ব্যৱসায়

ভিয়ে আজাৰবাইজান আৰু আন ১২খন আফ্ৰিকান দেশৰ বাবে মুকলি কৰিছে নতুন আন্তঃৰাষ্ট্ৰীয় ৰোমিং পেক

ভিয়ে আজাৰবাইজান আৰু আন ১২খন আফ্ৰিকান দেশৰ বাবে মুকলি কৰিছে নতুন আন্তঃৰাষ্ট্ৰীয় ৰোমিং পেক

শেহতীয়া বছৰবোৰত আজাৰবাইজান ভ্ৰমণলৈ যোৱা ভাৰতীয় পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। ২০২৩ৰ এক অধ্যয়ন অনুসৰি পৰ্যটনখণ্ডত ১০০% বৃদ্ধি দেখা গৈছে, ১২০,০০০ ভাৰতীয় দৰ্শনাৰ্থীয়ে আজাৰবাইজান ভ্ৰমণ কৰিছে, যি পূৰ্বৰ বছৰবোৰৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে। আগশাৰীৰ টেলিকম অপাৰেটৰ ভিয়ে আজাৰবাইজান আৰু আফ্ৰিকা মহাদেশৰ ১২খন দেশৰ বাবে নতুন আন্তঃৰাষ্ট্ৰীয় ৰোমিং পেক প্ৰৱৰ্তন কৰিছে যাতে দেশখনৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তা আৰু পৰ্যটকক সেৱা যোগান আৰু পূৰণ কৰিব পৰা যায়। ভি পোষ্টপেইড ব্যৱহাৰকাৰীসকলে এতিয়া আজাৰবাইজান আৰু আফ্ৰিকান দেশসমূহ-কেমেৰুণ, চুডান, ৰুৱাণ্ডা, আইভৰি কোষ্ট, লাইবেৰিয়া আৰু দক্ষিণ চুডান ভ্ৰমণকাৰীৰ বাবে মাত্ৰ ৭৪৯ টকাৰ পৰা আৰম্ভ হোৱা আন্তঃৰাষ্ট্ৰীয় ৰোমিং পেকৰ সৈতে নিৰৱচ্ছিন্ন সংযোগ উপভোগ কৰিব পাৰিব। ভি পোষ্টপেইড ব্যৱহাৰকাৰীসকলে বিদেশ…
Read More
এক্সিছ মিউচুৱেল ফাণ্ডে উন্মোচন কৰিলে ‘এক্সিছ নিফটি বেংক ইণ্ডেক্স ফাণ্ড’

এক্সিছ মিউচুৱেল ফাণ্ডে উন্মোচন কৰিলে ‘এক্সিছ নিফটি বেংক ইণ্ডেক্স ফাণ্ড’

দেশৰ বেংকিং খণ্ডৰ গতিশীল বিকাশৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে এক্সিছ মিউচুৱেল ফাণ্ডে 'এক্সিছ নিফটি বেংক ইণ্ডেক্স ফাণ্ড'ৰ নতুন পুঁজি অফাৰ (এনএফঅ') আগবঢ়াবলৈ উৎসাহিত হৈছে। নিফটি বেংক টিআৰআইক অনুসৰণ কৰা, বিনিয়োগকাৰীসকলক আগশাৰীৰ ভাৰতীয় বেংকবোৰৰ বিকাশৰ গতিধাৰাত পোনপটীয়াকৈ অংশগ্ৰহণ কৰাৰ এক প্ৰণালী প্ৰদান কৰাই হৈছে এই মুক্ত সূচক পুঁজিৰ লক্ষ্য। কাৰ্তিক কুমাৰ আৰু আশিস নাইকে পৰিচালনা কৰা এক অপেন-এণ্ডেড সূচকাংক পুঁজিত নিফটি বেংকৰ ট্ৰাই বেঞ্চমাৰ্ক ব্যৱহাৰ কৰা হৈছে, য’ত প্ৰাৰম্ভিক বিনিয়োগ ৫০০ টকা আৰু পৰৱৰ্তী সময়ত এই ৰাশিৰ পৰিমাণ বৃদ্ধি কৰা হয়। ৰিডিম বা চুইচ আউট বিনিয়োগৰ বাবে এক্সিট লোড আবণ্টন বা বিনিয়োগৰ ৭ দিনৰ ভিতৰত ০.২৫% আৰু যদি আবণ্টন/ বিনিয়োগৰ…
Read More
এয়াৰবিএনবিয়ে আইকন উপস্থাপন কৰে- বলীউড তাৰকা জাহ্নৱী কাপুৰে চেন্নাইত তেওঁৰ কিংবদন্তি, কেতিয়াও নেদেখা পৰিয়ালৰ ঘৰৰ দুৱাৰ মুকলি কৰে

এয়াৰবিএনবিয়ে আইকন উপস্থাপন কৰে- বলীউড তাৰকা জাহ্নৱী কাপুৰে চেন্নাইত তেওঁৰ কিংবদন্তি, কেতিয়াও নেদেখা পৰিয়ালৰ ঘৰৰ দুৱাৰ মুকলি কৰে

এয়াৰবিএনবিয়ে আজি মুকলি কৰিলে আইকনছ, যি হৈছে সংগীত, চলচ্চিত্ৰ, টেলিভিছন, শিল্প, ক্ৰীড়া আৰু অন্যান্য বহুতো ক্ষেত্ৰত বিশ্বৰ শ্ৰেষ্ঠ তাৰকাসমূহে অংশ লোৱা অসাধাৰণ অভিজ্ঞতাৰ এক নতুন শ্ৰেণী। আইকনে আপোনাক সেইবোৰ জগতৰ ভিতৰলৈ লৈ যায় যিবোৰ বৰ্তমানলৈকে আপোনাৰ বাবে আছিল কেৱল সপোন। সাধুৰ দেশত, প্ৰিন্সৰ পাৰ্পল ৰেইনৰ ঘৰত থাকিবলৈ সাজু হওক। বলীউডৰ আইকন জাহ্নৱী কাপুৰৰ সাগৰৰ পাৰৰ বাসগৃহত এদিন কটাওক। এয়াৰবিএনবিয়ে আজি প্ৰথমে ১১টা আইকনছে মুকলি কৰিলে, যি সমগ্ৰ বছৰজুৰি বিশ্বৰ নতুন নতুন অভিজ্ঞতাৰ সোৱাদ লাভ কৰিব। বলীউডৰ ছুপাৰষ্টাৰ জাহ্নৱী কাপুৰে প্ৰথমবাৰলৈ উন্মোচন কৰি নিজৰ অভিজ্ঞতা আকৰ্ষণীয় ৰূপত প্ৰকাশ কৰিছে। এই অনুভূতি আন অভিজ্ঞতাৰ দৰে নহয়, এই পৰিৱেশনে চেন্নাইত থকা পৰিয়ালৰ বাগিচাৰ…
Read More
দেশবাসীৰ হাতত এতিয়াও মজুত আছে ৭,৯৬১ কোটি টকাৰ ২০০০ টকীয়া নোট

দেশবাসীৰ হাতত এতিয়াও মজুত আছে ৭,৯৬১ কোটি টকাৰ ২০০০ টকীয়া নোট

ভাৰতীয় ৰিজাৰ্ভ বেংকে বৃহস্পতিবাৰে কয় যে বিমুদ্ৰাকৰণ কৰা ২০০০ টকীয়া নোটৰ ৯৭.৭৬ শতাংশ বেংকিং প্ৰণালীলৈ উভতি আহিছে। কেন্দ্ৰীয় বেংকটোৱে কয় যে মাত্ৰ ৭,৯৬১ কোটি টকাৰ ২০০০ টকীয়া নোট দেশবাসীৰ হাতত আছে । ভাৰতীয় ৰিজাৰ্ভ বেংকে বিবৃতিত কয় যে ১৯ মে', ২০২৩ তাৰিখে ২০০০ টকাৰ নোট বেংকিং প্ৰণালীৰ পৰা প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰা হৈছিল। উক্ত দিনটোৰ শেষলৈ বজাৰত প্ৰচাৰিত ২০০০ টকাৰ নোটৰ মূল্য আছিল ৩.৫৬ লাখ কোটি টকা। এতিয়া ৩০ এপ্ৰিল, ২০২৪ তাৰিখে, বজাৰত মাত্ৰ ৭,৯৬১ কোটি টকাৰ নোট আছে। সেয়েহে, ২০০০ টকাৰ নোটৰ ৯৭.৭৬ শতাংশ বেংকলৈ উভতি আহিছে। অৱশ্যে, ২০০০ টকাৰ নোট এতিয়াও বৈধ হৈ আছে। জনতাই সমগ্ৰ দেশৰ…
Read More
টয়োটা কিৰ্লোস্কাৰ মটৰৰ টয়োটা ৰুমিয়নৰ নতুন গ্ৰেড মুকলি 

টয়োটা কিৰ্লোস্কাৰ মটৰৰ টয়োটা ৰুমিয়নৰ নতুন গ্ৰেড মুকলি 

টয়োটা কিৰ্লোস্কাৰ মটৰে (টিকেএম) আনুষ্ঠানিকভাৱে ই-চিএনজিৰ বুকিং পুনৰ মুকলি কৰাৰ লগতে টয়োটা ৰুমিয়নৰ বুকিং আৰু নিউ গ্ৰেড জি-এটিৰ প্ৰাৰম্ভিক মূল্যৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। নতুনকৈ মুকলি কৰা জি-এটি ভেৰিয়েণ্টে ৰুমিয়নৰ অতুলনীয় স্থান আৰু আৰাম, উৎকৃষ্ট ইন্ধন দক্ষতা, ষ্টাইলিছ আৰু প্ৰিমিয়াম বাহ্যিক ডিজাইনৰ সৈতে বজাৰৰ গ্ৰহণযোগ্যতা অধিক বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। নতুন টয়োটা ৰুমিয়ন জি-এটি ভেৰিয়েণ্টত ৬-স্পীড অটোমেটিক ট্ৰেন্সমিছনৰ সৈতে ১.৫ লিটাৰ কে ছিৰিজ পেট্ৰ’ল ইঞ্জিন প্ৰদান কৰা হৈছে, য’ত ৰেচপঞ্চিভ পাৰফৰ্মেঞ্চৰ বাবে নিঅ’ ড্ৰাইভ (আইএছজি) প্ৰযুক্তিৰ বৈশিষ্ট্য আছে। পেট্ৰ’ল গ্ৰেডৰ শক্তি উৎপাদন ৭৫.৮ কিলোৱাট @৬০০০ আৰ পি এম আৰু টৰ্ক ১৩৬.৮ এন এম @৪৪০০ আৰপিএম, আনহাতে চিএনজি গ্ৰেডে…
Read More
টাটা মটৰ্ছে দক্ষিণ ভাৰতীয় বেংকৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে যাতে বাণিজ্যিক বাহনৰ বিত্তীয় যোগান সহজ হয়

টাটা মটৰ্ছে দক্ষিণ ভাৰতীয় বেংকৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে যাতে বাণিজ্যিক বাহনৰ বিত্তীয় যোগান সহজ হয়

ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা টাটা মটৰ্ছে ইয়াৰ বাণিজ্যিক বাহন গ্ৰাহক আৰু ডিলাৰশ্বিপসমূহক সুবিধাজনক বিত্তীয় সমাধান আগবঢ়োৱাৰ বাবে দক্ষিণ ভাৰতীয় বেঙ্কৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। ছাউথ ইণ্ডিয়ান বেঙ্কে সমগ্ৰ বাণিজ্যিক বাহনপৰ্টফলিঅ'ত বিত্তীয় যোগান আগবঢ়াব, আৰু গ্ৰাহকসকলে বেঙ্কৰ বিস্তৃত নেটৱৰ্ক আৰু বিশেষভাৱে সংগ্ৰহ কৰা সহজ পৰিশোধ আঁচনিৰ পৰা লাভান্বিত হ'ব। মিত্ৰজোঁটটোৱে ডিলাৰশ্বিপবোৰক বৰ্ধিত সমৰ্থন প্ৰদান কৰা, বিকাশ বৃদ্ধি কৰা, আনুষঙ্গিক প্ৰয়োজনীয়তা হ্ৰাস কৰা, সূতৰ হাৰ হ্ৰাস কৰা আৰু ঋণ প্ৰক্ৰিয়াকৰণ সুশৃংখল কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ প্ৰতিনিধিত্ব কৰে।  এই উন্নয়নটোৰ সন্দৰ্ভত বক্তব্য ৰাখি ছাউথ ইণ্ডিয়ান বেংকৰ এমডি আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী পি আৰ শেষাদ্ৰীয়ে কয়, "ছাউথ ইণ্ডিয়ান বেংকত আমি…
Read More
কুছাক আৰু শ্লাভিয়া মডেলবোৰে এমৱাই২৪ উন্নতিৰ সৈতে সুৰক্ষা বৃদ্ধি কৰে

কুছাক আৰু শ্লাভিয়া মডেলবোৰে এমৱাই২৪ উন্নতিৰ সৈতে সুৰক্ষা বৃদ্ধি কৰে

স্কোডা অটো ইণ্ডিয়াই কুছাক আৰু শ্লাভিয়াৰ সকলো প্ৰকাৰৰ বাহনত নতুন মানদণ্ড নিৰ্ধাৰণ কৰি ছটা এয়াৰবেগ প্ৰৱৰ্তন কৰিছে, ২০২২ৰ অক্টোবৰত কুছাক এছইউভি আৰু ২০২৩ৰ এপ্ৰিলত শ্লাভিয়া চেডানত নিৰ্ধাৰিত সুৰক্ষা মানদণ্ড অনুসৰণ কৰি এই উন্নীত কৰা হৈছে। কোম্পানীটোৰ এমৱাই২৪ আপডেটৰ অংশ হিচাপে নিজৰ মেড-ফৰ-ইণ্ডিয়া, ৰেডী-ফৰ-দ্য-ৱৰ্ল্ড ইণ্ডিয়া ২.০ প্ৰডাক্ট পৰ্টফলিঅ'ৰ অধীনত এই সুবিধা গ্ৰাহকৰ বাবে আগবঢ়োৱা হৈছে। স্কোডা অটো ইণ্ডিয়াই নিজৰ কুছাক আৰু শ্লাভিয়া মডেলত ছটা এয়াৰবেগ প্ৰদান কৰি সুৰক্ষাক ষ্টেণ্ডাৰ্ড কৰি তুলিছে, যিয়ে এমৱাই২৪ ষ্টাৰ লাইনআপত এক উল্লেখযোগ্য পদক্ষেপ ৰূপে পৰিগণিত হৈছে। কুছাক আৰু শ্লাভিয়া এছইউভি বিভিন্ন ভেৰিয়েণ্টত উপলব্ধ, এক্টিভ ভেৰিয়েণ্টৰ পৰা আৰম্ভ কৰি বৰ্তমান এম্বিচন আৰু ষ্টাইললৈ আগবাঢ়িছে। শীৰ্ষ স্তৰৰ মডেলসমূহৰ…
Read More
চিকিৎসকে শিশুৰ বাবে টিকাকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে

চিকিৎসকে শিশুৰ বাবে টিকাকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে

এই বিশ্ব প্ৰতিষেধক সপ্তাহ(২৪-৩০ এপ্ৰিল) বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিষেধক সম্প্ৰসাৰিত কাৰ্যসূচী(ইপিআই)ৰ ৫০ বছৰীয়া জয়ন্তী উদযাপন কৰিছে। এই মাইলৰ খুঁটিয়ে বিশ্বব্যাপী প্ৰতিষেধক প্ৰচেষ্টাৰ সমৃদ্ধি ইতিহাসক স্মৰণ কৰাৰ লগতে বিগত পাঁচ দশকত টীকাকৰণৰ জৰিয়তে ৰক্ষা কৰা অগণন জীৱন আৰু সুৰক্ষিত সম্প্ৰদায়সমূহৰ কামক স্মৰণ আৰু আলোচনা কৰিছে। ভাৰতত ইউনিভাৰ্চেল ইমিউনাইজেচন প্ৰগ্ৰেমে (ইউআইপি) ৯০%তকৈ অধিক শিশুক টীকাকৰণ প্ৰদান কৰাত সফল হৈছে। যদিও প্ৰথম বছৰত প্ৰতিষেধক লোৱা শিশুৰ সংখ্যা বৃদ্ধি পায়, জন্মৰ পিছত ক্ৰমান্বয়ে ড্ৰপ আউট বা প্ৰতিষেধক নোলোৱা শিশুৰ হাৰ বৃদ্ধি পায়। দেশৰ যথেষ্ট সংখ্যক শিশুৰ এতিয়াও আংশিকভাৱেহে টীকাকৰণ হৈছে৷ একাধিক ৰোগৰ বিৰুদ্ধে সবল কৰি ৰাখিবলৈ ১-২ বছৰ বয়সৰ শিশুক সুৰক্ষা দিয়াত টীকাকৰণে এক…
Read More
৩০ দিনীয়া সংগীত প্ৰত্যাহ্বানৰ এক দৃষ্টিভংগী: বাবাৰ মিউজিকেল মাৰাথন

৩০ দিনীয়া সংগীত প্ৰত্যাহ্বানৰ এক দৃষ্টিভংগী: বাবাৰ মিউজিকেল মাৰাথন

ইণ্ডি সংগীতৰ গতিশীল জগতখনত বাবাৰ দৰে সৃষ্টিশীলতা আৰু উৎপাদনশীলতাৰ সীমা পুনৰ নিৰ্ধাৰণ কৰিবলৈ সাহস কৰা শিল্পী খুব কমেই আছে। নিজৰ বৰ্ণিল ষ্টাইল আৰু বিবিধ বাদ্যযন্ত্ৰ পৰিৱেশনৰ প্ৰতিভাৰ বাবে পৰিচিত বাবাই এইবাৰ আন এক সাহসী যাত্ৰাত নামি পৰিছে— সেয়া হৈছে ৩০ দিনীয়া সাংগীতিক প্ৰত্যাহ্বান, যিয়ে কেৱল নিজৰ বহুমুখীতাই নহয়, কলাৰ প্ৰতি থকা অটল দায়বদ্ধতাক প্ৰদৰ্শন কৰিছে। একেধাৰে গায়ক, গীতিকাৰ আৰু প্ৰযোজক বাবা হৈছে উদ্ভাৱন আৰু শিল্পকলাৰ মূৰ্ত সংগীতৰ সত্তা। সৰুৰে পৰা সংগীতৰ প্ৰতি থকা ভালপোৱাৰ বাবেই বিভিন্ন বাদ্যযন্ত্ৰ আৰু ট্ৰেণ্ড অন্বেষণ কৰি সুকীয়া ধৰণে পৰিৱেশন কৰি আহিছে। নিজৰ স্বকীয় শব্দচয়নেৰে অমিয়া সুৰৰ মিশ্ৰণ ঘটাই অপূৰ্ব সংগীত সৃষ্টি কৰি আহিছে। শেহতীয়া প্ৰকল্পটোৱে…
Read More
মহিন্দ্ৰাই এক্সইউভি ৩এক্সঅ’ মুকলি কৰে

মহিন্দ্ৰাই এক্সইউভি ৩এক্সঅ’ মুকলি কৰে

ভাৰতৰ আগশাৰীৰ এছইউভি নিৰ্মাতা মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডে শেহতীয়াকৈ এক্সইউভি ৩এক্সঅ' এছইউভি মুকলি কৰাৰ কথা ঘোষণা কৰিছে, কম্পেক্ট এছইউভিখন ৭.৪৯ লাখ টকাৰ প্ৰাৰম্ভিক মূল্যত উপলব্ধ হ'ব। কম্পেক্ট এছইউভি শাখাত যুগান্তকাৰী বৈশিষ্য সন্নিৱিষ্ট কৰি এক্সইউভি ৩এক্সঅ' বাহনখনে অভিনৱ ডিজাইন, বিলাসী আভ্যন্তৰীণ, উৎকৃষ্ট আৰু আৰামদায়ক চালনা, অত্যাধুনিক প্ৰযুক্তি, আকৰ্ষণীয় প্ৰদৰ্শন আৰু অতুলনীয় সুৰক্ষা সুবিধাৰ সংমিশ্ৰণ ঘটাইছে। অতুলনীয় বৈশিষ্ট্য আৰু প্ৰতিযোগিতামূলক মূল্যত উপলব্ধ এক্সইউভি ৩এক্সঅ'ই এই শ্ৰেণীত সকলো মানদণ্ডক ন ৰূপত নিৰ্ধাৰণ কৰিবলৈ সাজু হৈছে। মুম্বাইৰ মহিন্দ্ৰা ইণ্ডিয়া ডিজাইন ষ্টুডিঅ'(এমআইডিএছ)ত ডিজাইন কৰা আৰু চেন্নাইৰ কাষৰীয়া মহিন্দ্ৰা ৰিচাৰ্ছ ভেলী(এমআৰভি)ত প্ৰস্তুত কৰা এক্সইউভি ৩এক্সঅ'ই উৎকৃষ্টতা আৰু উদ্ভাৱনৰ প্ৰতি মহিন্দ্ৰাৰ প্ৰতিশ্ৰুতি আকৌ এবাৰ মূৰ্ত কৰিলে। নাছিকত…
Read More