23
Feb
দেশৰ সৰ্ববৃহৎ ইলেক্ট্ৰনিকছ ব্ৰেণ্ড চেমচাঙে গেলেক্সি এ৩৪ ৫জি স্মাৰ্টফোনত এক আকৰ্ষণীয় কেছবেক অফাৰ ঘোষণা কৰিছে। গেলেক্সি এ৩৪ ৫জি মোবাইলত চেমচাঙৰ চিগনেচাৰ গেলেক্সি ডিজাইন আৰু নাইট’গ্ৰাফীৰ দৰে ফ্লেগশ্বিপ সুবিধা সংযোগ কৰি প্ৰিমিয়াম অভিজ্ঞতা প্ৰদান কৰিছে, যিয়ে গ্ৰাহকক কম পোহৰৰ দৃশ্যপটতো তীক্ষ্ণ ছবি আৰু ভিডিঅ’ শ্বুট কৰাত সহায় কৰে। বেষ্ট-ইন-ক্লাছ আইপি৬৭ ৰেটিং, গৰিলা গ্লাছ ৫ ছিকিউৰিটী,৪ এণ্ড্ৰইড অ’এছ আপগ্ৰেড আৰু ৫টা ছিকিউৰিটী আপডেটৰ সৈতে গেলেক্সি এ৩৪ ৫জিক চিন্তা-মুক্ত ব্যৱহাৰকাৰী অভিজ্ঞতা প্ৰদান কৰিবলৈ ডিজাইন কৰা হৈছে। গেলেক্সি এ৩৪ ৫জি এতিয়া ৩,০০০ টকাৰ ইনষ্টেণ্ট ডিছকাউণ্টৰ সৈতে উপলব্ধ, এতিয়া গ্ৰাহকসকলে ৮জিবি + ১২৮ জিবি ভেৰিয়েণ্টৰ বাবে ২৪,৪৯৯ টকা আৰু ৮জিবি + ২৫৬ জিবি ভেৰিয়েণ্ট মোবাইলটো…
