ব্যৱসায়

কেয়াৰ্নৰ ‘বাৰ্মাৰ মডেল’ অনুসৰণ কৰি উত্তৰ-পূবক শক্তি খণ্ডৰ এক জীৱন্ত কেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ পৰিকল্পনা মন্ত্ৰী তেলীৰ

কেয়াৰ্নৰ ‘বাৰ্মাৰ মডেল’ অনুসৰণ কৰি উত্তৰ-পূবক শক্তি খণ্ডৰ এক জীৱন্ত কেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ পৰিকল্পনা মন্ত্ৰী তেলীৰ

কেন্দ্ৰীয় পেট্ৰ'লিয়াম, প্ৰাকৃতিক গেছ তথা শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু ২০১৪ চনৰে পৰা ডিব্ৰুগড় লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা সাংসদ ৰামেশ্বৰ তেলীয়ে কয় যে, উত্তৰ-পূবৰ ৰাজ্যসমূহে এক জীৱন্ত শক্তি খণ্ডৰ হাব হিচাপে আত্মপ্ৰকাশ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। তেওঁ উত্তৰ-পূবৰ পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ খণ্ডত পৰিৱৰ্তনশীল ৰূপান্তৰৰ বাবে নিজৰ প্ৰতিশ্ৰুতিৰ কথাও উল্লেখ কৰে। মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে বাৰ্মাৰত উল্লেখযোগ্য আৰ্থ-সামাজিক বিকাশ নিজে প্ৰত্যক্ষ কৰিছে, য'ত অঞ্চলটোত তেল উৎপাদন আৰম্ভ হোৱাৰ লগে লগে জনমূৰি উপাৰ্জন আকৰ্ষণীয়ভাৱে ৬৫০ শতাংশ বৃদ্ধি পাইছে। দেশৰ শক্তিক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ বাবে অসম আৰু উত্তৰ-পূৰ্বাঞ্চল অতি গুৰুত্বপূৰ্ণ। উঃ-পূবত ১০০তকৈও অধিক তৈলক্ষেত্ৰ আৰু ২০০ মিলিয়ন মেট্ৰিক টন খাৰুৱা তেলৰ ভাণ্ডাৰৰ লগতে…
Read More
ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে উদ্বোধন কৰিলে কৌশল ভৱন, প্ৰশস্ত কৰিলে দক্ষতা সবলীকৰণৰ নতুন যুগৰ

ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে উদ্বোধন কৰিলে কৌশল ভৱন, প্ৰশস্ত কৰিলে দক্ষতা সবলীকৰণৰ নতুন যুগৰ

ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে ২৪ জানুৱাৰীত দক্ষতা বিকাশৰ জৰিয়তে যুৱক-যুৱতীসকলক সবলীকৰণৰ বাবে ভাৰতৰ দৃঢ় দায়বদ্ধতাৰ প্ৰতীক কৌশল ভৱন উদ্বোধন কৰি এক ঐতিহাসিক মুহূৰ্তৰ সূচনা কৰে। এই উদ্বোধনী অনুষ্ঠানত স্কিল ইণ্ডিয়া মিছনৰ অধীনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৃষ্টিভংগী প্ৰতিফলিত হয়, যি ভৱিষ্যতৰ বাবে সাজু কৰ্মশক্তি গঢ় দিয়াত দক্ষতাৰ উল্লেখযোগ্য ভূমিকাত গুৰুত্ব আৰোপ কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰৰ দৰে বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত কৌশল ভৱনক আকাংক্ষা পূৰণ আৰু ভাৰতৰ যুৱ প্ৰতিভাক লালন-পালনৰ অনুঘটক হিচাপে প্ৰদৰ্শন কৰা হয়। অত্যাধুনিক আন্তঃগাঁথনিৰে সজ্জিত ভৱনে সৃষ্টিশীলতা আৰু উৎপাদনশীলতা বৃদ্ধিৰ লগতে ঠাইতে সুউচ্চ গছ সংৰক্ষণ কৰি পৰিৱেশৰ দায়বদ্ধতাৰ ওপৰত গুৰুত্ব…
Read More
টাটা মটৰ্ছৰ টিয়াগো আৰু টিগৰ আইচিএনজি এএমটি – ভাৰতৰ বৈপ্লৱিক চিএনজি কাৰৰ বুকিঙৰ বাবে আমন্ত্ৰণ

টাটা মটৰ্ছৰ টিয়াগো আৰু টিগৰ আইচিএনজি এএমটি – ভাৰতৰ বৈপ্লৱিক চিএনজি কাৰৰ বুকিঙৰ বাবে আমন্ত্ৰণ

দেশৰ আগশাৰীৰ অটোমোটিভ নিৰ্মাতা টাটা মটৰ্ছে চিএনজি গাড়ীসমূহত এএমটি প্ৰৱৰ্তন কৰি উদ্যোগলৈ আনিছে এক যুগান্তকাৰী পৰিৱৰ্তন। কোম্পানীটোৱে টিয়াগো আৰু টিগৰৰ আইচিএনজি এএমটিৰ বাবে আৰম্ভ কৰিছে বুকিং। চিএনজি গাড়ীত অতি প্ৰয়োজনীয় বুটৰ স্থান মুক্ত কৰিবলৈ টুইন চিলিণ্ডাৰ চিএনজি প্ৰযুক্তি অন্তৰ্ভুক্ত কৰি টাটা মটৰ্ছে চিএনজি বাহনত অটোমেটিক ট্ৰেন্সমিছনৰ প্ৰৱৰ্তনৰ জৰিয়তে এক নতুন ট্ৰেণ্ড আগবঢ়াইছে। গ্ৰাহকৰ বাবে গাড়ীসমূহত এক সৰ্বোত্তম লেনদেন, উচ্চমানৰ চিএনজি অৰ্থনীতি, স্বয়ংক্ৰিয় সুবিধা, সুৰক্ষা নিশ্চয়তা আৰু শীৰ্ষ-মানদণ্ডৰ আৰাম আৰু সুবিধা বৈশিষ্ট্য প্ৰদান কৰিছে। গ্ৰাহকসকলে এতিয়া টাটা মটৰ্ছৰ নিকটতম অনুমোদিত ডিলাৰশ্বিপলৈ গৈ অথবা অনলাইনত ২১,০০০ টকাতে নিজৰ পছন্দৰ গাড়ীখন বুকিং কৰিব পাৰিব। টিয়াগো আইচিএনজি এএমটি তিনিটা ভেৰিয়েণ্টত উপলব্ধ হ’ব: এক্সটিএ চিএনজি,…
Read More
আইএছআৰএলৰ উদ্বোধনী ৰেচত আগবাঢ়ি আছে সন্তোষৰ নেতৃত্বৰ বিগৰক মটৰস্প’ৰ্ট

আইএছআৰএলৰ উদ্বোধনী ৰেচত আগবাঢ়ি আছে সন্তোষৰ নেতৃত্বৰ বিগৰক মটৰস্প’ৰ্ট

পুনেত অনুষ্ঠিত উদ্বোধনী ৰেচত চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগে(আইএছআৰএল) অপ্ৰত্যাশিত আৰু অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে, এই ৰেচত বিগৰক মটৰস্প’ৰ্টৰ ৰেচাৰে প্ৰথম ৰেচত দল হিচাপে প্ৰথম স্থান লাভ কৰিছে। পুনেৰ দৰ্শকৰ সমুখত ৪৫০ চিচি আন্তঃৰাষ্ট্ৰীয় ৰেচত হোণ্ডা চলাই বিবি ৰেচিঙৰ ফ্ৰান্সৰ জৰ্ডি টিক্সিয়াৰে প্ৰথম স্থান দখল কৰে। কাৱাছাকিত উঠি বিগৰক মটৰস্প’ৰ্টৰ অষ্ট্ৰেলিয়ান ৰেচাৰ ৰিড টেইলৰে ২৫০ চিচিৰ আন্তঃৰাষ্ট্ৰীয় ৰেচত নেতৃত্ব প্ৰদান কৰি দলটোক আগুৱাই লৈ যায়। কাৱাছাকিত আৰোহণ কৰি বিগৰক মটৰস্প’ৰ্টৰ থাইলেণ্ডৰ থানাৰাটপেঞ্জনে টীমটোক অতিৰিক্ত সহায় প্ৰদান কৰি ২৫০ চিচি ইণ্ডিয়া এছিয়া মিক্সত জয়লাভত সহায় কৰে। চিয়েট ইণ্ডিয়ান চুপাৰক্ৰছ ৰেচিং লীগৰ সহ-প্ৰতিষ্ঠাপক আৰু সঞ্চালক বীৰ পেটেলে ছিজন ১ৰ প্ৰথম ৰেচে প্ৰদান…
Read More
‘চেমচাং এডুকেশ্বন হাব’ ৰূপায়ণৰ বাবে পিডব্লিউৰ সৈতে অংশীদাৰিত্ব চেমচাঙৰ

‘চেমচাং এডুকেশ্বন হাব’ ৰূপায়ণৰ বাবে পিডব্লিউৰ সৈতে অংশীদাৰিত্ব চেমচাঙৰ

চেমচাঙে  ফিজিক্স ৱালাৰ সৈতে অংশীদাৰিত্বৰে মুকলি কৰিছে ‘চেমচাং এডুকেচন হাব’, যি হৈছে এক ডিজাইন-ফৰ-টিভি শিক্ষা এপ। এই এপটো ৩২ ইঞ্চিৰ পৰা ৯৮ ইঞ্চিলৈকে স্ক্ৰীণ চাইজ(আকাৰ)ৰ সকলো চেমচাং টিভি আৰু স্মাৰ্ট মনিটৰত উপলব্ধ হ’ব। ২০২৪ৰ সকলো চেমচাং টিভি আৰু স্মাৰ্ট মনিটৰত উপলব্ধ হ’ব এই এপ। চিবিএছই ব’ৰ্ডৰ ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে আৰু আইআইটি তথা নীটৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লাইভ ক্লাছ আৰু  চাহিদা অনুসৰি শিক্ষাৰ সমল প্ৰদান কৰি শৈক্ষিক সহায় হিচাপে টিভিৰ ভূমিকা বৃদ্ধি কৰাই হৈছে এই পদক্ষেপৰ লক্ষ্য। চেমচাং টিভি আৰু চেমচাং টিভি ব্যৱহাৰকাৰীৰ লগতে বৰ্তমানৰ ফিজিক্স ৱালাৰ গ্ৰাহকসকলে শৈক্ষিক সমল প্ৰাপ্ত কৰিব পাৰে। চেমচাঙৰ…
Read More
নলবাৰীত খোৱাপানীৰ এটিএম উদ্বোধন এইচচিচিবিৰ

নলবাৰীত খোৱাপানীৰ এটিএম উদ্বোধন এইচচিচিবিৰ

ভাৰতৰ আগশাৰীৰ এফএমচিজি প্ৰতিষ্ঠান হিন্দুস্তান কোকাকোলা বেভাৰেজ প্ৰাইভেট লিমিটেডে(এইচচিচিবি) ৱাই৪ডি ফাউণ্ডেশ্যনৰ সহযোগত নলবাৰীত মুকলি কৰিলে খোৱাপানীৰ এটিএম। এই ড্ৰিংকিং ৱাটাৰ এটিএমটো মুকলি কৰিলে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকাই। প্ৰকল্পটোৰ জৰিয়তে প্ৰায় ৪,০০০ লোকক বিশুদ্ধ খোৱা পানী প্ৰদান কৰিব। এই পদক্ষেপ স্থানীয় লোকসকলৰ বাবে বহনক্ষম জল সুৰক্ষা আৰু অঞ্চলটোৰ সবলীকৰণৰ প্ৰচেষ্টাৰ প্ৰতি কোম্পানীটোৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখে। নলবাৰী জিলাৰ আয়ুক্ত আইএএছ বৰ্ণালী ডেকাই এই পদক্ষেপত আনন্দ প্ৰকাশ কৰি কয় যে, এইচচিচিবিয়ে নলবাৰীৰ স্থানীয় ৰাইজৰ বাবে পৰিষ্কাৰ আৰু বিশুদ্ধ পানীৰ সুবিধা যোগান ধৰি অঞ্চলটোৰ উপকাৰ সাধন কৰিছে। ৱাটাৰ এটিএমৰ জৰিয়তে ১৫০খনতকৈও অধিক বিপণী আৰু বাণিজ্যিক প্ৰতিষ্ঠান তথা সমীপৰ…
Read More
টিকেএমে ‘উন্নত বহনক্ষম গতিশীলতা’ৰ সৈতে পুনৰ আগবঢ়াইছে ভাৰত মবিলিটি গ্ল’বেল এক্সপ’

টিকেএমে ‘উন্নত বহনক্ষম গতিশীলতা’ৰ সৈতে পুনৰ আগবঢ়াইছে ভাৰত মবিলিটি গ্ল’বেল এক্সপ’

ভাৰত মবিলিটি গ্ল’বেল এক্সপ’ ২০২৪ৰ বাবে ভাৰতে প্ৰস্তুতি অব্যাহত ৰখাৰ সময়তে ভাৰতৰ প্ৰথমটো গ্ল’বেল ম’বিলিটি শ্ব’ এক ঐতিহাসিক মুহূৰ্ত হিচাপে চিহ্নিত হৈছে, কিয়নো এই প্ৰদৰ্শনী গতিশীলতাৰ ক্ষেত্ৰত ভাৰতৰ উৎপাদনৰ সামৰ্থ্য প্ৰদৰ্শনৰ বাবে সমগ্ৰ মূল্য শৃংখলা একত্ৰিত হৈছে। এই এক্সপ’ত উন্নত সেউজ বাহন প্ৰযুক্তি, আন্তঃগাঁথনি সমৰ্থন ব্যৱস্থা, নগৰীয়া গতিশীলতা সমাধান আৰু সংযোজিত আৰু স্বতন্ত্ৰ সামৰ্থ্যসমূহ প্ৰদৰ্শন কৰা হয়, যিয়ে স্বয়ংচালিত উৎপাদনৰ কেন্দ্ৰ হিচাপে ভাৰতৰ বৰ্ধিত গুৰুদায়িত্ব আৰু ভাৰত তথা বিশ্বব্যাপী গতিশীলতাৰ ভৱিষ্যৎ সন্দৰ্ভত ভাৰতীয় অটো খণ্ডৰ ইতিবাচক প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। টয়োটা কিৰ্লোস্কাৰ মটৰে "গ্ৰো ইণ্ডিয়া – গ্ৰো উইথ ইণ্ডিয়া"ৰ ওপৰত গুৰুত্ব আৰোপ কৰি আড়ম্বৰপূৰ্ণ অনুষ্ঠানত নিজৰ উন্নত সেউজ প্ৰযুক্তিৰ সামগ্ৰীসমূহ…
Read More
য়ামাহা মটৰ চাইকেলৰ বাবে মন্ত্ৰমুগ্ধকৰ গ্ৰাফিক্স আৰু ৰঙৰ সুযোগ

য়ামাহা মটৰ চাইকেলৰ বাবে মন্ত্ৰমুগ্ধকৰ গ্ৰাফিক্স আৰু ৰঙৰ সুযোগ

ইণ্ডিয়া য়ামাহা মটৰে (আইৱাইএম) মটৰচাইকেল লাইন-আপত এক সতেজ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে, যাৰ ভিতৰত আছে জনপ্ৰিয় আৰ১৫ভি৪ আৰু এফজেড ছিৰিজৰ মডেল ৰেঞ্জৰ বাবে নতুন ৰঙৰ পছন্দ আৰু প্ৰসাধন সামগ্ৰী বৃদ্ধি কৰা হৈছে। বিক্ৰী বৃদ্ধি কৰা আৰু সমগ্ৰ দেশৰ যুৱ গ্ৰাহকৰ সৈতে শক্তিশালী সংযোগ স্থাপনৰ ওপৰত গুৰুত্ব দিয়া হৈছে। নতুন ৰঙৰ বিকল্পবোৰ প্ৰতিজন গ্ৰাহকৰ জীৱনশৈলীৰ সৈতে মিলাকৈ প্ৰস্তুত কৰা হৈছে, যিয়ে ব্যক্তিগতকৃত যাত্ৰা প্ৰদানৰ লগতে অনুৰাগী বা উৎসাহীসকলক 'দ্য কল অৱ দ্য ব্লু'ক আকোৱালি ল'বলৈ প্ৰলোভিত কৰিব। এই উন্নীতকৰণ সন্দৰ্ভত নিজৰ অভিমত প্ৰকাশ কৰি য়ামাহা মটৰ ইণ্ডিয়া গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ আইশিন চিহানাই কয় যে, "য়ামাহা 'দ্য কল অফ দ্য ব্লু' ব্ৰেণ্ড…
Read More
হিৰোৱে মুকলি কৰিলে হিৰো ৱৰ্ল্ডৰ বহুপ্ৰত্যাশিত দ্বিতীয় সংস্কৰণ 

হিৰোৱে মুকলি কৰিলে হিৰো ৱৰ্ল্ডৰ বহুপ্ৰত্যাশিত দ্বিতীয় সংস্কৰণ 

বিশ্বৰ সৰ্ববৃহৎ স্কুটাৰ আৰু মটৰ চাইকেল নিৰ্মাতা প্ৰতিষ্ঠান হিৰো মট’কৰ্পে হিৰো ৱৰ্ল্ড ২০২৪ত নিজৰ অভিলাষী ভৱিষ্যতৰ ৰোডমেপ প্ৰকাশ কৰিছে। এই অনুষ্ঠানটো ৰাজস্থানৰ জয়পুৰৰ উদ্ভাৱন আৰু প্ৰযুক্তি কেন্দ্ৰ(চিআইটি)ত অৱস্থিত হিৰোৰ আৰ এণ্ড ডি হাবত অনুষ্ঠিত হৈছিল। হিৰোৱে আইচিই ছেগমেণ্টত শেহতীয়া উৎপাদন-প্ৰস্তুত বাহন, গ্ৰাহক-কেন্দ্ৰিক সমাধান, প্ৰযুক্তিগত উদ্ভাৱন আৰু বৈদ্যুতিকৰণ আৰু বহনক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। হিৰো মট’কৰ্পেও নিজৰ ৪০ বছৰীয়া জয়ন্তী উদযাপন কৰিছেৰে, যি ভাৰতীয় উৎপাদন ক্ষমতা, অভিযান্ত্ৰিক, উদ্ভাৱন আৰু প্ৰযুক্তিৰ দক্ষতাৰ পুনৰুত্থানত কোম্পানীটোৰ অৱদানক চিহ্নিত কৰিছে। হিৰো মট’কৰ্পে মেভ্ৰিক ৪৪০ মটৰ চাইকেলৰ জৰিয়তে মধ্য-ওজনৰ শাখাত প্ৰৱেশৰ কথা ঘোষণা কৰিছে, যিয়ে কোম্পানীটোৰ ৪০ বছৰীয়া ইতিহাসত এক মাইলৰ খুঁটি ৰূপে অভিহিত হৈছে। মেভ্ৰিক…
Read More
টাটা মটৰ্ছ ফ্লীট এজে সফলতাৰে সংযোগ কৰিছে ৫ লাখ বাণিজ্যিক বাহন

টাটা মটৰ্ছ ফ্লীট এজে সফলতাৰে সংযোগ কৰিছে ৫ লাখ বাণিজ্যিক বাহন

ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে নিজৰ সমৰ্পিত সংযোজিত বাহন প্লেটফৰ্ম ফ্লীট এজৰ সৈতে ৫ লাখ বাণিজ্যিক বাহন সংযোগ কৰাৰ কথা ঘোষণা কৰিছে। বিশেষভাৱে দক্ষ ফ্লীট মেনেজমেণ্টৰ বাবে ডিজাইন কৰা এই ফ্লিট এজে বাহনৰ আপটাইম বৃদ্ধি আৰু পথ সুৰক্ষা উন্নত কৰাৰ বাবে স্মাৰ্ট প্ৰযুক্তি ব্যৱহাৰ কৰে। এই প্লেটফৰ্মে বাহনৰ স্থিতি, অৱস্থা, অৱস্থান আৰু চালকৰ আচৰণৰ ওপৰত বাস্তৱ সময়ৰ অন্তৰ্দৃষ্টি প্ৰদান কৰে, যাৰ ফলত মালিক আৰু বাহনৰ পৰিচালকসকলে কাৰ্যকৰী দক্ষতা, লজিষ্টিক খৰচ হ্ৰাস আৰু লাভ বৃদ্ধি কৰিবলৈ এক সঠিক সিদ্ধান্ত ল'ব পাৰে। ফ্লীট এজ হৈছে এক ব্যৱহাৰকাৰী-অনুকূল আন্তঃপৃষ্ঠ, যিয়ে বাহনৰ স্বাস্থ্য নিৰীক্ষণ কৰাৰ লগতে সময় বৃদ্ধি কৰে আৰু মেইনটেনেঞ্চ…
Read More