিয়ে গ্ৰাহক আৰু ব্যৱহাৰকাৰীৰ অভিজ্ঞতাক নতুন শিখৰলৈ লৈ যাব। 'মেড ইন ইণ্ডিয়া' গেলেক্সি এছ ২৪ শৃংখলাৰ ব্যৱহাৰকাৰীসকলে এতিয়া গেলেক্সি এআই সুবিধাৰ শক্তি সহজে অবিৰতভাৱে লাভ কৰিব পাৰে। ষ্টেণ্ডআউট সুবিধাবোৰৰ ভিতৰত আছে লাইভ ট্ৰান্সলেট, যি গেলেক্সি বাডছৰ জৰিয়তে কনভাৰ্চ কৰাৰ সময়ত গেলেক্সি এছ২৪ ছিৰিজৰ স্ক্ৰীণত প্ৰদৰ্শিত ৰিয়েল-টাইম কল অনুবাদ কৰাৰৰ সুবিধা প্ৰদান কৰে। তদুপৰি এআই-চালিত দোভাষী এজনৰ একত্ৰিকৰণে গেলেক্সি বাডছ ইণ্টাৰফেচৰ জৰিয়তে পোনপটীয়াকৈ মসৃণ দ্বিমুখী, মুখামুখি ব্যাখ্যা প্ৰদানতো সহায়…
Read More
নিজৰ সৰ্বাধিক বিক্ৰী হোৱা ইভিৰ মূল্যৰ অভাৱনীয় দৰ হ্ৰাস টিপিইএমৰ

নিজৰ সৰ্বাধিক বিক্ৰী হোৱা ইভিৰ মূল্যৰ অভাৱনীয় দৰ হ্ৰাস টিপিইএমৰ

টাটা মটৰ্ছৰ সহযোগী প্ৰতিষ্ঠান তথা ভাৰতৰ বৈদ্যুতিক বাহনৰ বিপ্লৱৰ পথ প্ৰদৰ্শক টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটি লিমিটেডে (টিপিইএম) নিজৰ সৰ্বাধিক বিক্ৰী হোৱা ইভি নেক্সন.ইভি আৰু টিয়াগো.ইভৰ মূল্য অভাৱনীয় ৰূপত হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে, যাৰ উদ্দেশ্য হৈছে ইভিসমূহক ভাৰতীয় গ্ৰাহকসকলৰ বাবে অধিক সুলভ কৰি তোলা।ভাৰতৰ সৰ্বাধিক সুবিধাৰে সমৃদ্ধ ইভি নেক্সন.ইভিৰ দৰ ১.২ লাখ টকালৈকে মূল্য হ্ৰাস হ'ব। দ্ৰুততম বিক্ৰী হোৱা টিয়াগো.ইভিৰ মূল্যও ৭০,০০০ টকালৈকে হ্ৰাস হ'ব, যাৰ বেচ মডেল ৭.৯৯ লাখ টকাৰ পৰা আৰম্ভ হ'ব। পাঞ্চ.ইভিৰ মূল্য অপৰিৱৰ্তিত থাকিব। ২০২৩ চনত ইভিসমূহে সামগ্ৰিক যাত্ৰীবাহী বাহন উদ্যোগতকৈ উন্নত প্ৰদৰ্শন কৰিছিল, এই খণ্ডৰ ব্যৱসায় ৯০%তকৈ অধিক বৃদ্ধি পাইছিল, পিভি উদ্যোগে অভিলেখসংখ্যক ৮% বৃদ্ধিতকৈও…
Read More
বাণিজ্যিক বাহনৰ বিক্ৰী বৃদ্ধিৰ বাবে টাটা মটৰ্ছ আৰু বন্ধন বেংকৰ সহযোগিতা

বাণিজ্যিক বাহনৰ বিক্ৰী বৃদ্ধিৰ বাবে টাটা মটৰ্ছ আৰু বন্ধন বেংকৰ সহযোগিতা

ভাৰতৰ আগশাৰীৰ বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা ব্যক্তিগত খণ্ডৰ বেংক বন্ধন বেংকৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তিয়ে টাটা মটৰ্ছৰ গ্ৰাহকসকলক আকৰ্ষণীয় বিত্তীয় সমাধান প্ৰদানৰ এক সহযোগিতামূলক প্ৰচেষ্টাকে সূচাইছে। এই নতুন অংশীদাৰিত্বৰ জৰিয়তে বন্ধন বেংকে টাটা মটৰ্ছৰ বাণিজ্যিক বাহনৰ সমগ্ৰ বৰ্ণালীত বিত্তীয় বিকল্প সম্প্ৰসাৰণ কৰিব। গ্ৰাহকসকলে বেংকৰ বিস্তৃত নেটৱৰ্ক আৰু নিৰ্দিষ্ট পৰিশোধ পৰিকল্পনাৰ পৰা লাভৱান হ’বলৈ গঢ়ি তুলিছে, যাৰ ফলত বাণিজ্যিক বাহনসমূহৰ ব্যয়সাধ্যতা আৰু সহজলভ্যতা বৃদ্ধি পায়। নিজৰ সহযোগিতাৰ বিষয়ে উৎসাহ প্ৰকাশ কৰি টাটা মটৰ্ছৰ ট্ৰাকৰ উপাধ্যক্ষ আৰু ব্যৱসায়িক মুৰব্বী ৰাজেশ কৌলে কোম্পানীটোৰ গ্ৰাহকসকলৰ বাবে নিৰৱচ্ছিন্ন বিত্তীয় সমাধানৰ সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতিৰ এই মাইলৰ খুঁটিৰ…
Read More
৫-ষ্টাৰ ছেফটি ৰেটিঙেৰে উজলি উঠিছে টাটা মটৰ্ছৰ নতুন নেক্সন, ভাৰতীয় এছইউভিৰ সুৰক্ষা মানদণ্ডক দিছে নতুন মাত্ৰা

৫-ষ্টাৰ ছেফটি ৰেটিঙেৰে উজলি উঠিছে টাটা মটৰ্ছৰ নতুন নেক্সন, ভাৰতীয় এছইউভিৰ সুৰক্ষা মানদণ্ডক দিছে নতুন মাত্ৰা

টাটা মটৰ্ছে সম্পূৰ্ণ নতুন নেক্সন (আইচিই)-এ গ্ল’বেল নিউ কাৰ এচেছমেণ্ট প্ৰগ্ৰেম(জিএনচিএপি)ৰ পৰা প্ৰাপ্তবয়স্ক আৰু শিশু উভয় যাত্ৰীৰ সুৰক্ষাৰ বাবে আকৰ্ষণীয় ৫-ষ্টাৰ ৰেটিং লাভ কৰাৰ কথা ঘোষণা কৰিছে। এই কৃতিত্বৰ লাভে টাটা মটৰ্ছৰ সুৰক্ষাৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি আকৌ এবাৰ দৃঢ় কৰি তুলিলে, যাৰ ফলত এছইউভিৰ সমগ্ৰ পৰিসৰ ভাৰতীয় পথৰ বাবে আটাইতকৈ সুৰক্ষিত বিকল্প হৈ পৰিছে। ভাৰতৰ জনপ্ৰিয় এছইউভি নতুন নেক্সনে জিএনচিএপিৰ কঠোৰ মূল্যায়ন প্ৰট’কল অনুসৰণ কৰি প্ৰাপ্তবয়স্ক যাত্ৰীৰ সুৰক্ষাৰ বাবে ৩৪ পইণ্টৰ ভিতৰত ৩২.২২ পইণ্ট আৰু শিশু যাত্ৰীৰ সুৰক্ষাৰ বাবে ৪৯ পইণ্টৰ ভিতৰত ৪৪.৫২ পইণ্ট লাভ কৰিছে। এই সাফল্য টাটা মটৰ্ছৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে, কিয়নো এই…
Read More