ব্যৱসায়

চেমচাঙে অভিনৱ উদ্ভাৱনেৰে গেলেক্সি এ৫৫ ৫জি আৰু গেলেক্সি এ৩৫ ৫জি মুকলি কৰাৰ কথা ঘোষণা কৰিছে

চেমচাঙে অভিনৱ উদ্ভাৱনেৰে গেলেক্সি এ৫৫ ৫জি আৰু গেলেক্সি এ৩৫ ৫জি মুকলি কৰাৰ কথা ঘোষণা কৰিছে

ভাৰতৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড চেমচাঙে অভিনৱ সুবিধাসম্পন্ন গেলেক্সি এ৫৫ ৫জি আৰু গেলেক্সি এ৩৫ ৫জি ফোনটো উন্মোচন কৰিছে। নতুন এ ছিৰিজ ডিভাইচবোৰত গৰিলা গ্লাছ ভিক্টাছ+ সুৰক্ষা, এআই-বৰ্ধিত কেমেৰা সুবিধা আৰু চেমচাং নক্স ভল্ট, এক টেম্পাৰ-প্ৰতিৰোধী সুৰক্ষা প্ৰদান আছে। চেমচাং গেলেক্সি এ৫৫ ৫জি আৰু এ৩৫ ৫জি ফোন দুটা অভিনৱ ডিজাইনৰ বাবে প্ৰখ্যাত, য'ত প্ৰথমবাৰৰ বাবে এ৫৫ ৫জিৰ বাবে মেটেল ফ্ৰেম আৰু গেলেক্সি এ৩৫ ৫জিৰ বাবে প্ৰথমবাৰৰ বাবে প্ৰিমিয়াম গ্লাছ বেক প্ৰদান কৰা হৈছে। এই ফোনসমূহত সন্নিৱিষ্ট হৈছে এক ফ্লটিং কেমেৰা ডিজাইন আৰু এক ৰৈখিক বিন্যাস(লিনিয়েৰ লে-আউট) আৰু তিনিটা ট্ৰেণ্ডি ৰঙত উপলব্ধ: অ'চম লাইলাক, অ'চম আইচব্লু  আৰু অ'চম নেভী ৰঙত। গেলেক্সি এ৫৫…
Read More
ৰাজ কাপুৰৰ লিগেচি মিশ্ৰণ কৰি কোকাকোলাই মুকলি কৰিলে ‘কোকাকোলা ফুডমাৰ্ক’

ৰাজ কাপুৰৰ লিগেচি মিশ্ৰণ কৰি কোকাকোলাই মুকলি কৰিলে ‘কোকাকোলা ফুডমাৰ্ক’

কোকা-কোলা ইণ্ডিয়াই ভাৰতত কোকা-কোলা ফুডমাৰ্ক মুকলি কৰাৰ কথা প্ৰকাশ কৰি অতিশয় আনন্দিত হৈছে, এই ফুডমাৰ্ক হৈছে "এ ৰেচিপি ফৰ মেজিক" গ্লবেল কেম্পেইনৰ অংশ। এই খাদ্যৰ জগতত সবল খোজে ভাৰতীয় সংস্কৃতি আৰু কোকা-কোলাৰ ৰিয়েল মেজিকৰ জৰিয়তে অনুপ্ৰাণিত হৈ নতুন দিনবোৰ উদযাপনৰ সঠিক মুহূৰ্ত। ইয়াত আহাৰৰ মানদণ্ড আৰু বৰফৰ দৰে শীতল কোকা-কোলাৰ প্ৰতিচ্ছবিৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্বব্যাপী খাদ্যসম্ভাৰক উদযাপন কৰা হৈছে। কোকা-কোলাই সঠিক মুহূৰ্ত, খাদ্য আৰু কোকা-কোলাৰ সতেজ সোৱাদ ধৰি ৰখাৰ বাবে এক যাত্ৰা আৰম্ভ কৰিছে, যি অচিৰে অধিক ভাৰতীয় চহৰ আৰু চুবুৰীয়া অঞ্চলতো উপলব্ধ কৰি সকলোকে সোৱাদ লোৱাৰ বাবে আৰু উপভোগৰ সুযোগ প্ৰদান কৰা হ'ব। দিল্লীৰ ঐতিহ্যমণ্ডিত কন’ট প্লেচৰ আইকনিক…
Read More
ভাৰতত ৩০০টা ব্লু স্কোৱাৰ আউটলেটৰ সৈতে ইয়ামাহাই এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰিছে

ভাৰতত ৩০০টা ব্লু স্কোৱাৰ আউটলেটৰ সৈতে ইয়ামাহাই এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰিছে

ইণ্ডিয়া য়ামাহা মটৰে(আইৱাইএম) দেশজুৰি ৩০০খন ব্লু স্কোৱাৰ শ্ব’ৰুম উদ্বোধন কৰি এক উল্লেখযোগ্য মাইলৰ খুঁটিত উপনীত হৈছে। ‘কল অৱ দ্য ব্লু’ অভিযানৰ বেনাৰত মুকলি হোৱা ব্লু স্কোৱাৰ পদক্ষেপে মটৰ চাইকেল অনুৰাগীসকলৰ বাবে এক নিমজ্জিত আৰু প্ৰিমিয়াম অভিজ্ঞতা প্ৰদানৰ বাবে য়ামাহাৰ অটল প্ৰতিশ্ৰুতি পুনৰবাৰ উদ্ভাসিত হৈছে। অতি সতৰ্কতাৰে প্ৰস্তুত কৰি সজাই তোলা আউটলেটবোৰে কেৱল ৰিটেইল স্পেচ হিচাপেই নহয় লগতে য়ামাহাৰ সমৃদ্ধ ৰেচিং ডিএনএকো মূৰ্ত কৰা একো একোটা নিমজ্জিত কেন্দ্ৰ হিচাপেও কাম কৰিছে। ইয়াত প্ৰিমিয়াম দুচকীয়া বাহন, আৱৰণ অথবা আনুষংগিক সামগ্ৰীৰ এক বিশেষ পৰিসৰ আগবঢ়াইছে, যাৰ ফলত গ্ৰাহকৰ যাত্ৰাই নতুন শিখৰ চুমিছে। য়ামাহা মটৰ ইণ্ডিয়া গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ আইশ্বিন চিহানাৰ নেতৃত্বত অৰ্জন…
Read More
ডিব্ৰুগড়ত শাখা মুকলিৰে ব্যৱসায়ৰ সম্প্ৰসাৰণ আইচিআইচিআই বেংকৰ, আগবঢ়াইছে উদ্ভাৱনীমূলক বেংকিং সমাধান

ডিব্ৰুগড়ত শাখা মুকলিৰে ব্যৱসায়ৰ সম্প্ৰসাৰণ আইচিআইচিআই বেংকৰ, আগবঢ়াইছে উদ্ভাৱনীমূলক বেংকিং সমাধান

আইচিআইচিআই বেংকে ডিব্ৰুগড়ত মুকলি কৰিলে এটা নতুন শাখা, চহৰখনত এয়া বেংকটোৰ তৃতীয়টো শাখা। ডিব্ৰুগড় চহৰৰ বৈৰাগীমঠৰ জে এছ বি পেভিলিয়নত অৱস্থিত এই শাখাটোত সকলো গ্ৰাহকক ধনৰ লেন-দেন আৰু আইচিআইচিআই বেংকৰ গ্ৰাহকক নগদ ধন জমা দিয়াৰ বাবে এটিএম-কম-কেছ ৰিচাইকেলাৰ মেচিন (চিআৰএম) আছে। কাঞ্চনজংঘা ভাসমান ৰেষ্টোৰাঁ(ফ্লটিং ৰেষ্টুৰেণ্ট)ৰ প্ৰতিষ্ঠাপক গৌতম বৰদলৈয়ে আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই শাখাটোৱে আৱাসীৰ লগতে নন-ৰেছিডেণ্ট ভাৰতীয়সকলক ৰেমিটেন্স আৰু কাৰ্ড সেৱাৰ জৰিয়তে চেভিংছ আৰু কাৰেণ্ট একাউণ্ট, ট্ৰেড আৰু ফৰেক্স সেৱা, ফিক্সড আৰু ৰেকাৰিং ডিপজিট, ঋণ- ব্যৱসায়িক ঋণ, হোম লোন, ব্যক্তিগত ঋণ, অটো ঋণ আৰু গল্ড লোনৰ লগতে ৰেমিটেন্স আৰু কাৰ্ড সেৱাকে ধৰি এক বিস্তৃত পৰিসৰৰ সেৱা আগবঢ়ায়। ইয়াত মাহৰ…
Read More
টাটা মটৰ্ছে এপ্ৰিল ২০২৪ ৰ পৰা ইয়াৰ বাণিজ্যিক বাহনৰ মূল্য বৃদ্ধি কৰিব

টাটা মটৰ্ছে এপ্ৰিল ২০২৪ ৰ পৰা ইয়াৰ বাণিজ্যিক বাহনৰ মূল্য বৃদ্ধি কৰিব

ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাণকাৰী প্ৰতিষ্ঠান মটৰ্ছে ২০২৪ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ বাণিজ্যিক বাহনৰ মূল্য ২% পৰ্যন্ত বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। ক্ৰমবৰ্ধমান মূল্যবৃদ্ধিৰ বাবে পূৰ্বৰ ইনপুট খৰচৰ অৱশিষ্ট প্ৰভাৱসমূহ জোৰা মাৰিবলৈ দাম বৃদ্ধিৰ প্ৰস্তাৱ লোৱা হৈছে। ব্যক্তিগত আৰু বিভিন্ন মডেলৰ বাহন অনুসৰি মূল্য বৃদ্ধিৰ সিদ্ধান্তসমূহ পৃথক হ'ব যদিও ই বাণিজ্যিক বাহনৰ সকলো ধৰণৰ ৰেঞ্জতে প্ৰযোজ্য হ’ব।
Read More
এনএছডিচিয়ে ভদ্ৰকত উদ্বোধন কৰিলে স্কিল ইণ্ডিয়া কেন্দ্ৰৰ, ৰঙীন ভৱিষ্যতৰ বাবে ওড়িশাৰ যুৱক-যুৱতীসকলক সবলীকৰণৰ প্ৰয়াস

এনএছডিচিয়ে ভদ্ৰকত উদ্বোধন কৰিলে স্কিল ইণ্ডিয়া কেন্দ্ৰৰ, ৰঙীন ভৱিষ্যতৰ বাবে ওড়িশাৰ যুৱক-যুৱতীসকলক সবলীকৰণৰ প্ৰয়াস

নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচনে(এনএছডিচি) ভদ্ৰকত এটা স্কিল ইণ্ডিয়া চেণ্টাৰৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক গ্লবেল দক্ষতাৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই পদক্ষেপে যুৱক-যুৱতীক বজাৰ-চালিত দক্ষতাৰে যুৱ চামক সাজু কৰি তোলাৰ লগতে স্থানীয় পৰ্যায়ত অৰ্থনৈতিক বিকাশক উৎসাহিত কৰাৰ প্ৰয়াস কৰিছে। ভদ্ৰকৰ অসুৰালিত অৱস্থিত এই কেন্দ্ৰটোৱে বিভিন্ন নিয়োগ খণ্ডত হাতে কামে বা ব্যৱহাৰিক অভিজ্ঞতা প্ৰদান কৰি তাত্ত্বিক(থিয়ৰিটিকেল) জ্ঞানক নিৰৱচ্ছিন্নভাৱে একত্ৰিত কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে। ব্যৱহাৰিক দক্ষতা বিকাশ আৰু নেটৱৰ্কিঙৰ সুযোগ-সুবিধাৰ কথা সমুখত ৰাখি এই কেন্দ্ৰটোৱে অঞ্চলটোৰ দক্ষ পেছাদাৰীসকলৰ জৰুৰী প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পৰা সমাধান প্ৰদানৰ লক্ষ্য লৈছে। ওড়িশাৰ ধামনগৰৰ বিধায়ক সুৰয সূৰ্যবংশীয়ে উদ্যোগৰ চাহিদা আৰু…
Read More
চেমচাঙে ১১ কেজি এআই ইক’বাবলটিএম সম্পূৰ্ণৰূপে স্বয়ংক্ৰিয় ফ্ৰণ্ট লোড ৱাশ্বিং মেচিনৰ এটা নতুন ৰেঞ্জ মুকলি কৰিছে

চেমচাঙে ১১ কেজি এআই ইক’বাবলটিএম সম্পূৰ্ণৰূপে স্বয়ংক্ৰিয় ফ্ৰণ্ট লোড ৱাশ্বিং মেচিনৰ এটা নতুন ৰেঞ্জ মুকলি কৰিছে

ভাৰতৰ সৰ্ববৃহৎ কনজিউমাৰ ইলেক্ট্ৰনিকছ ব্ৰেণ্ড চেমচাঙে মুকলি কৰিলে এআই ইক’বাবলটিএম সম্পূৰ্ণ স্বয়ংক্ৰিয় ফ্ৰণ্ট লোড ৱাশ্বিং মেচিনৰ এক নতুন ৰেঞ্জ। এই নতুন ৰেঞ্জৰ ৱাশ্বিং মেচিনসমূহ ১১ কেজি ছেগমেণ্টৰ প্ৰথমবিধ সামগ্ৰী, যিয়ে এআই ৱাশ্ব, কিউ-ড্ৰাইভটিএম আৰু অটো ডিচপেন্সৰ দৰে উন্নত সুবিধাৰ সৈতে উপলব্ধ। এই ৱাশ্বিং মেচিনে কাপোৰ ধোৱাৰ কাম ৫০% দ্ৰুতভাৱে কৰি তোলে, লগতে ৪৫.৫% উন্নত কাপোৰৰ যত্ন প্ৰদান কৰাৰ লগতে ৭০লৈকে % অধিক শক্তি-দক্ষতাৰে কাম সম্পন্ন কৰে। চেমচাঙৰ এআই ইকোবাবলটিএম হৈছে কিউ-বাবল আৰু কুইক-ড্ৰাইভ প্ৰযুক্তিৰ সংমিশ্ৰণ, যিয়ে কাপোৰ ধোৱাৰ কাৰ্যক্ষমতা আৰু সময়ৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। কিউ-কোবাবলটিএমে দ্ৰুততাৰে ডিটাৰজেণ্ট প্ৰৱেশ বা মিশ্ৰণৰ বাবে বুদবুদ সৃষ্টি কৰি কুইক ড্ৰাইভে ধোৱাৰ সময় ৫০% পৰ্যন্ত…
Read More
টিকেএমে আৰম্ভ কৰিছে শৈক্ষিক আৰু দুঃসাহসিক অভিযান : ‘গ্ৰেট ৪X৪ এক্সপেডিচন’ৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চল অন্বেষণ

টিকেএমে আৰম্ভ কৰিছে শৈক্ষিক আৰু দুঃসাহসিক অভিযান : ‘গ্ৰেট ৪X৪ এক্সপেডিচন’ৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চল অন্বেষণ

২০২৪ৰ ৮ মাৰ্চৰ পৰা ১০ মাৰ্চলৈ উত্তৰ-পূৰ্বাঞ্চলত পঞ্চম ‘গ্ৰেট ৪X৪ এক্সপেডিচন বাই টয়োটা’ মুকলি কৰি অফ-ৰোড অন্বেষণৰ ভৱিষ্যতৰ পথ নিৰ্ধাৰণ কৰিছে টয়োটা কিৰ্লোস্কাৰ মটৰে। পৰম্পৰাগত অফ-ৰোড দুঃসাহসিক অভিযানক নতুন মাত্ৰা প্ৰদানেৰে এই অভিযানে অটোমোটিভ প্ৰযুক্তি আৰু পৰিৱেশ বহনক্ষমতাৰ শেহতীয়া উদ্ভাৱনসমূহ প্ৰদৰ্শন কৰিছে। উন্নত ট্ৰেকচন কণ্ট্ৰ'ল, টেৰেইন ৰেচপন্স চিষ্টেম আৰু ৰগড অথচ ইক'-ফ্ৰেণ্ডলী ইঞ্জিনৰ দৰে অত্যাধুনিক সুবিধাসমূহেৰে সজ্জিত টয়োটাৰ আইকনিক এছ ইউ ভি - হাইলাক্স, এল চি৩০০, ফৰ্চুনাৰ আৰু হাইৰাইডাৰ এডব্লিউডিয়ে অফ-ৰোডিং ক্ষমতাৰ সীমা ন ৰূপত সংজ্ঞায়িত কৰিছে। এই অভিযানত অংশ লোৱা এজন উৎসাহী অংশগ্ৰহণকাৰী অক্ষয়ে মন্তব্য কৰি কয় যে, আমি কেৱল বাহন চলোৱাই নহয়, অত্যাধুনিক প্ৰযুক্তিৰ জৰিয়তে সম্বৱপৰ সকলোবোৰ কাম…
Read More
ব্যতিক্রম মাচডোৰ(Bytikram MASDO)উদ্যোগত ড° ৰীতা চৌধুৰীৰ উপন্যাস “Zero Hour “-ৰ ওপৰত আলাপ আলোচনা চক্র অনুষ্ঠিত

ব্যতিক্রম মাচডোৰ(Bytikram MASDO)উদ্যোগত ড° ৰীতা চৌধুৰীৰ উপন্যাস “Zero Hour “-ৰ ওপৰত আলাপ আলোচনা চক্র অনুষ্ঠিত

ব্যতিক্রম মাচডো (Bytikram MASDO) আৰু বাংলাদেশ সহকাৰী উচ্চাযুক্ত, গুৱাহাটী যৌথ উদ্যোগত সফল ভারে অনুষ্ঠিত হ'ল ড° ৰীতা চৌধুৰী বাংলাদেশৰ মুক্তি যুদ্ধৰ উপৰত লিখা উপন্যাস "Zero Hour "-ব আলাপ আলোচনা চক্র। এই অনুষ্ঠানটো অনুষ্ঠিত হয় হোটেল লেন্ডমার্কত, অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কিতাপ খনৰ লেখক তথা সাহিত্য একাডেমি বঁটা বিজয়ী ড° ৰীতা চৌধুৰী, গুৱাহাটীত বাংলাদেশৰ সহকাৰী উচ্চজ্জযুক্ত বহুল আমিন আৰু তেওঁৰ সহধর্মিনী ড" নবনীতা হ'ক, সাহিত্য অকাডেমি বঁটা বিজয়ী ড"উষাৰঞ্জন ভট্টাচার্য, কবি তথা সাংবাদিক বিকাশ চৰকাৰ, কবি শড়শুভ দেববর্মন, লগতে ব্যতিক্রম মাসডোৰ সভাপতি ড° সৌমেন ভাৰতীয়া প্রমুখ। পোনপ্রথমে বস্তি প্রজ্জ্বলন কৰি অনুষ্ঠানৰ শোভাৰম্ভ কৰি সাহিত্য একাডেমি বঁটা বিজয়ী ড° উষাৰঞ্জন…
Read More
প্ৰধানমন্ত্ৰী মোদীৰ গুজৰাটত এটা উন্নত ছেমিকণ্ডাক্টৰ ফেব আৰু জাগীৰোডত ছেমিকণ্ডাক্টৰ এছেম্বলি আৰু পৰীক্ষা কেন্দ্ৰৰ আধাৰশিলা স্থাপন

প্ৰধানমন্ত্ৰী মোদীৰ গুজৰাটত এটা উন্নত ছেমিকণ্ডাক্টৰ ফেব আৰু জাগীৰোডত ছেমিকণ্ডাক্টৰ এছেম্বলি আৰু পৰীক্ষা কেন্দ্ৰৰ আধাৰশিলা স্থাপন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ধোলেৰাত অত্যাধুনিক ছেমিকণ্ডাক্টৰ ফেব আৰু জাগীৰোডত ছেমিকণ্ডাক্টৰ এছেম্বলী আৰু পৰীক্ষণ (অ'এছএটি) কেন্দ্ৰকে ধৰি দুটা প্ৰকল্পৰ ভাৰ্চুৱেলী আধাৰশিলা স্থাপন কৰে। ধোলেৰাত অনুষ্ঠিত আধাৰশিলা স্থাপন অনুষ্ঠানত ৰে'লৱে, যোগাযোগ আৰু ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, টাটা চন্সৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণ, টাটা চন্সৰ প্ৰেচিডেণ্ট অংকুৰ বাৰ্মা আৰু টাটা ইলেক্ট্ৰনিক্সৰ চিইঅ’ আৰু পৰিচালন সঞ্চালক ড০ ৰনধীৰ ঠাকুৰে উপস্থিত থাকে। আনহাতে জাগীৰোডৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ইলেক্ট্ৰনিকছ আৰু তথ্যপ্ৰযুক্তি, দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগ আৰু জল শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে। ভাৰতৰ থলুৱা ছেমিকণ্ডাক্টৰ পৰিৱেশ তন্ত্ৰৰ বিকাশৰ…
Read More