30
Oct
দেশৰ অন্যতম বিশ্বস্ত আৰু সৰ্ববৃহৎ গহণা ব্ৰেণ্ড কল্যাণ জুৱেলাৰ্ছে গুৱাহাটীত সম্পূৰ্ণ নতুন শ্ব'ৰুম মুকলি কৰাৰ কথা ঘোষণা কৰিছে। নতুন আৰু বিলাসী শ্ব'ৰুমটোত বিভিন্ন শেহতীয়া সংগ্ৰহৰ আকৰ্ষণীয় ডিজাইনৰ বিস্তৃত পৰিসৰ আছে, যিসমূহ গহণা বিশ্ব-মানদণ্ডৰ যিকোনো পৰিৱেশৰ সৈতে পৰিধান কৰিব পাৰে আৰু লগতে শ্ব'ৰুমটোৰ অত্যাধুনিক সুবিধাসমূহে অতুলনীয় অভিজ্ঞতা প্ৰদান কৰে। এই শ্ব "ৰুম মুকলিৰ লগে লগে গহণা ব্ৰেণ্ডটোৱে গুৱাহাটীত ব্যৱসায়িক সেৱা সম্প্ৰসাৰিত কৰিলে। নতুন শ্ব "ৰুমটোৰ বিষয়ে নিজৰ মন্তব্য প্ৰকাশ কৰি কল্যাণ জুৱেলৰ্ছৰ কাৰ্যবাহী সঞ্চালক ৰমেশ কল্যাণৰমনে কয় যে," এটা প্ৰতিষ্ঠান হিচাপে আমি বৃহৎ মাইলৰ খুঁটি অতিক্ৰম কৰিছোঁ আৰু গ্ৰাহকৰ বজাৰৰ অভিজ্ঞতা বৃদ্ধি কৰিবলৈ এক সামগ্ৰিক পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰাৰ দিশত গুৰুত্বপূৰ্ণ…
