গংগা নদীত ভয়ংকৰ ঘটনা

মালদাৰ পাৰ্লালপুৰ ফেৰী ঘাটত সংঘটিত হয় শোকাৱহ ঘটনা ৷ গংগা নদীত এখন যাত্ৰীবাহী নাৱত বজ্ৰপাতৰ ফলত চাৰিজন লোকৰ মৃত্যু হয় আৰু কমেও ১৫ জন লোক গুৰুতৰভাৱে আহত হয় । স্থানীয় ৰাইজৰ মতে, মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে ।

মুৰ্শিদাবাদৰ ধুলীয়ান গংগা ঘাটৰ পৰা মালদাৰ পাৰ্লালপুৰ ঘাটলৈ যোৱা এখন যাত্ৰীবাহী নাৱত এই শোকাৱহ ঘটনা সংঘটিত হয় । ২৫ ৰ পৰা ৩০জন যাত্ৰী কঢ়িয়াই অনা নাওখনে গংগা নদী পাৰ হৈ পাৰ্লালপুৰ ঘাটত উপস্থিত হৈছিল ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *