30
Sep
ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা মিউচুৱেল ফাণ্ড হাউছ এক্সিছ মিউচুৱেল ফাণ্ডে ভাৰতীয় বিনিয়োগকাৰীসকলৰ মাজত বিপদাশংকা অনুধাৱন কৰাৰ স্তৰ বা মাত্ৰা নিৰ্ধাৰণ কৰিবলৈ এক বিনিয়োগকাৰী সমীক্ষা চলাইছিল। এই সমীক্ষাত সমগ্ৰ দেশৰ পৰা ১,৭০০তকৈও অধিক এক্সিছ এমএফ বিনিয়োগকাৰীৰ পৰা সঁহাৰি লাভ কৰিছিল। এই সমীক্ষাৰ উদ্দেশ্য আছিল মিউচুৱেল ফাণ্ড বিনিয়োগত বিনিয়োগকাৰীসকলৰ মনোভাৱ আৰু বিপদাশংকাৰ বুজাবুজিৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰাপ্ত কৰা। এই সমীক্ষাটোত প্ৰকাশ পাইছে যে বিনিয়োগকাৰীসকলে ক্ৰমান্বয়ে নিজৰ ধনৰ মূল্য বৃদ্ধিৰ বাবে বিনিয়োগ কৰাৰ গুৰুত্বৰ বিষয়ে সচেতন হৈছে, যাৰ ফলত মিউচুৱেল ফাণ্ডসমূহ বিনিয়োগৰ পছন্দৰ বিনিয়োগৰ পথত পৰিণত হৈছে। দীৰ্ঘম্যাদী বিনিয়োগ আৰু কম্পাউণ্ডিং(যৌগিক) শক্তিৰ বিষয়ে সচেতন হোৱাৰ পিছতো ৫৯% বিনিয়োগকাৰীয়ে এতিয়াও মিউচুৱেল ফাণ্ডত বিনিয়োগৰ বাবে পূৰ্বৰ…
