ব্যৱসায়

এনএছডিচি আৰু বাজাজ ফিনচাৰ্ভ লিমিটেডে সম্বলপুৰত উন্মোচন কৰিলে অডিচাৰ্ভ প্ৰকল্প 

এনএছডিচি আৰু বাজাজ ফিনচাৰ্ভ লিমিটেডে সম্বলপুৰত উন্মোচন কৰিলে অডিচাৰ্ভ প্ৰকল্প 

ওড়িশাৰ সম্বলপুৰৰ গংগাধৰ মেহেৰ বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম (এনএছডিচি) আৰু বাজাজ ফিনচাৰ্ভ লিমিটেডে উমৈহতীয়াভাৱে প্ৰথম দক্ষতা বিকাশ প্ৰচেষ্টা প্ৰজেক্ট অডিচাৰ্ভ আৰম্ভ কৰিছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে বেংক ফাইনেঞ্চিং আৰু ইঞ্চুৰেন্সৰ বাবে বাজাজ ফিনচাৰ্ভৰ প্ৰমাণপত্ৰ কাৰ্যসূচী বা চাৰ্টিফিকেট প্ৰগ্ৰাম(চিপিবিএফআই)ৰ জৰিয়তে প্ৰথম প্ৰজন্মৰ স্নাতকসকলক জ্ঞান আৰু দক্ষতা প্ৰদান কৰা, সামগ্ৰিকভাৱে প্ৰায় ১০০ ঘণ্টাৰ সময় প্ৰশিক্ষণ প্ৰদান কৰিব। এনএছডিচি এণ্ড বাজাজৰ সৈতে এই অংশীদাৰিত্বৰ অধীনত ফিনচাৰ্ভে সমগ্ৰ দেশৰ ২২খন ৰাজ্যত চিপিবিএফআই কাৰ্যসূচী মুকলি কৰিব, যিয়ে ৪০০তকৈও অধিক মহাবিদ্যালয়ক সামৰি ল’ব। এই পদক্ষেপৰ লক্ষ্য হৈছে চিপিবিএফআই কাৰ্যসূচীৰ জৰিয়তে ২০,০০০ নিবনুৱাৰ জীৱনলৈ সামৰ্থ্য গঢ়ি তোলা। বিভিন্ন আগশাৰীৰ উদ্যোগ বিশেষজ্ঞ-নেতৃত্ববাহী, প্ৰশিক্ষণ অংশীদাৰ, শিক্ষানুষ্ঠান আৰু মানসিক…
Read More
চেমচাঙে উন্মোচন কৰিলে গেলেক্সি এফ১৫ ৫জি

চেমচাঙে উন্মোচন কৰিলে গেলেক্সি এফ১৫ ৫জি

চেমচাঙে অৱশেষত উন্মোচন কৰিছে গেলেক্সি এফ১৫ ৫জি মোবাইল ফোন। এই ফোনটোত ছেগমেণ্টৰ ভিতৰতে শ্ৰেষ্ঠ ৬০০০এমএএইছ বেটাৰী, কেৱল এই ছেগমেণ্টৰ বাবে এমল্ড ডিছপ্লে, ফৰ জেনেৰেচন(চতুৰ্থ প্ৰজন্ম)ৰ এণ্ড্ৰইড আপডেট, ৫ বছৰৰ চিকিউৰিটী আপডেট আৰু ৬০০০এমএএইছ বেটাৰী প্ৰদান কৰা হৈছে। এই নতুন ডিভাইচটো এতিয়া এছ ব্লেক, গ্ৰুভি ভায়োলেট, আৰু জেজী গ্ৰীণ ৰঙত উপলব্ধ। ইয়াত ২৫ডব্লিউ ছুপাৰ-ফাষ্ট চাৰ্জিং বৈশিষ্ট্য প্ৰদান কৰা হৈছে। ডিভাইচটোক শক্তি প্ৰদান কৰিব মিডিয়া টেক ডাইমেনচিটী ৬১০০+ চিপছেটে। আনহাতে ৰেম প্লাছ বৈশিষ্ট্যই ১২ জিবিলৈকে অতিৰিক্ত ভাৰ্চুৱেল ৰেম প্ৰদান কৰিছে। এই ডিভাইচটোত ভিডিঅ’ ডিজিটেল ইমেজ ষ্টেবিলাইজেচন(ভিডিআইএছ)ৰ সৈতে ৫০এমপি ট্ৰিপল কেমেৰা ছেটআপ আৰু স্পষ্ট চেলফিৰ বাবে ১৩এমপি ফ্ৰণ্ট কেমেৰা প্ৰদান কৰিছে। গেলেক্সি এফ১৫…
Read More
আৰবিএল বেঙ্কে ছোৱালী শিক্ষাৰ্থীসকলক চাইকেল আৰু স্কুল-কিট দান কৰিছিল

আৰবিএল বেঙ্কে ছোৱালী শিক্ষাৰ্থীসকলক চাইকেল আৰু স্কুল-কিট দান কৰিছিল

দেশৰ অন্যতম আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিত্তীয় প্ৰতিষ্ঠান আৰবিএল বেংকে চিএছআৰ পদক্ষেপ -উম্মীদ ১০০০ৰ অধীনত কন্যা শিশুসকলৰ শিক্ষাগ্ৰহণৰ বাবে সহায় কৰাৰ প্ৰতিশ্ৰুতি অব্যাহত ৰখাৰ কথা গৌৰৱেৰে ঘোষণা কৰিছে। গুৱাহাটীৰ আৰ্থিকভাৱে পিছপৰা দৰিদ্ৰ পৰিয়ালৰ কন্যা শিশুৰ বাবে ৩০০ খন চাইকেল আগবঢ়াইছে বেংকটোৱে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসম চৰকাৰৰ আয়ুক্ত আৰু সচিব তথা এৰিয়াছ ছচায়িটীৰ কৃষি উত্পাদন বিভাগৰ আয়ুক্ত আৰু অধ্যক্ষ আইএএছ অৰুণা ৰাজ'ৰিয়া, অসম চৰকাৰৰ এৰিয়াছ ছচায়িটীৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক আইএএছ বীৰেন্দ্ৰ মিট্টাল, অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক ভাস্কৰ পেগু, মীন বিভাগৰ সঞ্চালক এচিএছ গৌৰীশংকৰ দাস, অসম চৰকাৰৰ উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা, অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ…
Read More
৩গুণ বৃদ্ধিৰে আগশাৰীৰ ব্যক্তিগত বীমা কোম্পানীৰ শীৰ্ষত আছে বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্স, অতিক্ৰম কৰিছে ১ লাখ কোটি টকাৰ মাইলৰ খুঁটি

৩গুণ বৃদ্ধিৰে আগশাৰীৰ ব্যক্তিগত বীমা কোম্পানীৰ শীৰ্ষত আছে বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্স, অতিক্ৰম কৰিছে ১ লাখ কোটি টকাৰ মাইলৰ খুঁটি

বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সে ২০২৪ বিত্তীয় বৰ্ষৰ প্ৰথম ৯ মাহত নিজৰ ব্যৱসায়িক প্ৰদৰ্শনত অতুলনীয় উত্থান কৰিবলৈ সক্ষম হৈছে। কোম্পানীটোৰ শেহতীয়া বিত্তীয় ফলাফলে দেশৰ অন্যান্য মুখ্য ব্যক্তিগত বীমাকৰ্তাৰ তুলনাত ব্যতিক্ৰমী প্ৰদৰ্শনেৰে নতুন শিখৰ চুমিছে। শেহতীয়াকৈ প্ৰকাশিত তথ্য অনুসৰি বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সে বিশেষভাৱে ইণ্ডিভিজুৱেল ৰেটেড নিউ বিজনেছ বা ব্যব্যক্তিগত মূল্যায়িত নতুন ব্যৱসায়(আই আৰ এন বি)ত উল্লেখযোগ্য বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। কোম্পানীটোৱে ২০২৪ বিত্তীয় বৰ্ষৰ নৱম মাহলৈকে এই সময়ছোৱাত আইআৰএনবিত ২৪%ৰ আকৰ্ষণীয় বৃদ্ধিৰে অভিলেখ গঢ়িছে, যি হৈছে ৩,৯৯৬ কোটি টকা, এই পৰিমাণ উদ্যোগটোৰ গড় বৃদ্ধিৰ হাৰৰ প্ৰায় তিনিগুণ। এই উল্লেখনীয় বৃদ্ধিৰ ধাৰাই প্ৰতিযোগিতামূলক লাইফ ইঞ্চুৰেন্স খণ্ডৰ বজাৰত বাজাজ এলিয়াঞ্জৰ স্থান শক্তিশালী কৰি…
Read More
২০২৭ বিত্তীয় বৰ্ষৰ ভিতৰত জাপানত অটনমাছ-ড্ৰাইভ মবিলিটী সেৱাৰ বাণিজ্যিকীকৰণ কৰিব নিছানে

২০২৭ বিত্তীয় বৰ্ষৰ ভিতৰত জাপানত অটনমাছ-ড্ৰাইভ মবিলিটী সেৱাৰ বাণিজ্যিকীকৰণ কৰিব নিছানে

নিছান মটৰ কোম্পানী লিমিটেডে ২০২৭ বিত্তীয় বৰ্ষৰ ভিতৰত জাপানত অটনমাছ-ড্ৰাইভ(স্বয়ংক্ৰিয় চালনা)ৰ মবিলিটী চাৰ্ভিছ(গতিশীলতা সেৱা)ৰ বাণিজ্যিকীকৰণৰ পৰিকল্পনাৰ কথা সদৰি কৰিছে। এয়া হৈছে নিছানৰ দীৰ্ঘম্যাদী দৃষ্টিভংগী, ২০৩০ৰ ভিতৰত যাতে নিছান উচ্চাকাংক্ষা পূৰণ কৰিব পাৰে। এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে স্থানীয় সম্প্ৰদায় বা মানুহবোৰে সন্মুখীন হোৱা পৰিবহন সেৱাৰ সমস্যা-প্ৰত্যাহ্বানসমূহ সমাধান কৰি গতিশীলতা শক্তিশালী কৰি তোলা। নিচানে ২০২৭*২ বিত্তীয় বৰ্ষত অটনমাছ-ড্ৰাইভ গতিশীলতা সেৱা আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে, ইয়াৰ বাবে স্থানীয় কৰ্তৃপক্ষ আৰু পৰিবহন অপাৰেটৰৰ দৰে তৃতীয় পক্ষৰ সৈতেও একেলগে কাম কৰিছে। ২০২৪ বিত্তীয় বৰ্ষত মিনাটো মিৰাই অঞ্চলত এই সেৱাৰ ট্ৰায়েল(পৰীক্ষণ) আৰম্ভ কৰিব আৰু পিছৰ বিত্তীয় বৰ্ষত ট্ৰায়েল বৃদ্ধি কৰিব প্ৰতিষ্ঠানটোৱে। জাপানৰ অৰ্থনীতি, বাণিজ্য আৰু উদ্যোগ…
Read More
এটা নতুন ইনফ্লাইট ছেফটি ভিডিঅ’ মুকলি কৰিলে এয়াৰ ইণ্ডিয়াই

এটা নতুন ইনফ্লাইট ছেফটি ভিডিঅ’ মুকলি কৰিলে এয়াৰ ইণ্ডিয়াই

এয়াৰ ইণ্ডিয়াই মুকলি কৰিলে শেহতীয়া আকৰ্ষণীয় এটা ভিডিঅ' 'সুৰক্ষা মুদ্ৰাছ' , য'ত বিমানৰ ভিতৰত(ইনফ্লাইট) সুৰক্ষাৰ বিভিন্ন দিশৰ বিষয়ে আলোকপাত কৰা হৈছে আৰু ভাৰতৰ জীৱন্ত সংস্কৃতি আৰু সুৰক্ষা নিৰ্দেশনাক একত্ৰিত কৰি প্ৰস্তুত কৰা হৈছে ভিডিঅ'টো। এই ভিডিঅ'টোত অসমৰ বিহুৱতীসকলে সুৰক্ষা জেকেটৰ নিৰ্দেশনাবোৰ উৎসাহী গতিবিধিৰে চিত্ৰায়িত কৰিছে, যিয়ে অসমৰ জীৱন্ত সংস্কৃতিৰ কথা আকৌ এবাৰ মনত পেলাই দিয়ে। ভিডিঅ'টোৱে সমগ্ৰ দেশৰ সুৰক্ষা নিৰ্দেশনা আৰু আন ৭টা নৃত্যকো একত্ৰিত কৰি প্ৰদৰ্শন কৰিছে আৰু প্ৰতিটো নৃত্যই এক আকৰ্ষণীয় আৰু সাংস্কৃতিকভাৱে নিমজ্জিত ৰূপত নিৰ্দিষ্ট সুৰক্ষা নিৰ্দেশনাসমূহ প্ৰকাশ কৰিছে। এই সুৰক্ষা ভিডিঅ’টো ক্ৰমান্বয়ে এয়াৰ ইণ্ডিয়াৰ বহৰ(ফ্লীট)ৰ অন্যান্য বিমানসমূহতো সম্প্ৰচাৰ কৰা হ’ব। এয়াৰ ইণ্ডিয়াৰ চিইঅ’ এণ্ড এমডি কেম্পবেল…
Read More
কোৱাণ্টাম উদ্ভাৱন পৰিস্থিতিতন্ত্ৰক আগুৱাই নিব এলটিআইমাইণ্ডট্ৰিয়ে

কোৱাণ্টাম উদ্ভাৱন পৰিস্থিতিতন্ত্ৰক আগুৱাই নিব এলটিআইমাইণ্ডট্ৰিয়ে

আইবিএমে বিশ্বব্যাপী প্ৰযুক্তি পৰামৰ্শ আৰু ডিজিটেল সমাধান প্ৰদানকাৰী প্ৰতিষ্ঠান এলটিআইমাইণ্ডট্ৰিয়ে আইবিএম কোৱাণ্টাম নেটৱৰ্কৰ সৈতে সহযোগিতাৰে একাধিক উদ্যোগত নিজৰ বিশ্বব্যাপী থকা গ্ৰাহকসকলৰ বাবে কোৱাণ্টাম কম্পিউটিং উদ্ভাৱন অন্বেষণৰ বাবে কাম কৰাৰ কথা ঘোষণা কৰিছে। প্ৰথম ইণ্ডিয়ান গ্লোবেল চিষ্টেম ইণ্টিগ্ৰেটৰ (জিএছআই) হিচাপে এলটিআইমাইণ্ডট্ৰিয়ে আইবিএমৰ সম্পদৰ প্ৰৱেশ বা ব্যৱহাৰৰ সুযোগ-সুবিধা লাভ কৰিব, যাৰ ভিতৰত আছে ক্লাউড, ছফ্টৱেৰ আৰু সম্পৰ্কিত দক্ষতা বিষয়ত আইবিএমৰ বিশ্বব্যাপী কোৱাণ্টাম কম্পিউটিং প্ৰণালীৰ ফ্লীট। এই কৌশলগত পদক্ষেপৰ উদ্দেশ্য হৈছে গ্ৰাহকসকলক কোৱাণ্টাম কম্পিউটিং প্ৰযুক্তিৰ পৰিৱৰ্তনশীল মূল্যৰ জৰিয়তে যাতে লাভান্বিত হোৱাত সহায় কৰিব পৰা যায়। আইবিএম কোৱাণ্টাম এডপচন এণ্ড বিজনেছ ডেভেলপমেণ্টৰ উপাধ্যক্ষ স্কট ক্ৰাউডাৰে আইবিএম কোৱাণ্টাম নেটৱৰ্কলৈ এলটিআইমাইণ্ডট্ৰিক উষ্ম আদৰণি জনায় আৰু আইবিএমৰ…
Read More
চেমচাঙে আগবঢ়াইছে গেলেক্সি এ১৫ ৫জিৰ নতুন মেম’ৰী ভেৰিয়েণ্ট

চেমচাঙে আগবঢ়াইছে গেলেক্সি এ১৫ ৫জিৰ নতুন মেম’ৰী ভেৰিয়েণ্ট

ভাৰতৰ সৰ্ববৃহৎ গ্ৰাহক ইলেক্ট্ৰনিকছ ব্ৰেণ্ড চেমচাঙে ১৬,৪৯৯ টকাৰ আকৰ্ষণীয় মূল্যত গেলেক্সি এ১৫ ৫জি আগবঢ়াইছে, য'ত ৬জিবি+১২৮জিবি নতুন ষ্ট’ৰেজ ভেৰিয়েণ্ট থকাৰ কথা ঘোষণা কৰিছে। নতুন ষ্ট’ৰেজ ভেৰিয়েণ্টৰ সংযোজনে গেলেক্সি এ১৫ ৫জি ক্ৰয় কৰিব বিচৰা গ্ৰাহকসকলক অধিক পছন্দ আৰু বিকল্পৰ সুবিধা প্ৰদান কৰিব। এতিয়া গেলেক্সি এ১৫ ৫জি তিনিটা মেম’ৰি ভেৰিয়েণ্টত উপলব্ধ: ৬জিবি+১২৮জিবি, ৮জিবি+২৫৬জিবি আৰু ৮জিবি+১২৮জিবি, ৬জিবি+১২৮জিবি। এই ৮জিবি+২৫৬জিবি ভেৰিয়েণ্টৰ মূল্য ২২,৪৯৯ টকা, ৮জিবি+১২৮জিবি ভেৰিয়েণ্টৰ মূল্য হৈছে ১৯,৪৯৯ টকা আৰু ৬জিবি+১২৮ ভেৰিয়েণ্টৰ মূল্য হৈছে ১৭,৯৯৯ টকা। গ্ৰাহকে  ৬জিবি+১২৮ ভেৰিয়েণ্ট মোবাইলটো ক্ৰয় কৰিলে ১,৫০০ টকা মূল্যৰ বেংক কেছবেকো লাভ কৰিব গ্ৰাহকসকলে। গেলেক্সি এ১৫ ৫জি মোবাইলটো নক্স চিকিউৰিটিৰে সজ্জিত। এই মোবাইলটো এক প্লেটফৰ্ম, য'ত গ্ৰাহক-ব্যৱহাৰকাৰীক…
Read More
ভাৰতীয় ৰাজপথত চলাচলৰ বাবে ২০২৫ৰ ভিতৰত মুকলিৰ লক্ষ্য স্কোডাৰ

ভাৰতীয় ৰাজপথত চলাচলৰ বাবে ২০২৫ৰ ভিতৰত মুকলিৰ লক্ষ্য স্কোডাৰ

স্কোডা অটো ইণ্ডিয়াই ভাৰতত এক সম্পূৰ্ণ-নতুন কম্পেক্ট এছইউভিৰ পৰিকল্পনা কৰাৰ কথা ঘোষণা কৰিছে, এই বাহনখন হ'ব তৃতীয়খন মেড-ফৰ-ইণ্ডিয়া বাহন। কুশ্বাক আৰু শ্লাভিয়াৰ দৰেই এই বাহনখনো এমকিউবি-এ০-ইন প্লেটফৰ্মৰ ওপৰত আধাৰিত হ'ব। আগন্তুক ২০২৬ চনৰ বাবে কোম্পানীটোৱে স্কোডা অটো ইণ্ডিয়াৰ বাবে বাৰ্ষিক ১০০,০০০ উত্পাদন কৰি গ্ৰাহকক প্ৰদান কৰাৰ লক্ষ্য ৰাখিছে আৰু স্থানীয়কৰণ আৰু কম তত্বাৱধান খৰচৰ প্ৰতিও সমানে প্ৰতিশ্ৰুতিবদ্ধ। এমকিউবি-এ০-ইন প্লেটফৰ্মে ইতিমধ্যে ভাৰত আৰু বিশ্বত নিজৰ দক্ষতা প্ৰতিপন্ন কৰিছে। উল্লেখ্য যে, কুশ্বাক আৰু শ্লাভিয়াই ক্ৰমান্বয়ে ২০২২ৰ অক্টোবৰ আৰু ২০২৩ৰ এপ্ৰিলত গ্লোবেল এনচিএপি দুৰ্ঘটনা পৰীক্ষাত প্ৰাপ্তবয়স্ক আৰু শিশু আৰোহীসকলৰ ক্ষেত্ৰত সম্পূৰ্ণ ৫-ষ্টাৰ ৰেটিং লাভ কৰিছে। কোম্পানীটোৰ স্থানীয়কৰণক সৰ্বাধিক অগ্ৰাধিকাৰ আৰু নিৰাপদ ফ্লিটে গাড়ীখন…
Read More
কৰেল আইৱেৰৰ সৈতে নতুন অংশীদাৰিত্ব গঢ়ি তুলিছে নিছান ফৰ্মুলা ই টীমে

কৰেল আইৱেৰৰ সৈতে নতুন অংশীদাৰিত্ব গঢ়ি তুলিছে নিছান ফৰ্মুলা ই টীমে

নিছান ফৰ্মুলা ই টীমে বহু বছৰীয়া চুক্তি স্বাক্ষৰ কৰি ছানগ্লাছ আৰু এপাৰেল প্ৰতিষ্ঠান কৰেল আইৱেৰৰ সৈতে অংশীদাৰিত্ব কৰিছে। কৰেল চশমাৰে পুনঃব্যৱহৃত প্লাষ্টিক আৰু প্লাণ্ট-ভিত্তিক সামগ্ৰী ব্যৱহাৰ কৰি প্ৰস্তুত কৰা সুকীয়া সামগ্ৰীসমূহ সমগ্ৰ ২০২৩/২৪ বৰ্ষৰ কেম্পেইন আৰু তাৰ পিছৰ সময়ছোৱাত নিছান ফৰ্মুলা ই টীমৰ সকলো সদস্যকে যোগান ধৰা হ'ব। দুয়োটা অংশীদাৰ প্ৰতিষ্ঠানে পুনঃব্যৱহৃত পলিয়েষ্টাৰ আৰু বাঁহৰ দৰে পৰিৱেশ অনুকূল সামগ্ৰী ব্যৱহাৰ কৰি সেউজ ফেশ্বন প্ৰচাৰৰ এক অভিযান ভাগ-বতৰা কৰিছে। মাৰ্কে অহা মাৰ্চ মাহৰ শেষত টকিঅ' ই-প্ৰিক্সৰ পূৰ্বে টীমৰ ৰং সলনি কৰাৰ লগতে নতুন লগ'ৰে সজোৱা বিশেষ সংস্কৰণ নিছান ফৰ্মুলা ই দলৰ চানগ্লাছ মুকলি কৰিব। সহ-প্ৰতিষ্ঠাপক জৰ্জ বেইলীয়ে ২০২৪ চনত সহযোগিতাৰে দুয়োটা…
Read More