11
Jun
অগপৰ পশ্চিম গুৱাহাটী মহিলা বিধান পৰিষদৰ এখন গুৰুত্বপূৰ্ণ সভা ৯ জুনত খানামুখস্থিত শ্ৰী শ্ৰীলক্ষ্মী মন্দিৰৰ সামূহিক গৃহত অনুষ্ঠিত হৈ যায় পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি কাকতিৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে কাৰ্যকৰী সভানেত্ৰী বৰষা নাথ কলিতাই । সভাত পৰিষদৰ উপ সভানেত্ৰী অজয়া ৰাভা , সম্পাদিকাদ্বয় গীতা মণ্ডল আৰু জোনালী দাস , কোষাধ্যক্ষ ভাৰতী সিং কছাৰী , সাংগঠনিক সম্পাদিকা সুচিত্ৰা কলিতাকে ধৰি কেবাজনো কৰ্মকৰ্তা আৰু অগপ দলৰ খানামুখ অঞ্চলৰ বহু মহিলা কর্মী উপস্থিত থাকে । আনহাতে সভাত পশ্চিম গুৱাহাটীৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই দিয়া নিৰ্দেশনা অনুসৰি সাংগঠনিক দিশত মহিলা সকলক জড়িত কৰা , দৰিদ্ৰ সীমাৰেখাৰ তলত থকা বা উপাৰ্জনহীন সকলো মহিলাই যাতে…
