ব্যৱসায়

বাদামৰ সৈতে এক স্বাস্থ্যকৰ দেৱালী উদযাপন কৰক

বাদামৰ সৈতে এক স্বাস্থ্যকৰ দেৱালী উদযাপন কৰক

পোহৰৰ উৎসৱ দেৱালীত আপোনজনে একত্ৰিত হৈ আনন্দ আৰু উলহ-মালহেৰে উদযাপন কৰে। কিন্তু এই উৎসৱৰ সময়ত প্ৰায়ে শৰ্কৰাযুক্ত খাদ্য, ভজা-মচলাযুক্ত আহাৰ, অধিক কাৰ্ব থকা খাদ্য আদি অতিমাত্ৰা ভোগ কৰা হয়। এই ক্ষেত্ৰত কাঠবাদাম(আলমণ্ড)ৰ দৰে পুষ্টিকৰ বিকল্পসমূহ অন্তৰ্ভুক্ত কৰি স্মাৰ্ট খাদ্য পছন্দ কৰাটো স্বাস্থ্যৰ সৈতে আপোচ নকৰাকৈ উৎসৱ উপভোগ কৰাৰ এক ফলপ্ৰসূ উপায় হ'ব পাৰে। বাদামত প্ৰটিন, কেলচিয়াম, জিংক, আঁহ আৰু মেগনেছিয়ামকে ধৰি ১৫টা প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে, যিয়ে অসংখ্য স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে, যাৰ ফলত সামগ্ৰিক সুস্থতা প্ৰসাৰিত কৰাত সহায় কৰে। অধিক প্ৰটিন থকাৰ বাবে আলমণ্ডে পেশীৰ বৃদ্ধি আৰু ৰক্ষণাবেক্ষণতো সহায় কৰে। বিশিষ্ট পুষ্টি আৰু সুস্থতা পৰামৰ্শদাতা শীলা কৃষ্ণস্বামীয়ে এই বিষয়ে…
Read More
নতুন নিছান মাগনিটে ইয়াৰ শাখাত সৰ্বশ্ৰেষ্ঠ শ্ৰেণীৰ তত্বাৱধান ব্যয়ৰ প্ৰতিশ্ৰুতি দিয়ে

নতুন নিছান মাগনিটে ইয়াৰ শাখাত সৰ্বশ্ৰেষ্ঠ শ্ৰেণীৰ তত্বাৱধান ব্যয়ৰ প্ৰতিশ্ৰুতি দিয়ে

নিছান মটৰ ইণ্ডিয়াই শেহতীয়া মেগনাইট মুকলি কৰি বি-এছ ইউ ভি ছেগমেণ্টত আগশাৰীৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু মাত্ৰ ৩৯ পইচাৰ দৰত প্ৰথম ৫০,০০০ কিলোমিটাৰলৈকে ৰক্ষণাবেক্ষণ সেৱা আগবঢ়াব। এই যুগান্তকাৰী অফাৰত এক মানসম্পন্ন ৩ বছৰ/১০০,০০০ কিলোমিটাৰৰ ৱাৰেণ্টী অন্তৰ্ভুক্ত কৰা হৈছে, ইয়াক নূন্যতম অতিৰিক্ত খৰচৰ বাবে ৬ বছৰলৈ বৃদ্ধি কৰিব পাৰি, যাৰ ফলত গ্ৰাহকৰ মানসিক প্ৰশান্তি নিশ্চিত হয়। ইয়াৰ লগতে প্ৰতিষ্ঠানটোৱে ‘নিছান মেগনাইট কেয়াৰ’ আগবঢ়াইছে, য’ত প্ৰিপেইড মেইণ্টেনেন্স প্লেনৰ জৰিয়তে ২১% পৰ্যন্ত সঞ্চয়ৰ সুবিধা প্ৰদান কৰে। এই সুবিধাৰ অধীনত বাহনৰ প্ৰকৃত অংশ আৰু ব্যাপক কভাৰেজৰ সৈতে বাধাহীন সেৱা প্ৰদান কৰিবলৈ ডিজাইন কৰা হৈছে, যাৰ ফলত পুনৰ বিক্ৰীৰ মূল্যও বৃদ্ধি পায়। উল্লেখযোগ্য…
Read More
মহৰ কামোৰ আৰু গুঞ্জনৰ শব্দৰ বাবে পূৱ ভাৰতৰ আধা অংশই টোপনি হেৰুৱাইছে, গুডনাইট জৰীপে প্ৰকাশ কৰিছে

মহৰ কামোৰ আৰু গুঞ্জনৰ শব্দৰ বাবে পূৱ ভাৰতৰ আধা অংশই টোপনি হেৰুৱাইছে, গুডনাইট জৰীপে প্ৰকাশ কৰিছে

দেশৰ ৫৫% জনসাধাৰণে মহৰ কামোৰ আৰু বিৰক্তিকৰ শব্দক টোপনি বিঘ্নিত হোৱাৰ অন্যতম কাৰণ বুলি বিবেচনা কৰে। এই অন্তৰ্দৃষ্টি শেহতীয়াকৈ গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)ৰ ঘৰুৱা কীটনাশক ব্ৰেণ্ড গুডনাইটৰ ‘এক মহ, সীমাহীন ভাবুকি’ শীৰ্ষক সমীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। গুডনাইটৰ নিৰ্দেশত চলোৱা এই সমীক্ষাটো বজাৰ গৱেষণা সংস্থা YouGov. প্ৰতিবেদনৰ তথ্যই সমগ্ৰ দেশতে টোপনিৰ মানদণ্ডৰ ওপৰত মহৰ ভাৱৰ ওপৰত আলোকপাত কৰিছে। মহে কামোৰাৰ ফলত ৪৯% শিশুৰ টোপনিৰ ব্যাঘাত জন্মে। পশ্চিম ভাৰতত সৰ্বাধিক ৬১% প্ৰাপ্তবয়স্কই মহৰ কামোৰ আৰু শব্দক টোপনিৰ ব্যাঘাতৰ শীৰ্ষতম কাৰণ হিচাপে উল্লেখ কৰিছে, তাৰ পিছতে উত্তৰ (৫৫%), দক্ষিণ (৫৩%) আৰু পূব (৫০%) ভাৰতৰ লোকসকলে এই কাৰণ উল্লেখ কৰিছে। গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)ৰ…
Read More
চানফিষ্ট মমৰ মেজিক চেম্পিয়ন লিংগ সমতা ‘উইল অৱ চেঞ্জ’ অভিযানৰ সৈতে

চানফিষ্ট মমৰ মেজিক চেম্পিয়ন লিংগ সমতা ‘উইল অৱ চেঞ্জ’ অভিযানৰ সৈতে

আইটিচিৰ ছানফিষ্ট ম’মছ মেজিকে শেহতীয়াকৈ কৰা এক সমীক্ষাত প্ৰকাশ পাইছে যে দেশৰ মাত্ৰ ৭% কন্যা সন্তানে উইলৰ জৰিয়তে সমান উত্তৰাধিকাৰ লাভ কৰে, যিয়ে উত্তৰাধিকাৰৰ অধিকাৰৰ ক্ষেত্ৰত লিংগ বৈষম্যৰ এক উল্লেখযোগ্য বৈষম্য পোহৰলৈ আনিছে। সমীক্ষাটোৱে "বেতিয়া পৰায়া ধন হোতি হ্যে" বা কন্যাৰ দায়িত্ব আন কাৰোবাৰ বুলি প্ৰচলিত ধাৰণাৰ স্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যিয়ে সমগ্ৰ দেশৰ পৰিয়ালসমূহক প্ৰভাৱিত কৰি আহিছে। আইটিচিৰ বিস্কুট এণ্ড কেকক্লাষ্টাৰ খণ্ডৰ মুখ্য সঞ্চালন বিষয়া আলী হেৰিছ শ্বেৰে মাতৃসকলক পৰিৱৰ্তনৰ অনুঘটক হিচাপে শক্তিশালী কৰাৰ বাবে এই অভিযানৰ লক্ষ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আলী হেৰিছ শ্বেৰে এই বিষয়ে কয় যে, "যিসকল মাতৃয়ে প্ৰায়ে নিজে অন্যায় আচৰণৰ সন্মুখীন হৈছে, সেইসকল…
Read More
গুৱাহাটীত জুবিন গাৰ্গক বঁটা প্ৰদানেৰে শচীন দেৱ বৰ্মনৰ সংগীত উত্তৰাধিকাৰ উদযাপন কৰিব ব্যতিক্ৰমে

গুৱাহাটীত জুবিন গাৰ্গক বঁটা প্ৰদানেৰে শচীন দেৱ বৰ্মনৰ সংগীত উত্তৰাধিকাৰ উদযাপন কৰিব ব্যতিক্ৰমে

সামাজিক-সাংস্কৃতিক সংগঠন ব্যতিক্ৰমে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আইটিএ চেণ্টাৰত অহা ২৮ অক্টোবৰত ভাৰতীয় সংগীত জগতৰ কিংবদন্তি শচীন দেৱ বৰ্মনৰ মৃত্যু বাৰ্ষিকী উদযাপন কৰিবলৈ সাজু হৈছে। ত্ৰিপুৰা চৰকাৰৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত ২৮ অক্টোবৰৰ সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হ’ব এই অনুষ্ঠান। সন্ধিয়াৰ মূল আকৰ্ষণ হ'ব যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক "এছ ডি বৰ্মন সোঁৱৰণী ব্যাতিক্ৰম জীৱনজোৰা সাফল্য বঁটা ২০২৪" প্ৰদান কৰা। এই বঁটাৰ বাবে বাচনি কৰাত কৃতজ্ঞতা জ্ঞাপন কৰি জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে, ‘ড০ ভূপেন হাজৰিকাৰ দৰে শচীন দেৱ বৰ্মন উত্তৰ-পূৰ্বাঞ্চলৰ গৌৰৱ। যিকোনো এগৰাকী শিল্পীয়ে শচীন দেৱ বৰ্মনৰ নামত বঁটা লাভ কৰাটো এক…
Read More
এভন ইণ্ডিয়াই “আই এম শক্তি” অভিযান আৰম্ভ কৰিছে মহিলাৰ সৱলীকৰণ উদযাপন কৰে

এভন ইণ্ডিয়াই “আই এম শক্তি” অভিযান আৰম্ভ কৰিছে মহিলাৰ সৱলীকৰণ উদযাপন কৰে

এভন ইণ্ডিয়াই প্ৰতিষ্ঠানটোৰ মহিলা প্ৰতিনিধিসকলৰ শক্তি আৰু বহনক্ষমতাক উদযাপন কৰি “আই এম শক্তি” অভিযান আৰম্ভ কৰিছে। দেৱী দুৰ্গা আৰু লক্ষ্মীৰ গুণৰ পৰা অনুপ্ৰাণিত হৈ আৰম্ভ কৰা এই অভিযানৰ লক্ষ্য হৈছে ব্যক্তিগত আৰু পেছাদাৰী জীৱনত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰা মহিলাসকলক স্বীকৃতি আৰু সবলীকৰণ কৰা, যিয়ে নেতৃত্ব আৰু উদ্যমিতাৰ সফলতা প্ৰদৰ্শন কৰিব। এভন ইণ্ডিয়াৰ জিএম মাৰ্কেটিং স্নিগ্ধা সুমনে এই বিষয়ত আলোকপাত কৰি কয় যে, "এই অভিযানত পৰিৱৰ্তনক অনুপ্ৰাণিত কৰা সাহস, শক্তি আৰু সমৃদ্ধি প্ৰদৰ্শন কৰা মহিলাসকলক সন্মান জনোৱা হয়। এই প্ৰতিনিধিসকল কেৱল ব্যৱসায়িক অংশীদাৰেই নহয় বৰঞ্চ নিজৰ নিজৰ সম্প্ৰদায়ৰ সবলীকৰণৰ ৰূপকাৰ।" সমগ্ৰ ৰা্জ্যতে এভনৰ "আই এম শক্তি" অভিযান স্থানীয় মহিলা উদ্যোগীসকলৰ সৈতে…
Read More
শ্বপচিয়ে ইয়াৰ বিগ দেৱালী বিক্ৰী উন্মোচন কৰে

শ্বপচিয়ে ইয়াৰ বিগ দেৱালী বিক্ৰী উন্মোচন কৰে

দেশৰ জনসাধাৰণৰ উৎসৱমুখৰ মনোভাৱৰ ওপৰত নিৰ্ভৰ কৰি দ্ৰুতগতিত বৃদ্ধি পোৱা হাইপাৰ-ভেল্যু ই-কমাৰ্চ প্লেটফৰ্ম শ্বপচি বাই ফ্লিপকাৰ্টে চলিত মাহৰ ২৯ তাৰিখলৈকে অব্যাহত থাকিব লগা 'বিগ দীপাৱলী চেল' আগবঢ়াই গ্ৰাহকক পুনৰবাৰ আনন্দিত কৰিছে। ফ্লিপকাৰ্টৰ গ্ৰেণ্ড শ্বপচি মেলা, দ্য বিগ বিলিয়ন ডে'জ চেল আৰু 'দেৱালী স্বাগত চেল'ৰ সফলতাৰ পিছত এই চলিত ফেষ্টিভ বিক্ৰীয়ে বিশেষভাৱে সজাই তোলা লেনদেনৰ জৰিয়তে ব্যতিক্ৰমী বাছনিৰ প্ৰতিশ্ৰুতি দিছে। ২ মিলিয়নৰো অধিক উৎসৱৰ প্ৰয়োজনীয়তাৰ সৈতে ক্ৰেতাসকলে একচেটিয়া লেনদেনসমূহ অন্বেষণ কৰিব পাৰে, যি ভাৰতৰ জীৱন্ত আৰু বিভিন্ন পৰম্পৰাসমূহ প্ৰতিফলিত কৰে। শ্বপচি প্লেটফৰ্মত গ্ৰাহকৰ সংখ্যা প্ৰায় ৮১% বৃদ্ধি পাইছে, পূৰ্বৰ লেনদেনতকৈ ২.৮গুণ বৃদ্ধি হৈছে আৰু ফেষ্টিভ ছিজনৰ আৰম্ভণিৰ পৰা ২,৮০০+ সৰু চহৰসমূহৰ…
Read More
কানাডা ইণ্ডিয়া ফাউণ্ডেচনে সাধগুৰুক সন্মানীয় চিআইএফ গ্লোবেল ইণ্ডিয়ান এৱাৰ্ড ২০২৪ প্ৰদান কৰে

কানাডা ইণ্ডিয়া ফাউণ্ডেচনে সাধগুৰুক সন্মানীয় চিআইএফ গ্লোবেল ইণ্ডিয়ান এৱাৰ্ড ২০২৪ প্ৰদান কৰে

দেশৰ প্ৰথিতযশা যোগী, স্বপ্নদ্ৰষ্টা আৰু সমাজসেৱী তথা ঈশা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক সদগুৰুক কানাডা ইণ্ডিয়া ফাউণ্ডেচন(চিআইএফ)-এ ২০২৪ বৰ্ষৰ সন্মানীয় চিআইএফ গ্ল’বেল ইণ্ডিয়ান বঁটা প্ৰদান কৰিছে। এই বঁটাৰ জৰিয়তে বিশ্বব্যাপী উল্লেখযোগ্য প্ৰভাৱ পেলোৱা ভাৰতীয় মূলৰ ব্যক্তিসকলক উদযাপন কৰে আৰু পৰিৱেশৰ পদক্ষেপ তথা মানৱ চেতনালৈ সদগুৰুৰ ব্যতিক্ৰমী অৱদানক স্বীকৃতি প্ৰদান কৰিলে। চিআইএফৰ অধ্যক্ষ ৰীতেশ মালিকে সদগুৰুৱে সন্মান গ্ৰহণ কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি মানৱতাৰ গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানসমূহৰ ওপৰত নিজৰ গভীৰ অন্তৰ্দৃষ্টি প্ৰকাশ কৰে। ভূমিৰ অৱক্ষয় আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে সমস্যাসমাধানৰ ক্ষেত্ৰত সদগুৰুৰ বাৰ্তা-প্ৰয়াসৰ প্ৰয়োজনীয়তা ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে, “সদগুৰুৰ জীৱনৰ পৰা আমি প্ৰাচীন জ্ঞান আৰু ব্যৱহাৰিক সমাধানৰ এক নিখুঁত মিশ্ৰণ বিচাৰি পাওঁ।”…
Read More
অসমে ষ্টকহোল্ডিং ডিজিডকৰ সৈতে ডিজিটেল ভৱিষ্যতলৈ জঁপিয়াই পৰিছে

অসমে ষ্টকহোল্ডিং ডিজিডকৰ সৈতে ডিজিটেল ভৱিষ্যতলৈ জঁপিয়াই পৰিছে

ডিজিটেল ৰূপান্তৰৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ষ্টক হোল্ডিং কৰ্পৰেচন অৱ ইণ্ডিয়া লিমিটেড(ষ্টকহল্ডিং)-এ অসমত মুকলি কৰিলে নিজৰ অভিনৱ প্লেটফৰ্ম ষ্টকহোল্ডিং ডিজিডক। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মিছন বসুন্ধৰা ৩.০ অনুষ্ঠানত আনুষ্ঠানিকভাৱে উন্মোচন কৰে এই প্লেটফৰ্মৰ৷ ডিজিডক প্লেটফৰ্মে শুল্ক পৰিশোধকে ধৰি নথি-পত্ৰসমূহৰ নিৰৱচ্ছিন্ন ডিজিটেল সম্পাদনৰ সুবিধা প্ৰদান কৰে। প্ৰথম অৱস্থাত শপতনামা, ক্ষতিপূৰণ বণ্ড আৰু বন্ধকী(মৰ্টগেজ) বণ্ডৰ বাবে সেৱা আগবঢ়োৱা এই প্লেটফৰ্মে আইনী প্ৰক্ৰিয়াসমূহ সুশৃংখলিত কৰিবলৈ আৰু সমগ্ৰ অসমতে সেৱাৰ সুলভতা উন্নত কৰিবলৈ লক্ষ্য ৰাখিছে। এই পদক্ষেপে ডিজিটেল ইণ্ডিয়াৰ বাবে চৰকাৰৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখে আৰু আইনী লেনদেনৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। ষ্টকহোল্ডিঙৰ ই-সেৱা মুৰব্বী শশীকান্ত নায়কে এই বিষয়ে নিজৰ অভিমত প্ৰকাশ কৰি…
Read More
কৰণ জোহৰৰ ধৰ্মা প্ৰডাকচনৰ সৈতে অংশীদাৰীত্ব চিৰিন প্ৰডাকচনৰ

কৰণ জোহৰৰ ধৰ্মা প্ৰডাকচনৰ সৈতে অংশীদাৰীত্ব চিৰিন প্ৰডাকচনৰ

আদাৰ পুনাৱালা নেতৃত্বাধীন চিৰিন প্ৰডাকচনে কৰণ জোহৰৰ ধৰ্মা প্ৰডাকচনৰ সৈতে অংশীদাৰীত্ব কৰিছে। আদাৰ পুনাৱালাই ধৰ্মা প্ৰডাকচনত দুই হাজাৰ কোটি বিনিয়োগ কৰিছে। এই বিনিয়োগৰ জৰিয়তে, পুনাৱালাই ধৰ্মা প্ৰডাকচনৰ ৫০ শতাংশ অংশ ক্ৰয় কৰিছে। এক বিবৃতিত ধৰ্মা প্ৰডাকচনে কয় যে আদাৰ পুনাৱালা নেতৃত্বাধীন চিৰিন প্ৰডাকচনে কৰণ জোহৰৰ ধৰ্মা প্ৰডাকচনছ আৰু ধাৰ্মেটিক এণ্টাৰটেণ্টমেণ্ট (যুটীয়াভাৱে ধৰ্মা) ত এক চুক্তিৰ অধীনত ১,০০০ কোটি টকা বিনিয়োগ কৰিছে। কৰণ জোহৰৰ ধৰ্মা প্ৰডাকচন ভাৰতৰ অন্যতম আগশাৰীৰ চলচ্চিত্ৰ প্ৰযোজনা প্ৰতিষ্ঠান। ২,০০০ কোটি টকাৰ বিনিয়োগৰ সৈতে, চিৰিন প্ৰডাকচনৰ এতিয়া ধৰ্মা প্ৰডাকচনত ৫০% অংশ আছে। কৰণ জোহৰে বাকী ৫০% অংশীদাৰী ত্বৰান্বিত কৰিছে। কৰণ জোহৰে কোম্পানীটোৰ কাৰ্যবাহী অধ্যক্ষ হিচাপে কোম্পানীটোৰ সকলো সৃষ্টিশীল…
Read More