আজি সম্পন্ন হ’ব ৰিয়া তালুকদাৰৰ মৰণোত্তৰ পৰীক্ষা। সোমবাৰে ককায়েক পলমকৈ মৰ্গত উপস্থিত হোৱাৰ বাবে সম্পন্ন নহ’ল মৰণোত্তৰ পৰীক্ষা।বশিষ্ঠপুৰত সংঘটিত হোৱা হত্যাকাণ্ডই এতিয়া সকলোতে তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পত্নীক বৰ্বৰভাৱে শিৰচ্ছেদ কৰি হত্যা কৰাৰ পিছতো তিলমানো অনুশোচনা নাই ৰামানুজৰ। আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে সাংবাদিকৰ সন্মুখত পত্নীহন্তা ৰামানুজে দিলে আন এক হুংকাৰ।সাংবাদিকৰ আগত ৰামানুজে কয়, ‘‘No regrets, No apology… ৰিয়াক হত্যা কৰি বহুত ভালহে লাগিছে। তাইক কাটিলোঁ, জে’লৰ পৰা ওলালে তাইৰ চুগাৰ ডেডীটোকো কাটিম।’’
‘তাইকতো কাটিলো, জে’লৰ পৰা আহি ছুগাৰ ডেডীকো কাটিম’।ৰামানুজে ক’লে- No regrets,No apology।
