26
May
বিশ্বৰ ইছলাম ধৰ্মী লোক সকলৰ ত্যাগ আৰু ভাতৃত্ববোধৰ প্ৰতীক স্বৰূপ "ঈদ - উজ - আজহা" উপলক্ষে অহা ২৮ মে'ত বিশ্বৰ তথা দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো ঈদগাহ ময়দান আৰু মছজিদ সমূহত সমূহীয়া নামাজ অনুষ্ঠিত হব । আনহাতে গুৱাহাটীৰ আন আন ঈদগাহ ময়দান বা মছজিদৰ দৰে জালুকবাৰী ঈদগাহ ময়দানতো অনুষ্ঠিত হবলগীয়া "ঈদ - উজ - আজহা"ৰ সমূহীয়া নামাজ উপলক্ষে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। জালুকবাৰী ঈদগাহ কমিটিৰ কাৰ্যকৰী সভাপতি আলহাজ চৰিফ উল্লাহ , সাধাৰণ সম্পাদক আবুল আলী , কোষাধ্যক্ষ নাছেম আলীয়ে এটা বিবৃতিত জানিবলৈ দিয়া মতে সিদিনা পুৱা ৭.৩০ বজাত জালুকবাৰী ঈদগাহ ময়দানত অনুষ্ঠিত হবলগীয়া সমুহীয়া নামাজত উপস্থিত থাকিবলৈ সকলোকে…
