শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযান

39

শ্ৰীৰামপুৰত আৰক্ষী অভিযান । শীমুলটাপু আৰক্ষীয়ে অভিযান চলাই ৪০ বস্তা বাৰমিজ চুপাৰি জব্দ ।এখন ১২ চকীয়া ট্ৰাকত লুকাই আনিছিল ৪০ বস্তা চুপাৰি । হাউলিৰ পৰা বাৰমিজ চুপাৰিৰ বস্তা সমূহ ট্ৰাকৰ গোপন চেম্বাৰত লুকাই আনিচিল সৰবৰাহ কাৰীয়ে ।জব্দকৃত চুপাৰিৰ বজাৰ মূল্য প্ৰায় ২৫ লাখ টকা হব ।চোৰাং কৈ চুপাৰি সৰবৰাহ কৰা ট্ৰাকৰ নম্বৰ আছিল AS 11BC 0722 ।ট্ৰাকখন হাউলিৰ পৰা পশ্চিম বংগ অভিমুখে গৈ আছিল ।ট্ৰাকৰ চালক জহিৰুল আৰু সহ চালক ৰফিকুলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।