ব্যৱসায়

টাটা মটৰ্ছে গুৱাহাটীত স্পেয়াৰ পাৰ্টছ ৱেৰহাউচ মুকলি কৰে, উত্তৰ-পূৰ্বাঞ্চলৰ অভিগম্যতা বৃদ্ধি কৰে

টাটা মটৰ্ছে গুৱাহাটীত স্পেয়াৰ পাৰ্টছ ৱেৰহাউচ মুকলি কৰে, উত্তৰ-পূৰ্বাঞ্চলৰ অভিগম্যতা বৃদ্ধি কৰে

ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা টাটা মটৰ্ছে আজি গুৱাহাটীত এখন নতুন বাণিজ্যিক বাহনৰ স্পেয়াৰ পাৰ্টছ ৱেৰহাউচ উদ্বোধন কৰাৰ কথা ঘোষণা কৰে। অত্যাধুনিক সুবিধাটো সম্পূৰ্ণৰূপে ডিজিটেল কৰা হৈছে আৰু ১ লাখ বৰ্গফুটজুৰি বিস্তৃত, সমগ্ৰ বাণিজ্যিক বাহন পৰ্টফলিঅ'ৰ বাবে স্পেয়াৰ পাৰ্টছ মজুত কৰি। নতুন সুবিধাটো যোগ কৰিলে কোম্পানীটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ টাটা অনুমোদিত সেৱা কেন্দ্ৰসমূহত দ্ৰুত পৰিৱৰ্তনৰ সময় আৰু অতিৰিক্ত সামগ্ৰীসহজে উপলব্ধ কৰাত সহায় কৰিব।  বিশ্বমানৰ আন্তঃগাঁথনি আৰু সুৰক্ষা ব্যৱস্থাৰে সজ্জিত, এই সুবিধাই ডিজিটেলকৃত ৱেৰহাউচ প্ৰক্ৰিয়াৰ জৰিয়তে অধিক গ্ৰাহকমূল্য প্ৰস্তাৱ আনলক কৰিব। টাটা মটৰ্ছে ইয়াৰ প্ৰযুক্তি-সক্ষম ৱেৰহাউচিং আৰু পৰিবহন সমাধানৰ সুবিধা লোৱাৰ বাবে ভাৰতৰ সৰ্ববৃহৎ সম্পূৰ্ণৰূপে একত্ৰিত লজিষ্টিক সেৱা প্ৰদানকাৰী দিল্লীভেৰীৰ সৈতে অংশীদাৰীত্ব কৰিছে।…
Read More
টয়োটা কিৰ্লোস্কাৰ মটৰৰ “টি গ্লছ”-এ ভাৰতীয় বজাৰৰ বাবে গাড়ীৰ বিৱৰণ পুনৰ নিৰ্ধাৰণ কৰে

টয়োটা কিৰ্লোস্কাৰ মটৰৰ “টি গ্লছ”-এ ভাৰতীয় বজাৰৰ বাবে গাড়ীৰ বিৱৰণ পুনৰ নিৰ্ধাৰণ কৰে

টয়োটা কিৰ্লোস্কাৰ মটৰ প্ৰাইভেট লিমিটেডে (টিকেএম) ‘গ্ৰাহক-প্ৰথম’দৰ্শনৰ সৈতে সংগতি ৰাখি বৈপ্লৱিক গাড়ী যত্নৰ ব্ৰেণ্ড “টি গ্ল’ছ” মুকলিৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে, এনে সুদুৰপ্ৰসাৰী পদক্ষেপৰ জৰিয়তে ব্ৰেণ্ডটোৱে গাড়ীৰ বিৱৰণৰ জগতখনত প্ৰৱেশ ঘটাব। ভাৰতীয় গ্ৰাহকৰ মাজত উচ্চ মানদণ্ডৰ আৰু নিৰ্ভৰযোগ্য গাড়ীৰ বিৱৰণ সেৱা(ডিটেইলিং চাৰ্ভিছ)ৰ দ্ৰুতগতিত বৃদ্ধি পোৱা চাহিদাৰ প্ৰতি সঁহাৰি জনাই টিকেএমে বিশেষভাৱে টয়োটা বাহনৰ বাবে প্ৰস্তুত কৰা সমাধানৰ বিস্তৃত পৰিসৰৰ সৈতে বাহন যত্ন উদ্যোগক পুনৰ সংজ্ঞায়িত কৰিবলৈ সাজু হৈছে। ২০২৪ৰ ১ মে’ৰ পৰা ভাৰতৰ প্ৰতিটো অনুমোদিত টয়োটা ডিলাৰশ্বিপত “টি গ্লছ” সুবিধাৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ জৰিয়তে গ্ৰাহকসকলে অতি পেছাদাৰীভাৱে প্ৰদান কৰা মানসম্পন্ন গাড়ী যত্ন সমাধানৰ সুবিধাজনক প্ৰৱেশ লাভ কৰে, যাৰ জৰিয়তে…
Read More
ডিজিটেল হাবে ৰূপান্তৰিত কৰিছে ভাৰতীয় যুৱক-যুৱতীসকলৰ বাবে দক্ষতা বিকাশৰ পৰিৱেশ

ডিজিটেল হাবে ৰূপান্তৰিত কৰিছে ভাৰতীয় যুৱক-যুৱতীসকলৰ বাবে দক্ষতা বিকাশৰ পৰিৱেশ

দক্ষতা বিকাশ আৰু আজীৱন শিক্ষণ অৰ্থনৈতিক সমৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয়, মানুহক অৰ্থপূৰ্ণ নিয়োগ নিশ্চিত কৰিবলৈ সক্ষম কৰি তোলাৰ লগতে মানুহৰ মাজত সমতা আৰু বহনক্ষমতাক লালন-পালন কৰিব লাগিব। এনে সুদূৰপ্ৰসাৰী উদ্দেশ্যৰ সৈতে সংগতি ৰাখি আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা(আইএলঅ')ই বুধবাৰে গ্ল’বেল স্কিলছ ফ’ৰাম আহ্বান কৰি একেখন মঞ্চতে বিশ্বনেতাসকলক একত্ৰিত কৰি আজিৰ পৃথিৱীত দক্ষতা বিকাশক গঢ় দিয়াৰ উপায়ৰ ওপৰত বিশদভাৱে আলোচনা কৰে। আইএলঅ'ৰ দ্বাৰা আয়োজিত "দক্ষতা বিকাশৰ মানৱ-কেন্দ্ৰিক ডিজিটেল ৰূপান্তৰ" সন্দৰ্ভত পেনেল আলোচনাৰ সময়ত দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়(এমএছডিই)ৰ পদক্ষেপ স্কিল ইণ্ডিয়া ডিজিটেল হাব (এছআইডিএইচ)ক ভাৰতৰ দক্ষতা বিকাশৰ পৰিস্থিতিতন্ত্ৰক পৰিৱৰ্তন কৰা সঁজুলি হিচাপে উপস্থাপন কৰা হয়। আইএলঅ'ই দ্ৰুত পৰিৱৰ্তনশীল শ্ৰমিকৰ বজাৰখন তৈয়াৰ কৰিবলৈ সক্ষম…
Read More
গুৰুগ্ৰামত পুখুৰীক পুনৰুজ্জীৱিত কৰাৰ বাবে ৰামবীৰ তানৱাৰ আৰু কোকা-কোলাৰ সহযোগিতা

গুৰুগ্ৰামত পুখুৰীক পুনৰুজ্জীৱিত কৰাৰ বাবে ৰামবীৰ তানৱাৰ আৰু কোকা-কোলাৰ সহযোগিতা

‘দ্য পণ্ডমেন অৱ ইণ্ডিয়া’ ৰামবীৰ তনৱাৰে কোকা-কোলা ইণ্ডিয়াৰ কৰ্মচাৰীৰ নেতৃত্বত আৰু স্থানীয় স্বেচ্ছাসেৱকৰ সহযোগিতাত হাৰিয়ানাৰ গুৰগাঁৱৰ ছিকোহপুৰৰ এটা পুখুৰী চাফা কৰি পৰিষ্কাৰ চৌহদ প্ৰদান কৰিছে। চৌপাশৰ পৰিৱেশক সেউজ আৰু ন ৰূপ দিবলৈ গছপুলিও ৰোপণ কৰিছে। পিএইচডি ৰুৰেল ডেভেলপমেণ্ট ফাউণ্ডেচনৰ সৈতে অংশীদাৰিত্বত ৰূপায়িত এই যৌথ প্ৰচেষ্টাৰ লক্ষ্য হৈছে সাধাৰণ মানুহৰ নেতৃত্বত পৰিৱেশ পৰিচালনাৰ এক জ্বলন্ত উদাহৰণ দাঙি ধৰি আৰ্থ-সামাজিক পৰিৱেশ তন্ত্ৰক লাভান্বিত কৰা।
Read More
নেচলে ইণ্ডিয়া আৰু ডাঃ ৰেড্ডী’ছ লেবৰেটৰীছ লিমিটেডে ভাৰতৰ গ্ৰাহকৰ মাজত উদ্ভাৱনীমূলক নিউট্ৰেচিউটিকেল ব্ৰেণ্ড মুকলি কৰিবলৈ প্ৰতিষ্ঠা কৰিছে যৌথ উদ্যোগ

নেচলে ইণ্ডিয়া আৰু ডাঃ ৰেড্ডী’ছ লেবৰেটৰীছ লিমিটেডে ভাৰতৰ গ্ৰাহকৰ মাজত উদ্ভাৱনীমূলক নিউট্ৰেচিউটিকেল ব্ৰেণ্ড মুকলি কৰিবলৈ প্ৰতিষ্ঠা কৰিছে যৌথ উদ্যোগ

ভাৰত আৰু অন্যান্য অংশীদাৰী দেশৰ গ্ৰাহকসকলৰ মাজত উদ্ভাৱনীমূলক নিউট্ৰাচিউটিকেল ব্ৰেণ্ড ৰূপে নিজকে গঢ়ি তুলিবলৈ নেচলে ইণ্ডিয়া আৰু ডাঃ ৰেড্ডীজ লেবৰেটৰীজ লিমিটেডে যৌথ উদ্যোগ গঠনৰ কথা ঘোষণা কৰিছে নেচলে ইণ্ডিয়া আৰু জেভি পাৰ্টনাৰ্ছে। এই অংশীদাৰিত্বই ভাৰতত ডাঃ ৰেড্ডী'ছৰ শক্তিশালী আৰু প্ৰতিষ্ঠিত বাণিজ্যিক শক্তিৰ সৈতে নেচলে স্বাস্থ্য বিজ্ঞান(এনএইচএছচি)ৰ পুষ্টিকৰ স্বাস্থ্য সমাধানৰ লগতে ভিটামিন, খনিজ, বনৌষধি আৰু অন্যান্য পৰিপূৰকসমূহৰ জনপ্ৰিয় গ্লবেল ৰেঞ্জৰ সামগ্ৰী-সেৱাক একত্ৰিত কৰিব। জেভি অংশীদাৰসকলে নিজৰ শক্তিক সমগ্ৰ ভাৰততে সম্প্ৰসাৰিত কৰিবলৈ একত্ৰিত কৰিব, যাৰ ভিতৰত আছে বিপাকীয়(মেটাবলিক), চিকিৎসালয়ত পুষ্টি, সাধাৰণ সুস্থতা, মহিলাৰ স্বাস্থ্য আৰু শিশুৰ পৰিপুষ্টি ইত্যাদি। জেভি কোম্পানীৰ মুখ্য কাৰ্যালয় আছে হায়দৰাবাদত। জেভি কোম্পানীয়ে নেষ্টলে গ্ৰুপ আৰু ডাঃ ৰেড্ডী'ছৰ সামৰ্থ্য…
Read More
নেছপ্ৰেছো মুকলি কৰি কফি অনুৰাগীসকলক নতুন সোৱাদ দিব নেচলে ইণ্ডিয়াই 

নেছপ্ৰেছো মুকলি কৰি কফি অনুৰাগীসকলক নতুন সোৱাদ দিব নেচলে ইণ্ডিয়াই 

প্ৰিমিয়াম কফিৰ একচেটিয়া ৰেঞ্জ প্ৰদান কৰা নেছপ্ৰেছো কফিয়ে অপেক্ষাৰ অন্ত পেলাই ২০২৪ৰ শেষভাগত ভাৰতত সেৱা মুকলি কৰিব। ঘৰুৱা আৰু পেছাদাৰী গ্ৰাহকসকলক কফি আগবঢ়োৱাৰ বাবে নেছপ্ৰেছো কফি আৰু মেচিনসমূহ অৰিজিনেল আৰু পেছাদাৰী দুয়োটা প্ৰণালীতে উপলব্ধ হ'ব। ভাৰতত প্ৰথমখন নেছপ্ৰেছো বুটিক দিল্লীত মুকলি কৰিব, পৰৱৰ্তী পৰ্যায়ত দেশৰ প্ৰধান চহৰসমূহলৈ সম্প্ৰসাৰিত কৰিব। ই-কমাৰ্চ প্লেটফৰ্মৰ জৰিয়তে নেছপ্ৰেছো কফি অনলাইনতো বিক্ৰী কৰা হ'ব। এই মুকলিৰ জৰিয়তে নেষ্টলে ইণ্ডিয়াৰ প্ৰিমিয়াম কফি প্ৰদানক শক্তিশালী কৰি তোলা হ'ব। নেছপ্ৰেছো হৈছে আগশাৰীৰ স্বীকৃতিপ্ৰাপ্ত বি কৰ্প™ কফি কোম্পানী যিয়ে প্ৰতিনিয়ত উদ্ভাৱনেৰে অনন্য সংমিশ্ৰণৰে নতুন নতুন ৰেচিপি(সোৱাদযুক্ত সামগ্ৰী) সৃষ্টি কৰি প্ৰিমিয়াম কফি অভিজ্ঞতা প্ৰদান কৰি আহিছে। সকলো নেছপ্ৰেছো কফি ছুইজাৰলেণ্ডত উৎপাদিত…
Read More
নিছানে দেশব্যাপী গ্ৰাহকসকলৰ বাবে আগবঢ়াইছে বিনামূলীয়া এচি চেক-আপ কেম্প

নিছানে দেশব্যাপী গ্ৰাহকসকলৰ বাবে আগবঢ়াইছে বিনামূলীয়া এচি চেক-আপ কেম্প

নিছান মটৰ ইণ্ডিয়াই ১৫ এপ্ৰিলৰ পৰা ১৫ জুনলৈ দেশজুৰি চলি থকা বিনামূলীয়া এয়াৰ কণ্ডিচনিং(এচি) চেক-আপ কেম্পৰ আয়োজন কৰি দ্ৰুতগতিত গ্ৰাহকক সুলভ আৰু সুবিধা প্ৰদানৰ ব্যৱস্থা কৰিছে। ইয়াত ১২০টা চাৰ্ভিছ ৱৰ্কশ্বপৰ বিস্তৃত নেটৱৰ্কৰ জৰিয়তে নিচানে এক বিস্তৃত ২০-পইণ্ট এচি ইন্সপেকচন(পৰিদৰ্শন)ৰ সুবিধা আগবঢ়াইছে, লগতে শ্ৰমিক মাচুল আৰু মূল্য সংযোজন সেৱা(ভিএএছ)ৰ ওপৰত ৰেহাই প্ৰদান কৰি গ্ৰাহক-কেন্দ্ৰিক আৰু সেৱা উৎকৰ্ষতাৰ প্ৰতি নিজৰ দৃঢ়তা পুনৰ নিশ্চিত কৰিছে। এক অসুবিধামুক্ত বাধাহীন মালিকীস্বত্বৰ অভিজ্ঞতা নিশ্চিত কৰাৰ লক্ষ্যৰে নিছানৰ দক্ষ সেৱা পেছাদাৰীসকলে প্ৰামাণিক নিছান জেনুইন স্পেয়াৰ পাৰ্টছ ব্যৱহাৰ কৰি পৰীক্ষা কৰাৰ লগতে সকলো নিছান আৰু ডাটছ'ন বাহনৰ গৰাকীৰ বাবে নিৰৱচ্ছিন্ন সেৱা অভিজ্ঞতাৰ প্ৰতিশ্ৰুতি দিব। নিছান ৱান এপ অথবা…
Read More
নেপালৰ চিতৱানত বিনিয়োগ কৰিছে ভাৰতে, বিত্তীয় সমৰ্থন প্ৰদান কৰি ৰূপায়ণ কৰিছে সামূহিক উন্নয়ন প্ৰকল্পৰ

নেপালৰ চিতৱানত বিনিয়োগ কৰিছে ভাৰতে, বিত্তীয় সমৰ্থন প্ৰদান কৰি ৰূপায়ণ কৰিছে সামূহিক উন্নয়ন প্ৰকল্পৰ

ভাৰতৰ আৰ্থিক সাহায্যৰে নেপালৰ চিটৱানত নিৰ্মাণ কৰা সামূহিক উন্নয়ন প্ৰকল্পৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে। দুয়োখন ৰাষ্ট্ৰৰ মাজত স্থায়ী বন্ধুত্বৰ প্ৰমাণস্বৰূপে এপ্ৰন ধুংগ্ৰে খোলা নদী প্ৰশিক্ষণ প্ৰকল্প শুকুৰবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। কাঠমাণ্ডুৰ ভাৰতীয় দূতাবাসৰ প্ৰথম সচিব অবিনাশ কুমাৰ সিঙে আনুষ্ঠানিকভাৱে মুকলি কৰে এই প্ৰকল্পৰ। ‘নেপাল-ভাৰত উন্নয়ন সহযোগিতা’ৰ অধীনত নিৰ্মিত এই প্ৰকল্পটোৰ বাবে ৩.৬৭ কোটি নেপালী টকা ধাৰ্য কৰা হৈছিল। চিটৱানৰ খৈৰাহানী পৌৰসভাৰ অধীনস্থ এলেকাত অৱস্থিত এই প্ৰকল্পটো অবিনাশ কুমাৰ সিং আৰু খৈৰাহানী পৌৰসভাৰ মেয়ৰ শশী কুমাৰে যুটীয়াভাৱে উদ্বোধন কৰাৰ লগে লগে ভাৰত আৰু নেপাল চৰকাৰৰ সহযোগিতামূলক প্ৰচেষ্টাৰ ইতিবাচক ৰূপ আকৌ এবাৰ প্ৰস্ফূটিত হ'ল। হাই ইম্পেক্ট কমিউনিটী ডেভেলপমেণ্ট প্ৰজেক্ট(এইছআইচিডিপি)ৰ অংশৰূপে শ্ৰেণীভুক্ত এই…
Read More
এইচডিএফচি লাইফৰ কৰ্পৰেট এজেঞ্চীৰ লেনদেনৰ বাবে পিয়ৰলেছ ফাইনেঞ্চিয়েল প্ৰডাক্টছ ডিষ্ট্ৰিবিউচন লিমিটেডৰ সৈতে অংশীদাৰিত্ব

এইচডিএফচি লাইফৰ কৰ্পৰেট এজেঞ্চীৰ লেনদেনৰ বাবে পিয়ৰলেছ ফাইনেঞ্চিয়েল প্ৰডাক্টছ ডিষ্ট্ৰিবিউচন লিমিটেডৰ সৈতে অংশীদাৰিত্ব

ভাৰতৰ আগশাৰীৰ বীমাকৰ্তা প্ৰতিষ্ঠান এইচডিএফচি লাইফে কৰ্পোৰেট এজেঞ্চী লেনদেন বা সুবিধা প্ৰদানৰ বাবে পিয়াৰলেছ ফাইনেন্সিয়েল প্ৰডাক্টছ ডিষ্ট্ৰিবিউচন লিমিটেড(পিএফপিডিএল)ৰ সৈতে অংশীদাৰিত্ব কৰিছে। এই অংশীদাৰিত্বৰ জৰিয়তে পিএফপিডিএলক নিজৰ গ্ৰাহকসকলক এইচডিএফচি লাইফৰ জীৱন বীমা সামগ্ৰীসমূহ বিতৰণ কৰিবলৈ সক্ষম কৰি তুলিব। পিএফপিডিএল হৈছে পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু বৃহৎ এনবিএফচিবোৰৰ ভিতৰত অন্যতম পিয়াৰলেছ জেনেৰেল ফাইনেঞ্চ এণ্ড ইনভেষ্টমেণ্ট কোম্পানী লিমিটেড(পিজিএফআই)ৰ এক সহায়ক প্ৰতিষ্ঠান। পিএফপিডিএলৰ ৪২টা স্থানত বিশাল গ্ৰাহক ভিত্তিক আধাৰ কৰি ৪০টা শাখা সম্প্ৰসাৰিত কৰিছে। পিয়ৰলেছ ফাইনেঞ্চিয়েল চাৰ্ভিচেছ লিমিটেডে (পিএফপিডিএল) গ্ৰাহকসকলক আৰ্থিক সুৰক্ষা প্ৰদানৰ বাবে এইচডিএফচি লাইফৰ সৈতে অংশীদাৰিত্ব কৰিছে। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে বিশ্বৰ বজাৰৰ তুলনাত জীৱন বীমাৰ প্ৰৱেশ বা উপলব্ধতা কম থকা অঞ্চলবোৰত…
Read More
এইচএমএছআইয়ে ৮ মিলিয়ন+ গ্ৰাহকৰ কাষ চাপিবলৈ সক্ষম হৈছে পূব ভাৰতত

এইচএমএছআইয়ে ৮ মিলিয়ন+ গ্ৰাহকৰ কাষ চাপিবলৈ সক্ষম হৈছে পূব ভাৰতত

দেশৰ দুচকীয়া বাহন নিৰ্মাতা প্ৰতিষ্ঠান হোণ্ডা মটৰচাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়া(এইচএমএছআই)ই ভাৰতৰ প্ৰাণৱন্ত পূব ভাৰতত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জনৰ সাফল্যৰ কথা ঘোষণা কৰিছে। ধাৰাবাহিকভাৱে সেৱাৰ মান বৃদ্ধি কৰি এইচএমএছআইয়ে পূব ভাৰতত ৮ মিলিয়ন বাহন বিক্ৰী কৰাৰ উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰিছে, যিয়ে অঞ্চলটোৰ দুচকীয়া বাহন ক্ৰেতাৰ বাবে অনুকূল পছন্দ হিচাপে নিজৰ স্থিতি পুনৰ সুদৃঢ় কৰিছে। এই সাফল্যই বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগ, ওড়িশা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ দৰে ৰাজ্যৰে গঠিত ভাৰতৰ পূব অঞ্চলৰ গ্ৰাহকসকলক উচ্চ মানদণ্ডৰ উদ্ভাৱনীমূলক আৰু নিৰ্ভৰযোগ্য দুচকীয়া বাহন প্ৰদান কৰাৰ বাবে এইচএমএছআইৰ প্ৰতিশ্ৰুতিৰ ওপৰত অধিক দায়বদ্ধ কৰি তুলিছে। বিশ্বস্ত ব্ৰেণ্ড হিচাপে এইচএমএছআই নিজৰ প্ৰদৰ্শন, ষ্টাইল আৰু বহনক্ষমতাৰ বাবে জনপ্ৰিয় আৰু এনে বিভিন্ন…
Read More