31
Oct
গৌৰীপুৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গেৰামাৰী বটেৰতলৰ পৰা বৰাইবাৰী যোৱা সংযোগী পথ নিৰ্মাণত বৃহৎ কেলেংকাৰীগৌৰীপুৰ বিধানসভা সমষ্টিৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গেৰামাৰী বটেৰতলৰ পৰা বৰাইবাৰী লৈ যোৱা সংযোগী ৰাস্তা নিৰ্মাণৰ বাবে ২০২০-২১ বিত্তীয় বৰ্ষৰ অধীনত চৰাকাৰে SOPD (G) আঁচনিৰ অধীনত ৬২ লাখ ৮০ হেজাৰ ১১৪ টকা আৱন্টন দিছিল। যাৰ পৰিপ্ৰেক্ষিতত পথছোৱা নিৰ্মাণৰ ঠিকা লাভ কৰে গোৱালপাৰা জিলাৰ আমিন ইলিয়াছ নামৰ ঠিকাদাৰজনেচৰকাৰী নিয়ম নীতিক বুঢ়া আঙুলি দেখুৱাই নিজ খিয়াল খুছি মতে কাম কৰি বৃহৎ আকাৰৰ ধন আত্মসাৎ কৰাৰ ফন্দি পাতিছে ঠিকাদাৰজনে ৷চাওঁক এনেদৰে প্ৰতিবাদ সাৱস্ত কৰি উত্তাল কৰি তুলিছে ৰাইজে ৷ মৰা টিপকাই নৈৰ মাটি - বালি দি কোনো ৰোলাৰ নকৰি…
