16
Dec
আপুনি আপোনাৰ উত্তৰাধিকাৰী বিচাৰিবলৈ সাজু নে? বিশ্ব মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ আৰু দেশৰ বাবে সুনাম অৰ্জন কৰাৰ বাবে আহি পৰিছে এক সুবৰ্ণ সুযোগ। অ'আৰআৰএ (ORRA)ফাইন জুৱেলাৰী আৰু ৰজনীগন্ধা পাৰ্লছৰ দ্বাৰা সহ-পৰিচালিত মণিপুৰ পৰ্যটনৰ দ্বাৰা আয়োজিত ভিএলচিচি এণ্ড ট্ৰেণ্ডছৰ সহ-প্ৰযোজক (co-present) ফেমিনা মিছ ইণ্ডিয়া ২০২৩-ৰ ৫৯ তম সংস্কৰণে এতিয়া অংশগ্ৰহণৰ বাবে এক সুবৰ্ণ সুযোগ সৃষ্টি কৰিছে। মহিলাসকলক ৰ'ল মডেল আৰু এম্বাচাডৰ হিচাপে তেওঁলোকৰ সম্পূৰ্ণ সম্ভাৱনা উপলব্ধি কৰাত সহায় কৰি কৌশলগত সহযোগিতাৰ জৰিয়তে মিছ ইণ্ডিয়া সংগঠনে আন্তৰ্জাতিক প্ৰভাৱ আৰু সামাজিক প্ৰভাৱৰ এক ইক'চিষ্টিম গঢ়ি তুলিব বুলি আশা প্ৰকাশ কৰে, যাৰ ফলত বিশ্বব্যাপী ভাৰতক সন্মান প্ৰদান কৰা হ'ব। ফেমিনা মিছ ইণ্ডিয়াৰ প্ৰতিষ্ঠানটোৱে বিশ্বাস…
