ব্যৱসায়

আইটিচি বিংগো! মুকলি কৰিছে ৩টা আকৰ্ষণীয় কোৰিয়ান ফ্লেভাৰ

আইটিচি বিংগো! মুকলি কৰিছে ৩টা আকৰ্ষণীয় কোৰিয়ান ফ্লেভাৰ

আইটিচি বিংগো! মুকলি কৰিলে বিংগো! ৩টা চিজলিং ফৰ্মেটত দুগুণ হট আৰু স্পাইচী কোৰিয়ান-ষ্টাইলৰ চিপছ: বিংগো! অৰিজিনেল ষ্টাইল, বিংগো! হেশ্বটেগ আৰু বিংগো! আলুৰ চিপচ! কোৰিয়ান সোৱাদযুক্ত স্নেকছ(জলপান) আগবঢ়োৱা প্ৰথমটো ভাৰতীয় ব্ৰেণ্ড বিংগো! ভাৰতীয় গ্ৰাহকৰ মাজত কোৰিয়ান সংস্কৃতিৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তা সকলোৱে আজিৰ তাৰিখত অনুভৱ কৰিছে। এই নতুন ভেৰিয়েণ্ট মুকলি আৰু ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কে-ৱেভত ধৰি ৰাখিবলৈ বিংগো! টনিক ৱৰ্ল্ডৱাইডে প্ৰস্তুত কৰা মিউজিক ভিডিঅ'টোৰ সৈতে দক্ষিণ কোৰিয়াৰ জনপ্ৰিয় গায়ক অওৰাৰ সহযোগত মুকলি কৰিছে নতুন গীত "মেউন মেউন", যাৰ অৰ্থ হৈছে কোৰিয়ান ভাষাত "স্পাইচি, স্পাইচি।" এই ব্ৰেণ্ডটোৰ বিনোদনধৰ্মী, আকৰ্ষণীয় গীতটোৱে ব্ৰেণ্ডটোৰ ভাইবৰ সৈতে সহযোগিতা কৰি কোৰিয়ান পপ সংস্কৃতিৰ জনপ্ৰিয়তাক ফলপ্ৰসূভাৱে লাভৱান্বিত কৰি বিংগো মুকলিৰ…
Read More
জং-হিৰ জিঅ’ ৱৰ্ল্ড প্লাজাস্থিত চেমচাং বিকেচি পৰিদৰ্শন 

জং-হিৰ জিঅ’ ৱৰ্ল্ড প্লাজাস্থিত চেমচাং বিকেচি পৰিদৰ্শন 

চেমচাং ইলেক্ট্ৰনিকছৰ উপাধ্যক্ষ, মুখ্য কাৰ্যবাহী বিষয়া আৰু ডিভাইচ ইএক্সপেৰিয়েন্স ডিভিজনৰ মুৰব্বী জং-হি (জেএইচ) হানে মুম্বাইৰ জিঅ' ৱৰ্ল্ড প্লাজাত চেমচাং বিকেচিত অত্যাধুনিক বিপণীখন মুকলি কৰাৰ পিছত প্ৰথমবাৰৰ বাবে এই ষ্টৰটো পৰিদৰ্শন কৰে। ভাৰতীয় বজাৰৰ প্ৰতি চেমচাঙৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি এআই আৰু প্ৰযুক্তি-সক্ষম গ্ৰাহকসকলৰ বাবে হাইপাৰ সংযোগ আগবঢ়াইছে। হানে গ্ৰাহকসকলক নিজৰ নিজৰ সামগ্ৰী পৰ্টফলিঅ'ত চেমচাঙৰ শেহতীয়া এআই উদ্ভাৱনৰ অভিজ্ঞতা ল'বলৈ সকলোকে আমন্ত্ৰণ জনাইছে। ২০২৪ৰ আৰম্ভণিতে হানে চিইএছত নিজৰ ‘এআই ফৰ অল’ দৃষ্টিভংগী মুকলি কৰিছিল, য’ত এআইয়ে ব্যৱহাৰকাৰীৰ অভিজ্ঞতা আৰু সুবিধা কেনেদৰে বৃদ্ধি কৰিব পাৰি সেই বিষয়ে আলোকপাত কৰিছিল। জানুৱাৰী মাহত চেমচাঙে গেলেক্সি এছ ২৪ স্মাৰ্টফোন ছিৰিজত গেলেক্সিএআই প্ৰৱৰ্তন কৰিছিল। চেমচাং…
Read More
শোভিত বিশ্ববিদ্যালয়ৰ সৈতে এনএছডিচিৰ বিশেষ বুজাবুজি চুক্তি

শোভিত বিশ্ববিদ্যালয়ৰ সৈতে এনএছডিচিৰ বিশেষ বুজাবুজি চুক্তি

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ তত্বাৱধানত ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগমে(এনএছডিচি) উচ্চ শিক্ষাৰ প্ৰখ্যাত শিক্ষানুষ্ঠান শোভিত ইন্সটিটিউট অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকনলজীৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰি তথ্যপ্ৰযুক্তি আৰু ব্যৱস্থাপনা খণ্ডৰ উচ্চাকাংক্ষী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যৌথভাৱে ইণ্টিগ্ৰেটেড ডিগ্ৰী পাঠ্যক্ৰম আগবঢ়াইছে।এনএছডিচি ইণ্টাৰনেচনেলৰ এনএছডিচিৰ চিই অ’ আৰু এম ডি বেদমণি তিৱাৰী আৰু শোভিত বিশ্ববিদ্যালয়ৰ সহ-প্ৰতিষ্ঠাপক আৰু উপাচাৰ্য কুনৱাপ শেখৰ বিজেন্দ্ৰ আৰু এছ’চাম ৰাষ্ট্ৰীয় শিক্ষা পৰিষদৰ অধ্যক্ষৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক ব্যৱহাৰিক অভিজ্ঞতাৰ সৈতে শৈক্ষিক জ্ঞানৰ সংমিশ্ৰণেৰে ডমেইন-নিৰ্দিষ্ট দক্ষতা আৰু উন্নত প্ৰযুক্তিৰে সজ্জিত কৰি তোলা, যাৰ ফলত উদ্যোগসমূহৰ মাজত দক্ষ কৰ্মশক্তিৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণ কৰা। এই পদক্ষেপে শিক্ষাৰ্থীক…
Read More
“ভ্ৰাম্যমাণ থিয়েটাৰ- শিল্পীৰ পৃথিৱীত এভূমুকি প্ৰথম কুৰিবছৰ ” শীৰ্ষক গ্ৰন্থ উন্মোচন

“ভ্ৰাম্যমাণ থিয়েটাৰ- শিল্পীৰ পৃথিৱীত এভূমুকি প্ৰথম কুৰিবছৰ ” শীৰ্ষক গ্ৰন্থ উন্মোচন

অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম গৰাকী নেপথ্য কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, অসমৰ প্ৰথম গৰাকী মহিলা আৰক্ষী বিষয়া, বিশিষ্ট সাহিত্যিক ৰেণু দত্ত বৰফুকনৰ বৰ্ণিল জীৱন আধাৰিত তথ্যচিত্ৰ "জ্যোতিৰূপা" নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বামুনবড়ী উচ্চ মাধ্যমিক বিদ্যালয়ত শুভমুক্তি কৰা হয় । উক্ত অনুষ্ঠানতে বিশিষ্ট নাট্য সমালোচক, সাংবাদিক অতুল মজুমদাৰ ৰচিত "ভ্ৰাম্যমাণ থিয়েটাৰ - শিল্পীৰ পৃথিবীত এভূমুকি প্ৰথম কুৰি বছৰ " শীৰ্ষক গ্ৰন্থ এখনো উন্মোচন কৰা হয়। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন সহকাৰী পৰিচালক গকুল চন্দ্ৰ ডেকা আৰু লেখক তথ্যচিত্ৰ নিৰ্মাতা পৱন দত্তই গছপুলি ৰোপণ কৰি অনুষ্ঠানৰ শুভ আৰম্ভনি কৰে । কৃষক খগেন দাস , ম'হ পালক উত্তম ডেকা ,বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পংকজ পল্লভ শৰ্মা অৱসৰী শিক্ষক…
Read More
ডিএছপি এছএণ্ডপি বিএছইৰ লিকুইড ৰেট ইটিএফ মুকলি

ডিএছপি এছএণ্ডপি বিএছইৰ লিকুইড ৰেট ইটিএফ মুকলি

ডিএছপি মিউচুৱেল ফাণ্ডে ডিএছপি এছএণ্ডপি বিএছই লিকুইড ৰেটইটিএফ (ডিএছপি বিএলআৰইটিএফ), এছএণ্ডপি বিএছই লিকুইড ৰেট সূচকাংকৰ প্ৰতিলিপি/ অনুসৰণ কৰা অপেন-এণ্ডেড(মুকলি আঁচনি) আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই স্কিমখন বিনিয়োগকাৰীসকলৰ বাবে উপযুক্ত, যিয়ে মাৰ্জিন একাউণ্টত নিষ্ক্ৰিয় হৈ থকা ধন ৰাখি যিকোনো ৰিটাৰ্ণ প্ৰদান নকৰে; ইয়াৰ পৰিৱৰ্তে, ডিএছপি বিএলআৰ ইটিএফৰ ইউনিটত পাৰ্কিং মানিয়ে অতিৰিক্ত ৰিটাৰ্ণ অৰ্জন কৰাত সহায় কৰিব পাৰে। এই স্কিমে ১ডি মেচিয়ৰিটী(পৰিপূৰ্ণতা)ৰ সৈতে অভাৰনাইট সঁজুলি বা বিকল্পত বিনিয়োগ কৰে। এই পুঁজিয়ে বিনিয়োগকাৰীসকলক যথেষ্ট লিকুইডিটি আৰু কম ৰিস্কৰ সৈতে সহজ নগদ ধন ব্যৱস্থাপনাৰ সুবিধা প্ৰদান কৰিছে। মাৰ্জিন একাউণ্টত ধন অচল হৈ থকা বিনিয়োগকাৰীৰ বাবে এই স্কিমখন উপযোগী যিয়ে কোনো লাভ নিদিয়ে; ইয়াৰ…
Read More
হেইয়াৰে উন্মোচন কৰিলে “ম’ৰ ক্ৰিয়েচন, মৰ পচিবিলিটীছ”ৰ নতুন দৃষ্টিভংগী

হেইয়াৰে উন্মোচন কৰিলে “ম’ৰ ক্ৰিয়েচন, মৰ পচিবিলিটীছ”ৰ নতুন দৃষ্টিভংগী

১৫ বছৰ ধৰি একেৰাহে শীৰ্ষস্থানত থকা গ্ল’বেল মেজৰ এপ্লায়েন্স ব্ৰেণ্ড হেইয়াৰ এপ্লায়েন্স ইণ্ডিয়াই ভাৰতত প্ৰতিষ্ঠাৰ ২০ বছৰীয়া জয়ন্তী উদযাপন কৰিছে। এই গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিয়ে গ্ৰাহক-অনুপ্ৰাণিত উদ্ভাৱনৰ প্ৰতি হেইয়াৰৰ অটল দায়বদ্ধতা আৰু ‘মেক ইন ইণ্ডিয়া’ আৰু ‘মেড ফৰ ইণ্ডিয়া’ৰ প্ৰতি নিজৰ নিষ্ঠা প্ৰদৰ্শন কৰিছে। উদযাপনৰ এই ক্ষণণে হেইয়াৰ ইণ্ডিয়াই অ’এলইডি আৰু কিউএলইডি টিভি, ছুপাৰ হেভি-ডিউটী এয়াৰ কণ্ডিচনাৰ ছিৰিজ, কিনোউচি ব্লেক এয়াৰ কণ্ডিচনাৰ, ভগ আৰু স্মাৰ্ট কনভাৰ্টিবল ফ্ৰীজ, ৱাশ্বাৰ আৰু ড্ৰায়াৰ ফ্ৰণ্ট লোড ৱাশ্বিং মেচিন, বাণিজ্যিক ফ্ৰীজ আৰু বাণিজ্যিক এয়াৰ কণ্ডিচনাৰৰ শেহতীয়া ৰেঞ্জ মুকলি কৰি নিজৰ প্ৰডাক্ট অফাৰৰ সম্প্ৰসাৰণ কৰিছে। ভাৰতীয় বাসগৃহৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা স্মাৰ্ট আৰু স্বজ্ঞাত সামগ্ৰীৰ জৰিয়তে গ্ৰাহকক…
Read More
লিমকা বুক অৱ ৰেকৰ্ডছ ২০২৪ত যুগান্তকাৰী অভিলেখ গঢ়া মহিলাক জনোৱা হৈছে

লিমকা বুক অৱ ৰেকৰ্ডছ ২০২৪ত যুগান্তকাৰী অভিলেখ গঢ়া মহিলাক জনোৱা হৈছে

লিমকা বুক অৱ ৰেকৰ্ডছে গৌৰৱেৰে প্ৰকাশ কৰিলে ব্যতিক্ৰমী আৰু উন্নত প্ৰদৰ্শনেৰে উজলি উঠা অভিলেখ সৃষ্টিকাৰী মহিলাৰ তালিকা। লিমকা বুক অৱ ৰেকৰ্ডছে সেই মহিলাসকলক সন্মানিত কৰে যিসকলে প্ৰত্যাশা পূৰণৰ বাবে সফল হৈছে, নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছে আৰু ক্ৰীড়াজগতত ইতিহাস সৃষ্টি কৰিছে। এইসকল মহিলাৰ কাহিনীয়ে প্ৰত্যাশা আৰু সৱলীকৰণৰ এক অনন্য মাত্ৰা প্ৰদান কৰিছে, যিয়ে আমাক সোঁৱৰাই দিয়ে যে আৱেগ অনুসৰণ আৰু পাৰ্থক্য সৃষ্টিৰ বাবে কোনো সীমা নাই। লিমকা বুক অৱ ৰেকৰ্ডছত কেইবাগৰাকী মহিলাই নিজৰ কৃতিত্বৰ বাবে স্থান লাভ কৰিছে, যিয়ে বিভিন্ন ক্ৰীড়াক্ষেত্ৰত যথেষ্ট সফলতা অৰ্জন কৰিছে। অহিকা মুখাৰ্জী আৰু সুতীৰ্থা মুখাৰ্জীয়ে এছিয়ান গেমছ ২০২২ত টেবুল টেনিছত প্ৰথমবাৰলৈ ভাৰতীয় মহিলা দ্বৈত শাখাত ব্ৰঞ্জৰ…
Read More
নেচনেল ষ্টক এক্সচেঞ্জে এনএছই-এছএছইত প্ৰথম পাঁচটা প্ৰতিষ্ঠান তালিকাভুক্তকৰণৰ ক্ষণত আয়োজন বিশেষ অনুষ্ঠানৰ

নেচনেল ষ্টক এক্সচেঞ্জে এনএছই-এছএছইত প্ৰথম পাঁচটা প্ৰতিষ্ঠান তালিকাভুক্তকৰণৰ ক্ষণত আয়োজন বিশেষ অনুষ্ঠানৰ

নেচনেল ষ্টক এক্সচেঞ্জ (এনএছই)ৰ ছ’চিয়েল ষ্টক এক্সচেঞ্জে (এছএছই) নিজৰ এনএছই-ছ’চিয়েল ষ্টক এক্সচেঞ্জ (এছএছই) প্লেটফৰ্মত প্ৰথম ৫টা প্ৰতিষ্ঠান তালিকাভুক্তকৰণৰ সাফল্য় অৰ্জন কৰি আন এক মাইলৰ খুঁটি অৰ্জন কৰিছে – স্বামী বিবেকানন্দ য়ুথ মুভমেণ্ট (এছভিৱাইএম), ট্ৰেন্সফৰ্ম ৰুৰেল ইণ্ডিয়া, মুক্তি, একলব্য ফাউণ্ডেচন আৰু এছজিবিএছ উন্নতি ফাউণ্ডেচন। এই কৃতিত্ব উদযাপনৰ বাবে মুম্বাইৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্স(বিকেচি)স্থিত নেচনেল ষ্টক এক্সচেঞ্জ(এনএছই)ৰ  মুখ্য কাৰ্যালয়ত আয়োজিত কৰা হৈছিল এক বিশেষ অনুষ্ঠানৰ, এই অনুষ্ঠানত শেহতীয়াভাৱে প্ৰভাৱিত বিত্তীয় ক্ষেত্ৰসমূহৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰা হৈছিল। তালিকাভুক্তকৰণৰ জৰিয়তে দেশৰ শিক্ষা, দক্ষতা বিকাশ, কৃষি, জীৱিকা, মহিলা সৱলীকৰণ ইত্যাদিকে ধৰি বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ বাবে ৮ কোটি টকাৰ পুঁজি সংগ্ৰহ কৰা হৈছে।  ছেবিৰ অধ্যক্ষ মাধবী…
Read More
মন্ত্ৰী প্ৰধানে দেশৰ দক্ষতা পৰিৱেশ তন্ত্ৰৰ পৰিসৰ আৰু গতি প্ৰদানৰ লক্ষ্যৰে কৌশলগত অংশীদাৰিত্ব ঘোষণা 

মন্ত্ৰী প্ৰধানে দেশৰ দক্ষতা পৰিৱেশ তন্ত্ৰৰ পৰিসৰ আৰু গতি প্ৰদানৰ লক্ষ্যৰে কৌশলগত অংশীদাৰিত্ব ঘোষণা 

ভাৰতৰ শিক্ষা, দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ ধৰ্মেন্দ্ৰ প্ৰধানে দেশৰ দক্ষতা পৰিস্থিতিতন্ত্ৰ বৃদ্ধি কৰি নতুন মাত্ৰা প্ৰদানৰ বাবে কৌশলগত অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে, যাৰ লক্ষ্য হৈছে নিজৰ শক্তি আৰু গতি বৃদ্ধি কৰা। এই গুৰুত্বপূৰ্ণ ঘোষণাবোৰৰ ভিতৰত অন্যতম হৈছে উদ্যোগৰ অংশীদাৰ, শিক্ষা আৰু চৰকাৰী বিভাগসমূহৰ সৈতে কৌশলগত সহযোগিতা, এছডিআইত মিডিয়া আৰু ইলেক্ট্ৰনিকছৰ দুটা উৎকৰ্ষ কেন্দ্ৰ মুকলি, এনআইএমআইৰ দ্বাৰা মক টেষ্ট এপ্লিকেচন ২.০ মুকলি কৰা আৰু আইটিআই আৰু এনএছটিআই প্ৰাৰ্থীৰ বাবে ৪টা নতুন যুগৰ পাঠ্যক্ৰমৰ শুভাৰম্ভণি। ইয়াৰ উদ্দেশ্য হৈছে উদ্যোগৰ সৈতে প্ৰয়োজনীয় আৰু দক্ষতা বিকাশৰ পদক্ষেপৰ মাজৰ ব্যৱধান দূৰ কৰা, যাতে ভাৰতৰ যুৱ কৰ্মশক্তি প্ৰতিযোগিতামূলক আৰু শেহতীয়া ট্ৰেণ্ডৰ সৈতে খাপ খোৱাটো সুনিশ্চিত…
Read More
চেমচাঙে ইয়াৰ হোলীচেল মুকলি কৰিছে

চেমচাঙে ইয়াৰ হোলীচেল মুকলি কৰিছে

ভাৰতৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড ছেমছাঙে বিভিন্ন ছেমছাং সামগ্ৰী যেনে গেলেক্সী স্মাৰ্টফোন, লেপটপ, টেবলেট, আনুষঙ্গিক সামগ্ৰী আৰু পৰিধানযোগ্য সামগ্ৰী, ছেমছাং টিভি আৰু অন্যান্য ডিজিটেল সঁজুলিৰ ওপৰত বাম্পাৰ অফাৰ আৰু কেছবেকৰ সৈতে ইয়াৰ একচেটিয়া হোলী চেল মুকলি কৰিছে। এই অফাৰবোৰ Samsung.com, ছেমছাং শ্বপ এপ, আৰু ছেমছাং এক্সক্লুছিভ ষ্ট'ৰত উপলব্ধ হ'ব। গ্ৰাহকসকলে আগশাৰীৰ বেঙ্ক ডেবিট আৰু ক্ৰেডিট কাৰ্ডত 22.5% লৈকে কেছবেক  (25000 টকালৈকে) লাভ কৰিব। 15 মাৰ্চৰ পৰা আৰম্ভ হ'বলগীয়া আৰু 26 মাৰ্চলৈকে সম্প্ৰসাৰিত হ'বলগীয়া হোলী এক্সট্ৰাভেঞ্জাৰ সময়ত, গেলেক্সী এছ শৃংখলা, গেলেক্সী এ শৃংখলা, আৰু গেলেক্সী জেড চিৰিজৰ ফ্লেগশ্বিপ মডেলৰ নিৰ্বাচিত মডেলবোৰ 60% লৈকে ৰেহাইত উপলব্ধ হ'ব। গ্ৰাহকসকলে  গেলেক্সী লেপটপ যেনে গেলেক্সী…
Read More