22
Feb
দিল্লী-এনচিআৰৰ এক শীৰ্ষ ব্যৱস্থাপনা প্ৰতিষ্ঠান ফ'ৰ স্কুল অৱ মেনেজমেণ্টে ২০২৪-২৬ বৰ্ষৰ বাবে পূৰ্ণকালীন ফেল’ প্ৰগ্ৰেম ইন মেনেজমেণ্ট (এফপিএম) আৰু এক্সিকিউটিভ ফেল’ প্ৰগ্ৰেম ইন মেনেজমেণ্টৰ বাবে নামভৰ্তিৰ আবেদন মুকলি কৰিছে। এই পাঠ্যক্ৰমৰ বাবে আবেদনৰ অন্তিম দিন হৈছে ৪ মাৰ্চ, ২০২৪। এই শিক্ষানুষ্ঠানখনে আইআইএম, গে'ট, জিআৰই, জিএমএটি, ইউজিচি-নেট, জেআৰএফ/চিএছআইআৰ, বা ফ'ৰ প্ৰৱেশ পৰীক্ষা(এফইটি)ৰ দ্বাৰা পৰিচালিত কমন এডমিচন টেষ্ট(চিএটি) আৰু যোৱা দুবছৰৰ নম্বৰ বৈধ বুলি গণ্য কৰা হ’ব। ২০২৪ চনৰ ৭ মাৰ্চত ফ'ৰ স্কুল অৱ মেনেজমেণ্টে দুয়োটা পাঠ্যক্ৰমৰ বাবে এফইটি অনুষ্ঠিত কৰিব। ফ'ৰ স্কুল অৱ মেনেজমেণ্ট এছএকিউএছ (ছাউথ এছিয়া কোৱালিটী চিষ্টেম)ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত, ইয়েই সূচায় যে, ই দক্ষিণ এছিয়াৰ কেইবাখনো ব্যৱসায়িক শিক্ষানুষ্ঠানৰ ভিতৰত…
