ব্যৱসায়

কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰীয়ে উদ্বোধন কৰিলে কৌশল ৰথ

কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰীয়ে উদ্বোধন কৰিলে কৌশল ৰথ

কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে ঝাৰখণ্ডৰ কোডাৰ্মাৰ ঝুমৰি তেলাইয়াইনত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে কৌশল ৰথ। এই ৰথৰ জৰিয়তে গ্ৰামাঞ্চলৰ প্ৰান্তে প্ৰান্তে দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰি গ্ৰামাঞ্চলৰ নিবনুৱাৰ জীৱনলৈ ইতিবাচিক পৰিৱৰ্তন আনিবলৈ প্ৰয়াস কৰা হৈছে। কৌশল ৰথত উঠি অহা প্ৰজন্মৰ যুৱক-যুৱতীক আজিৰ সময়ৰ প্ৰাসংগিক আৰু শেহতীয়া দক্ষতাসমৃদ্ধি প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব। অত্যাধুনিক সঁজুলি আৰু প্ৰযুক্তিৰে সজ্জিত এই বাছখনে যুৱক-যুৱতীৰ দক্ষতা বৃদ্ধি কৰাৰ লগতে উদ্যোগসমূহত কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিব। এই পদক্ষেপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পিছপৰা অঞ্চলৰ উন্নয়ন, জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা, সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰ আৰু গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰৰ দৃষ্টিভংগীৰ সৈতে মিল আছে। এই বিষয়ে উন্মোচনী অনুষ্ঠানত…
Read More
ভিআইয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হেৰুওৱা সামগ্ৰী উদ্ধাৰকাৰী প্ৰতিষ্ঠান ব্লু ৰিবন বেগৰ সৈতে অংশীদাৰিত্ব কৰিছে

ভিআইয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হেৰুওৱা সামগ্ৰী উদ্ধাৰকাৰী প্ৰতিষ্ঠান ব্লু ৰিবন বেগৰ সৈতে অংশীদাৰিত্ব কৰিছে

কোভিডকালীন পৰিস্থিতিৰ অৱসানৰ পিছত ভাৰতীয়সকলে পচন্দৰ ঠাইসমূহ আৰু অৱসৰৰ সময়বোৰ বিদেশৰ মনোৰম স্থানত কটাবলৈ আৰম্ভ কৰিছে। পিছে এই ভ্ৰমণৰ সময়ত কেতিয়াবা সামগ্ৰী হেৰুওৱা(বেগেজ মিছহেণ্ডেল) বা অসাৱধনতাৰ বাবেও মূল্যবান সামগ্ৰী হেৰুৱাবলগীয়া হয়। চিটা(এছআইটিএ)ৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ২০২২ চনত ২৬ মিলিয়নতকৈও অধিক সামগ্ৰী বিলম্বিত, হেৰুওৱা অথবা ক্ষতিগ্ৰস্ত হৈছিল গ্ৰাহকৰ, যি বিমানবন্দৰ পৰিবহনৰ বাবে বৰ্ধিত উদ্বেগক উদঙাই দিছে। ভিআই হৈছে দেশৰ আগশাৰীৰ টেলিকম অপাৰেটৰ, ভিআই-পোষ্টপেইড আন্তৰ্জাতিক ভ্ৰমণকাৰীৰ বাবে চিন্তা-মুক্ত আৰু বাধাহীন ভ্ৰমণৰ অভিজ্ঞতা প্ৰদান কৰাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত হেৰুওৱা লাগেজ উদ্ধাৰৰ বাবে কনচিয়ৰ্জ সেৱা ব্লু ৰিবন বেগৰ সৈতে অংশীদাৰিত্ব কৰিছে, যিয়ে সামগ্ৰিক ভ্ৰমণৰ অভিজ্ঞতা বৃদ্ধিত কাৰ্যকৰী বেগ ব্যৱস্থাপনাৰ গুৰুত্বৰ ওপৰত সমৰ্পিত…
Read More
বেংগালুৰুত অনুষ্ঠিত ৰোমাঞ্চকৰ গ্ৰেণ্ড ফিনালেৰ জৰিয়তে উদ্বোধনী ছিজনৰ চিয়েট আইএছআৰএলৰ সামৰণি

বেংগালুৰুত অনুষ্ঠিত ৰোমাঞ্চকৰ গ্ৰেণ্ড ফিনালেৰ জৰিয়তে উদ্বোধনী ছিজনৰ চিয়েট আইএছআৰএলৰ সামৰণি

বেংগালুৰুত অনুষ্ঠিত হোৱা শ্বাসৰুদ্ধকৰ গ্ৰেণ্ড ফিনালেৰ জৰিয়তে চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগৰ উদ্বোধনী ছিজনৰ সামৰণি ঘটিছে। ফিনালেত দক্ষতা আৰু উল্লাসজনক দৃঢ়তাৰে নিজৰ প্ৰশংসনীয় প্ৰদৰ্শনেৰে ঘৰুৱা দল বিগৰক মটৰস্প’ৰ্টে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়। বিগৰকে আত্মপ্ৰকাশ কৰিয়েই উদ্বোধনী চিয়েট আইএছআৰএল ছিজনৰ চেম্পিয়ন হিচাপে নিজৰ স্থান সোণালী আখৰেৰে লিপিবদ্ধ কৰে। কাৱাছাকিত আৰোহণ কৰি তাৰকা এথলীট মেট মছে ৪৫০ চিচি আন্তঃৰাষ্ট্ৰীয় ৰেচত প্ৰথম স্থান দখল কৰি প্ৰকৃত ছুপাৰক্ৰছ চেম্পিয়ন হিচাপে নিজৰ স্থান সুদৃঢ় তুলিলে। ২৫০খন আন্তঃৰাষ্ট্ৰীয় ৰেচত বিগৰক মটৰস্প’ৰ্টছৰ ৰিড টেইলৰে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে কাৱাছাকি চলোৱা বিগৰক মটৰস্প’ৰ্টছৰ থানাৰট পেঞ্জনে ২৫০ চিচি ইণ্ডিয়া এছিয়া মিক্স শাখাত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয়।…
Read More
টাটা মটৰ্ছৰ ‘শ্বেত বিপ্লৱে’সবলীকৰণ কৰিছে গুজৰাটৰ ১,৬০০ৰো অধিক গ্ৰামীণ মহিলাক

টাটা মটৰ্ছৰ ‘শ্বেত বিপ্লৱে’সবলীকৰণ কৰিছে গুজৰাটৰ ১,৬০০ৰো অধিক গ্ৰামীণ মহিলাক

টাটা মটৰ্ছে আহমেদাবাদ জিলা সমবায় দুগ্ধ উৎপাদক সংঘ লিমিটেড আৰু গুজৰাট দুগ্ধ উন্নয়ন ব’ৰ্ডৰ সৈতে সহযোগিতাৰে গুজৰাটৰ সানন্দ আৰু ইয়াৰ আশে-পাশে নতুন ‘শ্বেত বিপ্লৱ’ৰ সূচনা কৰিছে। এই পদক্ষেপে মহিলাৰ বাবে আৰ্থ-সামাজিক পৰিৱৰ্তনৰ অনুঘটক হিচাপে কাম কৰিছে, লগতে শিক্ষা আৰু স্বাস্থ্যসেৱাৰ উন্নত সুবিধা প্ৰদান কৰি জীৱন সমৃদ্ধ কৰিছে, আৰু সকলোৰে জীৱন আৰু মৰ্যাদা উন্নত কৰিছে। সানন্দ অঞ্চলৰ ১৬০০ৰো অধিক মহিলাই  সমবায়ৰ জৰিয়তে প্ৰযুক্তি ব্যৱহাৰ কৰি গুজৰাটৰ গ্ৰামাঞ্চলৰ সামাজিক আৰু অৰ্থনৈতিক অৱস্থাৰ পৰিৱৰ্তন ঘটাইছে। বিশ্বৰ সৰ্ববৃহৎ দুগ্ধ উৎপাদক ভাৰতে পৰম্পৰাগতভাৱে ভৰৱৰ আৰু কোলি পেটেল সম্প্ৰদায়ৰ মহিলাসকলে দুগ্ধ পালনৰ ওপৰত নিৰ্ভৰ কৰি খাদ্যৰ পৰা আৰম্ভ কৰি দুগ্ধ সামগ্ৰী বিক্ৰীলৈকে সমগ্ৰ মূল্য শৃংখলটো পৰিচালনা…
Read More
চেমচাং গেলেক্সি বুক৪ ছিৰিজৰ বিক্ৰী আৰম্ভ

চেমচাং গেলেক্সি বুক৪ ছিৰিজৰ বিক্ৰী আৰম্ভ

ভাৰতত বিক্ৰীৰ বাবে মুকলি হ’ল গেলেক্সি বুক৪ প্ৰ’ ৩৬০, গেলাক্সি বুক৪ প্ৰ’ আৰু গেলেক্সি বুক৪ ৩৬০কে ধৰি চেমচাং গেলেক্সি বুক৪ ছিৰিজ। এই ছিৰিজত এটা বুদ্ধিদীপ্ত প্ৰচেছৰ, অধিক বৈচিত্ৰ্যময় আৰু ইণ্টাৰেক্টিভ ডিছপ্লে আৰু এটা শক্তিশালী চিকিউৰিটী ব্যৱস্থা আছে, যিয়ে এআই পিচিৰ নতুন যুগৰ আৰম্ভণি হিচাপে চিহ্নিত হৈছে। গেলেক্সি বুক৪ ছিৰিজে পিচি, স্মাৰ্টফোন, টেবলেট আৰু অন্যান্য ডিভাইচৰ সৈতে ব্যৱহাৰকাৰীৰ পাৰস্পৰিক ক্ৰিয়াক পুনৰ সংজ্ঞায়িত কৰি তোলাৰ লগতে সংযুক্ত আৰু বুদ্ধিদীপ্ত অভিজ্ঞতা প্ৰদান কৰে। গেলেক্সিৰ টাচ্ছ-ভিত্তিক ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠ এক নিৰৱচ্ছিন্ন অভিজ্ঞতাৰ বাবে অনুকূলিত কৰা হৈছে। গেলেক্সি বুক৪ প্ৰ’ ৩৬০ৰ মূল্য ১,৬৩,৯৯০ টকা, গেলেক্সি বুক৪ প্ৰ’ৰ মূল্য ১,৩১,৯৯০ টকা, আৰু গেলেক্সি বুক৪ ৩৬০ৰ মূল্য হৈছে…
Read More
মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে দেওগড়ত উদ্বোধন কৰিলে স্কিল ইণ্ডিয়া কেন্দ্ৰ

মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে দেওগড়ত উদ্বোধন কৰিলে স্কিল ইণ্ডিয়া কেন্দ্ৰ

কেন্দ্রীয় মন্ত্রী ধর্মেন্দ্র প্রধানে ওড়িশাৰ দেওগড়ত স্কিল ইণ্ডিয়া চেণ্টাৰ উদ্বোধন কৰি ভৱিষ্যতৰ দক্ষতাৰে যুৱ প্রতিভাৰ সম্ভাৱনাসমূহক ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে৷ এই কেন্দ্ৰটোৰ জৰিয়তে উঠি অহা প্ৰজন্মক অত্যাধুনিক সঁজুলি বা কিট প্ৰদান কৰা বৰ্তমান সময়ৰ সৈতে সজ্জিত কৰাৰ লক্ষ্য ৰাখিছে যাতে নিবনুৱা যুৱক-যুৱতীক বাস্তৱ জগতৰ পৰিস্থিতিত তাত্ত্বিক ধাৰণাসমূহ প্ৰয়োগ কৰিবলৈ, প্ৰখ্যাত সংস্থাসমূহৰ সৈতে অংশীদাৰিত্ব কৰিবলৈ, আৰু কৰ্মসংস্থাপন প্ৰদান কৰিব পৰা নিযুক্তিৰ সুবিধা প্ৰদান কৰিবলৈ সক্ষম কৰি তোলে। কেন্দ্ৰীয় শিক্ষা আৰু দক্ষতা বিকাশ তথ্য উদ্যমিতা বিভাগৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে, এনএছডিচি একাডেমীয়ে ব্যৱহাৰিক প্ৰয়োগ সঁজুলি প্ৰদান কৰি প্ৰখ্যাত সংস্থাসমূহৰ সৈতে অংশীদাৰিত্বৰে চাকৰি বা কামোত নিযুক্তিৰ সুবিধা প্ৰদান কৰি যুৱ প্ৰতিভাধৰসকলক ভৱিষ্যতৰ…
Read More
ধেংকানাল হৈ পৰিব নতুন যুগৰ যোগাযোগৰ ভৱিষ্যৎ কেন্দ্ৰ: মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

ধেংকানাল হৈ পৰিব নতুন যুগৰ যোগাযোগৰ ভৱিষ্যৎ কেন্দ্ৰ: মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

ওড়িশাৰ ধেংকনাল নতুন যুগৰ যোগাযোগৰ ভৱিষ্যতৰ কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব। এই কথা সদৰি কৰিছে কেন্দ্ৰীয় শিক্ষা আৰু দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। ধেংকনালৰ স্কিল ইণ্ডিয়া চেণ্টাৰ(এছআইচি)ৰ লক্ষ্য হৈছে অঞ্চলটোৰ দক্ষতা বিকাশৰ পৰিৱেশ শক্তিশালী কৰা, একবিংশ শতিকাৰ দক্ষতাৰ সুবিধা বৃদ্ধি কৰা। এছ আই চিৰ শুভাৰম্ভণিয়ে ৰাজ্যখনৰ যুৱক-যুৱতীসকলৰ সম্ভাৱনাসমূহ অন্বেষণ কৰি ব্যৱহাৰৰ বাবে উচ্চমানৰ শিক্ষা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা পদক্ষেপত আইআইএমচিৰ দৰে প্ৰতিষ্ঠানৰ পৰা অনুপ্ৰাণিত হৈছে। এই পদক্ষেপে আজিৰ প্ৰতিযোগিতামূলক চাকৰিৰ বজাৰৰ প্ৰত্যাহ্বান আৰু সুযোগৰ বাবে প্ৰস্তুত কৰিব নিবনুৱা যুৱক-যুৱতীক। এছআইচিৰ শুভাৰম্ভণিয়ে ধেংকনালক ভৱিষ্যতৰ দক্ষতা কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব, যাৰ ফলত স্থানীয় যুৱক-যুৱতীসকলে লাভজনক কেৰিয়াৰৰ সম্ভাৱনাৰ বাবে নিয়োগৰ…
Read More
চেমচাঙে মুকলি কৰিলে গেলেক্সি ফিট৩

চেমচাঙে মুকলি কৰিলে গেলেক্সি ফিট৩

চেমচাঙে স্বাস্থ্য নিৰীক্ষণ প্ৰযুক্তিক অধিক সুলভ আৰু সহজ কৰি তোলাৰ বাবে ডিজাইন কৰা ফিটনেছ ট্ৰেকাৰ গেলেক্সি ফিট৩ মুকলি কৰিছে। এলুমিনিয়াম বডীৰ সৈতে ১.৬ ইঞ্চি বহল ডিছপ্লে প্ৰদান কৰা হৈছে পৰিধানযোগ্য ডিভাইচটোত, যাৰ ফলত ব্যৱহাৰকাৰীয়ে নিজৰ স্বাস্থ্য আৰু সুস্থতাৰ তথ্য অনুসৰণ কৰাটো সহজ হৈ পৰে। ১৩ দিনলৈকে দীঘলীয়া বেটাৰী লাইফ প্ৰদান কৰা গেলেক্সি ফিট৩ত ব্যৱহাৰকাৰীয়ে নিজৰ ট্ৰেকাৰ ব্যক্তিগতকৰণ কৰাৰ লগতে ফেশ্বন আৰু দৈনন্দিন ৰুটিনৰ পৰিপূৰক হিচাপে মিক্স এণ্ড মেচ বেণ্ডসমূহো উপভোগ কৰিব পাৰে। ২৩ ফেব্ৰুৱাৰীৰ পৰা ৪৯৯৯ টকাত উপলব্ধ হ’ব এই গেলেক্সি ফিট৩। গেলেক্সি ফিট ৩-এ মানুহৰ টোপনিৰ পেটাৰ্নকো অনুসৰণ কৰে, গ্ৰাহকে নাক বজাই শোৱা আৰু তেজৰ অক্সিজেনৰ স্তৰো নিৰীক্ষণ কৰে,…
Read More
টিকেএমৰ প্ৰতিবেদন, ৫০,০০০তকৈ অধিক ইউনিট ইনোভা হাইক্ৰছ মডেল বিক্ৰী হৈছে

টিকেএমৰ প্ৰতিবেদন, ৫০,০০০তকৈ অধিক ইউনিট ইনোভা হাইক্ৰছ মডেল বিক্ৰী হৈছে

টয়োটা কিৰ্লস্কাৰ মটৰে (টিকেএম) ২০২২ চনৰ নৱেম্বৰ মাহত মুকলিৰ পিছৰে পৰা বৰ্তমানলৈ ইনোভা হাইক্ৰছ মডেলৰ ৫০,০০০ৰো অধিক ইউনিট বিক্ৰী হোৱাৰ তথ্য প্ৰকাশ কৰিছে। ইনোভা হাইক্ৰছে উন্নত প্ৰযুক্তিৰ জৰিয়তে টয়োটাৰ বিশ্বব্যাপী স্বীকৃতিপ্ৰাপ্ত গুণগত মানদণ্ড, বহনক্ষমতা আৰু নিৰ্ভৰযোগ্যতাক উদযাপন কৰে, যিয়ে ইনোভাৰ একেৰাহে ব্ৰেণ্ডৰ প্ৰজন্মৰ ওপৰত গ্ৰাহকৰ অদম্য আস্থা লাভ কৰিবলৈ সক্ষম হৈছে। টয়োটা বাহন ইনোভা হাইক্ৰছ বহুমুখী, উন্নত আৰু আৰামদায়ক, যিয়ে উন্নত প্ৰযুক্তি আৰু সুৰক্ষা সুবিধাসমূহো প্ৰদান কৰে। ইয়াত আছে পেডেল শ্বিফ্ট, পাৱাৰড অট্টমেন ২য় শাৰীৰ আসন, সন্মুখৰ ভেণ্টিলেটেড আসন, এয়াৰ কণ্ডিচনাৰ, পিছফালৰ ৰিট্ৰেক্টেবল চানশ্বেড, ইচি আই আৰভিএম, পাৱাৰ বেক দ্বাৰ আৰু ডুৱেল ফাংচন ডে' টাইম ৰানিং লাইট ইত্যাদি। ইনোভা হাইক্ৰছ…
Read More
মোৰ কেৰিয়াৰৰ আটাইতকৈ লাভজনক সময়ছোৱা হৈছে গেলেক্সি এছ ২৪ৰ অগ্ৰগতিৰ সময়ছোৱা : টি এম ৰোহ

মোৰ কেৰিয়াৰৰ আটাইতকৈ লাভজনক সময়ছোৱা হৈছে গেলেক্সি এছ ২৪ৰ অগ্ৰগতিৰ সময়ছোৱা : টি এম ৰোহ

চেমচাং গেলেক্সি এআইয়ে মানুহক সীমাৰ পৰিধি ভাঙি যোগাযোগ কৰাত সহায় কৰিছে, মানুহৰ দৈনন্দিন কামবোৰ সহজে কৰাৰ লগতে আন বহুতো সুযোগ-সুবিধা আনি দিছে। কোম্পানীটোৱে শেহতীয়াভাৱে সদৰি কৰা অনুসৰি চেমচাঙে মোবাইল এআই অভিজ্ঞতা অহৰহ বৃদ্ধি আৰু উন্নীতকৰণৰ প্ৰয়াস কৰি আহিছে আৰু আগন্তুক দিনবোৰত গেলেক্সি ব্যৱহাৰকাৰীসকলে অধিক গেলেক্সি এআই বৈশিষ্ট্যসমূহ উপভোগ কৰিব পাৰিব। উন্নীত ডিজিটেল স্বাস্থ্য আৰু বুদ্ধিদীপ্ত স্বাস্থ্য অভিজ্ঞতা প্ৰদানৰ বাবে চেমচাঙে নিৰ্বাচিত গেলাক্সি ৱেয়াৰেবলত এআই ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে আৰু ইয়াৰ বাবে উদ্যোগৰ অগ্ৰণী এআই অংশীদাৰসকলৰ সৈতে সহযোগিতা কৰি গেলেক্সি এআই অভিজ্ঞতাসমূহ বিভিন্ন শিতানৰ মাজেৰে সমৃদ্ধ আৰু সম্প্ৰসাৰণ কৰিব। ভাৰতত গেলেক্সি এছ ২৪ ছিৰিজে চেমচাঙৰ প্ৰত্যাশাক অতিক্ৰম কৰি ৩ দিনৰ ভিতৰত…
Read More