ব্যৱসায়

পৃথকীকৰণ প্ৰস্তাৱত অনুমোদন টাটা মটৰ্ছৰ

পৃথকীকৰণ প্ৰস্তাৱত অনুমোদন টাটা মটৰ্ছৰ

টাটা মটৰ্ছ লিমিটেডে (টিএমএল) নিজৰ বাণিজ্যিক বাহন আৰু যাত্ৰীবাহী বাহনৰ ব্যৱসায়ক দুটা পৃথক তালিকাভুক্ত কোম্পানীলৈ বিভক্ত কৰি নতুন ৰূপ প্ৰদানত অনুমোদন জনাইছে। এই বিভাজন এক এনচিএলটি স্কিমৰ জৰিয়তে কাৰ্যকৰী কৰা হ'ব, সকলো শ্বেয়াৰধাৰকে দুয়োটা প্ৰতিষ্ঠানত তেওঁলোকৰ একে অংশীদাৰিত্ব বাহাল থাকিব। পৃথকীকৰণ হৈছে ২০২২ চনত পিভি আৰু ইভি ব্যৱসায়ৰ ৰাজসাহায্যৰ ধাৰাবাহিকতাৰ এটা ৰূপ, যাৰ ফলত প্ৰতিটো ব্যৱসায়ে অধিক অগ্ৰগতি আৰু ক্ষিপ্ৰতাৰে নিজৰ ৰণনীতি অনুসৰণ আৰু প্ৰস্তুত কৰিব পাৰে। অৱশ্যে পিভি, ইভি আৰু জেএলআৰ আৰু বিশেষকৈ ইভি, অটমটিভ বাহন আৰু বাহন ছফ্টৱেৰত ব্যৱসায়িক অগ্ৰগতিৰ বাবে সুসমন্বয় অব্যাহত থাকিব। এনচিএলটিৰ ব্যৱস্থাৰ এই আঁচনিখন অচিৰে টিএমএলৰ পৰিচালনা সমিতিৰ ওচৰত অনুমোদনৰ বাবে দাখিল কৰা হ’ব,…
Read More
পতঞ্জলি আয়ুৰ্বেদ লিমিটেডৰ সৈতে সহযোগিতা ডিজিটেল পেমেণ্টছ ব্ৰেণ্ড অংগোৰ

পতঞ্জলি আয়ুৰ্বেদ লিমিটেডৰ সৈতে সহযোগিতা ডিজিটেল পেমেণ্টছ ব্ৰেণ্ড অংগোৰ

ডিজিটেল পেমেণ্ট ব্ৰেণ্ড অংগোৱে ভাৰতৰ পতঞ্জলি আয়ুৰ্বেদ লিমিটেডৰ সৈতে অংশীদাৰিত্ব কৰি অপেন-লুপ কোব্ৰেণ্ডেড প্ৰিপেইড কাৰ্ড মুকলি কৰিছে, যিয়ে সমগ্ৰ ভাৰততে ৰূপে নেটৱৰ্কৰ যিকোনো ডিভাইচত ব্যৱহাৰ কৰিব পাৰে।পতঞ্জলি-অংগো কোব্ৰেণ্ডেড কাৰ্ডে পতঞ্জলিৰ সামগ্ৰী ক্ৰয়ৰ বাবে ৰিৱাৰ্ড প্ৰদান কৰে আৰু শ্বপিং কৰা, খাদ্য গ্ৰহণ, ইন্ধন আৰু ই-কমাৰ্চৰ দৰে বিভিন্ন পেমেণ্ট পৰিশোধন বা লেনদেনৰ বাবে ব্যৱহাৰ কৰিব পাৰি। এই কাৰ্ডখনত সমগ্ৰ দেশতে মেট্ৰ’, বাছ, টোল আৰু পাৰ্কিঙৰ দৰে ট্ৰেনজিট সেৱাৰ নিৰৱচ্ছিন্ন ব্যৱহাৰৰ বাবে এনচিএমচিৰ সুবিধাসমূহ সন্নিৱিষ্ট কৰা হৈছে। অংগো এপ বা পতঞ্জলি ষ্ট’ৰৰ জৰিয়তে এনৰোল কৰিব পাৰিব। আৰ বি আইৰ পৰা পি পি আই অনুজ্ঞাপত্ৰ লাভ কৰিছে অংগোৱে, যাৰ ফলত কাৰ্ড আৰু ৱালেটৰ দৰে…
Read More
ডাঃ এল চি দত্ত অৰেচনত ডাঃ আহমেদৰ উৎকৰ্ষতাৰ জিলিঙনি

ডাঃ এল চি দত্ত অৰেচনত ডাঃ আহমেদৰ উৎকৰ্ষতাৰ জিলিঙনি

চকুৰ যত্নৰ ক্ষেত্ৰত নিজৰ শ্ৰেষ্ঠ আৰু উত্কৃষ্ঠ সেৱাৰ বাবে জনাজাত গুৱাহাটীৰ প্ৰসিদ্ধ চিকিৎসালয় ৰেটিনা চেণ্টাৰে প্ৰতিষ্ঠাপক ড. এছ.ইউ. আহমেদৰ অসামান্য অৱদানৰ কথা সগৌৰৱে প্ৰকাশ কৰিছে। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ড০ এল চি দত্ত অৰেচনৰ জৰিয়তে ভাইট্ৰিঅ'ৰেটিনেল অস্ত্ৰোপচাৰ কৰি চমৎকাৰ অৱদান যোগোৱা বাবে আজি সকলোতে আলোচিত হৈছে। এই স্বীকৃতি চকুবিজ্ঞানলৈ বা চকুৰ চিকিত্সালৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি, যিয়ে অঞ্চলটোলৈ ভাইট্ৰিঅ'ৰেটিনেল অস্ত্ৰোপচাৰৰ কৌশল বৃদ্ধিত অৰিহণা আৰু যুগান্তকাৰী পৰিৱেশৰ সূচনা কৰিছে।প্ৰখ্যাত চকুৰোগ বিশেষজ্ঞ ডাঃ এল চি দত্তই অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহত উন্নত চকুৰ যতন আৰু চিকিত্সাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয় যে, ডাঃ আহমেদৰ দৰে চকু বিশেষজ্ঞৰ দক্ষতা, দায়বদ্ধতা আৰু উদ্ভাৱনী পদ্ধতিৰ…
Read More
মাৰ্চ মাহত মুক্তিৰ বাবে সাজু দুটাকৈ গেলাক্সি এ ছিৰিজৰ ফোন 

মাৰ্চ মাহত মুক্তিৰ বাবে সাজু দুটাকৈ গেলাক্সি এ ছিৰিজৰ ফোন 

চেমচাঙে ১১ মাৰ্চত গেলেক্সি এ শৃংখলা লাইনআপত দুটা যুগান্তকাৰী সংযোজন ঘটাই বজাৰত মুকলি কৰিবলৈ সাজু হৈছে। উদ্ভাৱনৰ সম্ভাৱনা মুকলি কৰি গ্ৰাহক আৰু ব্যৱহাৰকাৰীসকলক প্ৰিমিয়াম অভিজ্ঞতা প্ৰদান কৰাৰ বাবে চেমচাঙৰ প্ৰতিশ্ৰুতি দেখা পাব বহুপ্ৰত্যাশিত গ্ৰাহকসকলে। বজাৰলৈ আহিবলগীয়া এই স্মাৰ্টফোনবোৰে নিজৰ ফ্লেগশ্বিপ সুবিধা, উৎকৃষ্ট ডিজাইন আৰু শক্তিশালী প্ৰদৰ্শন ক্ষমতাৰ সৈতে নতুন মানদণ্ড নিৰ্ধাৰণ কৰিবলৈ সাজু হৈছে। আইকনিক ডিজাইন উপাদান আৰু বৰ্ধিত বহনক্ষমতা প্ৰদান কৰি দুয়োটা মোবাইলক সুৰক্ষিত কৰিবলৈ আইপি৬৭ ৰেটিং প্ৰাপ্ত সঁজুলিৰে সজ্জিত কৰা হৈছে আৰু উন্নত গৰিলা গ্লাছৰ সৈতে প্ৰটেক্ট কৰা হ'ব, যিয়ে দৈনন্দিন বা হঠাতে হোৱা ক্ষয়-ক্ষতিৰ সময়ত ব্যতিক্ৰমী সুৰক্ষা নিশ্চিত কৰিব।নতুন গেলেক্সি এ ছিৰিজৰ এটা অন্যতম উল্লেখযোগ্য দিশ হৈছে…
Read More
এম জি মটৰ ইণ্ডিয়াই আগবঢ়াইছে নতুন হেক্টৰ ভেৰিয়েণ্ট- শ্বাইন প্ৰ’ আৰু চিলেক্ট প্ৰ’

এম জি মটৰ ইণ্ডিয়াই আগবঢ়াইছে নতুন হেক্টৰ ভেৰিয়েণ্ট- শ্বাইন প্ৰ’ আৰু চিলেক্ট প্ৰ’

এমজি মটৰ ইণ্ডিয়াই ভাৰতৰ প্ৰথমখন ইণ্টাৰনেট এছইউভি-এমজি হেক্টৰে দুটা নতুন ভেৰিয়েণ্ট মুকলি কৰাৰ কথা ঘোষণা কৰিছে । শ্বাইন প্ৰ' আৰু চিলেক্ট প্ৰ' নামৰ এই নতুন ভেৰিয়েণ্ট দুটাত নতুন সুবিধা, স্বজ্ঞাত প্ৰযুক্তি, সুৰক্ষা আৰু ড্ৰাইভিং সুবিধাৰে আধুনিক সময়ৰ যাত্ৰাৰ সকলো পেক লাভ কৰিব। শ্বাইন প্ৰ’ আৰু চিলেক্ট প্ৰ’ দুয়োটা নতুন ভেৰিয়েণ্টে ভাৰতৰ সৰ্ববৃহৎ ১৪ ইঞ্চিৰ এইচডি প’ৰ্ট্ৰেইট ইনফ’টেইনমেণ্ট চিষ্টেমৰ সৈতে গাড়ীৰ ভিতৰত ইনফ’টেইনমেণ্ট অভিজ্ঞতা প্ৰদান কৰে, য'ত থাকিব ৱায়াৰলেছ এপল কাৰপ্লে আৰু এণ্ড্ৰইড অটো আৰু ৱায়াৰলেছ ফোন চাৰ্জাৰ। হেক্টৰৰ নতুন ভেৰিয়েণ্টবোৰত এলইডি প্ৰজেক্টৰ হেডলেম্প, ফ্লটিং লাইট টাৰ্ন ইণ্ডিকেটৰ, এলইডি ব্লেড কানেক্টেড টেইল লেম্প আৰু ক্ৰ'ম আউটচাইড ডোৰ হেণ্ডেল দিয়া হৈছে। ইয়াৰ…
Read More
ধৰ্মেন্দ্ৰ প্ৰধানে আংগুলত মুকলি কৰিলে এছ আই চি

ধৰ্মেন্দ্ৰ প্ৰধানে আংগুলত মুকলি কৰিলে এছ আই চি

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আংগুলত স্কিল ইণ্ডিয়া চেণ্টাৰ (এছআইচি) উদ্বোধন কৰিলে। এই চেণ্টাৰৰ অধীনত যুৱক-যুৱতীক নিয়োগযোগ্যতা আৰু নতুন সময়ৰ দক্ষতাৰে সজ্জিত কৰাৰ লক্ষ্য লোৱা হৈছে যাতে ঘৰুৱা আৰু গোলকীয় বজাৰত নিযুক্তিৰ সুযোগ-সম্ভাৱনা মুকলি হয়।এই কেন্দ্ৰটো ভৱিষ্যতৰ কেন্দ্ৰবিন্দু হোৱাৰ সম্ভাৱনা আছে, কিয়নো যুৱক-যুৱতীসকলক উচ্চ চাহিদাৰ দক্ষতা প্ৰদান কৰি উদ্যোগীকৰণ আৰু দক্ষতা বিকাশৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে। ইয়ে নিবনুৱাক আধুনিক প্ৰযুক্তিৰে সজ্জিত কৰি হাতে কামে অভিজ্ঞতা প্ৰদান কৰিব আৰু ভৱিষ্যতৰ কাম আৰু দক্ষতা বিকাশৰ চাহিদাৰ সৈতে মিল থকা কেৰিয়াৰৰ সুযোগ আগবঢ়াই উন্নতিৰ সুবিধা প্ৰদান কৰিব। মন্ত্ৰী প্ৰধানে এই বিষয়ে কয় যে “আমাৰ সামগ্ৰিক দৃষ্টিভংগী হৈছে দূৰৱৰ্তী সম্প্ৰদায়সমূহলৈ আমাৰ প্ৰসাৰতা সম্প্ৰসাৰণ…
Read More
আঁঠুৰ বিষৰ আধুনিক সমাধান : সৰ্বোদয় চিকিৎসালয়ৰ গুৰি ধৰিছে অভিজ্ঞ চিকিত্সক ডাঃ সুজয় ভট্টাচাৰ্যই

আঁঠুৰ বিষৰ আধুনিক সমাধান : সৰ্বোদয় চিকিৎসালয়ৰ গুৰি ধৰিছে অভিজ্ঞ চিকিত্সক ডাঃ সুজয় ভট্টাচাৰ্যই

আঁঠুৰ বিষত ভুগি থকা লোকৰ বাবে এক অত্যাধুনিক চিকিৎসাৰ জৰিয়তে পৰম্পৰাগত ধাৰণা বা চিকিত্সাক নতুন ৰূপ দিয়াৰ কথা সদৰি কৰিছে ফৰিদাবাদৰ ছেক্টৰ ৮ৰ সৰ্বোদয় হাস্পতালৰ অভিজ্ঞ বিশেষজ্ঞ ডাঃ সুজয় ভট্টাচাৰ্যই। আধুনিক জীৱনশৈলীৰ বাবে বৃদ্ধাৱস্থাৰ পূৰ্বে ৪০ বছৰ বয়সতো বহু লোক আঁঠুৰ বিষত আক্ৰান্ত হয় আৰু বৰ্তমান এই সমস্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। সেয়েহে বৰ্ধিত আঁঠুৰ বিষৰ পৰা পৰিত্ৰাণৰ বাবে ডাঃ ভট্টাচাৰ্জীয়ে জোৰ দি কয় যে আঁঠু সলনিৰ বাবে অস্ত্ৰোপচাৰ কৰাটোৱে একমাত্ৰ উপায় নহয়। বৰঞ্চ ৰোগীক স্বাভাৱিক অৱস্থা ঘূৰাই অনা আৰু বিষ উপশমৰ লক্ষ্যৰে উদ্ভাৱনীমূলক চিকিৎসাৰ এক ছিৰিজ আধুনিক চিকিত্সাই আনি দিছে। পেছাদাৰী নিৰ্দেশকৰ উপদেশ আৰু উপস্থিতিত গাঁঠিৰ পেশী শক্তিশালী কৰা…
Read More
গড্ৰেজ এগ্ৰ’ভেটে আয়োজন কৰিছে ‘কৃষিত মহিলা’ শীৰ্ষক সন্মিলনৰ প্ৰথম সংস্কৰণ

গড্ৰেজ এগ্ৰ’ভেটে আয়োজন কৰিছে ‘কৃষিত মহিলা’ শীৰ্ষক সন্মিলনৰ প্ৰথম সংস্কৰণ

গড্ৰেজ এগ্ৰ’ভেট লিমিটেডে(জিএভিএল) সফলতাৰে আয়োজন কৰিছে ‘কৃষিত মহিলা’ শীৰ্ষক সন্মিলনৰ প্ৰথম সংস্কৰণ। এই প্ৰথম সংস্কৰণটো হৈছে দেশৰ মহিলাসকলক উদযাপন কৰাৰ এক অনন্য পদক্ষেপ, এই সন্মিলনৰ লক্ষ্য হৈছে কৃষি পৰিৱেশত বিভিন্ন দৃষ্টিভংগীক একত্ৰিত কৰা আৰু ভাৰতৰ কৃষি খণ্ডত মহিলাসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি আৰু আদৰণি জনাবলৈ চিন্তা-উদ্দীপক অনুষ্ঠানৰ আয়োজন কৰা। সকলোৱে কৃষিক পুৰুষ প্ৰধান ক্ষেত্ৰ বুলি বিবেচনা কৰি আহিছে, এই ব্যাপক ৰূপত বিয়পি থকা পৰিৱেশক ভুল প্ৰতিপন্ন কৰি দেশৰ শেহতীয়া তথ্যই অন্য এক বাস্তৱ দিশ উন্মোচিত কৰিছে। ভাৰতৰ কৃষি কৰ্মত ৬০ শতাংশৰো অধিক মহিলা জড়িত হৈ আছে, এই সংখ্যা ৮ কোটি ৬১ লাখৰো অধিক। জীৱিকাৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল মহিলাৰ শতকৰা হাৰ…
Read More
জৱা য়েজদি মটৰচাইকেলে গুৱাহাটীত আয়োজন কৰিছে মেগা চাৰ্ভিচ কেম্পৰ

জৱা য়েজদি মটৰচাইকেলে গুৱাহাটীত আয়োজন কৰিছে মেগা চাৰ্ভিচ কেম্পৰ

জৱা য়েজদি মটৰ চাইকেলে গুৱাহাটীত ৫ মাৰ্চৰ পৰা ৭ মাৰ্চলৈ মেগা চাৰ্ভিচ কেম্পৰ আয়োজন কৰিব। এই সম্প্ৰসাৰিত সেৱা শিবিৰ আয়োজিত হ'ব ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা এম/এছ প্ৰজেশ মটৰ্ছত। এম/এছ প্ৰজেশ মটৰ্ছৰ ঠিকনা হৈছে-এম/এছ প্ৰজেশ মটৰ্ছ, নিয়েৰ গেমছ ভিলেজ, অপজিট ব্ৰহ্মপুত্ৰ ব'ৰ্ড, লালমাটি, আৰক্ষী থানা-বশিষ্ঠ, ৰাষ্ট্ৰীয় ঘাইপথ-৩৭, গুৱাহাটী, কামৰূপ(ম), অসম। পিন কোড হৈছে-৭৮১০২৯। তিনিদিনীয়াকৈ আয়োজিত এই মেগা চাৰ্ভিছ কেম্পত ২০১৯ আৰু ২০২০ মডেলৰ জৱা মটৰচাইকেলৰ গৰাকীসকলক বিশেষভাৱে সেৱা আগবঢ়াব। গ্ৰাহকসকলক সহায় কৰিবলৈ মটুল, আমৰণ আৰু চিট টাইৰ্ছকে ধৰি আগশাৰীৰ প্ৰধান সঁজুলি যোগানকাৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব।এই কেম্পৰ অংশ হিচাপে ২০১৯-২০২০ বৰ্ষৰ জৱা মটৰ চাইকেলৰ গৰাকীসকলে নিজৰ বাহনৰ বিস্তৃত হেল্থ চেক-আপ আৰু নিৰ্বাচিত…
Read More
ফিল্মফেয়াৰে জীৱন ৰাম মুংগী দেৱী গোৱেংকা মেমৰিয়েল পাব্লিক চেৰিটেবল ট্ৰাষ্টৰ সৈতে প্ৰথমবাৰলৈ প্ৰদান কৰিব ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৪’

ফিল্মফেয়াৰে জীৱন ৰাম মুংগী দেৱী গোৱেংকা মেমৰিয়েল পাব্লিক চেৰিটেবল ট্ৰাষ্টৰ সৈতে প্ৰথমবাৰলৈ প্ৰদান কৰিব ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৪’

ভাৰতীয় চলচ্চিত্ৰ জগতক নতুন মাত্ৰা প্ৰদান আৰু দীৰ্ঘদিনে ভাৰতীয় চলচ্চিত্ৰক উদযাপন কৰি অহা ফিল্মফেয়াৰে নিজৰ সমৃদ্ধ ইতিহাসত আন এক যুগান্তকাৰী সংযোজন কৰিবলৈ সাজু হৈছে। জীৱনৰাম মুংগী দেৱী গোৱেংকা মেমৰিয়েল পাব্লিক চেৰিটেবল ট্ৰাষ্টৰ সৈতে প্ৰথমবাৰলৈ ফিল্মফেয়াৰে প্ৰদান কৰিব ফিল্মফেয়াৰ এৱাৰ্ডছ আছামিছ ২০২৪। এক অবিস্মৰণীয় সন্ধিয়াৰ প্ৰতিশ্ৰুতিৰে ২০২৪ৰ ১০ মাৰ্চত গুৱাহাটীৰ চিৰপৰিচিত তাজ ভিভাণ্টা হোটেলত আয়োজিত হ'ব এই মেগা অনুষ্ঠানৰ। বহু জনপ্ৰিয় চলচ্চিত্ৰ উপহাৰ দিয়া আৰু নিজৰ অভিনয়েৰে সকলোকে মুগ্ধ কৰা জনপ্ৰিয় তাৰকা কপিল বৰা আৰু আইমী বৰুৱাই পৰিচালিত কৰিব এই অনুষ্ঠান। বঁটা বিতৰণী অনুষ্ঠানত সমাহাৰ ঘটিব যতীন বৰা, নিশিতা গোস্বামী, প্ৰীতিকংগণা, উৰ্মিলা মহন্ত, প্ৰিয়ম পল্লবী, ৰঞ্জিত গগৈ, গায়ত্ৰী হাজৰিকা আৰু দীক্ষু…
Read More