16
Mar
ভাৰতৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড চেমচাঙে অভিনৱ সুবিধাসম্পন্ন গেলেক্সি এ৫৫ ৫জি আৰু গেলেক্সি এ৩৫ ৫জি ফোনটো উন্মোচন কৰিছে। নতুন এ ছিৰিজ ডিভাইচবোৰত গৰিলা গ্লাছ ভিক্টাছ+ সুৰক্ষা, এআই-বৰ্ধিত কেমেৰা সুবিধা আৰু চেমচাং নক্স ভল্ট, এক টেম্পাৰ-প্ৰতিৰোধী সুৰক্ষা প্ৰদান আছে। চেমচাং গেলেক্সি এ৫৫ ৫জি আৰু এ৩৫ ৫জি ফোন দুটা অভিনৱ ডিজাইনৰ বাবে প্ৰখ্যাত, য'ত প্ৰথমবাৰৰ বাবে এ৫৫ ৫জিৰ বাবে মেটেল ফ্ৰেম আৰু গেলেক্সি এ৩৫ ৫জিৰ বাবে প্ৰথমবাৰৰ বাবে প্ৰিমিয়াম গ্লাছ বেক প্ৰদান কৰা হৈছে। এই ফোনসমূহত সন্নিৱিষ্ট হৈছে এক ফ্লটিং কেমেৰা ডিজাইন আৰু এক ৰৈখিক বিন্যাস(লিনিয়েৰ লে-আউট) আৰু তিনিটা ট্ৰেণ্ডি ৰঙত উপলব্ধ: অ'চম লাইলাক, অ'চম আইচব্লু আৰু অ'চম নেভী ৰঙত। গেলেক্সি এ৫৫…
